Business

ভাৰতীয় চলচ্চিত্ৰৰ ভৱিষ্যৎ গঢ় দিয়াৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপে মুকলি কৰিলে স্ক্ৰীণ একাডেমী

ভাৰতীয় চলচ্চিত্ৰৰ ভৱিষ্যৎ গঢ় দিয়াৰ বাবে ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপে মুকলি কৰিলে স্ক্ৰীণ একাডেমী

ইণ্ডিয়ান এক্সপ্ৰেছ গ্ৰুপে ভাৰতৰ চলচ্চিত্ৰ প্ৰতিভাৰ পৰৱৰ্তী ঢৌ অন্বেষণ আৰু প্ৰতিপালনৰ লক্ষ্যৰে এক অ-লাভজনক পদক্ষেপ স্ক্ৰীন একাডেমী আৰম্ভ কৰিছে। লোধা ফাউণ্ডেচনৰ সহযোগত প্ৰতিষ্ঠা কৰা এই একাডেমীয়ে বছৰি দৰিদ্ৰ পৰিয়ালৰ বা আৰ্থিক সমস্যাত জৰ্জৰিত শীৰ্ষ চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ আশাব্যঞ্জক শিক্ষাৰ্থীক স্নাতকোত্তৰ ফেল'শ্বিপ প্ৰদান কৰিব। এই পদক্ষেপক অস্কাৰ বিজয়ী গুনীত মোংগা আৰু ৰেছুল পুকুট্টি, কাঁ গ্ৰেণ্ড প্ৰিক্স বিজয়ী পায়েল কাপাডিয়া আৰু চিত্ৰনাট্যকাৰ অঞ্জুম ৰাজাবালীৰ দৰে প্ৰখ্যাত কলা-কুশলীয়ে সমৰ্থন কৰিছে।  ফেল'সকলে উদ্যোগৰ প্ৰবীণসকলৰ পৰা পৰামৰ্শ, ইণ্টাৰ্নশ্বিপৰ সুবিধা আৰু পেছাদাৰী বিকাশৰ সুযোগ লাভ কৰিব। এফটিআইআই, এছআৰএফটিআই আৰু হুইছলিং উডছ ইণ্টাৰনেচনেলৰ দৰে প্ৰতিষ্ঠানে বিভিন্ন অঞ্চলৰ উচ্চাকাংক্ষী গল্পকাৰসকলৰ বাবে শৈক্ষিক ব্যৱধান দূৰ কৰাত ইয়াৰ ভূমিকাৰ কথা উল্লেখ…
Read More
বাৰিষাৰ সময়ছোৱাৰ আয়ুৰ্বেদিক খাদ্য: বিশেষজ্ঞৰ পৰামৰ্শৰে প্ৰাকৃতিকভাৱে উজ্বল আৰু সুস্থ ছাল লাভ কৰক

বাৰিষাৰ সময়ছোৱাৰ আয়ুৰ্বেদিক খাদ্য: বিশেষজ্ঞৰ পৰামৰ্শৰে প্ৰাকৃতিকভাৱে উজ্বল আৰু সুস্থ ছাল লাভ কৰক

বাৰিষাই ছালত আৰ্দ্ৰতা আৰু নিস্তেজতা কঢ়িয়াই অনাৰ এই সময়ছোৱাত আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ মধুমিতা কৃষ্ণনে  উপৰুৱা দ্ৰুত-সংশোধনৰ পৰিৱৰ্তে প্ৰাকৃতিক, আভ্যন্তৰীণ চিকিৎসাৰ ফালে ঘূৰি অহাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডাঃ মধুমিতা কৃষ্ণনে  শৰীৰৰ দোষ—বাট, পিট্ট আৰু কফ—ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আলমণ্ড, ভেষজ চাহ, সেউজীয়া শাক-পাচলি আৰু হালধিৰ দৰে পুষ্টি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছে। ডাঃ কৃষ্ণনৰ মতে, বাট দোষৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰা আলমণ্ডে ছালৰ সজীৱতা আৰু কলাৰ পুষ্টিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তুলসী, আদা, কেম’মাইলৰ পৰা তৈয়াৰী ভেষজ চাহে শৰীৰক বিষমুক্ত কৰে, আনহাতে ডালিম আৰু নাচপতিৰ দৰে বতৰৰ ফলবোৰে হজম শক্তি বৃদ্ধি কৰে আৰু উজ্বলতা পুনৰ ঘূৰাই…
Read More
টিকেএম-এ হাইব্ৰিড এছইউভি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰৰ বাবে সীমিত সময়ৰ ‘প্ৰেষ্টিজ পেকেজ’ মুকলি কৰিছে

টিকেএম-এ হাইব্ৰিড এছইউভি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰৰ বাবে সীমিত সময়ৰ ‘প্ৰেষ্টিজ পেকেজ’ মুকলি কৰিছে

টয়োটা কিৰ্লস্কাৰ মটৰ(টিকেএম)-এ হাইব্ৰিড এছইউভি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰৰ বাবে সীমিত সময়ৰ ‘প্ৰেষ্টিজ পেকেজ’ মুকলি কৰিছে। ২০২৫ চনৰ জুলাই মাহৰ পৰা উপলব্ধ এই পেকেজত আছে ১০টা চিন্তাশীলভাৱে প্ৰস্তুত কৰা, ডিলাৰ-ফিট কৰা প্ৰকৃত আনুষংগিক সামগ্ৰী—হুডৰ প্ৰতীক(এম্বলেম) আৰু বডি ক্লেডিঙৰ পৰা আৰম্ভ কৰি ক্ৰ’ম গাৰ্নিচলৈকে—এছইউভিৰ নান্দনিকতা, স্থায়িত্ব আৰু পথৰ উপস্থিতি বৃদ্ধি কৰিবলৈ অনন্য ৰূপত ডিজাইন কৰা হৈছে। এই পদক্ষেপে ইতিমধ্যে আগন্তুক সামগ্ৰীসমূহত জীৱনশৈলীৰ উদ্ভাৱন যোগ কৰাৰ ক্ষেত্ৰত টয়োটাৰ সুলভ পদ্ধতিৰ সংকেত দিছে। আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰে ১.৫এল টিএনজিএ এটকিনছন চাইকেল ইঞ্জিন আৰু উন্নত ইলেক্ট্ৰিক মটৰৰ দ্বাৰা চালিত প্ৰথম ছেগমেণ্টৰ স্ব-চাৰ্জিং শক্তিশালী হাইব্ৰিড ইলেক্ট্ৰিক পাৱাৰট্ৰেইন প্ৰদান কৰিছে। টয়োটাৰ নিঅ’ ড্ৰাইভৰ মৃদু-হাইব্ৰিড ভেৰিয়েণ্ট আৰু বুদ্ধিদীপ্ত এডব্লিউডি…
Read More
মহিন্দ্ৰাই ৮.৯৪ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ বৈশিষ্ঠৰে ভৰপুৰ এক্সইউভি ৩এক্সঅ’ আৰিভিএক্স ছিৰিজৰ সৈতে সংপৃক্ত এছইউভি দৌৰত সবল খোজ

মহিন্দ্ৰাই ৮.৯৪ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ বৈশিষ্ঠৰে ভৰপুৰ এক্সইউভি ৩এক্সঅ’ আৰিভিএক্স ছিৰিজৰ সৈতে সংপৃক্ত এছইউভি দৌৰত সবল খোজ

ভাৰতৰ আগশাৰীৰ এছইউভি প্ৰস্তুতকৰ্তা মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে ৮.৯৪ লাখ (এক্স-শ্ব’ৰুম) মূল্যৰ পৰা উপলব্ধ বহু প্ৰত্যাশিত এক্সইউভি ৩X০ আৰিএভিএক্স ছিৰিজ মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে ১০ লাখ টকা মূল্যৰ অধীনত প্ৰিমিয়াম বৈশিষ্ট্য, বলিষ্ঠ ষ্টাইল আৰু শক্তিশালী প্ৰদৰ্শন প্ৰদান কৰা।আৰইভিএক্স ছিৰিজে এক্সইউভি ৩X০ৰ গতিৰ ওপৰত নিৰ্মাণ কৰিছে, যিয়ে শেহতীয়াকৈ এবছৰৰ কম সময়ৰ ভিতৰতে ১ লাখ খন বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে—যি হৈছে মহিন্দ্ৰাৰ এতিয়ালৈকে সৰ্বাধিক দ্ৰুত। নতুন বাহনসূচীত আছে তিনিটা ভেৰিয়েণ্ট আৰইভিএক্স এম, আৰইভিএক্স এম(অ')  আৰু আৰইভিএক্স লেডাৰেট আসন, ছানৰুফ বিকল্প, ছটা এয়াৰবেগৰ সৈতে উন্নত সুৰক্ষা ব্যৱস্থা আৰু শীৰ্ষ মডেলত টুইন এইচডি স্ক্ৰীন আৰু এড্ৰিনক্স কানেক্টৰ সৈতে প্ৰযুক্তিৰে ভৰপূৰ ইণ্টেৰিয়ৰ।…
Read More
৬ জুলাইৰ পৰা কম্বোডিয়া আৰু মালয়েছিয়া ভ্ৰমণ আৰম্ভ কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

৬ জুলাইৰ পৰা কম্বোডিয়া আৰু মালয়েছিয়া ভ্ৰমণ আৰম্ভ কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

আছিয়ান ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ কম্বোডিয়া আৰু মালয়েছিয়া দেশলৈ আনুষ্ঠানিক ভ্ৰমণসূচীৰে উৰা মাৰিলে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্পৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ৬ জুলাইত কম্বোডিয়াত উপস্থিত হৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় আৰু কম্বোডিয়াৰ গণ্যমান্য ব্যক্তিসকল, আইটিইচি আৰু আইচিচিআৰৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। ৭ জুলাইত মন্ত্ৰী মাৰ্ঘেৰিটাই কম্বোডিয়াৰ চিনেটৰ অধ্যক্ষ এইচ ই হুন চেন আৰু প্ৰধানমন্ত্ৰী এইচ ই হুন মানেটৰ সৈতে ভাৰত-কম্বোডিয়া উন্নয়ন অংশীদাৰিত্ব গভীৰ কৰাৰ পথসমূহৰ বিষয়ে আলোচনা কৰে। মহামহিম নৃপতি নৰোডম ছিহামণিৰ সৈতেও ৰাজকীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু সমগ্ৰ দেশবাসীৰ হৈ মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত নিজৰ…
Read More
ফিটনেছ, খাদ্য আৰু পৰিয়ালৰ পৰম্পৰা: সুস্থতাৰ পথত অভিভাৱকত্ব সন্দৰ্ভত য়াছমিন কৰাচিৱালা আৰু সোহা আলী খান

ফিটনেছ, খাদ্য আৰু পৰিয়ালৰ পৰম্পৰা: সুস্থতাৰ পথত অভিভাৱকত্ব সন্দৰ্ভত য়াছমিন কৰাচিৱালা আৰু সোহা আলী খান

বলীউডৰ জনপ্ৰিয় ফিটনেছ প্ৰশিক্ষক য়াছমিন কৰাচিৱালা আৰু অভিনেত্ৰী সোহা আলী খানে ভিন্ন জগতক প্ৰতিনিধিত্ব কৰিব পাৰে কিন্তু ফিটনেছ আৰু চলচ্চিত্ৰৰ ব্যস্ততাৰ মাজতো সন্তানক ডাঙৰ-দীঘল কৰাৰ কথা অহাৰ লগে লগে দৃষ্টিভংগী সুন্দৰকৈ সংগতি ৰাখে। তেওঁলোকৰ মতে, “সুস্থতা কোনো পৰিঘটনা নহয়; ই এক জীৱন-ধাৰণৰ পদ্ধতি”। আলমণ্ড আৰু বেৰী(ফলমূল)ৰ দৰে স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰাৰ পৰা আৰম্ভ কৰি সক্ৰিয় হৈ থকা, বাস্তৱসন্মত ৰুটিন আঁকোৱালি লোৱা আৰু পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটোৱালৈকে—দুয়োগৰাকীয়ে প্ৰকাশ কৰে যে কেনেকৈ নিজৰ ঘৰ আৰু জীৱন দুয়োটাতে ভাৰসাম্য সৃষ্টি কৰি চলি আহিছে। “মই নিশ্চিত কৰোঁ যে ইনায়া আৰু মোৰ প্ৰতিদিনে যাতে যিকোনো প্ৰকাৰে শাৰীৰিক গতিবিধি বা চলাচল হয়—সেয়া লাগিলে অলপ যোগাসনে…
Read More
আভিভা লাইফ ইঞ্চুৰেন্সে দুটা উল্লেখযোগ্য শাখা লাভ কৰিছে

আভিভা লাইফ ইঞ্চুৰেন্সে দুটা উল্লেখযোগ্য শাখা লাভ কৰিছে

আভিভা লাইফ ইঞ্চুৰেন্সে দুটা উল্লেখযোগ্য শাখা—জীৱন বীমা – ৰিটায়াৰমেণ্ট ইনকাম আৰু লাইফ ইঞ্চুৰেন্স – ইউএলআইপিত ২০২৫ বৰ্ষৰ সন্মানীয় প্ৰডাক্ট অৱ দ্য য়েৰ খিতাপ অৰ্জন কৰিছে। প্ৰডাক্ট অৱ দ্য য়েৰ ইণ্ডিয়াৰ ১৭ সংখ্যক সংস্কৰণৰ বাবে নীয়েলছনআইকিউৱে কৰা দেশজোৰা গ্ৰাহক সমীক্ষাৰ ভিত্তিত আভিভাক এই স্বীকৃতি প্ৰদান কৰা হৈছে। আভিভা চিগনেশ্বাৰ ইনক্ৰিজিং ইনকাম প্লেন আৰু আভিভা চিগনেশ্বাৰ ইনভেষ্টমেণ্ট প্লেন-ৰ বাবে নিৰ্দিষ্ট খণ্ডসমূহৰ ভিতৰত আটাইতকৈ উদ্ভাৱনীমূলক হিচাপে ভোট লাভ কৰিছিল, যাৰ বাবে আভিভাক দুটাকৈ স্বীকৃতি প্ৰদান কৰা হয়।  আভিভা ইণ্ডিয়াৰ চিইঅ’ আৰু এমডি অছিত ৰথে এই বিজয়ক প্ৰতিষ্ঠানটোৰ গ্ৰাহক-কেন্দ্ৰিক সামগ্ৰীৰ ডিজাইনৰ” শক্তিশালী বৈধতা “বুলি অভিহিত কৰে। প্ৰডাক্ট অৱ দ্য য়েৰ ইণ্ডিয়াৰ চিইঅ’ ৰাজ অৰোৰাই…
Read More
এইচপি-এ ভাৰতৰ সবাতোকৈ সুলভ মূল্যৰ পৰৱৰ্তী প্ৰজন্মৰ এআই পিচি মুকলি কৰাৰ কথা ঘোষণা কৰিছে

এইচপি-এ ভাৰতৰ সবাতোকৈ সুলভ মূল্যৰ পৰৱৰ্তী প্ৰজন্মৰ এআই পিচি মুকলি কৰাৰ কথা ঘোষণা কৰিছে

এইচপি-এ আজি ভাৰতৰ সবাতোকৈ সুলভ মূল্যৰ পৰৱৰ্তী প্ৰজন্মৰ এআই পিচি মুকলি কৰাৰ কথা ঘোষণা কৰিছে, আজি গ্ৰাহকৰ বাবে আনুষ্ঠানিকভাৱে এইচপি অমনিবুক ৫ আৰু অমনিবুক ৩ ছিৰিজ উন্মোচন কৰিছে। শিক্ষাৰ্থী, পেছাদাৰী আৰু দৈনন্দিন ব্যৱহাৰকাৰীসকলক লক্ষ্য কৰি প্ৰস্তুত কৰা নতুন লেপটপসমূহ প্ৰতি ছেকেণ্ডত ৪৫–৫০ ট্ৰিলিয়ন অপাৰেচন (টপছ) কৰিব পৰা এটা নিৰ্দিষ্ট এনপিইউকে ধৰি অত্যাধুনিক এআই সামৰ্থ্যৰে ভৰপূৰ, যিয়ে নিৰৱচ্ছিন্ন সঁহাৰি আৰু দক্ষতাৰ প্ৰতিশ্ৰুতি দিয়ে। কোৱালকম স্নেপড্ৰেগন এক্স প্লাছ প্ৰচেছৰৰ দ্বাৰা চালিত এইচপি অমনিবুক ৫-এ অতি-পাতল ডিজাইনত ৩৪ ঘণ্টালৈকে বিশ্বৰ আটাইতকৈ দীঘলীয়া কাৰ্যক্ষম বেটাৰী লাইফ প্ৰদান কৰিছে। ইফালে নতুন অমনিবুক ৩ ছিৰিজ এতিয়া এএমডি ৰাইজেন এআই ৩০০ প্ৰচেছৰৰ সৈতে সজ্জিত আৰু উন্নত প্ৰদৰ্শন…
Read More
অৰ্গেনিক ইণ্ডিয়া আৰু শচীন তেণ্ডুলকাৰে গ্ৰাহকসকলক ‘অৰ্গেনিক লেবেল’ ৰ উৰ্ধ্বলৈ গৈ নিৰীক্ষণ আৰু শেহতীয়া ‘চিৰ্ফ নাম ছে নহি, কাম ছে অৰ্গেনিক’ অভিযানত সত্যতাৰ প্ৰকৃত প্ৰমাণ বিচাৰিবলৈ উৎসাহিত কৰে

অৰ্গেনিক ইণ্ডিয়া আৰু শচীন তেণ্ডুলকাৰে গ্ৰাহকসকলক ‘অৰ্গেনিক লেবেল’ ৰ উৰ্ধ্বলৈ গৈ নিৰীক্ষণ আৰু শেহতীয়া ‘চিৰ্ফ নাম ছে নহি, কাম ছে অৰ্গেনিক’ অভিযানত সত্যতাৰ প্ৰকৃত প্ৰমাণ বিচাৰিবলৈ উৎসাহিত কৰে

টাটা কনজিউমাৰ প্ৰডাক্টছৰ ব্ৰেণ্ড অৰ্গেনিক ইণ্ডিয়াই ক্ৰিকেট তাৰকা শচীন টেণ্ডুলকাৰৰ সৈতে ‘ছিৰ্ফ নাম ছে নহি, কাম ছে অৰ্গেনিক’ শীৰ্ষক শেহতীয়া অভিযান আৰম্ভ কৰি গ্ৰাহকসকলক লেবেলৰ উৰ্ধ্বলৈ গৈ জৈৱিক সামগ্ৰীৰ সত্যাসত্য পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। জৈৱিক খাদ্যৰ প্ৰতি সজাগতা বৃদ্ধি পোৱাৰ লগে লগে প্ৰকৃততে জৈৱিক বুলিলে কি বুজায় বা জৈৱিক হয়নে নহয় সেই বিষয়ে বিভ্ৰান্তিও বাঢ়ি যায়। এই অভিযানৰ লক্ষ্য হৈছে গ্ৰাহকক সজাগ আৰু অৰ্গেনিক ইণ্ডিয়াৰ কঠোৰ গুণগত মানদণ্ডৰ ওপৰত আলোকপাত কৰা, য’ত বনৌষধিৰ ওপৰত ৬০০ৰো অধিক পৰীক্ষা, ২০০০+ কৃষকৰ পৰা প্ৰত্যক্ষ উৎস আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰচাৰ চলচ্চিত্ৰখনত টেণ্ডুলকাৰে দৰ্শকসকলক জৈৱিক দাবীৰ আঁৰৰ প্ৰামাণ্যতা পৰীক্ষা কৰিবলৈ আহ্বান…
Read More
পূব ভাৰতৰ জেন জেডে বীমা ভিত্তিক ৰিটায়াৰমেণ্ট প্লেনত ৬৩%ৰে দখল কৰিছে দেশৰ আগশাৰীৰ স্থান

পূব ভাৰতৰ জেন জেডে বীমা ভিত্তিক ৰিটায়াৰমেণ্ট প্লেনত ৬৩%ৰে দখল কৰিছে দেশৰ আগশাৰীৰ স্থান

পূব ভাৰতৰ ২১ৰ পৰা ২৯ বছৰ বয়সৰ কৰ্মৰত জেন জেডে অৱসৰ পৰিকল্পনাত উল্লেখযোগ্য দূৰদৰ্শিতা প্ৰদৰ্শন কৰিছে, ৬৩% লোকে জীৱন বীমাক অৱসৰ পৰিকল্পনাৰ মূল আহিলা হিচাপে গণ্য কৰে— এই পৰিসংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক, টাটা এআইএ লাইফ ইঞ্চুৰেন্স আৰু নীয়েলছনআইকিউৰ এক বিস্তৃত গৱেষণামূলক অধ্যয়ন অনুসৰি এই তথ্য প্ৰকাশ পাইছে। ‘নিউ এজ হেবিটছ, ট্ৰেডিচনেল ভেল্যুজ: জেন জেডৰ এপ্ৰ’চ টু ফাইনেন্সিয়েল প্লেনিং’ শীৰ্ষক এই অধ্যয়নত ২১–২৯ বছৰ বয়সৰ কৰ্মৰত জেন জেড যুৱক-যুৱতীৰ ওপৰত জৰীপ কৰা হৈছিল। এই প্ৰজন্মই পৰম্পৰাগত বিনিয়োগৰ পছন্দৰ সৈতে আগন্তুক চিন্তাধাৰাৰ বিত্তীয় পৰিকল্পনাৰ এক সুকীয়া মিশ্ৰণ প্ৰদৰ্শন কৰে। মূল তথ্যসমূহ: ইষ্ট ইণ্ডিয়া জেন জেডসকলে দীৰ্ঘম্যাদী সুৰক্ষা আৰু পৰম্পৰাগত সম্পদৰ মূল্যক অগ্ৰাধিকাৰ…
Read More