11
Aug
ইমামি এগ্ৰ’টেক লিমিটেডে প্ৰস্তুত কৰা আৰু বিক্ৰী কৰা খোৱা তেলৰ জনপ্ৰিয় ৰেঞ্জৰ ব্ৰেণ্ড হিমানী বেষ্ট চয়চে এক সম্পূৰ্ণ নতুন পেক ডিজাইনৰ সৈতে পুনৰ মুকলি কৰিছে ইয়াৰ ৰিফাইণ্ড চয়াবিন অইলৰ প্ৰকাৰ।এই মুকলি সন্দৰ্ভত ভাষণ দি ইমামি এগ্ৰ’টেক লিমিটেডৰ বিপণন বিভাগৰ অধ্যক্ষ শ্ৰী দেৱাশীষ ভট্টাচাৰ্যই কয়, “গতিশীল আৰু প্ৰাসংগিক হৈ থাকিবলৈ প্ৰতিটো সফল ব্ৰেণ্ডৰ বিকাশৰ প্ৰয়োজন হয়। গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দ পূৰণ কৰিবলৈ এটা ব্ৰেণ্ডৰ বাবে সঠিক সংযোগ বিচাৰি উলিওৱা আৰু সেই অনুসৰি বিকশিত হোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়েহে গ্ৰাহকক আমি এটা ক্ৰমবৰ্ধমান আৰু প্ৰগতিশীল ব্ৰেণ্ড হিচাপে সতেজ দৃষ্টিভংগী আগবঢ়াব পৰাকৈ আমাৰ ব্ৰেণ্ড হিমানী বেষ্ট চয়চ ৰিফাইনড চয়াবিন অইলৰ এটা স্মাৰ্ট, সমসাময়িক ৰূপ প্ৰৱৰ্তন…
