ব্যৱসায়

সতেজ আইচিএনজি পৰ্টফলিঅ’ৰ জৰিয়তে চিএনজি বজাৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে টাটা মটৰ্ছে

সতেজ আইচিএনজি পৰ্টফলিঅ’ৰ জৰিয়তে চিএনজি বজাৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে টাটা মটৰ্ছে

টুইন চিলিণ্ডাৰ প্ৰযুক্তিৰ সফলতাৰ ওপৰত আৰোহণ কৰি ভাৰতৰ অগ্ৰণী অটোমোবাইল নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে নিজৰ চিএনজি লাইন আপ উন্নীত টিয়াগো আৰু টিগ’ৰ আইচিএনজিৰ সৈতে সতেজ(ৰিফ্ৰেছিং) কৰাই নহয়, লগতে এই বৈপ্লৱিক প্ৰযুক্তিৰ সৈতে সম্পূৰ্ণ নতুন পাঞ্চ আইচিএনজি মুকলি কৰি আনন্দ কঢ়িয়াই আনিছে। চলিত বৰ্ষৰ মে’ মাহত আলট্ৰ’জ আইচিএনজিৰ সৈতে আত্মপ্ৰকাশ কৰা টুইন চিলিণ্ডাৰ প্ৰযুক্তিয়ে এই ছেগমেণ্টত সৃষ্টি কৰা সুবিধাৰ বাবে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে – চিএনজি বাহনসমূহে গ্ৰাহকসকলক আপোচবিহীন বুট স্পেছ প্ৰদান কৰি শ্ৰেষ্ঠ-শ্ৰেণীৰ সুবিধা আৰু এক উৎকৃষ্ট ড্ৰাইভ অভিজ্ঞতা প্ৰদান কৰিবলৈ সক্ষম কৰিছে। এই পাঞ্চ আইচিএনজি হৈছে উন্নত সুৰক্ষা সুবিধাযুক্ত চিএনজি বাহন, যাক আলফা আৰ্কিটেকচাৰ প্লেটফৰ্মত নিৰ্মাণ কৰা হৈছে। ইয়াত…
Read More
তথ্যপ্ৰযুক্তি বিশেষজ্ঞ প্ৰমাণীকৰণ কাৰ্যসূচী আৰু ইংৰাজী ভাষাৰ কাৰ্যসূচী আগবঢ়াবলৈ একত্ৰিত হৈছে এন এছ ডি চি আৰু পিয়ৰছন

তথ্যপ্ৰযুক্তি বিশেষজ্ঞ প্ৰমাণীকৰণ কাৰ্যসূচী আৰু ইংৰাজী ভাষাৰ কাৰ্যসূচী আগবঢ়াবলৈ একত্ৰিত হৈছে এন এছ ডি চি আৰু পিয়ৰছন

দেশৰ যুৱক-যুৱতীসকলৰ নিয়োগযোগ্যতা দক্ষতা বৃদ্ধি কৰি উন্নীতকৰণৰ বাবে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএছডিচি) আৰু পিয়েৰছনে এক অংশীদাৰিত্ব গঢ়ি তুলিছে। এই অংশীদাৰিত্বই পিয়েৰচন ভিইউইৰ আইটি বিশেষজ্ঞ প্ৰমাণীকৰণ আৰু ইংৰাজী ভাষা পৰীক্ষণ কাৰ্যসূচী, ভাৰ্চেণ্ট আৰু মণ্ডলীক এনএছডিচিৰ ই-লাৰ্নিং প্লেটফৰ্মত একত্ৰিত কৰিব। কম্পিউটাৰ-আধাৰিত পৰীক্ষণৰ পথ প্ৰদৰ্শক পিয়েৰচন ভিইউইয়ে বছৰি সমগ্ৰ শিক্ষা, তথ্যপ্ৰযুক্তি আৰু স্বাস্থ্যসেৱাত ১ কোটি ৯০ লাখতকৈ অধিক লোকৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰে। তথ্যপ্ৰযুক্তি বিশেষজ্ঞ প্ৰমাণীকৰণ প্ৰগ্ৰামে চফ্টৱেৰ ডেভেলপমেণ্ট, নেটৱৰ্কিং আৰু ছিকিউৰিটীৰ জ্ঞানক বৈধতা প্ৰদান কৰে, আই টি পেছাদাৰীসকলৰ বাবে অত্যাৱশ্যকীয় প্ৰশিক্ষণো প্ৰদান কৰে। ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া বেদমণি তিৱাৰী আৰু পিয়েৰচন ইণ্ডিয়াৰ দেশৰ মুৰব্বী বিনয় স্বামীৰ দ্বাৰা স্বাক্ষৰিত অখিল ভাৰতীয়…
Read More
জেনকেন কৰ্পোৰেচনৰ সৈতে সহযোগিতা কৰিছে এনএছডিচিআইয়ে

জেনকেন কৰ্পোৰেচনৰ সৈতে সহযোগিতা কৰিছে এনএছডিচিআইয়ে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্প’ৰেচন (এনএছডিচি)ৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান এনএছডিচি ইণ্টাৰনেচনেল লিমিটেডে(এনএছডিচিআই) টকিঅ’ ষ্টক এক্সচেঞ্জ গ্ৰ’থ মাৰ্কেটত তালিকাভুক্ত আৰু নিযুক্তি সেৱাৰে নিয়োজিত জাপানী প্ৰতিষ্ঠান জেনকেন কৰ্প’ৰেচনন (জেনকেন)ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। আইটি(তথ্যপ্ৰযুক্তি) পেছাদাৰী, নিৰ্দিষ্ট দক্ষ শ্ৰমিক আৰু নিযুক্তিৰ সময়ত তেওঁলোকক সমৰ্থন কৰা জাপানী প্ৰতিষ্ঠানৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে জাপানত ভাৰতীয় যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদানৰ দক্ষতাৰ ব্যৱধান দূৰ কৰা আৰু দুয়োখন দেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদানক উদগনি দিয়া। জেনকেনৰ চাকৰিৰ বিৱৰণৰ ভিত্তিত প্ৰাৰ্থীসকলক পৰীক্ষা কৰিব এনএছডিচিআইয়ে, যাৰ ফলত জাপানত নিয়োগৰ বাবে প্ৰাৰ্থীসকল সাজু হোৱা বা প্ৰস্তুতি নিশ্চিত কৰা হ’ব। এইসকল প্ৰাৰ্থীয়ে সলসলীয়াকৈ ক'ব পৰাকৈ জাপানী ভাষা আৰু দক্ষতাৰ…
Read More
টাটা মটৰ্ছে জুলাই ২০২৩ত বজাৰত মুঠ বিক্ৰী কৰিলে ৮০,৬৩৩ ইউনিট

টাটা মটৰ্ছে জুলাই ২০২৩ত বজাৰত মুঠ বিক্ৰী কৰিলে ৮০,৬৩৩ ইউনিট

টাটা মটৰ্ছৰ বাহনৰ বিক্ৰী ২০২৩ চনৰ জুলাই মাহত ৮০,৬৩৩খনলৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ২০২২ চনৰ জুলাই মাহত বিক্ৰীৰ পৰিমাণ আছিল ৮১,৭৯০খন বাহন। মুঠ ঘৰুৱা বিক্ৰীৰ পৰিমাণ ২০২৩ৰ জুলাইত আছিল ৭৮,৮৪৪, তাৰ বিপৰীতে ২০২২ৰ জুলাইত আছিল ৭৮,৯৭৮। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এইছচিভি ট্ৰাকৰ ৱাইঅ'ৱাই বিক্ৰী জুলাই ২০২২ৰ পৰা জুলাই ২০২৩লৈ ১৪% আছিল আৰু আইএলএমচিভিৰ বাবে জুলাই ২০২২ আৰু জুলাই ২০২৩ৰ ভিতৰত ৱাইঅ'ৱাই বিক্ৰী আছিল ১১%। যাত্ৰীবাহী আৰু এছচিভি কাৰ্গো আৰু পিকআপ বাহন বিক্ৰীৰ পৰিমাণ ক্ৰমান্বয়ে ২৪% আৰু -১০% আছিল। ২০২৩ চনৰ জুলাই মাহত মুঠ চিভি বিক্ৰী হৈছিল ৩২,৯৪৪, ২০২২ চনৰ জুলাই মাহত এই পৰিমাণ আছিল ৩৪,১৫৪। ২০২৩ চনৰ জুলাই মাহত মুঠ পিভি…
Read More
আমাজন ইণ্ডিয়াৰ কৰ্পোৰেট ক্ষেত্ৰৰে জড়িত হোৱা নিকিতা মাৰ্কাণ্ডেক জানো আহক

আমাজন ইণ্ডিয়াৰ কৰ্পোৰেট ক্ষেত্ৰৰে জড়িত হোৱা নিকিতা মাৰ্কাণ্ডেক জানো আহক

ভাৰতে স্বাধীনতা দিৱস উদযাপন কৰাৰ ক্ষণত দেশৰ সমৃদ্ধি আৰু প্ৰগতিৰ ক্ষেত্ৰত সামৰিক বাহিনীৰ প্ৰাক্তন জোৱানসকলৰ অৱদানক স্বীকৃতি দিয়াটো অতিশয় গুৰুত্বপূৰ্ণ। আমাজন ইণ্ডিয়া হৈছে সামৰিক ক্ষেত্ৰৰ জ্যেষ্ঠ ব্যক্তিসকলক আদৰণি জনোৱা এটা প্ৰতিষ্ঠান, যিয়ে কোম্পানীটোলৈ মূল্যৱান অভিজ্ঞতা আৰু জ্ঞান কঢ়িয়াই আনে। ভাৰতীয় সশস্ত্ৰ বাহিনীত এভিঅ'নিক্স পৰিচালনাৰ পৰা আমাজন ইণ্ডিয়াৰ কৰ্প'ৰেট ভূমিকালৈ সফলতাৰে ৰূপান্তৰ কৰি নিজকে সফল কৰি তুলিছে প্ৰাক্তন সেনা বিষয়া নিকিতা মাৰ্কণ্ডেই। উল্লেখ্য যে, নিকিতাই নিজৰ মানসিক ক্ষিপ্ৰতা আৰু শাৰীৰিক ফিটনেছ প্ৰদৰ্শন কৰি ১১ বছৰ ধৰি ভাৰতীয় বায়ুসেনাত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ অভিজ্ঞতাৰ বিষয়ে সদৰি কৰি নিকিতাই কয় যে, “আমাজনক পোৱাটো নিজকে সৌভাগ্যবান বিবেচনা কৰোঁ, কিয়নো দক্ষতা আৰু…
Read More
শতবাৰ্ষিকী উদযাপন কৰিছে এমজি মটৰ ইণ্ডিয়াই

শতবাৰ্ষিকী উদযাপন কৰিছে এমজি মটৰ ইণ্ডিয়াই

উদ্ভাৱন, স্থিতিস্থাপকতা, গ্ৰাহককেন্দ্ৰিকতাৰ প্ৰমাণ হিচাপে সগৌৰৱে আগুৱাই যোৱা ১০০ বছৰীয়া চহকী ইতিহাস সমৃদ্ধ এম জি মটৰ ইণ্ডিয়াই শতবাৰ্ষিকী উদযাপনৰ বাবে সাজু হৈছে। সদায়ে প্ৰযুক্তি আৰু হাঁহিৰ ভেঁটিৰে পৰিচালিত এই ব্ৰেণ্ডটোৱে ভাৰতৰ সমৃদ্ধিৰ কাহিনী, নিজৰ সম্প্ৰদায়ক উৎসাহিত কৰা, বৈচিত্ৰ্যতাক প্ৰসাৰ আৰু বৈদ্যুতিক বাহন (ইভি) পৰিস্থিতি তন্ত্ৰক শক্তিশালী কৰাৰ বাবে গৌৰৱ কৰে। এম জি হেক্টৰ আৰু এম জি জেড এছ ই ভি প্ৰৱৰ্তনৰ জৰিয়তে ২০১৯ চনৰ পৰা এম জি মটৰ ইণ্ডিয়াই কেছ ম’বিলিটিৰ শীৰ্ষত আছে। ব্ৰেণ্ডটোৱে সকলো গাড়ীৰ বাবে সংযোজিত প্ৰযুক্তি আৰু অটন’মাছ লেভেল ২ প্ৰৱৰ্তন কৰিছে। এম জি মটৰ ইণ্ডিয়াই বিশেষ মূল্য নিৰ্ধাৰণ, বিনিময় লাভালাভ, আনুগত্য আঁচনি, সম্প্ৰসাৰিত ৱাৰেণ্টী আৰু সেৱা…
Read More
অসমত পথ সুৰক্ষা সজাগতা অভিযানৰ জৰিয়তে সুৰক্ষিত চালনাৰ অভ্যাস বৃদ্ধিৰ প্ৰয়াস কৰিছে এইচএমএছআইয়ে

অসমত পথ সুৰক্ষা সজাগতা অভিযানৰ জৰিয়তে সুৰক্ষিত চালনাৰ অভ্যাস বৃদ্ধিৰ প্ৰয়াস কৰিছে এইচএমএছআইয়ে

ভাৰতত নিৰাপদ বাহন চালনাৰ অভ্যাসৰ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই নলবাৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযানৰ নেতৃত্ব লৈছে। হোণ্ডাই বিশ্বজুৰি পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে। ইয়াৰ অংশ ৰূপে নলবাৰী কলেজত নিৰাপদ ৰাইডিং পদ্ধতিৰ প্ৰচাৰ কৰে। বিভিন্ন বয়স অনুসৰি পৃথক পৃথক শিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰায় ১,৮০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ মাজত সজাগতা বৃদ্ধি কৰে প্ৰশিক্ষকসকলে, যাৰ ফলত গাড়ী চলোৱাৰ নিৰাপদ পৰিৱেশ সুনিশ্চিত হয়। বৈজ্ঞানিকভাৱে ডিজাইন কৰা শিক্ষণ মডিউল, ভাৰ্চুৱেল ৰাইডিং চিমুলেটৰৰ ওপৰত ব্যৱহাৰিক প্ৰশিক্ষণ, ইণ্টাৰেক্টিভ ছেচন আৰু বৰ্তমানৰ চালকসকলে ৰাইডিং দক্ষতা প্ৰদান কৰে এইচএমএছআইৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা কাৰ্যসূচীয়ে। হোণ্ডাৰ প্ৰশিক্ষকসকলে ৰাজপথৰ…
Read More
দোষ্ট বাহনে ৭৫ বছৰ পূৰ্ণ কৰা উপলক্ষে বিশেষ অনুষ্ঠান আয়োজন ডিব্ৰুগড়ত

দোষ্ট বাহনে ৭৫ বছৰ পূৰ্ণ কৰা উপলক্ষে বিশেষ অনুষ্ঠান আয়োজন ডিব্ৰুগড়ত

অশোক লেলেণ্ডৰ বছ ১৪১৫ আৰু বড়া দোষ্ট বাহনসমূহ উপস্থিত হৈছে ডিব্ৰুগড়ত, এয়া হৈছে অশোক লেলেণ্ডৰ ৭৫ বছৰ উপলক্ষে উদযাপন কৰা ড্ৰীম ড্ৰাইভৰ অংশ। গুৱাহাটীৰ পৰা যাত্ৰা কৰি এই বাহনসমূহ শিলিগুৰি অভিমুখে ৰাওনা হৈছে। এই অভিযান ভাণ্ডাৰাৰ নিৰ্মাণ কাৰখানাত সমাপ্ত হ'ব। এই যাত্ৰাই শিলিগুৰি, মুজ্জাফৰপুৰ, পাটনা, অম্বিকাপুৰ, ৰাঁচী, জামছেদপুৰ, ৰুৰকেলা, সম্বলপুৰ আৰু ৰায়পুৰকো সামৰি ল'ব।  এই ড্ৰিম ড্ৰাইভত ১০খন বাহনে বেংগালুৰু, মুম্বাই, জম্মু, কলকাতা আৰু গুৱাহাটীৰ পৰা আৰম্ভ কৰি পাঁচটা পথত দেশজুৰি যাত্ৰা কৰিব। ই মূল স্থানসমূহ পৰিভ্ৰমণ কৰিব আৰু অশোক লেলেণ্ডৰ উৎপাদন কাৰখানাত সমাপ্ত হ'ব, এই যাত্ৰাত দেশৰ সৈতে প্ৰতিষ্ঠানটোৰ দীৰ্ঘদিনীয়া সম্পৰ্কক উদযাপন কৰা হ'ব। এই যাত্ৰা অশোক লেলেণ্ডে নিজৰ…
Read More
বৈদ্যুতিক বাহনৰ প্ৰস্তাৱৰ বাবে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰৰ সৈতে অংশীদাৰী কৰিছে টাটা মটৰ্ছে

বৈদ্যুতিক বাহনৰ প্ৰস্তাৱৰ বাবে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰৰ সৈতে অংশীদাৰী কৰিছে টাটা মটৰ্ছে

ভাৰতৰ সৰ্ববৃহৎ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে কেন্দ্ৰীয় পুলিচ কল্যাণ ভাণ্ডাৰ (কেপিকেবি)ৰ সৈতে অংশীদাৰিত্বৰে অৰ্ধসামৰিক বাহিনী, ৰাজ্যিক আৰক্ষী জোৱান আৰু বিষয়া-জোৱানসকলৰ পৰিয়ালক বৈদ্যুতিক বাহন যোগান ধৰিব। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে টাটা মটৰ্ছৰ ই ভি পৰ্টফলিঅ’ৰ বাবে বিশেষ হাৰ(স্পেচিয়েল ৰেট) প্ৰদান কৰা, যাৰ ভিতৰত আছে টিয়াগো.ইভি, টিগ’ৰ ইভি আৰু নেক্সন ইভি প্ৰাইম আৰু মেক্স। যোৱা ২০০৬ চনত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে স্থাপন কৰা কেপিকেবিৰ ১১৯টা মাষ্টাৰ কেণ্টিন আৰু ১৮০০+ সহযোগী কেণ্টিন আছে যিয়ে সেনা-বাহিনী আৰু পৰিয়ালসমূহক সামগ্ৰী বিক্ৰী বা যোগান কৰে। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে আৰপিএফ, আইবি, এছপিজি, এনচিআৰবি, এনআইএ, আইটিবিপি, চিআৰপিএফ, এছএছবি, চিআইএছএফ, বিএছএফ, অসম ৰাইফলছ আৰু ৰাজ্যিক আৰক্ষীৰ জোৱানকে…
Read More
কোকা-কোলা ইণ্ডিয়াই ইনছুৱাৰ মানৱ সম্পদৰ উপাধ্যক্ষ ৰূপে নিযুক্তি দিলে আইৰিন টানক

কোকা-কোলা ইণ্ডিয়াই ইনছুৱাৰ মানৱ সম্পদৰ উপাধ্যক্ষ ৰূপে নিযুক্তি দিলে আইৰিন টানক

কোকা-কোলা ইণ্ডিয়াই আইৰিন টানক ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াৰ মানৱ সম্পদ বিভাগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰিছে। এই নতুন ভূমিকাত আইৰিনে ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াত কোম্পানীটোৰ বাবে ভৱিষ্যতৰ বাবে সাজু প্ৰতিভা, প্ৰদৰ্শন বৃদ্ধিৰ বাবে কৰ্মক্ষমতা সক্ষম কৰা আৰু কৰ্মচাৰীৰ বিকাশক আগুৱাই নি ইনছুৱাৰ বৃদ্ধি ত্বৰান্বিত কৰিব। ২০১২ চনত এছিয়া পেচিফিক গ্ৰুপৰ টেলেণ্ট ছ’ৰ্চিং কনচালটেণ্ট হিচাপে কোম্পানীটোত যোগদান কৰিছিল আইৰিনে। গ্ৰেটাৰ চাইনা এণ্ড কোৰিয়াৰ মুখ্য প্ৰতিভা আহৰণ অংশীদাৰ হৈ ছাংহাইতো কাৰ্যভাৰ চম্ভালিছিল। পৰিচালনা প্ৰশিক্ষাৰ্থীসকলৰ বাবে কেম্পাছ নিযুক্তি আৰম্ভ কৰিছিল, লিংগ আৰু প্ৰজন্মগত বৈচিত্ৰ্যতাক আগুৱাই নিছিল। উল্লেখ্য যে, ২০১৫ চনত ছিংগাপুৰত কাৰ্যবাহী নিযুক্তি সঞ্চালক হিচাপে নিযুক্ত হয় আৰু বটলিং ইনভেষ্টমেণ্ট গ্ৰুপ(বিআইজি)কে…
Read More