09
Dec
বাজাজ ফিনচাৰ্ভ এএমচিয়ে স্বাস্থ্য আৰু সুস্থতা সম্বন্ধীয় খণ্ডত বিনিয়োগ কৰি দীৰ্ঘম্যাদী বৃদ্ধি সূচনা কৰিব বিচৰা মুক্ত ইকুইটি আঁচনি বাজাজ ফিনচাৰ্ভ হেল্থকেয়াৰ ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ৬ ডিচেম্বৰত গ্ৰাহকৰ বাবে মুকলি হোৱা এই নতুন পুঁজি অফাৰ অহা ২০ ডিচেম্বৰত সমাপ্ত হ'ব। প্ৰধানকৈ ফাৰ্মাচিউটিকেল, হাস্পতাল, ৰোগ নিৰ্ণয় আৰু সুস্থতাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ ইকুইটি আৰু ইকুইটি সম্পৰ্কীয় আহিলাসমূহত বিনিয়োগ কৰি দীৰ্ঘম্যাদীভাৱে সম্পদ সৃষ্টিৰ সম্ভাৱনা বিচৰা বিনিয়োগকাৰীসকলৰ বাবে বাজাজ ফিনছাৰ্ভ হেলথকেয়াৰ ফাণ্ড উপযুক্ত। এই পুঁজি পাঁচ বছৰ বা তাতকৈ অধিক সময়ৰ বিনিয়োগৰ বাবে উপযুক্ত। এই আঁচনিখন বিএছই হেল্থকেয়াৰ টোটেল ৰিটাৰ্ণ ইণ্ডেক্স(টিআৰআই)ৰ বিপৰীতে মানদণ্ড নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিখনে বিএছই হেল্থকেয়াৰ টোটেল ৰিটাৰ্ণ…
