ব্যৱসায়

জাৱা য়েজডিয়ে আগবঢ়াইছে অল নিউ জাৱা ৪২ আৰু য়েজদি ৰোডষ্টাৰ

জাৱা য়েজডিয়ে আগবঢ়াইছে অল নিউ জাৱা ৪২ আৰু য়েজদি ৰোডষ্টাৰ

জৱা য়েজদি মটৰচাইকেলে নিজৰ জনপ্ৰিয় জাৱা ৪২ আৰু য়েজদি ৰোডষ্টাৰ মটৰচাইকেলত প্ৰিমিয়াম সংযোজন আৰম্ভ কৰিছে, ইয়াত আছে ক্লাছিক ডিজাইনৰ সৈতে অত্যাধুনিক প্ৰদৰ্শনৰ মিশ্ৰণ। এই ব্ৰেণ্ডটোৱে ক্ৰমান্বয়ে আৰু প্ৰতিনিয়ত বিৱৰ্তনত বিশ্বাস কৰে আৰু ইয়াৰ মটৰচাইকেলবোৰ গ্লবেল মাৰ্কেটৰ বাবে ভাৰতত সগৌৰৱে নিৰ্মাণ কৰা হয়। নতুন জাৱা ৪২ ডুৱেল টোন আৰু য়েজদি ৰোডষ্টাৰ ভেৰিয়েণ্টে ৪টা নতুন ৰঙৰ বিকল্প আৰু বিভিন্ন উন্নীতকৰণৰ সৈতে এক নতুন মানদণ্ড স্থাপন কৰিছে। নতুন জাৱা ৪২ ডুৱেল টোনৰ মূল্য ১,৯৮,১৪২ টকাৰ পৰা আৰম্ভ হৈছে। আনহাতে, য়েজদি ৰোডষ্টাৰৰ মূল্য ২,০৮,৮২৯ টকাৰ পৰা আৰম্ভ হৈছে। বৰ্তমানৰ মডেলৰ সমান্তৰালভাৱে ডিলাৰশ্বিপত দুয়োটা মডেল উপলব্ধ।জাৱা য়েজদি মটৰ চাইকেলৰ দুটা নতুন প্ৰিমিয়াম ভেৰিয়েণ্ট মুকলি কৰা…
Read More
বিত্তীয় বৰ্ষ ২৪ত টাটা এআইএই উদ্যোগৰ সৰ্বোত্তম স্থিৰ প্ৰদৰ্শন প্ৰাপ্ত কৰিছে

বিত্তীয় বৰ্ষ ২৪ত টাটা এআইএই উদ্যোগৰ সৰ্বোত্তম স্থিৰ প্ৰদৰ্শন প্ৰাপ্ত কৰিছে

ভাৰতৰ অন্যতম অগ্ৰণী জীৱন বীমা প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত পাঁচোটা সময়ৰ ম্যাদত (১৩ মাহৰ পৰা ৬১ মাহলৈকে) উদ্যোগৰ শ্ৰেষ্ঠ পাৰ্চিষ্টেন্সি ৰেচিঅ’(স্থিৰতা অনুপাত) পঞ্জীয়ন কৰিছে। পাঁচোটা পাৰ্চিষ্টেন্সি কহৰ্ট( স্থিৰতা গোট)তে কোম্পানীটোৰ নেতৃত্বই ব্ৰেণ্ডটোৰ প্ৰতি গ্ৰাহকৰ আস্থা প্ৰদৰ্শন কৰিছে, কিয়নো গ্ৰাহকসকলে তেওঁলোকৰ জীৱন বীমা পলিচী নবীকৰণ কৰিবলৈ বাছি লৈছে টাটা এআইএ লাইফ ইঞ্চুৰেন্সক। ব্যক্তিগত মৃত্যুৰ দাবী নিষ্পত্তি(ডেথ ক্লেইম ছেটলমেণ্ট)ৰ অনুপাত ২২ বিত্তীয় বৰ্ষত ৯৮.৫৩%ৰ পৰা ২৩ বিত্তীয় বৰ্ষত ৯৯.০১%লৈ উন্নীত হৈছে। বিত্তীয় বৰ্ষ ২৩ চনত টাটা এআইএই চাৰিটা গোটত উদ্যোগৰ সৰ্বশ্ৰেষ্ঠ স্থিৰ প্ৰদৰ্শন অৰ্জন কৰিছে - ১৩, ২৫, ৩৭ আৰু ৪৯নং মাহত। ২০২৩ চনৰ…
Read More
নিছানে পঞ্জীয়ন কৰিছে ১০,৭৫৯ ইউনিটৰ বিক্ৰী

নিছানে পঞ্জীয়ন কৰিছে ১০,৭৫৯ ইউনিটৰ বিক্ৰী

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ১০,৭৫৯ ইউনিটৰ পাইকাৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে, ইয়াৰে ৰপ্তানি পাইকাৰী বিক্ৰী ৮,৩০৫ ইউনিট আৰু ঘৰুৱা পাইকাৰী বিক্ৰী ২৪৫৪ ইউনিট। ক্ৰমাগতভাৱে ৰপ্তানি বছৰ বছৰ ধৰি ৪৮% বৃদ্ধি পাইছে, বিত্তীয় বৰ্ষ ২২ৰ একে সময়ৰ তুলনাত ৩,৪৯৪ ইউনিট বৃদ্ধি পাইছে। ২০২২ চনত ১ মিলিয়ন ৰপ্তানি ইউনিটৰ সাফল্য অৰ্জন প্ৰতিষ্ঠা কৰি যোৱা ৪ বছৰৰ ভিতৰত ৰপ্তানিৰ ক্ষেত্ৰত এয়া সৰ্বাধিক মাহেকীয়া পাইকাৰী বিক্ৰী। এই বিষয়ে মন্তব্য কৰি নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে কয় যে, “নিছানে যোৱা ৪ বছৰত সৰ্বাধিক ৰপ্তানি কৰিছে। ভাৰতীয় আৰু গ্ল’বেল বজাৰৰ বাবে গেম চেঞ্জাৰ হিচাপে বিগ, বল্ড, বিউটিফুল নিছান…
Read More
গুৰগাঁৱৰ ৱৰ্ল্ড মাৰ্ক-১লৈ বিশ্বকাপ ট্ৰফী লৈ আহিছে নিছানে

গুৰগাঁৱৰ ৱৰ্ল্ড মাৰ্ক-১লৈ বিশ্বকাপ ট্ৰফী লৈ আহিছে নিছানে

আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অফিচিয়েল পাৰ্টনাৰ(আনুষ্ঠানিক পৃষ্ঠপোষক) নিছানে ক্ৰিকেট অনুৰাগীসকলক এক ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰদানৰ বাবে বিশ্ব যাত্ৰাৰ অন্তত দিল্লী এনচিআৰত এই এক্সক্লুছিভ ট্ৰফী প্ৰদৰ্শন কৰে। এই ট্ৰফীটো নিছানে ২৯ ছেপ্টেম্বৰত ৱৰ্ল্ড মাৰ্ক-১ত গুৰগাঁৱলৈ আৰু ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত এম্বিয়েন্স মলত দৰ্শকৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। ২০২৩ চনৰ ২৭ জুনত আৰম্ভ হোৱা আইচিচি পুৰুষৰ ক্ৰিকেট বিশ্বকাপ ট্ৰফী ট্যুৰে বিশ্ব ভ্ৰমণ কৰি ভাৰতত উপস্থিত হৈছেহি আৰু ভাৰতলৈ উভতি আহি ইতিমধ্যে দিল্লী, মুম্বাই আৰু চেন্নাইৰ শ্বপিং মলসমূহ ভ্ৰমণ কৰিছে। ৩৬০ ডিগ্ৰীত এই ট্ৰফী দৰ্শকৰ সুবিধা আৰু ফটো লোৱাৰ ব্যৱস্থা কৰা হয়। এইটোৱেই আছিল ট্ৰফী ট্যুৰৰ শিখৰত উপনীত হোৱা সমাপ্তি অনুষ্ঠান,…
Read More
য়ামাহাই 2023 মনষ্টাৰ এনাৰ্জি য়ামাহা মোটো জিপি এডিচন লাইন-আপ মুকলি কৰিছে

য়ামাহাই 2023 মনষ্টাৰ এনাৰ্জি য়ামাহা মোটো জিপি এডিচন লাইন-আপ মুকলি কৰিছে

ইয়াৰ উত্তেজনাপূৰ্ণ ব্ৰেণ্ড অভিযানৰ অংশ হিচাপে 'দ্য কল অৱ দ্য ব্লু', ইণ্ডিয়া ইয়ামাহা মটৰ প্ৰাইভেট লিমিটেডে আজি 2023 মনষ্টাৰ এনাৰ্জী ইয়ামাহা ম'ট'জিপি এডিচন মডেলৰ এক উত্তেজনাপূৰ্ণ লাইন-আপ মুকলি কৰে। এই মডেলবোৰৰ ভিতৰত আছে চুপাৰস্প'ৰ্ট YZF-R15M, ডাৰ্ক ৱাৰিয়ৰ MT-15 V2.0, আৰু ৰে ZR 125 Fi হাইব্ৰিড স্কুটাৰ। ভাৰতৰ সকলো প্ৰিমিয়াম ব্লু স্কোয়াৰ আউটলেটত ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহৰ পৰা ম'ষ্টাৰ এনাৰ্জী ইয়ামাহা ম'ট'জিপি এডিচন ম'ডেল ৰেঞ্জ উপলব্ধ হ'ব। মেক্সি-স্প'ৰ্টছ স্কুটাৰ, এৰ'ক্স ১৫৫ ৰ বাবে বিশেষ ম'ট'জিপি সংস্কৰণো শীঘ্ৰেই মুকলি কৰা হ'ব। YZF-R15M আৰু MT-15 V2.0 ৰ 2023 ৰ মনষ্টাৰ এনাৰ্জী য়ামাহা মটোজিপি সংস্কৰণে ইয়াৰ ৰেচিং পটভূমিৰ আভাস দি, ইয়ামাহা মটোজিপিৰ লাইভেৰী ইন্ধন টেংক,…
Read More
এফেয়াৰ প্ৰদৰ্শনীয়ে অভিভাৱকৰ বাবে কঢ়িয়াই আনিছে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বৰ্ডিং স্কুলসমূহ অন্বেষণ কৰাৰ এক অযোগ্য সুযোগ

এফেয়াৰ প্ৰদৰ্শনীয়ে অভিভাৱকৰ বাবে কঢ়িয়াই আনিছে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বৰ্ডিং স্কুলসমূহ অন্বেষণ কৰাৰ এক অযোগ্য সুযোগ

অভিভাৱকসকল, আপোনাৰ সন্তানৰ ব্যতিক্ৰমী ভৱিষ্যতৰ গল্ডেন টিকট ইয়াত আছে। শিক্ষাৰ ক্ষেত্ৰত এছিয়াৰ আগশাৰীৰ প্ৰতিষ্ঠান এএফইআৰএছ এক্সিবিচন আৰু মিডিয়া প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ খানাপাৰাস্থিত ভিভাণ্ট বাই তাজৰ আড়ম্বৰপূৰ্ণ পৰিৱেশত আয়োজিত প্ৰিমিয়াৰ স্কুল প্ৰদৰ্শনীত আপোনাৰ বাবে ৰেড কাৰ্পেট মুকলি কৰি গৌৰৱবোধ কৰিছোঁ। অহা ৭ আৰু ৮ অক্টোবৰত আয়োজিত ইণ্ডিয়াছ প্ৰিমিয়াৰ স্কুল প্ৰদৰ্শনীত ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ বৰ্ডিং স্কুল আৰু গুৱাহাটীৰ আগশাৰীৰ ডে স্কুলসমূহে অংশ ল'ব। এই প্ৰদৰ্শনীত পৰম্পৰাগত বৰ্ডিং স্কুল আৰু আন্তঃৰাষ্ট্ৰীয় আৰু ডে স্কুলসমূহৰ আধুনিক দৃষ্টিভংগীৰ এক অনন্য মিশ্ৰণ আগবঢ়োৱা হ'ব। ইয়াত ভাৰতৰ ২০খনতকৈও অধিক ধ্বজাবাহী বিদ্যালয়ৰ গভীৰ দৃষ্টিভংগী লাভ কৰাৰ লগতে পাঠ্যক্ৰম, ক্ৰীড়া, সুস্থতা আৰু ঘৰৰ দৰে খাদ্যৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব।…
Read More
আমাজনে নতুন বিক্ৰেতাৰ বাবে ৰেফাৰেল মাচুলত ৫০% ৰেহাই ঘোষণা কৰিছে

আমাজনে নতুন বিক্ৰেতাৰ বাবে ৰেফাৰেল মাচুলত ৫০% ৰেহাই ঘোষণা কৰিছে

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিক্ৰেতাসকলৰ বাবে ফেষ্টিভ ছিজন সফল কৰাৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আমাজনে ২৭ আগষ্টৰ পৰা ৪ নৱেম্বৰলৈ Amazon.inত যোগ দিয়া নতুন বিক্ৰেতাসকলৰ বাবে ৰেফাৰেল মাচুল ৫০% ৰেহাই প্ৰদানৰ কথা ঘোষণা কৰিছে। যোগদানৰ দিনটোৰ পৰা ৬০ দিনৰ বাবে বৈধ এই ৰেহাইৰ জৰিয়তে নতুন বিক্ৰেতাক উৎসাহিত কৰা, গ্ৰাহকৰ আধাৰ গঢ়ি তোলাত সহায় কৰা আৰু আগতীয়া ব্যয় হ্ৰাস কৰি প্ৰতিযোগিতামূলক ই-কমাৰ্চ বজাৰত স্থান প্ৰতিষ্ঠা কৰাই ইয়াৰ মূল উদ্দেশ্য। আমাজনে "গ্ৰেট ইণ্ডিয়ান ৰেফাৰেল অফাৰ" নামৰ এক ৰেফাৰেল কাৰ্যসূচীও আৰম্ভ কৰিছে, য'ত বিক্ৰেতাসকলে নিজৰ বন্ধুবৰ্গক Amazon.inত বিক্ৰী কৰিবলৈ ৰেফাৰ কৰিব পাৰে আৰু ১১,৫০০ টকা পৰ্যন্ত ৰিৱাৰ্ড প্ৰাপ্ত কৰিব পাৰে। কোম্পানীটোৱে বিক্ৰেতাসকলৰ বাবে অনলাইন…
Read More
ভাৰতৰ ডাকাৰ পায়নিয়াৰে চিইএটি আইএছআৰএলৰ বাবে অধিগ্ৰহণ কৰিছে বিগৰক মটৰস্প’ৰ্ট ফ্ৰেঞ্চাইজী

ভাৰতৰ ডাকাৰ পায়নিয়াৰে চিইএটি আইএছআৰএলৰ বাবে অধিগ্ৰহণ কৰিছে বিগৰক মটৰস্প’ৰ্ট ফ্ৰেঞ্চাইজী

ভাৰতৰ মটৰস্প'ৰ্টৰ দৃশ্যপটক ন ৰূপত গঢ় দিয়াৰ বাবে উৎসৰ্গিত চিইএটি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে ভাৰতৰ আটাইতকৈ দক্ষ ছুপাৰক্ৰছ আৰু ৰেলী-ৰেইড চেম্পিয়ন চি এছ সন্তোষে উদয় শংকৰ আৰু এন গৌতমৰ সৈতে বিগ ৰক মটৰস্প’ৰ্ট হিচাপে নিজৰ স্থানত নতুন শক্তিক্ষেত্ৰক গৰ্বেৰে আদৰণি জনাইছে আৰু উআগন্তুক ছিজনৰ বাবে এটা ফ্ৰেঞ্চাইজী দল অধিগ্ৰহণ কৰিছে। এই সংযোজনৰ লগে লগে লীগে দেশৰ মটৰস্প’ৰ্টৰ মানদণ্ড উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। চিইএটি আইএছআৰএলৰ সৈতে চি এছ সন্তোষৰ জড়িত হোৱাৰ লগে লগে ভাৰতৰ উচ্চাকাংক্ষী মটৰস্প’ৰ্টছ ৰাইডাৰসকলৰ বাবে এক অন্যতম স্তম্ভস্বৰূপ কাৰক হ’বলৈ সাজু হৈছে, এই সংবাদে এই খেলবিধৰ সৈতে আবেগেৰে আৰু দৃঢ়তাৰে গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব…
Read More
আইটেলে আগবঢ়াইছে 3ডি কাৰ্ভড ডিচপ্লেৰ সৈতে এছ23+

আইটেলে আগবঢ়াইছে 3ডি কাৰ্ভড ডিচপ্লেৰ সৈতে এছ23+

আইটেলে ১৫ হাজাৰতকৈ কম মূল্যৰ 3ডি কাৰ্ভড এমলড ডিচপ্লেযুক্ত ভাৰতৰ প্ৰথমটো স্মাৰ্টফোন মুকলি কৰিছে, যাৰ লক্ষ্য হৈছে জেনেৰেল জেড(সাধাৰণ লোকসকল)ৰ ষ্টাইল বা প্ৰয়োজনীয়তাৰ সৈতে যাতে সংগতি ৰাখে। বেংক অফাৰৰ সৈতে ১২,৯৯৯ টকাৰ কাৰ্যকৰী মূল্যত উপলব্ধ এছ23+ ফোন, এই ফোনত এটা ইন-ডিচপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু ফ্লেছসহিতে ৩২ মেগাপিক্সেল আল্ট্ৰা-ক্লিয়াৰ ফ্ৰণ্ট কেমেৰা আছে। এই নতুন স্মাৰ্টফোনটোৱে ডিজাইনৰ উৎকৰ্ষতাক মূৰ্ত কৰি তুলিছে, য'ত এটা অতি-মসৃণ ৭.৯ এমএম শ্লীম বডী আৰু মাত্ৰ ১৮০ গ্ৰামৰ পাতল ওজন আছে ফোনটোত। 3ডি কাৰ্ভড এমলড ডিচপ্লেই এক উল্লেখযোগ্য ২৪০ হাৰ্জ টাচ্ছ চেম্পলিং ৰেট প্ৰদান কৰিছে, যিয়ে ইয়াক উচ্চ-মানদণ্ডৰ গেম আৰু উৎপাদনশীলতাৰ বাবে আদৰ্শ কৰি তুলিছে। এই স্মাৰ্টফোনটোৰ ষ্ট'ৰেজ…
Read More
ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত নেটহেল্থ সফলতাৰে গুৱাহাটীত পূব অঞ্চলৰ ঘূৰণীয়া মেজমেল আয়োজন

ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত নেটহেল্থ সফলতাৰে গুৱাহাটীত পূব অঞ্চলৰ ঘূৰণীয়া মেজমেল আয়োজন

স্বাস্থ্যসেৱা খণ্ডৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত নেটহেল্থ সফলতাৰে গুৱাহাটীত পূব অঞ্চলৰ ঘূৰণীয়া মেজমেল আয়োজন কৰে। এই বৈঠকত অঞ্চলটোত স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা, স্বাস্থ্যসেৱাৰ পৰিৱেশ তন্ত্ৰ আৰু বিনিয়োগৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰা হৈছিল। এই অনুষ্ঠানত চৰকাৰী বিষয়া, স্বাস্থ্যসেৱা প্ৰদানকাৰী, ইয়াৰ সৈতে জড়িত বিশেষজ্ঞসকল আৰু এই সম্প্ৰদায়টোৰ প্ৰতিনিধিকে ধৰি মূল অংশীদাৰসকলক একত্ৰিত কৰা হৈছিল। লগতে অসমত স্বাস্থ্যসেৱা সেৱা বৃদ্ধিৰ বাবে আলোচনা আৰু সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।ইণ্ডিয়ান মিডিয়েল এছ'চিয়েচন, এছ'চিয়েচন অৱ হাসপাতাল প্ৰভাইডাৰ্ছ অৱ ইণ্ডিয়া নৰ্থ ইষ্ট চেপ্টাৰ, আইআইটি গুৱাহাটী, অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন, অসম মেডিকেল চাৰ্ভিচেছ কৰ্প'ৰেচন লিমিটেডৰ লগতে অসম চৰকাৰ আৰু আগশাৰীৰ ডায়েগনষ্টিক, হাসপাতালসমূহ, ফাৰ্মা…
Read More