29
Aug
শিৱসাগৰ উন্নয়ন খণ্ডৰ দিচাং ধাইআলি পঞ্চায়তত এম জি এনৰেগাৰ নামত কেলেংকাৰীৰ পাছত এইবাৰ আন এক কেলেংকাৰী উন্মোচিত হৈছে। কাগজে-কলমে নিৰ্মিত পথ কিন্তু বাস্তৱত নিৰুদ্দেশ।উল্লেখযোগ্য যে ৩ লাখ ৯২ হাজাৰ টকাৰে নিৰ্মাণ কৰা বাইলুংচুক পথত নপৰিল এটুকুৰাও ইটাকাগজে-কলমে নিৰ্মাণ কৰা হ'ল পিভাৰ ব্লকৰে বাইলুংচুক পথটি RTI তথ্যই উদঙাইছে এই ভয়াৱহ কেলেংকাৰীৰ পোহাৰৰ সবিশেষ পঞ্চায়তটোত সভানেত্ৰী অৱন্তী গগৈ , সচিব চন্দন বৰা , Accredited Engineer ( অধিস্বীকৃত অভিযন্তা) দেৱজিৎ গগৈ আৰু GRS চন্দন বৰাৰ লুটৰাজ BDO ৰ ৰহস্যজনক ভূমিকাও সন্দেহজনক ।
