Business

উত্তৰ-পূৰ্বাঞ্চলত উজ্জীৱিত হৈছে ৰিয়েল এষ্টেট খণ্ড; ব্যতিক্ৰম কনক্লেভ ২.০ত প্ৰদৰ্শিত হয় নগৰীয়া বিকাশৰ উত্থান

উত্তৰ-পূৰ্বাঞ্চলত উজ্জীৱিত হৈছে ৰিয়েল এষ্টেট খণ্ড; ব্যতিক্ৰম কনক্লেভ ২.০ত প্ৰদৰ্শিত হয় নগৰীয়া বিকাশৰ উত্থান

উত্তৰ-পূর্বাঞ্চলৰ ৰিয়েল এষ্টেট উদ্যোগৰ  অগ্রগতি আৰু নতুন দিশ নির্দেশনা প্রদানৰ লক্ষ্যৰে ব্যতিক্রম আৰু টাইমস অফ ইন্ডিয়াৰ উদ্যোগত দ্বিতীয়বাৰলৈ অনুস্থিত  হ'ল 'ব্যতিক্রম ৰিয়েল এস্টেট কনক্লেভ ২.০। গুৱাহাটী খানাপাৰাস্থিত হোটেল ভিভান্টাত, ২৫ জুলাই পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হয়  এই কনক্লেভ ।  অনুষ্ঠানত সহযোগিতা আগবঢ়াইছিল এছ আৰ এম বি , নেডফি , এছ বি আই, অম্বুজা নেওটিয়া, শ্ৰী বালাজী পন্থানীৱাছ, আৰু আই ডি এফ চি  বেংক । লগতে সংবাদ মাধ্যমৰ অংশীদাৰ মিৰ্চি ৯৫, প্ৰাগ নিউজ, ইষ্টাৰ্ন ক্ৰনিকল, শিৱ মিডিয়া, আৰু ব্যাতিক্ৰম ডিজিটেলে এই কনক্লেভটোক সক্ৰিয়ভাৱে প্ৰচাৰ সহযোগ কৰে । অনুষ্ঠানত আৰম্ভণিতে  ৰাজ্যিক সংগীত আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান জনাই আমন্ত্ৰণীয় অতিথিৰ দ্বাৰা এগছি…
Read More
ভাৰততে প্ৰস্তুত নিছান মেগনাইটে নিশ্চিত কৰিছে জিএনচিএপিৰ ৫ ষ্টাৰ নিৰাপত্তা ৰেটিং, আৰোহীৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন স্থাপন কৰিলে মানদণ্ড

ভাৰততে প্ৰস্তুত নিছান মেগনাইটে নিশ্চিত কৰিছে জিএনচিএপিৰ ৫ ষ্টাৰ নিৰাপত্তা ৰেটিং, আৰোহীৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন স্থাপন কৰিলে মানদণ্ড

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে গ্লবেল নিউ কাৰ এচেছমেণ্ট প্ৰগ্ৰেম(জিএনচিএপি)ৰ দ্বাৰা নতুন নিছান মেগনাইটক ৫ ষ্টাৰ সামগ্ৰিক সুৰক্ষা ৰেটিং প্ৰদান কৰাৰ কথা সদৰি কৰিবলৈ পাই অতিশয় আনন্দিত হৈছে। চেন্নাইস্থিত প্লাণ্টত নিৰ্মাণ কৰা নতুন নিছান মেগনাইটক আৰএইচডি আৰু এলএইচডি বজাৰৰ বাবে নিছান মটৰ ইণ্ডিয়াৰ ‘ৱান কাৰ, ৱান ৱৰ্ল্ড’ দৰ্শনৰ অধীনত ৬৫+ দেশলৈ ৰপ্তানি কৰা হয়। ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োখন দেশতে বিক্ৰী হোৱা নতুন নিছান মেগনাইট (আৰ এইচ ডি) স্পেক জিএনচিএপি-এ পৰীক্ষা কৰিছিল আৰু প্ৰাপ্তবয়স্ক যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত ৫ ষ্টাৰ ৰেটিং আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৩ ষ্টাৰ ৰেটিং লাভ কৰি যাত্ৰীসকলৰ বাবে সামগ্ৰিকভাৱে ৫ ষ্টাৰ সুৰক্ষা ৰেটিং সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।নতুন…
Read More
অসমত ৫০গৰাকী এমডিআৰটি যোগ্যতাসম্পন্ন এজেণ্ট পঞ্জীয়ন কৰি শক্তিশালী এজেন্সী বিতৰণ সক্ষমতা প্ৰদৰ্শন টাটা এআইএৰ

অসমত ৫০গৰাকী এমডিআৰটি যোগ্যতাসম্পন্ন এজেণ্ট পঞ্জীয়ন কৰি শক্তিশালী এজেন্সী বিতৰণ সক্ষমতা প্ৰদৰ্শন টাটা এআইএৰ

টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(টাটা এআইএ)-এ অসমত ৫০ মিলিয়ন ডলাৰৰ ৰাউণ্ড টেবুল(এমডিআৰটি)-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰি বিত্তীয় পৰামৰ্শদাতা উৎকৰ্ষতাৰ ক্ষেত্ৰত নিজৰ নেতৃত্ব সুদৃঢ় কৰি তুলিছে, য’ত ২টা এমডিআৰটি, ৬টা ক’ৰ্ট অৱ দ্য টেবুল(চিঅ’টি), আৰু এটা টপ অৱ দ্য টেবুল (টিঅ’টি) কোৱালিফায়াৰ অৰ্জন কৰিছে। এই আঞ্চলিক কৃতিত্বই উত্তৰ-পূৰ্বাঞ্চলত কোম্পানীটোৰ ক্ৰমবৰ্ধমান স্থান প্ৰতিফলিত কৰে, যিয়ে গুণগত বিত্তীয় নিৰ্দেশনাৰ প্ৰবল চাহিদাক উজ্বল কৰি তুলিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত টাটা এআইএই ২,৮৭১টা এমডিআৰটি কোৱালিফায়াৰেৰে অভিলেখ গঢ়ি ১১% বৃদ্ধিৰে একেৰাহে তৃতীয় বছৰৰ বাবে এমডিআৰটি ৰেংকিঙত ভাৰতৰ ১ নং জীৱন বীমা প্ৰতিষ্ঠান হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। বিশ্বব্যাপী কোম্পানীটোৱে ৬ নম্বৰৰ পৰা ৪ৰ্থ স্থানলৈ নিজৰ স্থান উন্নীত কৰিছে।…
Read More
উত্তৰ-পূৰ্বাঞ্চলৰ বৈদ্যুতিক বাহন খণ্ডত চমক সৃষ্টি কৰিবলৈ এ প্লাছ চাৰ্জ আৰু এথাৰ এনাৰ্জীৰ সহযোগিতা

উত্তৰ-পূৰ্বাঞ্চলৰ বৈদ্যুতিক বাহন খণ্ডত চমক সৃষ্টি কৰিবলৈ এ প্লাছ চাৰ্জ আৰু এথাৰ এনাৰ্জীৰ সহযোগিতা

এ প্লাছ চাৰ্জে দুচকীয়া বৈদ্যুতিক বাহনৰ আগশাৰীৰ প্ৰতিষ্ঠান এথাৰ এনাৰ্জীৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাই অঞ্চলটোত ইভি বাহন ব্যৱহাৰৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ লক্ষ্যৰে প্ৰধান চহৰসমূহ আৰু ট্ৰেনজিট কৰিডৰসমূহত উন্নত দ্ৰুত চাৰ্জিং আন্তঃগাঁথনি নিয়োগ কৰাত গুৰুত্ব আৰোপ কৰিব।এ প্লাছ চাৰ্জৰ দ্বাৰা চালিত এই চাৰ্জাৰসমূহে সকলো লাইট ইলেক্ট্ৰিক কম্বাইণ্ড চাৰ্জিং চিষ্টেম (এলইচিচিএছ)-কম্পেটিবল লাইট ইলেক্ট্ৰিক বাহন(এলইভি)সমূহো সমৰ্থন কৰিব। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু শিলিগুৰিত প্ৰথমে শুভাৰম্ভ কৰা হ’ব, পিছলৈ যোৰহাট, ডিমাপুৰ, আগৰতলা আৰু অন্যান্য সম্ভাৱনাপূৰ্ণ চহৰলৈ সম্প্ৰসাৰিত হ’ব।অন্তিম স্থানলৈ ব্যৱস্থাপনা, ডেলিভাৰী সেৱা আৰু নগৰীয়া যাত্ৰীসকলৰ মাজত বহনক্ষম পৰিবহণৰ বৰ্ধিত চাহিদাৰ ফলত ইভি আন্তঃগাঁথনি বিনিয়োগৰ বাবে ই এক কৌশলগত বিকল্প হৈ…
Read More
টিভিএছ মটৰে মাৰ্ভেল-অনুপ্ৰাণিত এনটৰ্ক ১২৫ ছুপাৰ চ’লজাৰ সংস্কৰণ মুকলিৰে যুৱ খণ্ডক প্ৰদান কৰিছে অনন্য চমক

টিভিএছ মটৰে মাৰ্ভেল-অনুপ্ৰাণিত এনটৰ্ক ১২৫ ছুপাৰ চ’লজাৰ সংস্কৰণ মুকলিৰে যুৱ খণ্ডক প্ৰদান কৰিছে অনন্য চমক

টিভিএছ মটৰ কোম্পানীয়ে মাৰ্ভেল এভেঞ্জাৰ্ছ ছুপাৰ স্কোৱাড ছিৰিজৰ শেহতীয়া সংযোজন টিভিএছ এনটৰ্ক ১২৫ ছুপাৰ চ’লজাৰ এডিচন মুকলি কৰিছে। আইকনিক চৰিত্ৰ কেপ্তেইন আমেৰিকাৰ পৰা অনুপ্ৰাণিত হৈ নতুন সংস্কৰণটোত জেনজেড গ্ৰাহকৰ সৈতে অনুৰণন ঘটাব পৰাকৈ ডিজাইন কৰা এটা দুৰ্দান্ত কেম’ থিমৰ বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে।মাৰ্ভেলৰ সৈতে সহযোগিতাৰ সফলতাৰ ওপৰত ভিত্তি কৰি টিভিএছে আড়ম্বৰপূৰ্ণ আৰু উচ্চ-পাৰদৰ্শিতাৰ স্কুটাৰৰ জৰিয়তে অনুৰাগীৰ প্ৰিয় ছুপাৰহিৰোসকলক ন ৰূপত কল্পনা কৰি গ্ৰাহকৰ বাবে অনন্য ৰূপত আগবঢ়াইছে। শেহতীয়া ছুপাৰ চ’লজাৰ সংস্কৰণে ক্ৰীড়াসুলভ নান্দনিকতাৰ সৈতে ছুপাৰহিৰো ফ্লেয়াৰৰ মিশ্ৰণ কৰি আকৰ্ষণীয় গ্ৰাফিক্সৰ সৈতে টিভিএছ এনটৰ্কৰ গতিশীল আকৰ্ষণ বৃদ্ধি কৰিছে।ভাৰতৰ প্ৰথমখন ব্লুটুথ সংযুক্ত স্মাৰ্ট স্কুটাৰ, টিভিএছ এনটৰ্ক ১২৫ স্মাৰ্টএক্সনেক্টটিএমৰ দ্বাৰা চালিত আৰু ইয়াৰ…
Read More
ঘৰতে চলচ্চিত্ৰৰ আমেজ ল’ব বিচৰাসকলৰ বাবে ৯৮ ইঞ্চিৰ ব্ৰেভিয়া ৫ টিভিৰ জৰিয়তে ছুপাৰ চাইজ টিভি বজাৰত আত্মপ্ৰকাশ চ’নী ইণ্ডিয়াৰ

ঘৰতে চলচ্চিত্ৰৰ আমেজ ল’ব বিচৰাসকলৰ বাবে ৯৮ ইঞ্চিৰ ব্ৰেভিয়া ৫ টিভিৰ জৰিয়তে ছুপাৰ চাইজ টিভি বজাৰত আত্মপ্ৰকাশ চ’নী ইণ্ডিয়াৰ

চ’নী ইণ্ডিয়াই আইকনিক ব্ৰেভিয়া টেলিভিছন সূচীৰ আটাইতকৈ ডাঙৰ আৰু সবাতোকৈ নিমজ্জিত সংযোজন হিচাপে বহু প্ৰত্যাশিত ২৪৯ চে.মি.(৯৮) ব্ৰেভিয়া ৫ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ব্ৰেভিয়া ৫ কেৱল এটা টেলিভিছন নহয়—ই সম্পূৰ্ণ দৃশ্যগত ভোগ-বিলাসৰ বাবে প্ৰস্তুত কৰা চিনেমেটিক কেনভাছ। ইয়াৰ বিস্তৃত ৯৮ ইঞ্চিৰ পৰ্দাই মন্ত্ৰমুগ্ধকৰ দৃশ্যপট প্ৰদান কৰে, আনহাতে কগনিটিভ প্ৰচেছৰ এক্সআৰে মানুহৰ ধাৰণাক প্ৰতিফলিত কৰিবলৈ বিৱৰণ, ৰং আৰু গতি সুক্ষ্মতাৰে সামঞ্জস্য কৰে। ডলবী ভিজন আৰু এটমছে বহুমাত্ৰিক স্পষ্টতা আৰু নিমজ্জনিত চাৰাউণ্ড ছাউণ্ড যোগ কৰে, যিয়ে এক প্ৰকৃত চলচ্চিত্ৰ গৃহৰ শব্দৰ প্ৰতিলিপি প্ৰস্তুত কৰে। চ’নী পিক্সাচাৰ্ছ ক’ৰ-ৰ সৈতে আপোনাৰ লিভিং ৰুমটো এটা ব্যক্তিগত স্ক্ৰীনিং লাউঞ্জ হৈ পৰে, যিয়ে ষ্টুডিঅ’-মানদণ্ডৰ ব্লকবাষ্টাৰসমূহ সম্পূৰ্ণ…
Read More
ভাৰতত মটৰক্ৰীড়াক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সাজু হোৱা ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ ছিজন ২ৰ আনুষ্ঠানিকভাৱে উন্মোচন ছলমান খানৰ

ভাৰতত মটৰক্ৰীড়াক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সাজু হোৱা ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ ছিজন ২ৰ আনুষ্ঠানিকভাৱে উন্মোচন ছলমান খানৰ

বলীউডৰ মেগাষ্টাৰ ছলমান খানে আজি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আই এছ আৰ এল)ৰ ছিজন ২ আনুষ্ঠানিকভাৱে উন্মোচন কৰে, এই দ্বিতীয় সংস্কৰণৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে আছে অভিনেতাজন। ছলমান খানৰ অজস্ৰ অনুৰাগী, সাৰ্বজনীন আবেদন আৰু মটৰ চাইকেল আৰু ফিটনেছৰ প্ৰতি থকা ব্যক্তিগত আবেগৰ সৈতে আই এছ আৰ এলে নিৰ্দিষ্ট ক্ৰীড়াৰ সীমা অতিক্ৰমি মূলসুঁতিৰ সাংস্কৃতিক পৰিঘটনালৈ বিকশিত হ’বলৈ সাজু হৈছে। মুম্বাইত ছিজনৰ শুভাৰম্ভণি সংবাদমেলত ছলমান খানৰ অংশগ্ৰহণ আৰু বিনিয়োগকাৰী হিচাপে যোগদানৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰা হৈছিল, যিয়ে আইএছআৰএলৰ অটোমোটিভ আৰু গ্ৰাহক-কেন্দ্ৰিক ব্ৰেণ্ডৰ লগতে পৰিয়াল-কেন্দ্ৰিক মনোৰঞ্জনৰ গন্তব্যস্থান হোৱাৰ বৰ্ধিত উচ্চাকাংক্ষাত গুৰুত্বপূৰ্ণ গতি সংযোগ কৰিব। ভাৰতত ছুপাৰক্ৰছক বৈশ্বিক পৰ্যায়লৈ উন্নীত কৰাৰ অভিযানৰ অংশ হিচাপে ছলমান খানে…
Read More
১১৮ বছৰীয়া উত্তৰাধিকাৰ: উদ্ভাৱন আৰু স্থিৰতাক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা দিৱস উদযাপন বেংক অৱ বৰোডাৰ

১১৮ বছৰীয়া উত্তৰাধিকাৰ: উদ্ভাৱন আৰু স্থিৰতাক কেন্দ্ৰ কৰি প্ৰতিষ্ঠা দিৱস উদযাপন বেংক অৱ বৰোডাৰ

ভাৰতৰ অন্যতম আগশাৰীৰ বেংক বেংক অৱ বৰোদা(BoB)ই আস্থা, উদ্ভাৱন আৰু স্থিৰতাৰ প্ৰতি নিজৰ দায়ৱদ্ধতাৰে ১১৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। বেংকৰ ১১৮ সংখ্যক বছৰৰ বিষয়বস্তু হৈছে‘ভৰসাৰ নতুন আধাৰ : নতুনত্ব’’, যিয়ে গ্ৰাহকৰ দীৰ্ঘদিনীয়া আস্থা বজাই ৰখাৰ লগতে ভৱিষ্যত বেংকিঙৰ ৰূপৰেখাত প্ৰকট কৰে। বেংকৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে বিত্তীয় সেৱা বিভাগৰ সচিব এম নাগাৰাজুৱে অংশগ্ৰহণ কৰে। বেংকে এমএছএমই আৰু ব্যৱসায়ীসকলৰ বাবে বিঅ'বি ৱৰ্ল্ড বিজনেছ এপ, এআই আৰু থ্ৰীডি হ'ল'গ্ৰাফিক প্ৰযুক্তিৰ দ্বাৰা চালিত এটা অত্যাধুনিক ভাৰ্চুৱেল ফ্ৰণ্ট অফিচ পাইলট প্ৰকল্প, বিশ্বব্যাপী ইউপিআই লেনদেনৰ বাবে বিঅ’বিइপে ইণ্টাৰনেচনেল আৰু দৃষ্টিশক্তিহীন গ্ৰাহকসকলৰ বাবে বিঅ'বি ইনচাইট ব্ৰেইলি ডেবিট কাৰ্ডকে ধৰি গুৰুত্বপূৰ্ণ গ্ৰাহক-কেন্দ্ৰিক অফাৰসমূহ মুকলি কৰে।…
Read More
ঢাকাত সংঘটিত বিমান দুৰ্ঘটনাৰ পিছত ভাৰতে বাংলাদেশলৈ প্ৰেৰণ কৰিছে চিকিৎসা কৰ্মীৰ দল

ঢাকাত সংঘটিত বিমান দুৰ্ঘটনাৰ পিছত ভাৰতে বাংলাদেশলৈ প্ৰেৰণ কৰিছে চিকিৎসা কৰ্মীৰ দল

বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হোৱা এক কৰুণ বিমান দুৰ্ঘটনাত কমেও ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভুক্তভোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে চিকিৎসা বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে। সোমবাৰে প্ৰকাশ পোৱা এক আনুষ্ঠানিক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(এমইএ)-এ ঘোষণা কৰিছে যে, “প্ৰয়োজনীয় চিকিৎসা সহায়ৰ সৈতে জুইয়ে পোৰা সমস্যাৰ অভিজ্ঞতাৰে পুষ্ট বাৰ্ন-স্পেচিয়েলিষ্ট চিকিৎসক আৰু নাৰ্ছৰ এটা দলে ভুক্তভোগীসকলৰ চিকিৎসাৰ বাবে অচিৰে ঢাকালৈ যাত্ৰা কৰিব।” মন্ত্ৰালয়ে লগতে কয় যে, “চিকিৎসা কৰ্মীৰ দলটোৱে আহতসকলৰ অৱস্থাৰ বুজ ল’ব আৰু প্ৰয়োজন হ’লে ভাৰতত অধিক বিশেষ চিকিৎসা আৰু যত্নৰ পৰামৰ্শ দিব।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়  লগতে উল্লেখ কৰে…
Read More
ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে সম্পূৰ্ণ নতুন ৰেনল্ট ট্ৰাইবাৰ – ভাৰতৰ আটাইতকৈ অভিনৱ ৭খন আসনৰ বাহন

ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিলে সম্পূৰ্ণ নতুন ৰেনল্ট ট্ৰাইবাৰ – ভাৰতৰ আটাইতকৈ অভিনৱ ৭খন আসনৰ বাহন

ফ্ৰান্সৰ গাড়ী নিৰ্মাণকাৰী ৰেনল্ট গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই মুকলি কৰিছে সম্পূৰ্ণ নতুন ট্ৰাইবাৰ – ভাৰতৰ আটাইতকৈ অভিনৱ ৭খন আসনৰ গাড়ী। এই ট্ৰাইবাৰ নতুন আৰু আধুনিক ডিজাইন পৰিভাষাৰ সৈতে আৰাম-বৃদ্ধি কৰা বৈশিষ্ট্যৰ উপলব্ধ, বাহনখনৰ অনন্য ডিএনএ মডুলাৰিটি বজাই ৰাখি স্পেচ ৰখাৰ বিষয়ে অভিনৱ ৰূপত চিন্তা কৰা হৈছে। সম্পূৰ্ণৰূপে পুনৰ ডিজাইন কৰা ফ্ৰণ্ট ফেচিয়াৰ সৈতে আটাইতকৈ অভিনৱ পৰিয়ালকেন্দ্ৰিক বাহনৰ নতুন প্ৰজন্মৰ বাবে চমকপ্ৰদ আত্মপ্ৰকাশ, য’ত এখন ডাঙৰ নতুন গ্ৰিল, ভাস্কৰ্যখচিত নতুন হুড, সতেজ বাম্পাৰ, সংহত এলইডি ডিআৰএল আৰু নতুন এলইডি ফগ লেম্পৰ সৈতে নতুন চিকচিকীয়া এলইডি প্ৰজেক্টৰ হেডলেম্প প্ৰদান কৰা হৈছে। নতুন ট্ৰাইবাৰ বাহনখনৰ পিছফালে সমসাময়িক মেকঅভাৰ সম্পূৰ্ণ কৰি…
Read More