ব্যৱসায়

আমাজন ইণ্ডিয়াই আয়োজন কৰে তৃতীয় এমেজউইট সন্মিলনৰ, মহিলাসকলক প্ৰযুক্তিবিদ্যাৰে সবলীকৰণৰ প্ৰয়াস

আমাজন ইণ্ডিয়াই আয়োজন কৰে তৃতীয় এমেজউইট সন্মিলনৰ, মহিলাসকলক প্ৰযুক্তিবিদ্যাৰে সবলীকৰণৰ প্ৰয়াস

আমাজনে বেংগালুৰুত তৃতীয় এমেজৱিট – আমাজন ৱমেন ইন টেকন'লজী সন্মিলনৰ আয়োজন কৰে, য’ত প্ৰযুক্তি খণ্ডত মহিলাসকলৰ বাবে উন্নীতকৰণ আৰু কেৰিয়াৰৰ সুযোগ প্ৰদানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়। এই হাইব্ৰিড সন্মিলনত নিৰ্ধাৰিত কৰা অধিবেশন, নেটৱৰ্কিঙৰ সুযোগ আৰু উদ্ভাৱনীমূলক প্ৰযুক্তি আৰু পেছাদাৰী অগ্ৰগতিৰ বিষয়ে জানিবলৈ সুযোগ প্ৰদান কৰা হয়। ‘এম্পাৱাৰিং ইনক্লুছন, ফষ্টাৰিং বিলংগিং বা অন্তৰ্ভুক্তিৰ ক্ষমতা প্ৰদান, স্বকীয়তা বৃদ্ধি’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিত এই অনুষ্ঠানে সমগ্ৰ প্ৰযুক্তি খণ্ডৰ মহিলাসকলক অনুপ্ৰেৰণামূলক উদাহৰণ আৰু অভিজ্ঞতাৰ জৰিয়তে শিকিবলৈ সক্ষম কৰি তুলিছিল। উল্লেখ্য যে, এমেজউইট ২০২৩ সন্মিলনত উদ্ভাৱন, সামগ্ৰিকতা, অন্তৰ্ভুক্ত প্ৰযুক্তি দল গঠন, যন্ত্ৰ শিক্ষণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু আমাজন পে প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।…
Read More
ৰে-বানে মুকলি কৰিছে ৰিভাৰ্ছ সংগ্ৰহ

ৰে-বানে মুকলি কৰিছে ৰিভাৰ্ছ সংগ্ৰহ

ৰে-বেনে গ্ৰাহকৰ বাবে আগবঢ়াইছে বৈপ্লৱিক ৰিভাৰ্ছ সংগ্ৰহ, য’ত আছে চাৰিটা ইউনিচেক্স ছানগ্লাছ ষ্টাইলৰ সৈতে অতুলনীয় নতুন ৰিভাৰ্ছড লেন্স। এই অভিনৱ কালেকচনে এভিয়েটৰ, ৱেফেয়াৰ, কেৰাভান আৰু বয়ফ্ৰেণ্ডৰ দৰে গতানুগতিক চশমাক প্ৰত্যাহ্বান জনাইছে। অন্বেষণ নকৰা ক্ষেত্ৰসমূহ অন্বেষণ কৰাৰ বাবে ৰে-বানৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি এৰ্গোনোমিক ইউনিভাৰ্চেল ফ্ৰেমে সকলো পৃথক পৃথক অৱয়বৰ আকৃতিৰ সৈতে খাপ খোৱাকৈ চিকব'ন(গালৰ হাড়)ৰ বক্ৰতাবোৰ অনুসৰণ কৰে।  উন্নত অভিযান্ত্ৰিকী বা প্ৰযুক্তিয়ে লেন্সৰ আকৃতি ৰূপান্তৰিত কৰি অপ্টিকেল নিখুঁততা, এণ্টি-গ্লেয়াৰ ট্ৰিটমেণ্ট আৰু এভাণ্ট-গাৰ্ড ডিজাইনৰ বাবে আইকনিক চিলোৱাট  বৃদ্ধি কৰে। ভিট'ৰিয়া চেৰেট্টিয়ে ৰিভাৰ্ছ চশমা প্ৰদৰ্শন কৰা এক দ্ৰুত গতিৰ, উচ্চ ফেশ্বন ভিডিঅ'ত অভিনয় কৰিছে, য'ত তেওঁৰ আইকনিক শৈলী প্ৰদৰ্শন কৰিছে আৰু চশমাৰ বিভিন্ন…
Read More
হোণ্ডাই মেঘালয়ৰ উমডেনত আৰম্ভ কৰিছে পথ সুৰক্ষা অভিযান

হোণ্ডাই মেঘালয়ৰ উমডেনত আৰম্ভ কৰিছে পথ সুৰক্ষা অভিযান

সমগ্ৰ ভাৰতত নিৰাপদ বাইক চালনা অভ্যাসৰ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত পুনৰ গুৰুত্ব আৰোপ কৰি হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই মেঘালয়ৰ উমডেনত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা অভিযান। হোণ্ডাই বিশ্বজুৰি পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে, ইয়াৰ অংশ ৰূপে উমডেনৰ ছেইণ্ট জোচেফ এইচ.এছ. স্কুলত সুৰক্ষিত ৰাইডিং পদ্ধতিৰ প্ৰচাৰ কৰে। প্ৰায় ১,৮০০ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে প্ৰশিক্ষকসকলে বিভিন্ন বয়স অনুসৰি শিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই এইচএমএছআইৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সজাগতা কাৰ্যসূচীয়ে পথৰ চিহ্ন, বাইক চালকৰ কৰ্তব্য, ৰাইডিং গিয়েৰ, ভংগীমা আৰু সুৰক্ষিত ৰাইডিং শিষ্টাচাৰ প্ৰদান কৰা দক্ষ প্ৰশিক্ষকৰ সৈতে বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা শিক্ষণ মডিউল প্ৰদান কৰে। এক ভাৰ্চুৱেল ৰাইডিং…
Read More
শেহতীয়া প্ৰযুক্তিৰ দক্ষতাৰ বাবে ডিজিটিয়ে এডব্লিউএছ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰিছে

শেহতীয়া প্ৰযুক্তিৰ দক্ষতাৰ বাবে ডিজিটিয়ে এডব্লিউএছ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰিছে

দেশৰ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰণালয়(এমএছডিই)ৰ অধীনত প্ৰশিক্ষণ সঞ্চালকালয়ে (ডিজিটি) এমাজন ৱেব চাৰ্ভিচেছ (এডব্লিউএছ) ভাৰতৰ সৈতে ক্লাউড কম্পিউটিং, ডাটা এনোটেচন, কৃত্ৰিম বুদ্ধিমত্তা (এআই) আৰু যন্ত্ৰ শিক্ষণ (এমএল)ত শিক্ষাৰ্থীসকলক দক্ষতা বৃদ্ধিৰ বাবে সহযোগিতা কৰি আছে, যাতে শিক্ষাৰ্থীৰ সামৰ্থ্য আৰু নিয়োগ-ক্ষমতা বৃদ্ধি হয়। এই ডিজিটি পদক্ষেপে প্ৰায় ১৫,০০০ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই) আৰু ৩৩টা ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান(এনএছটিআই)ৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলক লাভান্বিত কৰে আৰু দীৰ্ঘম্যাদী প্ৰতিষ্ঠানগত দক্ষতা প্ৰশিক্ষণ ৰূপায়ণক কাৰ্যকৰী কৰে। এই সহযোগিতাৰ অংশ হিচাপে এডব্লিউএছ ইণ্ডিয়াই মানুহক কোনো ব্যয় অবিহনে বিনামূলীয়াকৈ শেহতীয়া প্ৰযুক্তিত স্ব-গতিসম্পন্ন অনলাইন শিক্ষণ কাৰ্যসূচী প্ৰদান কৰিব। এই শিক্ষণ সমল ডিজিটিৰ ভাৰত দক্ষতা প্লেটফৰ্ম (https://bharatskills.gov.in)ত …
Read More
নিছানে আগবঢ়াইছে বিনামূলীয়া মৌচুমী চেক-আপ কেম্পৰ

নিছানে আগবঢ়াইছে বিনামূলীয়া মৌচুমী চেক-আপ কেম্পৰ

১৫ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰ, ২০২৩লৈ নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) সমগ্ৰ ভাৰতবৰ্ষৰ গ্ৰাহকসকলৰ বাবে বিনামূলীয়া মৌচুমী পৰীক্ষা শিৱিৰ আয়োজন কৰিছে। এই চেক-আপ শিৱিৰত ৩০টা পইণ্ট অন্তৰ্ভুক্ত থাকে, যাৰ ভিতৰত বাহনৰ বিনামূলীয়া বেটাৰী পৰীক্ষা, বাহ্যিক আৰু আভ্যন্তৰীণ পৰিদৰ্শন, আণ্ডাৰবডী পৰীক্ষা আৰু ৰোড টেষ্ট ইত্যাদি। গ্ৰাহকসকলে নিছান কানেক্ট এপ বা নিছান ইণ্ডিয়া ৱেবছাইটৰ জৰিয়তে চাৰ্ভিছ এপইণ্টমেণ্ট(সেৱা এপইণ্টমেণ্ট) বুকিং কৰিব পাৰে। এই শিৱিৰত ব্ৰেক পেড সলনি কৰাকে ধৰি ৱাইপাৰ ব্লেডৰ ওপৰত ১০% আৰু শ্ৰমিকৰ খৰচৰ ওপৰত ২০%লৈকে ৰেহাই প্ৰদান কৰা হয়। এই কেম্পত বিনামূলীয়াকৈ টপ ৱাছৰ ব্যৱস্থাও কৰা হৈছে।এই বিষয়ে নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে কয় যে, "নিছানত আমি…
Read More
প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে অখিল ভাৰতীয় শিক্ষা সমাগমৰ

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে অখিল ভাৰতীয় শিক্ষা সমাগমৰ

দিল্লীত সামৰণি পৰিছে অখিল ভাৰতীয় শিক্ষা সমাগম ২০২৩ৰ। শিক্ষাখণ্ডৰ অগ্ৰদূত বা শিক্ষাবিদসকলে ভাৰতক এখন সমতাপূৰ্ণ আৰু সজীৱ জ্ঞান সমাজলৈ ৰূপান্তৰিত কৰাৰ বাবে সামূহিকভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতক জ্ঞান-আধাৰিত মহাশক্তি হিচাপে গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ৰূপায়ণৰ বাবে শিক্ষা পৰিয়ালৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰি সামৰণি ভাষণ প্ৰদান কৰে। সামৰণি অধিৱেশনত ভাষণ প্ৰদান কৰি মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে, “শিক্ষা পৰিবাৰে ভাৰতক জ্ঞান-আধাৰিত মহাশক্তি হিচাপে গঢ়ি তুলিবলৈ এন ই পি ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ শৈক্ষিক সম্প্ৰদায়ক শিক্ষাৰ এই মহাকুম্ভক সৰ্বভাৰতীয় প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনায়। প্ৰায় ৩,০০০ শিক্ষাবিদ আৰু বিশেষজ্ঞই ১৬টা…
Read More
টিচিএছ ৰেচিং ২০২৩ত ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছে জাগুৱাৰে

টিচিএছ ৰেচিং ২০২৩ত ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছে জাগুৱাৰে

বিশ্বৰ পাঁচখন মহাদেশৰ ১১খন চহৰ আৰু ১৬টা ৰেচৰ অন্তত জাগুৱাৰ টিচিএছ ৰেচিঙে এবিবি এফআইএ ফৰ্মূলা ই বিশ্ব চেম্পিয়নশ্বিপ ২০২৩ত ২৯২ পইণ্টেৰে ৰানাৰ্ছ আপৰ স্থান দখল কৰিছে – ফৰ্মূলা ইত দলটোৱে লাভ কৰিছিল সৰ্বাধিক পইণ্ট। ১১টা প’ডিয়াম, ৪টা জয়, ৩টা পোল পজিচনত দলটোৱে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ড্ৰাইভাৰ্ছ ৱৰ্ল্ড চেম্পিয়নশ্বিপত মিটচ ইভান্সে ১৯৭ পইণ্টেৰে তৃতীয় স্থান দখল কৰে, যি হৈছে ফৰ্মূলা ইত তেওঁৰ এয়া সৰ্বাধিক পইণ্ট। দ্বিতীয় স্থানৰ নিক কেচিডিৰ পৰা মাত্ৰ দুটা পইণ্টত পিছ পৰি আছিল ইভান্স। ফাইনেল ৰেচত জাগুৱাৰ টিচিএছ ৰেচিং আৰু এনভিজন ৰেচিং পইণ্টৰ বাবে সমতাত থাকে, মিচ ইভান্সৰ অগ্ৰগতিৰ বিপৰীতে ষষ্ঠ স্থানত আছিল ছেম বাৰ্ড।…
Read More
হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইকৰ বুকিঙত লাভ কৰিছে যথেষ্ট ইতিবাচক সঁহাৰি

হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইকৰ বুকিঙত লাভ কৰিছে যথেষ্ট ইতিবাচক সঁহাৰি

হিৰো মট’কৰ্পৰ প্ৰথমখন সহ-বিকশিত প্ৰিমিয়াম বাইক হাৰ্লি-ডেভিডছন এক্স৪৪০ আৰু আইকনিক আমেৰিকান বাইক নিৰ্মাতা হাৰ্লি-ডেভিডছনে গ্ৰাহকৰ বুকিঙত যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে। ২০২৩ চনৰ ৩ জুলাইত বুকিং মুকলি হোৱাৰ পিছৰে পৰা গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। স্বকীয় ডিজাইন, অল-মেটেল বডী আৰু শক্তিশালী ইঞ্জিনে হাৰ্লি-ডেভিডছন ব্ৰেণ্ডৰ বৈশিষ্যক প্ৰকৃত প্ৰদৰ্শনকাৰী হিচাপে প্ৰদৰ্শন কৰিছে। বাইকযাত্ৰাৰ চঞ্চল আৰু শক্তিশালী দুয়োবিধ মানদণ্ডৰ জৰিয়তে এক প্ৰেৰণাদায়ক বাইক চালনাৰ অভিজ্ঞতা প্ৰদান কৰে। এই হাৰ্লি-ডেভিডছন এক্স৪৪০ বাইক তিনিটা ভিন্ন প্ৰকাৰত উপলব্ধ: ডেনিম, ভিভিড আৰু এছ। ইয়াৰে ডেনিমৰ বাবে ২,২৯,০০০/- টকা, ভিভিডৰ বাবে ২,৪৯,০০০/- টকা আৰু এছ ভেৰিয়েণ্টৰ বাবে ২,৬৯,০০০/- টকা পৰিচয় মূল্য ধাৰ্য কৰা হৈছে। ২০২৩ চনৰ ৩ আগষ্টলৈকে…
Read More
২০২৩ চনৰ পুৰুষ ক্ৰিকেট বিশ্বকাপত সতেজ আনন্দ প্ৰদানৰ বাবে আইচিচিৰ সৈতে অংশীদাৰিত্ব কৰিছে কোকা-কোলাই

২০২৩ চনৰ পুৰুষ ক্ৰিকেট বিশ্বকাপত সতেজ আনন্দ প্ৰদানৰ বাবে আইচিচিৰ সৈতে অংশীদাৰিত্ব কৰিছে কোকা-কোলাই

আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বাবে কোকা-কোলা আৰু আইচিচিয়ে সহযোগিতা কৰিছে। আইচিচি আৰু আইকনিক বেভাৰেজ কোম্পানীয়ে চাৰি বছৰীয়া কৌশলগত অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে, যিয়ে ৰোমাঞ্চকৰ সহযোগিতা প্ৰদৰ্শন কৰে। এই অংশীদাৰীত্বৰ ফলত কোকা-কোলা আইচিচিৰ একচেটিয়া সুৰাবিহীন পানীয় অংশীদাৰ হিচাপে জড়িত হৈ আছে। কোকা-কোলাই অনুৰাগীসকলৰ সৈতে সংযোগ স্থাপন, একতা বৃদ্ধি আৰু অনলাইন আৰু অফলাইন সক্ৰিয়কৰণৰ জৰিয়তে ক্ৰীড়াবিদ্যা সৃষ্টি কৰিবলৈ নিজৰ বিশ্বব্যাপী প্ৰসাৰতাক ব্যৱহাৰ কৰিব আৰু গ্ৰাহকসকলক প্ৰিয় ক্ৰীড়া আবেগৰ সৈতে জড়িত কৰিব। আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ টিকট লাভৰ বাবে কোকাকোলাই ব্ৰেণ্ড সক্ৰিয়কৰণ, ছ’চিয়েল মিডিয়াত অভিযান আৰু প্ৰচাৰ কৰিব। এই চাৰি বছৰীয়া চুক্তিখনত বিশ্বব্যাপী সকলো আইচিচি ইভেণ্ট সামৰি লোৱা হৈছে, যাৰ ভিতৰত…
Read More
বৰ্ধিত ৰাজহুৱা পৰিবহণৰ বাবে বেংগালুৰুত এডভান্সড ইলেক্ট্ৰিক বাছৰ প্ৰৱৰ্তন

বৰ্ধিত ৰাজহুৱা পৰিবহণৰ বাবে বেংগালুৰুত এডভান্সড ইলেক্ট্ৰিক বাছৰ প্ৰৱৰ্তন

বেংগালুৰুৰ নাগৰিকে টাটা মটৰ্ছৰ স্মাৰ্ট ইলেক্ট্ৰিক বাছৰ জৰিয়তে অতি সোনকালে স্মাৰ্ট, নিৰাপদ আৰু সেউজীয়া ৰাজহুৱা পৰিবহণ ব্যৱস্থা লাভ কৰিব। এই পদক্ষেপ আনুষ্ঠানিকভাৱে শুভৰাম্ভ কৰে কৰ্ণাটকৰ পৰিবহণ মন্ত্ৰী ৰামলিংগ ৰেড্ডী, পৰিবহণ বিভাগৰৰ সচিব ড০ এন ভি প্ৰসাদ আৰু বেংগালুৰু মহানগৰ পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক জি সত্যৱতীয়ে। টিএমএল স্মাৰ্ট চিটি মবিলিটি ছলিউচনছ লিমিটেড আৰু বিএমটিচিয়ে ১২ বছৰৰ বাবে ৯২১খন অত্যাধুনিক ১২ মিটাৰ নিম্ন মহলাৰ ইলেক্ট্ৰিক বাছৰ বাবে লাভ কৰা অৰ্ডাৰ(নিৰ্দেশ)ত স্বাক্ষৰ কৰিছে। টাটা ষ্টাৰবাছ ইভি হৈছে এখন থলুৱাভাৱে বিকশিত বাছ। এই বাছখনে উৎকৃষ্ট মানৰ ডিজাইন আৰু সুবিধাৰ সৈতে বহনক্ষম আৰু আৰামদায়ক যাতায়াতৰ ব্যৱস্থা কৰে। টাটা মটৰ্ছৰ ষ্টাৰবাছ ইভি হৈছে উন্নত সুৰক্ষামূলক বৈশিষ্ট্য…
Read More