Business

সংস্কৃতি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীক উদযাপন

সংস্কৃতি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীক উদযাপন

সাংস্কৃতি ইউনিভাৰ্চিটীত আজি আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ দীক্ষান্ত সমাৰোহ (Convocation) অনুষ্ঠিত হয়। এই গৌৰৱোজ্জ্বল অনুষ্ঠানত নামিবিয়া, মিয়ানমাৰ, জিম্বাবৱে, টাঞ্জানিয়া, ঘানা আৰু ছুদান আদিৰ পৰা অহা ৩৫ গৰাকী আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁলোকে ইঞ্জিনিয়াৰিং, মেনেজমেন্ট, বিজ্ঞান, নার্চিং আৰু অন্যান্য শাখাত নিজৰ শিক্ষা সফলতাৰে সম্পূৰ্ণ কৰে। সমাৰোহৰ সূচনাত উপাচাৰ্য ডাঃ সচিন গুপ্তাই দীক্ষান্ত ভাষণ প্ৰদান কৰি কয়, “সাংস্কৃতি ইউনিভাৰ্চিটীৰ উদ্দেশ্য সদায় বিশ্বমানৰ শিক্ষা প্ৰদান আৰু ছাত্ৰ-ছাত্ৰীক গ্ল’বেল নাগৰিক হিচাপে গঢ়ি তোলাৰ। আমাৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ সাফল্য হৈছে এই দৃষ্টিভংগীৰ প্ৰতিফলন। আমি আশাবাদী, তেওঁলোকে নিজৰ ৰাষ্ট্ৰত জ্ঞান, নৈতিকতা আৰু দক্ষতাৰ জ্যোতি প্ৰজ্বলিত কৰি সমাজত এক নতুন দিশ সৃষ্টি কৰিব।” একাডেমিক ডীন…
Read More
টিভিএছএম-এ মুকলি কৰিলে ৰাজপথৰ সৰ্বোত্তম অস্ত্ৰ—২০২৫ টিভিএছ আপাচি আৰটিআৰ ৩১০

টিভিএছএম-এ মুকলি কৰিলে ৰাজপথৰ সৰ্বোত্তম অস্ত্ৰ—২০২৫ টিভিএছ আপাচি আৰটিআৰ ৩১০

টিভিএছ মটৰ কোম্পানীয়ে ধ্বজাবাহী নেকড ষ্ট্ৰীট বাইকৰ ২০২৫ বৰ্ষৰ সংস্কৰণ টিভিএছ আপাচি আৰটিআৰ ৩১০ মুকলি কৰিছে, যিয়ে অত্যাধুনিক প্ৰযুক্তি, বলিষ্ঠ ষ্টাইল আৰু ছেগমেণ্টৰ প্ৰথম বৈশিষ্ট্যৰে পথৰ প্ৰদৰ্শনক ন ৰূপত সংজ্ঞায়িত কৰিছে। ২.৩৯ লাখৰ পৰা ২.৭৫ লাখ (এক্স-শ্ব’ৰুম)লৈ মূল্যৰ এই নতুন মডেলটো ১৬ জুলাইত বেংগালুৰুত মুকলি কৰা হৈছিল আৰু এতিয়া গুৱাহাটীকে ধৰি প্ৰধান মেট্ৰ’চহৰসমূহত উপলব্ধ। এটা অ'বিডি২বি-সংগতিপূৰ্ণ ইঞ্জিনৰ সৈতে সজ্জিত, আৰটিআৰ ৩১০-এ বাস্তৱ সময়ৰ নিৰ্গমন নিৰীক্ষণ, তাৎক্ষণিক সঁহাৰি আৰু বহু-ভাষী ইউআইৰ সৈতে এটা জেন-২ ডিজিটেল ক্লাষ্টাৰ প্ৰদান কৰিছে। ৰাইডাৰসকলে ফেক্টৰী-কাষ্টমাইজড বিল্ট-টু-অৰ্ডাৰ (বিটিঅ') সংস্কৰণৰ বিকল্পও গ্ৰহণ কৰিব পাৰে, য'ত কৰ্নাৰিং ড্ৰেগ টৰ্ক কণ্ট্ৰল, লঞ্চ কণ্ট্ৰল আৰু কি-লেছ ৰাইডৰ দৰে উচ্চ-কাৰ্যক্ষম এড-অন বৈশিষ্ট্যসমূহ…
Read More
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে আয়োজন কৰিব বিশ্ব স্বাস্থ্যকৰ কৰ্মস্থান সন্মিলন তথা বঁটা প্ৰদান অনুষ্ঠান

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে আয়োজন কৰিব বিশ্ব স্বাস্থ্যকৰ কৰ্মস্থান সন্মিলন তথা বঁটা প্ৰদান অনুষ্ঠান

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে দ্য গ্লবেল চেণ্টাৰ ফৰ হেল্থী ৱৰ্কপ্লেচ(জিচিএইচডব্লিউ) আৰু আৰোগ্য ৱৰ্ল্ডৰ সহযোগত ২০–২১ নৱেম্বৰত মুম্বাইৰ গড্ৰেজ ৱানত আয়োজন কৰা হৈছে সন্মানীয় গ্লবেল হেল্থী ৱৰ্কপ্লেচ ছামিট এণ্ড এৱাৰ্ডছৰ। এই বিশ্বজনীন অনুষ্ঠানটো ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব, য’ত স্বাস্থ্যসেৱাৰ নেতৃত্ব, উদ্যোগ বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি কৰ্মক্ষেত্ৰৰ সুস্থতাক ন ৰূপত সংজ্ঞায়িত কৰা হ’ব। এই সন্মিলনত বিশ্বব্যাপী সৰ্বোত্তম পদ্ধতি আৰু ভাৰতৰ আগশাৰীৰ কৰ্পৰেট সুস্থতা মডেলসমূহ প্ৰদৰ্শন কৰা হ’ব। গুৰুত্ব প্ৰদান কৰা ক্ষেত্ৰসমূহৰ ভিতৰত আছে অ-সংক্ৰামক ৰোগ প্ৰতিৰোধ, মানসিক স্বাস্থ্য সমৰ্থন, ইএছজি-সংলগ্ন স্বাস্থ্য কৌশল আৰু আৰোগ্য ৱৰ্ল্ডৰ মাইথালি পুষ্টি আৰু ধঁপাতমুক্ত কৰ্মক্ষেত্ৰৰ পদক্ষেপৰ দৰে কাৰ্যসূচী আদি। ইয়াৰ লগতে ২০২৫ চনৰ বিশ্বজুৰি আটাইতকৈ…
Read More
বানপীড়িত বাহনৰ গৰাকীসকলৰ বাবে নিছান মটৰ ইণ্ডিয়াই ঘোষণা কৰিছে পূৰ্ণাংগ ছাপৰ্ট প্ৰগ্ৰাম

বানপীড়িত বাহনৰ গৰাকীসকলৰ বাবে নিছান মটৰ ইণ্ডিয়াই ঘোষণা কৰিছে পূৰ্ণাংগ ছাপৰ্ট প্ৰগ্ৰাম

নিছান মটৰ ইণ্ডিয়াই সমগ্ৰ ভাৰতৰ কেইবাটাও অঞ্চলৰ শেহতীয়াকৈ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাহকক সহায় কৰিবলৈ এক ব্যাপক সহায়ক পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাহকৰ যত্নৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰি প্ৰতিষ্ঠানটোৱে এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত সন্মুখীন হোৱা অসুবিধাসমূহ লাঘৱ কৰাৰ লক্ষ্যৰে একাধিক সেৱা আগবঢ়াইছে। শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাহকৰ বাবে নিছানে এক ব্যাপক সহায় কাৰ্যসূচী আৰম্ভ কৰিছে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত বাহনসমূহৰ ক্ষেত্ৰত সহায় কৰিবলৈ এটা নিৰ্দিষ্ট হেল্পডেস্ক (১৮০০ ২০৯ ৩৪৫৬) স্থাপন কৰা হৈছে। এই পদক্ষেপত আক্ৰান্ত বাহনসমূহক নিকটতম অনুমোদিত নিছান ৱৰ্কশ্বপলৈ বিনামূলীয়াকৈ টানি অনা, সেৱাৰ সময় বৃদ্ধি কৰা আৰু বীমা দাবীৰ সৈতে সমৰ্থন, অতিৰিক্ত মাচুল ৰেহাই অফাৰ আগবঢ়াইছে। সেৱা সমৰ্থনৰ লগতে নিছানে ইঞ্জিন অইল…
Read More
সজাগতা সৃষ্টি আৰু ‘ভাৰতত দত্তক গ্ৰহণ’ ক উৎসাহিত কৰিবলৈ মহান পদক্ষেপ হাতত লৈছে ম’মছ মেজিকে

সজাগতা সৃষ্টি আৰু ‘ভাৰতত দত্তক গ্ৰহণ’ ক উৎসাহিত কৰিবলৈ মহান পদক্ষেপ হাতত লৈছে ম’মছ মেজিকে

বছৰ বছৰ ধৰি আইটিচিৰ প্ৰিয় কুকিজ ব্ৰেণ্ড - ছানফিষ্ট ম'মছ মেজিকে কেৱল সুস্বাদু কুকিজৰ বাবে নিজকে প্ৰতিষ্ঠিত আৰু সমৰ্পিত কৰি আহিছে—ম'মছ মেজিকে মাতৃত্বৰ সাৰমৰ্মক উদযাপন কৰি আহিছে, প্ৰতিটো শিশুৰ জীৱনৰ “আটাইতকৈ উষ্ণ মহাশক্তি” হিচাপে মাতৃসকলক সন্মান প্ৰদৰ্শন কৰি আহিছে। এই আস্থাৰ ওপৰত অটল থাকি এই বছৰ ম'মছ মেজিকে সজাগতা বৃদ্ধি আৰু ‘ভাৰতত দত্তক গ্ৰহণ’ক উৎসাহিত কৰাৰ এক সুদূৰপ্ৰসাৰী উদ্দেশ্য হাতত লৈছে। ‘নো ম’ৰ মিছড কল’, ‘হাগ হাৰ ম’ৰ’ আৰু ‘উইল অৱ চেঞ্জ’ৰ দৰে শক্তিশালী প্ৰচাৰ অভিযানৰ পিছত ব্ৰেণ্ডটোৱে দত্তক গ্ৰহম কৰা মাতৃসকলক কেন্দ্ৰ কৰি সমাজৰ পক্ষপাতিত্বৰ বিৰুদ্ধে এক শক্তিশালী দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ প্ৰয়াস অব্যাহত ৰাখিছে, প্ৰতিগৰাকী এনে মাতৃয়ে প্ৰাপ্য সন্মান আৰু…
Read More
কিং অৱ বলীউড শ্বাহৰুখ খানৰ সৈতে এক ৰোমাঞ্চকৰ যাত্ৰাৰ আৰম্ভণিৰ কথা ঘোষণা আইটিচিৰ ছানফিষ্ট ৱাওজাৰ্ছে

কিং অৱ বলীউড শ্বাহৰুখ খানৰ সৈতে এক ৰোমাঞ্চকৰ যাত্ৰাৰ আৰম্ভণিৰ কথা ঘোষণা আইটিচিৰ ছানফিষ্ট ৱাওজাৰ্ছে

আইটিচিৰ ছানফিষ্ট ৱাওজাৰ্ছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক ব্ৰেণ্ড এণ্ডাৰছাৰ হিচাপে অনন্য ৰূপত তুলি ধৰিছে, যাৰ লক্ষ্য হৈছে গ্ৰাহকৰ সংযোগ গভীৰ কৰি তোলাৰ এক সতেজ মনোমোহা ৰূপেৰে সকলোকে আপ্লুত কৰা। সুস্বাদু চীজি ফ্লেভাৰ আৰু অনন্য ১৪ স্তৰৰ ক্ৰিস্পী টেক্সচাৰৰ বাবে সকলোৰে মাজত পৰিচিত ক্ৰেকাৰ ব্ৰেণ্ডটোৱে প্ৰতিটো কামোৰতে “ৱাও”ৰ প্ৰতিশ্ৰুতিৰে স্নেকিং অভিজ্ঞতাক ন ৰূপত সংজ্ঞায়িত কৰিছে। অগিলভিৰ কল্পনাৰে প্ৰস্তুত কৰা আৰু ডিজিটেল প্লেটফৰ্মত আৰম্ভ কৰা এই অভিযানত শ্বাহৰুখ খানৰ সাৰ্বজনীন ৰূপক টেগলাইনৰ অধীনত প্ৰদৰ্শন কৰা হৈছে “ইছকে হৰ বাইট ম্যে হ্যে ৱাও!”। অভিনেতাজনৰ সহযোগিতাই ব্ৰেণ্ডৰ আৱেদন দুগুণ বৃদ্ধি কৰিবলৈ আৰু ছানফিষ্ট ৱাওজাৰ্ছক আনন্দদায়ক স্নেকাৰসকলৰ বাবে শীৰ্ষ পছন্দ হিচাপে গঢ়ি তুলিবলৈ সাজু হৈছে।…
Read More
ফুড ফেষ্ট ২.০ত সুস্বাদু খাদ্যৰ অন্বেষণ উদযাপন ফ্লিপকাৰ্টৰ

ফুড ফেষ্ট ২.০ত সুস্বাদু খাদ্যৰ অন্বেষণ উদযাপন ফ্লিপকাৰ্টৰ

ফ্লিপকাৰ্টে ৮-৯ জুলাইত বেংগালুৰু কেম্পাছত আয়োজন কৰে ফুড ফেষ্ট ২০২৫ৰ সজীৱ দ্বিতীয় সংস্কৰণৰ, য’ত ভাৰতৰ ভোজন বিলাসী সংস্কৃতিৰ বিকাশশীল ৰুচি প্ৰদৰ্শন কৰা হৈছিল। এই অনুষ্ঠানে ২৫,০০০ৰো অধিক লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হয়, ৪০তকৈও অধিক এনগেজমেণ্ট জ’ন, ১০টা নতুন ব্ৰেণ্ডৰ শুভাৰম্ভণি আৰু ১০০ মিলিয়নতকৈ অধিক অনলাইন দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হয়। চেলিব্ৰিটি চেফ ৰণবীৰ ব্ৰাৰ আৰু পূজা ধিংৰাই ৰাহুল সুব্ৰমণিয়ামৰ ষ্টেণ্ড আপ অভিনয় আৰু ৰোজমেৰী এণ্ড দ্য হাৰ্বছৰ পোনপটীয়া সংগীতানুষ্ঠানৰ সমান্তৰালভাৱে ৰন্ধনৰ মাষ্টাৰক্লাছৰ জৰিয়তে উৎসৱক অনন্য মাত্ৰা প্ৰদান কৰে। খাদ্য অন্বেষণক মনোৰঞ্জনৰ সৈতে সংমিশ্ৰণ ঘটাই প্ৰভাৱশালী আৰু শীৰ্ষ ক্ৰিয়েটৰসকলক আকৰ্ষণ কৰিবলৈ ১০০০ৰো অধিক বিষয়বস্তু প্ৰস্তুত কৰিবলৈ ডিজাইন কৰা হৈছিল। চুগাৰ ফ্ৰী,…
Read More
আভিভা ইণ্ডিয়াই আগবঢ়াইছে “আভিভা ভাৰত বাল বিকাশ যোজনা”

আভিভা ইণ্ডিয়াই আগবঢ়াইছে “আভিভা ভাৰত বাল বিকাশ যোজনা”

আভিভা ইণ্ডিয়াই গ্ৰামাঞ্চল আৰু অৰ্ধনগৰীয়া অঞ্চলৰ পৰিয়ালসমূহক সন্তানৰ ভৱিষ্যতৰ দিনবোৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে নতুন জীৱন বীমা সঞ্চয় পৰিকল্পনা আভিভা ভাৰত বাল বিকাশ প্লেন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। প্ৰতিমাহে মাত্ৰ ১,০০০ টকাৰ পৰা আৰম্ভ হোৱা সুলভ মূল্যৰ প্ৰিমিয়ামৰ এই প্লেনে জীৱন বীমাৰ আৱৰণ আৰু নিশ্চিত মেচ্যৰিটীৰ সুবিধাৰ এক অনন্য মিশ্ৰণ প্ৰদান কৰে। শিশুৰ উচ্চ শিক্ষা, দক্ষতা বিকাশ বা ব্যৱসায়িক আকাংক্ষাৰ বাবে পৰিকল্পনা কৰা অভিভাৱকসকলৰ বাবে প্ৰস্তুত কৰা এই পলিচীয়ে ৩ৰ পৰা ৫০ বছৰ বয়সৰ ব্যক্তিসকলক ১২ৰ পৰা ৩০ বছৰৰ ভিতৰত আৰু ৮০ বছৰ বয়সলৈকে আৱৰণৰ সুবিধা আগবঢ়ায়। নমনীয় প্ৰিমিয়াম পেমেণ্ট —মাহেকীয়া, ত্ৰিমাসিক, ছমহীয়া বা বছৰেকীয়া বিকল্পসমূহে এই…
Read More
পাৰ্কিনছন ৰোগ আৰু অন্যান্য চলাফুৰাৰ সমস্যা-বিকাৰগ্ৰস্ততাৰ বাবে গভীৰ মগজুৰ উদ্দীপনা বা ডিপ ব্ৰেইন ষ্টিমুলেচনডিবিএছ) চিকিৎসাৰ অগ্ৰগতি

পাৰ্কিনছন ৰোগ আৰু অন্যান্য চলাফুৰাৰ সমস্যা-বিকাৰগ্ৰস্ততাৰ বাবে গভীৰ মগজুৰ উদ্দীপনা বা ডিপ ব্ৰেইন ষ্টিমুলেচনডিবিএছ) চিকিৎসাৰ অগ্ৰগতি

পাৰ্কিনছন ৰোগ(পিডি)ৰ এক অৱক্ষয়জনিত স্নায়ৱিক অৱস্থাৰ মুখ্য সঞ্চালন লক্ষণসমূহৰ ভিতৰত অন্যতম  কঁপনি, জঠৰতা, ব্ৰেডিকিনেছিয়া (মন্থৰ গতি) আৰু অংগবিন্যাসৰ অস্থিৰতা আদি।  মগজুৰ ছাবষ্টেন্সিয়া নাইগ্ৰাত ডপামিন উৎপাদনকাৰী নিউৰন নোহোৱা বা হ্ৰাস হ’লে এই লক্ষণসমূহৰ সৃষ্টি হয় কাৰণ ই গতি নিয়ন্ত্ৰণ কৰা মগজুৰ বৰ্তনীত নিয়মীয়া যোগাযোগত বাধা জন্মায়। মটৰজনিত সমস্যাৰ লগতে পাৰ্কিনছন ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ নন-মটৰ লক্ষণসমূহৰ ভিতৰত অস্বস্তি, সঘনাই প্ৰস্ৰাৱ আৰু টোপনিত ব্যাঘাত আদি লক্ষণো থাকিব পাৰে।  সাধাৰণতে অধ্যাপক ডাঃ ৰূপম বৰগোহাঁইয়ে কয় যে, চলা-ফুৰাৰ প্ৰতিবন্ধকতাবোৰৰ ভিতৰত বহুতো স্নায়ৱিক সমস্যা অন্তৰ্ভুক্ত থাকে যি স্বেচ্ছামূলক আৰু অনিচ্ছাকৃত দুয়োটা গতিবিধিক প্ৰভাৱিত কৰে। এই অৱস্থাবোৰৰ ভিতৰত আছে টিআইচিএছ, মায়’ক্লনাছ, ট’ৰেট চিনড্ৰম, এচেঞ্চিয়েল ট্ৰেমৰ আৰু ডাইষ্টনিয়া…
Read More
টয়োটা কিৰ্লোস্কাৰ মটৰৰ ৬টা এয়াৰবেগসম্পন্ন ষ্টেণ্ডাৰ্ড আৰু নতুন সামগ্ৰীৰে ভৰপূৰ গ্লাঞ্জাৰ “প্রেস্টিজ এডিচন” মুকলি কৰাৰ কথা ঘোষণা

টয়োটা কিৰ্লোস্কাৰ মটৰৰ ৬টা এয়াৰবেগসম্পন্ন ষ্টেণ্ডাৰ্ড আৰু নতুন সামগ্ৰীৰে ভৰপূৰ গ্লাঞ্জাৰ “প্রেস্টিজ এডিচন” মুকলি কৰাৰ কথা ঘোষণা

টয়োটা কির্লস্কাব মটবে (টিকেএম) টয়োটা গ্লাঞ্জাৰ সকলো ভেৰিয়েন্টতে ষ্টেণ্ডার্ড হিচাপে ছটা এয়াৰবেগ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই শেহতীয়া সন্নিৱিষ্টিকৰণে ভাৰতীয় অটো বজাৰত বৃদ্ধি পোৱা ট্রেণ্ডক প্রতিফলিত কৰিছে য'ত গ্রাহকৰ পছন্দ সুৰক্ষা সজ্জিত, মূল্য-চালিত মডেলৰ দিশে স্থানান্তৰিত হৈছে। গ্রাহকৰ আবেদন আৰু অধিক বৃদ্ধি কৰিবলৈ টিকেএমে সীমিত সময়ৰ 'প্রেস্টিজ পেকেজ' মুকলি কৰিছে। যি ২০২৫ চনৰ৩১ জুলাইলৈকে উপলব্ধ। এই পেকেজটোত ডিলাব-ফিট কৰা আনুষংগিক সামগ্রী যেনে প্রিমিয়াম ড'ৰ ভাইজাৰ, ক্ৰ'ম-এচেন্টেড বডী মল্ডিং, আলোকিত ড'ৰ চিল আৰু পিছফালৰ স্কিড প্লেট আদি অন্তর্ভুক্ত কৰা হৈছে। যাৰ লক্ষ্য হৈছে নান্দনিকতা আৰু আবাম দুয়োটাই সমানে উন্নত কৰা। ছয় বছৰত দুলাখতকৈ অধিক বাহন বিক্ৰীৰ লগে লগে গ্লাঞ্জাই এতিয়াও শক্তিশালী…
Read More