উত্তৰ-পূৱ

২৮ আগষ্টৰ অ’আইএফএফৰ নিৰ্বাচন স্থগিতৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

২৮ আগষ্টৰ অ’আইএফএফৰ নিৰ্বাচন স্থগিতৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিশ্ব ফুটবল পৰিচালনা সংস্থা ফিফাৰ দ্বাৰা ভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ক নিলম্বন কৰাৰ বিষয়ত শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে প্ৰশাসক সমিতিয়ে (এআইএফএফ) ভাৰতীয় ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ বিষয়ত হস্তক্ষেপ নকৰে। ইয়াৰ লগতে, উচ্চতম ন্যায়ালয়ে ২৮ আগষ্টত অনুষ্ঠিত হ'বলগীয়া অ'আইএফএফৰ নিৰ্বাচনো স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে কয় যে এইটো এইবাবে কৰা হৈছে যাতে এআইএফএফৰ ওপৰত ফিফাৰ নিলম্বন প্ৰত্যাহাৰ কৰা হয় আৰু ভাৰতত অনুৰ্ধ-১৭ মহিলা ফিফা বিশ্বকাপ অনুষ্ঠিত কৰিব পৰা যায়। ইয়াৰ উপৰিও, ভাৰতীয় দলবোৰক আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত খেলিবলৈ অনুমতি দিয়া হৈছে। এআইএফএফ সমিতিত মুঠ ২৩ জন সদস্য থাকিব। ইয়াত ছয়জন বিশিষ্ট খেলুৱৈ থাকিব পাৰে। আদালতে কয় যে পৰৱৰ্তী নিৰ্দেশ লৈকে এই…
Read More
দুবছৰৰ পিছত টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত ষ্টেফানোছ চিটচিপাছ

দুবছৰৰ পিছত টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত ষ্টেফানোছ চিটচিপাছ

বিশ্বৰ শীৰ্ষ নম্বৰৰ দানিল মেদভেদেভ ছিনচিনাটি অ'পেনৰ ছেমি ফাইনেলত গ্ৰীচৰ চাৰি নম্বৰ ষ্টেফানোছ চিটচিপাছৰ হাতত ৬-৭ (৭/৪), ৬-৩, ৩-৬ ব্যৱধানত পৰাজিত হয়। আনখন ছেমি ফাইনেলত ১৫২ তম স্থানপ্ৰাপ্ত ক্ৰোৱেছিয়াৰ বৰ্ণা ক'ৰিকে বিশ্বৰ ৯ নম্বৰ ব্ৰিটেইনৰ কেমেৰুন নুৰীক ৬-৩, ৬-৪ ত পৰাস্ত কৰে। চিটচিপাছে দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এখন প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। ইয়াৰ আগতে, তেওঁ ছেমি ফাইনেলৰ বাহিৰত আগবাঢ়িব পৰা নাছিল। মহিলাসকলৰ ভিতৰত চেক গণৰাজ্যৰ পেট্ৰা কুইটোভাই আমেৰিকান মেডিচন কীজক ৬-৭ (৬) ৬-৪ ৬-৩ ব্যৱধানত পৰাস্ত কৰি ৱেষ্টাৰ্ণ এণ্ড চাউদাৰ্ণ অ'পেনৰ (ছিনচিনাটি) ফাইনেলত উপনীত হয়। ইয়াৰ পূৰ্বে দুবাৰৰ উইম্বলডন চেম্পিয়ন কুইটোভাই দহখন টুৰ্ণামেণ্টত ছেমি ফাইনেলৰ বাহিৰত অগ্ৰগতি লাভ কৰিবলৈ অসমৰ্থ…
Read More

পশ্চিম কামৰূপৰ দুই বন বিষয়াৰ ধাৰাবাহিক অভিযানে নিদ্ৰাহৰণ হৈছে বনজ সম্পদৰ  চোৰাং ব্যৱসায়ীৰ

চোৰাং ব্যৱসায়ী চক্ৰই দীৰ্ঘদিন ধৰি দক্ষিণ-পশ্চিম কামৰূপ এলেকাৰ বনজ সম্পদৰ ওপৰত অবাধ লুণ্ঠন যজ্ঞ চলাই গঢ়ি তুলিছে বনজ সম্পদৰ ক'লা সাম্ৰাজ্য ৷ বন বিভাগেও এই সাম্ৰাজ্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখি লাভ কৰি আহিছে এটাৰ পিচত এটা সফলতা ৷ বিশেষকৈ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এটি দুৰন্ত বন বাহিনীৰ বাবে এতিয়া নিদ্ৰা হৰণ হৈছে  বনজ সম্পদৰ চোৰাং ব্যৱসায়ী চক্ৰৰ ৷ উল্লেখ্য,পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ডিম্পী বৰাৰ নিৰ্দেশতে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ ৰিভাৰ বীট অফিচাৰ নৃপেন কলিতা আৰু বীট অফিচাৰ সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত বন বাহিনী এটাৰ চলিছে দিনে নিশাই অভিযান ৷ বনকৰ্মীৰ দলটোৱে চোৰাং কাঠ,কাঠ…
Read More

বাক্সাৰ ভূটানখুটীত অন্ন সুৰক্ষা যোজনাৰ চাউলত ওলাল গ্লাচৰ টুকুৰা

বাক্সাৰ ভূটানখুটীত অন্ন সুৰক্ষা যোজনাৰ চাউলত ওলাল গ্লাচৰ টুকুৰাবাক্সাত চৰকাৰী চাউলত ওলাল গ্লাচৰ টুকুৰা ৷ সুলভ মূল্যৰ দোকানৰ চাউলত ওলাল গ্লাচৰ টুকুৰা ৷ চাউলত গ্লাচৰ টুকুৰা ওলোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ জিলাখনৰ ভূটানখুটিৰ দিল অধিকাৰী নামৰ লোকজনে আজি স্থানীয় সুলভ মূল্যৰ এজেন্টৰ পৰা নিছিল অন্ন সুৰক্ষা যোজনাৰ অধীনৰ চাউলখিনি ৷ পিচে ঘৰত গৈ চাউলখিনি চাফা কৰিবলৈ লওতে প্ৰত্যক্ষ কৰে গ্লাচৰ টুকুৰা ৷ দিল অধিকাৰীয়ে জানিব দিয়া মতে মংগলবাৰে চাউলখিনি সুলভ মূল্যৰ দোকানৰ পৰা আনিছিল চাউলখিনি ৷ এনেদৰে যদি চাউলত গ্লাচৰ টুকুৰা থাকে মানুহ মৰিব ৷ চৰকাৰে যোগান ধৰা চাউলত এনেদৰে মৰণফান্দ সদৃশ গ্লাচৰ টুকুৰা ওলোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷…
Read More

বিলাসীপাৰাৰ মাছপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বিলাসীপাৰাৰ মাছপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন আৰু গুৰুত্বৰ বাবে আহত এজন,আজি ৰাতিপুৱা ৬.০০ বজাত বিলাসীপাৰাৰ মাছপাৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হৈছে, AS-12T0290 নন্বৰ মটৰ চাইকেল আৰু WB -57C-3092 নন্বৰ ট্ৰাকৰ মাজত মূখামুখি সংঘৰ্ষ হৈ থিতাতে এজন নিহত, নিহত ব্যক্তি গৰাকী আছিল ৰফিকুল ইছলাম, আৰু গুৰুত্বভাৱে আহত ব্যক্তি গৰাকী আছিল জাকিৰ হোসেন বুলি জানিব পৰা গৈছে, বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত জাকিৰ হোসেন বৰ্তমান চিকিৎসাধীন হৈ আছে,
Read More

ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উতপ্ত পৰিস্থিতি

বুধবাৰে নিশা ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উতপ্ত পৰিস্থিতি । অভিযোগ উত্থাপিত হৈছে যে, মদ্যপান কৰি এজন শিক্ষকে এজন ছাত্ৰক মাৰপিট কৰাক লৈ সৃষ্টি হয় উত্তপ্ত এই পৰিস্থিতি। আৰক্ষীৰ সহায় বিচাৰি দুই কিলোমিটাৰ পথ খোজ কাঢ়ি প্ৰায় ৩০ জন ছাত্ৰ উপস্থিত হয় ধিং আৰক্ষী থানাত । অভিযোগ অনুসৰি, মদ্যপান কৰি মাৰ পিট কৰা শিক্ষক জনৰ নাম জ্যোতি প্ৰসাদ গৌৰ।আৰক্ষীয়ে ছাত্ৰ জনক চিকিৎসাৰ বাবে লৈ যায় ধিং এফ আৰ ইউলৈ । আঘাতপ্রাপ্ত ছাত্ৰ জনৰ নাম বিকাশ দাস বুলি জানিব পৰা গৈছে।ছাত্ৰ জনৰ ঘৰ ধিঙৰ লহকৰ গাৱঁত।
Read More
নেডাৰলেণ্ডৰ বিৰুদ্ধে ৩-০ত এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

নেডাৰলেণ্ডৰ বিৰুদ্ধে ৩-০ত এদিনীয়া শৃংখলা দখল পাকিস্তানৰ

পাকিস্তানে অধিনায়ক বাবৰ আজমৰ (৯১) অৰ্ধশতকৰ পিছত নাছিম শ্বাহ (৫ উইকেট) আৰু মহম্মদ ৱাছিম (৪ উইকেট)ৰ দুৰ্দান্ত প্ৰদৰ্শনৰ সহায়ত তৃতীয় আৰু অন্তিম এদিনীয়াত নেডাৰলেণ্ডক ন ৰানত পৰাস্ত কৰি দেওবাৰে ইয়াত ৩-০ত শৃংখলা দখল কৰে। টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত পাকিস্তানে ৪৯.৪ অভাৰত ২০৬ ৰানত অলআউট হয়, অধিনায়ক আজমৰ ১২৫ টা বলত ৭টা চাৰি আৰু দুটা ছয়েৰে অৰ্ধশতক অৰ্জন কৰাৰ উপৰিও ফখৰ জামানে ২৬ আৰু মহম্মদ নৱাজে ২৭ ৰানৰ অৱদান আগবঢ়ায়। ইয়াৰ পিছত পাকিস্তানৰ বলাৰসকলে নেডাৰলেণ্ডক ৪৯.২ অভাৰত ১৯৭ ৰানত অলআউট কৰি দলটোৱে জয় লাভ কৰে। পাকিস্তানৰ নাছিম শ্বাহে ৩৩ ৰানত পাঁচটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ৱাছিমে…
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মহাৰজত জয়ন্তীৰ আয়োজন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মহাৰজত জয়ন্তীৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগে সুদীৰ্ঘ সময় জ্ঞানৰ পোহৰেৰে লুইতৰ পাৰ আলোকিত কৰি চলিত বৰ্ষত ৭৫ বছৰত ভৰি দিছে । উদ্ভিদ বিজ্ঞান বিষয়টোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মাধ্যমেৰে স্বদেশ আৰু স্বজাতিৰ উন্নয়নৰ হকে নিৰবিচ্ছিন্ন প্ৰয়াস কৰি আগুৱাই যোৱা বিভাগটোৱে বছৰজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তী উদযাপনৰ আয়োজন কৰিছে। এই বিশেষ উদ্দেশ্য আগত ৰাখি মহাৰজত জয়ন্তী উদযাপনৰ বিভিন্ন দিশ আলোচনা কৰাৰ বাবে অহা ২৭ আগষ্ট, শনিবাৰে দিনৰ ২ বজাত বিভাগৰ সভাকক্ষত এখন সভা আয়োজন কৰা হৈছে । মাত্ৰ ৫ গৰাকী ছাত্র-ছাত্ৰী আৰু ৩জন অধ্যাপকেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আটাইতকৈ পুৰনি বিজ্ঞান বিভাগ হিচাপে ১৯৪৮ চনতে প্ৰতিষ্ঠা লাভ কৰা উদ্ভিদ বিজ্ঞান বিভাগটোৱে…
Read More
 গুৱাহাটী প্ৰেছ ক্লাৱত “অনুৰ” ৰ পোষ্টাৰ মুকলি

 গুৱাহাটী প্ৰেছ ক্লাৱত “অনুৰ” ৰ পোষ্টাৰ মুকলি

 ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে “কেকটাচ“ আৰু “কানীন নামৰ দুখন চলচ্চিত্র নির্মানৰ পাছত, বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “অনুৰ”(Eyes on the Sunshine) চলচ্চিত্রখনি সম্প্ৰতি মুক্তিৰ বাবে সাজু হৈ উঠিছে। মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ছবিখনিৰ পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অভিনেত্ৰী ড° জাহানাৰা বেগমে আঁতধৰা অনুষ্ঠানটিত উপস্থিত থাকে সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী, প্ৰাঞ্জল শইকীয়া, জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱা, মলয়া গোস্বামী, পূৰ্ণিমা পাঠক  শইকীয়াৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। মূলতঃ বৃদ্ধাৱস্থাত একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তান থকাৰ পাছতো কেনেদৰে নিসংগ হৈ পৰে আৰু সেই শোক-সন্তাপবোৰ…
Read More

শ্ৰীলংকাৰ ক্ৰিকেটৰৰ মুখত জয় আই অসম ধ্বনি

শ্ৰীলংকাৰ ক্ৰিকেটৰৰ মুখত জয় আই অসম ধ্বনিহোজাইত আজি উপস্থিত হয় শ্ৰীলংকা দলৰ প্ৰাক্তন ক্ৰিকেটা কুমাৰ ধৰ্মসেনা।হোজাই আন্তৰ্জাতিক আগৰ ব্যৱসায়িক তমজিৎ আলীৰ গোপাল নগৰৰ বাসগৃহত উপস্থিত হয় শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী।ক্ৰিকেটা গৰাকী আগৰৰ ব্যৱসায় ক্ষেত্ৰত অসমলৈ আহে আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ভাল পায়।সদৌ শেষত জয় আই অসম বুলি কয়।
Read More