Business

দেশৰ ১৭২খন চহৰত ৩০০ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলিৰ মাইলৰ খুঁটি অতিক্ৰম স্কোডা অটো ইণ্ডিয়াৰ

দেশৰ ১৭২খন চহৰত ৩০০ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলিৰ মাইলৰ খুঁটি অতিক্ৰম স্কোডা অটো ইণ্ডিয়াৰ

স্কোডা অটো ইণ্ডিয়াই ভাৰতৰ ১৭২খন চহৰত ৩০০ গ্ৰাহক সেৱাকেন্দ্ৰ অতিক্ৰম কৰি এক বৃহৎ মাইলৰ খুঁটিত উপনীত হৈছে, যাৰ ফলত দেশত নিজৰ আগ্ৰাসী সম্প্ৰসাৰণ কৌশল শক্তিশালী হৈছে। শেহতীয়াকৈ ভাৰতত এতিয়ালৈকে সৰ্বাধিক ডেৰ বছৰীয়া বিক্ৰীৰ অভিলেখ গঢ়া চেক গণৰাজ্যৰ অটো নিৰ্মাতা প্ৰতিষ্ঠানটোৱে ভাৰতীয় বজাৰত ২৫ বছৰ আৰু বিশ্বজুৰি ১৩০ বছৰ সম্পূৰ্ণ কৰিছে। বিশেষকৈ টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহৰ ওপৰত এই সম্প্ৰসাৰণৰ গুৰুত্ব দিয়া হৈছে, যিবোৰে এতিয়া মুঠ সেৱাকেন্দ্ৰৰ ৭৫% অংশ দখল কৰি আছে। কেৱল যোৱা ৯ মাহত স্কোডাই ৩০খনতকৈও অধিক নতুন চহৰত প্ৰৱেশ কৰিছে, যাৰ ফলত দেশজুৰি দ্ৰুত, অধিক সামঞ্জস্যপূৰ্ণ বিক্ৰী আৰু সেৱাৰ অভিজ্ঞতা সম্ভৱপৰ হৈ উঠিছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড…
Read More
গুৱাহাটীত নতুন গাৰ্গ্য টয়োটা ডিলাৰশ্বিপৰ জৰিয়তে উত্তৰ-পূবৰ সম্প্ৰসাৰণ ত্বৰান্বিত কৰিছে টয়োটা কিৰ্লোস্কাৰে

গুৱাহাটীত নতুন গাৰ্গ্য টয়োটা ডিলাৰশ্বিপৰ জৰিয়তে উত্তৰ-পূবৰ সম্প্ৰসাৰণ ত্বৰান্বিত কৰিছে টয়োটা কিৰ্লোস্কাৰে

দেশৰ উত্তৰ-পূৰ্বাঞ্চলত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি উঃ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত এটা নতুন ডিলাৰশ্বিপ – গাৰ্গ্য টয়োটা উদ্বোধন কৰে। নতুন সুবিধা কেন্দ্ৰটোৱে টয়োটাৰ অভিগম্যতা বৃদ্ধি, গ্ৰাহকৰ আস্থা বৃদ্ধি আৰু উদীয়মান আঞ্চলিক বজাৰসমূহত গতিশীলতা সমাধানৰ ক্ৰমবৰ্ধমান চাহিদাক সমৰ্থন কৰাত অবিৰত মনোনিৱেশৰ ওপৰত আলোকপাত কৰিছে। টয়োটা কিৰ্লোস্কাৰ মটৰৰ বিক্ৰী-সেৱা-ব্যৱহৃত বাহন শাখাৰ পূব অঞ্চলৰ মুখ্য প্ৰতিনিধিৰ উপাধ্যক্ষ অৰুণ জি নায়াৰ আৰু গাৰ্গ্য টয়োটাৰ ডিলাৰৰ অধ্যক্ষ ৰাহুল দেৱ শৰ্মাৰ উপস্থিতিত নতুন গাৰ্গ্য টয়োটা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। গুৱাহাটী মহানগৰী ৰাজ্যখনৰ প্ৰধান অৰ্থনৈতিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশৰ লগে লগে নতুন টয়োটা ডিলাৰশ্বিপে সমগ্ৰ অঞ্চলটোৰ গ্ৰাহকৰ এক…
Read More
বজাৰৰ অস্থিৰতাই কৌশল সলনিৰ সময়ছোৱাত কেৱল গুৱাহাটীৰ বিনিয়োগকাৰীয়ে ৩ মাহত টাটা আৰ্বিট্ৰেজ ফাণ্ডত বিনিয়োগ কৰিছে ১৫.৫ কোটি টকা

বজাৰৰ অস্থিৰতাই কৌশল সলনিৰ সময়ছোৱাত কেৱল গুৱাহাটীৰ বিনিয়োগকাৰীয়ে ৩ মাহত টাটা আৰ্বিট্ৰেজ ফাণ্ডত বিনিয়োগ কৰিছে ১৫.৫ কোটি টকা

ইকুইটি বজাৰৰ অস্থিৰতাৰ মাজতে আৰ্বিট্ৰেজ ফাণ্ডসমূহে বিনিয়োগৰ বিকল্প হিচাপে বিশেষ টান লাভ কৰিছে, বিশেষকৈ কম বিপদজনক বিনিয়োগৰ সুযোগ বিচৰাসকলৰ বাবে অনন্য সুযোগ প্ৰদান কৰিছে। নগদ ধন আৰু ভৱিষ্যকেন্দ্ৰিক বজাৰৰ মাজৰ মূল্যৰ পাৰ্থক্যক মূলধন হিচাপে লৈ এই ফাণ্ডসমূহে অশান্ত-অস্থিৰ পৰিস্থিতিত উন্নত প্ৰদৰ্শন কৰিব বিচাৰে, যাৰ ফলত ফাণ্ড পৰিচালকসকলক মাহৰ ভিতৰত ব্যৱসায়ৰ সুযোগৰ বাবে অধিক পৰিসৰ দিয়া হয়। টাটা এচেট মেনেজমেণ্টৰ ফাণ্ড মেনেজাৰ শৈলেশ জৈনে কয় যে বৰ্তমানৰ পৰিৱেশত আৰ্বিট্ৰেজ ফাণ্ডসমূহে বজাৰৰ অস্থিৰতাৰ সম্ভাৱ্য সুবিধাসমূহ ধৰি ৰাখিবলৈ অনন্যভাৱে অৱস্থান কৰিছে, লগতে বিনিয়োগকাৰীক প্ৰত্যক্ষ ইকুইটি ৰিস্কৰ পৰা ৰক্ষা কৰিব পাৰে। এছ’চিয়েচন অৱ মিউচুৱেল ফাণ্ডছ ইন ইণ্ডিয়াৰ তথ্য অনুসৰি ২০২৫ চনৰ এপ্ৰিলৰ পৰা জুন…
Read More
চবচে পেহলে হেল্থ ইঞ্চুৰেন্স: বীমা সজাগতা সমিতিয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় অভিযানৰ পৰৱৰ্তী পৰ্যায

চবচে পেহলে হেল্থ ইঞ্চুৰেন্স: বীমা সজাগতা সমিতিয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় অভিযানৰ পৰৱৰ্তী পৰ্যায

ভাৰতৰ জীৱন বীমা উদ্যোগে দেশজুৰি চবচে পেহলে লাইফ ইঞ্চুৰেন্স অভিযানৰ পৰৱৰ্তী পৰ্যায় আৰম্ভ কৰাৰ লগে লগে বীমা সজাগতা সমিতিয়ে সজাগতামূলক প্ৰচেষ্টা বৃদ্ধি কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত এনআইএৰ এক অধ্যয়ন অনুসৰি ২০১৯ চনত ৮৩%ৰ তুলনাত বৃদ্ধি পোৱা সুৰক্ষাৰ ব্যৱধান বৃদ্ধি পোৱাৰ প্ৰতি সঁহাৰি জনাই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। জীৱন বীমা পৰিষদৰ অধীনত ২৪টা জীৱন বীমাকৰ্তাৰ দ্বাৰা পৰিচালিত এই প্ৰচাৰ অভিযানে জীৱন বীমাক বৈকল্পিকৰ পৰা বিত্তীয় পৰিকল্পনাৰ এক অত্যাৱশ্যকীয় প্ৰথম পদক্ষেপলৈ স্থানান্তৰ কৰাৰ বাবে গঢ়ি তোলা হৈছে।  টিভি, ডিজিটেল, ছপা মাধ্যম আৰু মুক্ত প্লেটফৰ্মত কৌশলগত কাহিনী বৰ্ণনাৰ জৰিয়তে সজাগতা বিয়পোৱাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে।  ইয়াত বীমাৰ আৱৰণৰ প্ৰয়োজনীয়তাৰ মূল্যায়ন…
Read More
অসম ভিত্তিক শ্লাইচ এছএফবি-এ সৃষ্টি কৰিলে ৪০০+ স্থানীয় চাকৰিৰ, ২০.৭% জমা ধন বৃদ্ধিৰে অব্যাহত জয়যাত্ৰা আৰু গ্ৰাম্য বেংকিং পদচিহ্নৰ সম্প্ৰসাৰণ

অসম ভিত্তিক শ্লাইচ এছএফবি-এ সৃষ্টি কৰিলে ৪০০+ স্থানীয় চাকৰিৰ, ২০.৭% জমা ধন বৃদ্ধিৰে অব্যাহত জয়যাত্ৰা আৰু গ্ৰাম্য বেংকিং পদচিহ্নৰ সম্প্ৰসাৰণ

অসমত মুখ্য কাৰ্যালয় থকা শ্লাইচ স্মল ফাইনেঞ্চ বেংক(শ্লাইচ এছএফবি)-এ যোৱা এবছৰত সমগ্ৰ ৰাজ্যতে ধনৰ জমা ভিত্তি ২০.৭% যথেষ্ট বৃদ্ধি পোৱাৰ লগতে ৪০০ৰো অধিক স্থানীয় কৰ্মসংস্থাপন সৃষ্টিৰ তথ্য প্ৰকাশ কৰিছে। এই শক্তিশালী বৃদ্ধিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বেংকৰ বিস্তাৰিত পদাংকক উজ্জ্বল কৰি তুলিছে, যিয়ে অঞ্চলটোৰ বিত্তীয় অন্তৰ্ভুক্তি আৰু অৰ্থনৈতিক উন্নয়নক শক্তিশালী কৰিছে। ডিজিটেল-প্ৰথম, গ্ৰাহক অনুকূল অভিজ্ঞতা প্ৰদানৰ বাবে সমগ্ৰ অসমৰ কেইবাটাও শাখা আধুনিকীকৰণ কৰি বেংকটোৱে উখা (নাগালেণ্ড), আৰু বংক'ন আৰু চেৰচিপ(মিজোৰাম)ত নতুন শাখা মুকলি কৰিছে। বিশেষকৈ গ্ৰাম্য পৰিয়াল, মহিলা নেতৃত্বাধীন উদ্যোগ আৰু নতুন ডিজিটেল ব্যৱহাৰকাৰীৰ বাবে প্ৰস্তুত এই কেন্দ্ৰসমূহৰ লক্ষ্য হৈছে আৰ্থিক লাভালাভৰ ব্যৱধান দূৰ কৰা। স্থানীয় উদ্যোগী আৰু এমএছএমই-এ সহজ ঋণ…
Read More
ভাৰতত এতিয়া ক্ৰয়ৰ বাবে নথিঙৰ দুটা আকৰ্ষণীয় সামগ্ৰী উপলব্ধ: নথিং ফোন (৩), নথিং হেডফোন (১)

ভাৰতত এতিয়া ক্ৰয়ৰ বাবে নথিঙৰ দুটা আকৰ্ষণীয় সামগ্ৰী উপলব্ধ: নথিং ফোন (৩), নথিং হেডফোন (১)

লণ্ডনস্থিত প্ৰযুক্তি ব্ৰেণ্ড নথিঙে ভাৰতত দুটা আকৰ্ষণীয় সামগ্ৰী মুকলি কৰিছে— ফ্লেগশ্বিপ নথিং ফোন (৩) আৰু প্ৰথমবাৰলৈ প্ৰস্তুত কৰা নথিং হেডফোন (১)—আজি দিনৰ ১২ বজাৰ পৰা দেশজুৰি বিক্ৰী আৰম্ভ হৈছে। এই নতুন পদক্ষেপে ফ্লেগশ্বিপ স্মাৰ্টফোন আৰু হাই-এণ্ড অডিঅ’ ক্ষেত্ৰখনত নথিঙৰ বলিষ্ঠ খোজৰ সূচনা কৰিলে, যি আকৰ্ষণীয় ডিজাইনৰ সৈতে প্ৰিমিয়াম ইঞ্জিনিয়াৰিঙৰ সংমিশ্ৰণ।নথিং ফোন (৩)ত এটা মডিউলাৰ ডিজাইন, প্ৰ'-গ্ৰেড ট্ৰিপল কেমেৰা চিষ্টেম আৰু আল্ট্ৰা-শ্লিম ১.৮৭ মিমি বেজেলৰ সৈতে ৬.৬৭ ইঞ্চিৰ এমল্ড ডিছপ্লে মুকলি কৰা হৈছে। স্নেপড্ৰেগন® ৮এছ জেন ৪ চিপছেটৰ দ্বাৰা চালিত ফোনটোৰ সকলো লেন্সতে স্বজ্ঞাত পাৰস্পৰিক ক্ৰিয়া আৰু চিনেমাৰ দৰে ৪কে ৬০এফটিএছ ভিডিঅ' ৰেকৰ্ডিঙৰ বাবে অনন্য গ্লিফ মেট্ৰিক্স বৈশিষ্ট্য প্ৰদান কৰিছে। ৬২,৯৯৯…
Read More
গুড নাইটৰ অধ্যয়নত প্ৰকাশ পাইছে যে পূব ভাৰতৰ ৭৩% লোকে অবৈধ মহৰ ধূপৰ লাঠি ব্যৱহাৰ কৰি অনুভৱ কৰে অস্বস্তি

গুড নাইটৰ অধ্যয়নত প্ৰকাশ পাইছে যে পূব ভাৰতৰ ৭৩% লোকে অবৈধ মহৰ ধূপৰ লাঠি ব্যৱহাৰ কৰি অনুভৱ কৰে অস্বস্তি

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনত ভাৰতৰ আগশাৰীৰ মহ বিকৃতকাৰী ব্ৰেণ্ড গুড নাইটৰ শেহতীয়া এক অধ্যয়ন প্ৰকাশ পাইছে য'ত পূব ভাৰতৰ ৭৩% লোকেই অবৈধ মহ প্ৰতিৰোধী ধূপৰ লাঠি ব্যৱহাৰ কৰি অস্বস্তি অনুভৱ কৰে। "মহ এক, ভাবুকি অনেক" শীৰ্ষক এই অধ্যয়ন ইউগভৰ দ্বাৰা মহ প্ৰতিৰোধী সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ মনোভাৱ আৰু অনিয়ন্ত্ৰিত সামগ্ৰীৰ ওপৰত বৃদ্ধি পোৱা উদ্বেগ অনুঢাৱন কৰিবলৈ এই সমীক্ষা কৰা হৈছিল। এই সমীক্ষাটোত দেখা গৈছে যে অসম, পশ্চিম বংগ, বিহাৰ, আৰু ঝাৰখণ্ডকে ধৰি পূব ভাৰতে উত্তৰ (৬৯%), দক্ষিণ (৬৭%), আৰু পশ্চিম (৬৭%) আদি অঞ্চলক অতিক্ৰম কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাধিক অস্বস্তি প্ৰকাশ কৰিছে। পূব ভাৰতৰ ৫৬% লোকে নিজৰ বিকৃতকাৰী ঔষধৰ পছন্দৰ বিষয়ে…
Read More
অসমীয়া পাকঘৰৰ বাবে প্ৰস্তুত নতুন বগা আটা অত্যাধুনিক স্বয়ংক্ৰিয় প্ৰক্ৰিয়া ব্যৱহাৰ কৰি উচ্চ মানদণ্ডৰ স্বচ্ছতা আৰু গুণগত মান নিশ্চিত কৰিবলৈ উন্নত মানৰ ঘেঁহুৰে কৰা হৈছে প্ৰস্তুত

অসমীয়া পাকঘৰৰ বাবে প্ৰস্তুত নতুন বগা আটা অত্যাধুনিক স্বয়ংক্ৰিয় প্ৰক্ৰিয়া ব্যৱহাৰ কৰি উচ্চ মানদণ্ডৰ স্বচ্ছতা আৰু গুণগত মান নিশ্চিত কৰিবলৈ উন্নত মানৰ ঘেঁহুৰে কৰা হৈছে প্ৰস্তুত

ভাৰতৰ ১ নং আটা ব্ৰেণ্ড আইটিচি আশীৰ্বাদে অসমৰ বিচক্ষণ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এক অনন্য ৰূপত প্ৰস্তুত আশীৰ্বাদ বগা আটা। বিশেষকৈ অসমৰ ৰান্ধনীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰস্তুত কৰা এটা প্ৰিমিয়াম উত্কৃষ্ট বগা আটা। অসমীয়া গ্ৰাহকক গুণগত মানৰ সামগ্ৰী প্ৰদান কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি আশীৰ্বাদে বগা আটা মুকলি কৰিছে, কিয়নো অসমৰ বজাৰত উপলব্ধ বৰ্তমানৰ সামগ্ৰীবোৰ বেছিভাগেই পাতলীয়া ৰূপত বিক্ৰী কৰা হয়, যাৰ ফলত প্ৰায়ে স্বচ্ছতা আৰু বহনক্ষমতাৰ ওপৰত কমকৈ গুৰুত্ব দিয়া দেখা যায়, পৰিণতিত গ্ৰাহকৰ অভিজ্ঞতা নেতিবাচক হয়। অসমৰ গৃহিণীসকলৰ বাবে ৰন্ধন কেৱল এক ৰুটিন নহয়, ই প্ৰেমৰ এক অভিব্যক্তি।  ৰাতিপুৱাৰ আহাৰত কোমল লুচি পৰিৱেশন কৰাৰ আনন্দই হওক বা ৰাতিৰ আহাৰত ৰুটি…
Read More
চনী ইণ্ডিয়াই ডব্লিউএফ-চি৭১০এন মুকলি কৰাৰ কথা ঘোষণা কৰিছে

চনী ইণ্ডিয়াই ডব্লিউএফ-চি৭১০এন মুকলি কৰাৰ কথা ঘোষণা কৰিছে

চনী ইণ্ডিয়াই ডব্লিউএফ-চি৭১০এন মুকলি কৰাৰ কথা ঘোষণা কৰিছে, য'ত সম্পূৰ্ণৰূপে ৱায়াৰলেছ শব্দৰহিত ইয়েৰবডছ, চনীৰ শব্দ বাতিলকৰণ প্ৰযুক্তি, দীৰ্ঘস্থায়ী বেটাৰীকাল আৰু এআইৰ সৈতে উচ্চ মানৰ কলৰ সুবিধা আগবঢ়োৱা হৈছে। ডব্লিউএফ-চি৭১০এন ইয়েৰবাডসমূহ সৰ্বোত্তম শব্দৰ মানদণ্ড, নতুন ষ্টাইলিছ ৰং বিশেষকৈ গ্লাছ ব্লু ৰঙৰ সৈতে বহুমুখী ডিজাইনেৰে ভৰপূৰ আৰু ব্যৱহাৰ কৰাত সহজ বৈশিষ্ট্যৰ পৰিসৰ প্ৰদান কৰে, যাতে শ্ৰোতাসকলৰ প্ৰয়োজনীয় সকলো বস্তু এটা সৰু আৰু সুলভ ডিজাইনত ৰাখে। চৌপাশৰ কোলাহল চিনাক্ত কৰিবলৈ ডুৱেল মাইক্ৰ’ফোনৰ সৈতে ডব্লিউএফ-চি৭১০এন ইয়েৰবাডত ইয়াৰ পূৰ্বতকৈ উন্নত নইজ কেঞ্চেলিং ফাংচন আছে। ব্যৱহাৰকাৰীসকলে কোলাহলপূৰ্ণ পৰিৱেশতো স্ফটিক-স্পষ্ট কল উপভোগ কৰিব পাৰে যি ভইচ পিকআপৰ বাবে উপযুক্ত, যি এআই মেচিন লাৰ্নিঙৰ সৈতে ৫০০ মিলিয়নতকৈ অধিক…
Read More
এইচ পি-এ ভাৰতত উন্মোচন কৰিলে লেজাৰ এম৩০০ ছিৰিজ, দ্ৰুত, পৰিৱেশ-অনুকূল প্ৰিণ্টিঙৰ সৈতে লক্ষ্য কৰি লৈছে এছএমবিক

এইচ পি-এ ভাৰতত উন্মোচন কৰিলে লেজাৰ এম৩০০ ছিৰিজ, দ্ৰুত, পৰিৱেশ-অনুকূল প্ৰিণ্টিঙৰ সৈতে লক্ষ্য কৰি লৈছে এছএমবিক

এইচপি-এ ভাৰতত এইচপি লেজাৰ এম৩০০ শৃংখলা মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত এছএমবি, স্থানীয় ব্যৱসায় আৰু প্ৰিণ্টিং সেৱাৰ বিপণীসমূহৰ প্ৰয়োজনীয়তা অনুসৰি তৈয়াৰ কৰা লেজাৰ প্ৰিণ্টাৰৰ এক পৰিসৰ।  এই শৃংখলাটোত পাঁচটা মডেল অন্তৰ্ভুক্ত কৰা হৈছে-লেজাৰ এমএফপি ৩২৩এছডিএনডব্লিউ, ৩২৩ডিএনডব্লিউ, ৩২৩ডি, ৩০৩ডিডব্লিউ, আৰু ৩০৩ডি-যি দ্ৰুত অটো-ডুপ্লেক্স প্ৰিণ্টিং, তীক্ষ্ণ প্ৰিণ্ট মানদণ্ড আৰু শক্তি দক্ষতা প্ৰদান কৰে, এই সকলোবোৰ সুলভ মূল্যতে উপলব্ধ।  নতুন এইচপি লেজাৰ এম৩০০ শৃংখলাটো ভাৰতীয় ব্যৱসায়ৰ বাবে বিশেষভাৱে সজাই তোলা হৈছে যাৰ বাবে গতি, সংপৃক্ত ডিজাইন, কম তত্বাৱধান আৰু পৰিৱেশ অনুকূল প্ৰিণ্টিঙৰ ব্যৱস্থা কৰা হৈছে।  প্ৰতি মিনিটত ৩০ পৃষ্ঠা (এ৪) লৈকে প্ৰিণ্ট গতি আৰু সকলো মডেলত স্বয়ংক্ৰিয় দ্বিমুখী প্ৰিণ্টিঙৰ…
Read More