ব্যৱসায়

নিছানে দেশজুৰি গ্ৰাহকৰ ব্যস্ততা বৃদ্ধি কৰিবলৈ ‘উইকেণ্ড কাৰ্নিভাল’ আৰম্ভ কৰিছে

নিছানে দেশজুৰি গ্ৰাহকৰ ব্যস্ততা বৃদ্ধি কৰিবলৈ ‘উইকেণ্ড কাৰ্নিভাল’ আৰম্ভ কৰিছে

নিছান মটৰ ইণ্ডিয়াই ১৫-১৭ নৱেম্বৰলৈ সমগ্ৰ দেশজুৰি নিজৰ ডিলাৰশ্বিপ নেটৱৰ্কত ‘উইকেণ্ড কাৰ্নিভেল’ আয়োজন কৰিছে। সপ্তাহৰ শেষত ছুটিৰ দিনত আয়োজিত কাৰ্নিভেলৰ জৰিয়তে নিছানৰ বৰ্তমান আৰু সম্ভাৱ্য গ্ৰাহক তথা পৰিয়ালসমূহক একত্ৰিত কৰি ৰোমাঞ্চকৰ পুৰস্কাৰ, লাকী ড্ৰ’ আৰু আনন্দদায়ক কাৰ্যৰে এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। কাৰ্নিভেলত অতিথিসকলে নতুন নিছান মেগনাইট আৰু নিছান এক্স-ট্ৰেইল টেষ্ট ড্ৰাইভ কৰাৰ লগতে পৰিয়ালকেন্দ্ৰিক বিভিন্ন খেল, প্ৰতিযোগিতা আৰু শিশুৱে খেলিবলৈ নিৰ্দিষ্ট ক্ষেত্ৰ প্ৰদান কৰি উপভোগ্য কৰি তুলিছে। গ্ৰাহকে #NissanFamilyConnect ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত প্ৰশংসাসূচক ভিডিঅ’ৰ জৰিয়তে নিজৰ অনন্য অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিব পাৰে। এই আকৰ্ষণীয় কাৰ্য-কলাপসমূহৰ লক্ষ্য হৈছে নিছান আৰু গ্ৰাহকসকলৰ মাজত বন্ধন শক্তিশালী কৰা। এই…
Read More
২০২৪ বৰ্ষৰ ভাৰতীয় অলিম্পিক পদক বিজয়ীসকলক ২৫ খন এমজি উইণ্ডছ’ৰেৰেসম্বৰ্ধনা জনোৱা হয়

২০২৪ বৰ্ষৰ ভাৰতীয় অলিম্পিক পদক বিজয়ীসকলক ২৫ খন এমজি উইণ্ডছ’ৰেৰেসম্বৰ্ধনা জনোৱা হয়

অলিম্পিক ২০২৪-ত প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৱে এক সন্মানজনক কৃতিত্ব অৰ্জন কৰাৰ ক্ষেত্ৰত বাস্তবিক সক্ষমতা প্ৰদৰ্শন কৰি আন সকলোবোৰ আকাংক্ষিত ভৱিষ্যত খেলুৱৈৰ বাবে পথ প্ৰশস্ত কৰিছে৷ তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু অদম্য উৎকৃষ্টতাৰ অনুসৰণৰ স্বীকৃতি স্বৰূপে জেএছডব্লিউ গ্ৰুপ আৰু জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়া-য়ে এই ক্ৰীড়া তাৰকাসকলক ভাৰতীয় পেছেঞ্জাৰ ইলেক্ট্ৰিক বাহনৰ বজাৰত বহুখিনি পৰিবৰ্তন সৃষ্টি কৰা ভাৰতৰ ১ম ইন্টেলিজেন্ট চিইউভি নতুন এমজি উইণ্ডছ’ৰেৰে সন্মানিত কৰিছিল৷ ভাৰতৰ পৰা অহা অলিম্পিক পদক বিজয়ীসকলে জেভেলিন থ্ৰ’, পিষ্টল এণ্ড ৰাইফল শ্বুটিং, ৰেছলিং আৰু হকী আদিৰ দৰে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিছিল৷ এই সুপ্ৰসিদ্ধ অলিম্পিয়ানসকলে চণ্ডীগড়ত অনুষ্ঠিত এক ভব্য অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ প্ৰতিনিধিসকলৰ পৰা তেওঁলোকৰ নতুন…
Read More
ড. নিৰ্মল কুমাৰ জৈনৰ মতে ১ বছৰ বয়সৰ পিছত শিশুৰ বাবে ৭টা অত্যাৱশ্যকীয় টিকাকৰণ

ড. নিৰ্মল কুমাৰ জৈনৰ মতে ১ বছৰ বয়সৰ পিছত শিশুৰ বাবে ৭টা অত্যাৱশ্যকীয় টিকাকৰণ

ভাৰতত শিশুৰ প্ৰথম বছৰত প্ৰতিষেধকৰ হাৰ অধিক হ’লেও যথেষ্টসংখ্যক শিশুৰ প্ৰথম জন্মদিনৰ পিছতো আংশিকভাৱেহে টীকাকৰণ গ্ৰহণ কৰে। ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্সে প্ৰতিৰোধযোগ্য ৰোগৰ পৰা ৰক্ষা পাবলৈ ১ৰ পৰা ২ বছৰ বয়সৰ শিশুৰ বাবে ৭টা অত্যাৱশ্যকীয় টীকাকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ভিতৰত চিকেনপক্স আৰু হেপাটাইটিছ এৰ দুটা ড’জ, মেনিনজাইটিছ আৰু এমএমআৰৰ দ্বিতীয় ড’জ, পিচিভি আৰু ডিটিপি হিব আইপিভিৰ বুষ্টাৰ ড’জ আৰু বাৰ্ষিক ফ্লুৰ প্ৰতিষেধক অন্যতম। এই ভেকচিনসমূহে শিশুৰ সুস্থ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ চিকেনপক্স, মেনিনজাইটিছ, মিজিলছ, নিউমোনিয়াকে ধৰি ১৪টা ৰোগৰ পৰা ৰক্ষা কৰে। গুৱাহাটীৰ ইনষ্টিটিউট অৱ হিউমেন ৰিপ্ৰডাকচনৰ জ্যেষ্ঠ শিশু বিশেষজ্ঞ ডাঃ নিৰ্মল কুমাৰ জৈনে শিশুসকলক গুৰুতৰ স্বাস্থ্য জটিলতাৰ…
Read More
দক্ষিণ, পূব, আৰু উত্তৰ-পূব ভাৰতত ১৯টা নতুন বিত্তীয় কেন্দ্ৰ আৰম্ভ কৰিব ইউটিআই এএমচিয়ে

দক্ষিণ, পূব, আৰু উত্তৰ-পূব ভাৰতত ১৯টা নতুন বিত্তীয় কেন্দ্ৰ আৰম্ভ কৰিব ইউটিআই এএমচিয়ে

ভাৰতৰ সম্পদ ব্যৱস্থাপনা উদ্যোগৰ শীৰ্ষস্থানীয় প্ৰতিষ্ঠান ইউটিআই এচেট মেনেজমেণ্ট কোম্পানীয়ে ডিব্ৰুগড়ত নতুন ইউটিআই ফাইনেন্সিয়েল চেণ্টাৰ (ইউএফচি) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নতুন বিত্তীয় কেন্দ্ৰটোৰ ঠিকনা হৈছে, প্ৰথম মহলা, হাউচ অৱ সুভাষ চন্দ্ৰ জৈন, নিউ মাৰ্কেট, এইচ এছ ৰোড, হোটেল ইষ্ট এণ্ডৰ সমীপত। এই সম্প্ৰসাৰণ সমগ্ৰ দক্ষিণ, পূব আৰু উত্তৰ-পূব ভাৰতত বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ বাবে বিস্তৃত পদক্ষেপৰ অংশ, এই ১৯টা নতুন কেন্দ্ৰ ২০২৪ চনৰ ১৮ নৱেম্বৰত শুভাৰম্ভ হ'ব। এই সম্প্ৰসাৰণৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি ইউটিআই মিউচুৱেল ফাণ্ডৰ এমডি তথা মুখ্য কাৰ্যবাহী বিষয়া ইমতায়াজুৰ ৰহমানে কয় যে, "আমি আমাৰ সুবিধাসমূহ অবিৰামভাৱে প্ৰদান বা প্ৰৱেশাধিকাৰ নিশ্চিত কৰিবলৈ কৌশলগতভাৱে নতুন ইউটিআই বিত্তীয় কেন্দ্ৰ মুকলি…
Read More
গড্ৰেজ জাৰ্চীয়ে ভাৰতীয় অভিভাৱকসকলৰ মাজত এটা জৰীপ চলাইছে

গড্ৰেজ জাৰ্চীয়ে ভাৰতীয় অভিভাৱকসকলৰ মাজত এটা জৰীপ চলাইছে

গড্ৰেজ জাৰ্চীৰ শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে যে দেশৰ ৬০% অভিভাৱকে নিজৰ সন্তানৰ বাবে গাখীৰ সেৱনক অগ্ৰাধিকাৰ দিয়ে যাতে কেলচিয়ামৰ পৰ্যাপ্ত পৰিমাণ নিশ্চিত হয়। বটমছ আপ...ইণ্ডিয়া চেজ চিয়েৰ্ছ টু মিল্ক! শীৰ্ষক প্ৰতিবেদনত সমগ্ৰ দেশৰ অভিভাৱকসকলে শিশুৰ খাদ্যতালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰাৰ বিভিন্ন কাৰণৰ ওপৰত আলোকপাত কৰিছে। বহু অভিভাৱকে সামগ্ৰিক স্বাস্থ্য বজাই ৰখা, ওজন নিয়ন্ত্ৰণ আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদানৰ ক্ষেত্ৰত দুগ্ধৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইউগভৰ দ্বাৰা কৰা জৰীপটোত দিল্লী, লক্ষ্ণৌ, মুম্বাই, পুনে, হায়দৰাবাদ, চেন্নাই, বাংগালোৰ আৰু কলকাতাকে ধৰি আগশাৰীৰ চহৰসমূহৰ আৱাসীসকলৰ সঁহাৰি লক্ষ্য কৰিছিল। লক্ষণীয়ভাৱে হায়দৰাবাদস্থিত অভিভাৱকসকলে গাখীৰৰ বাবে সৰ্বাধিক ৬৬% অগ্ৰাধিকাৰ দেখুৱাইছিল, আনহাতে লক্ষ্ণৌ আৰু কলকাতাৰ দৰে চহৰত সৰ্বনিম্ন…
Read More
ভাৰতক বিশ্ব সংবাদ মাধ্যমৰ দক্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ এমইএছচিক চেম্পিয়ন আখ্যা মন্ত্ৰী জয়ন্ত চৌধুৰীৰ

ভাৰতক বিশ্ব সংবাদ মাধ্যমৰ দক্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ এমইএছচিক চেম্পিয়ন আখ্যা মন্ত্ৰী জয়ন্ত চৌধুৰীৰ

ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক উন্নীত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দক্ষতা বিকাশ তথা উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে সংবাদ মাধ্যম আৰু মনোৰঞ্জন দক্ষতা পৰিষদ(এম ই এছ চি)ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অধ্যক্ষতা কৰে। “স্কিল ইণ্ডিয়া টু বিল্ড ইণ্ডিয়া” শীৰ্ষক বিষয়বস্তুৰ অধীনত আয়োজিত এই বৈঠকত ক্ৰমান্বয়ে প্ৰতিযোগিতামূলক বিশ্ব বজাৰৰ বাবে যুৱ প্ৰতিভাসমূহক সজ্জিত কৰাৰ ক্ষেত্ৰত এম ই এছ চিৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এমইএছচিৰ চিইঅ’ মোহিত চোনি আৰু অস্কাৰ জয়ী ড০ ৰেছুল পুকুট্টিৰ দৰে মনোৰঞ্জন জগতৰ বিশিষ্ট ব্যক্তিসকলে অংশ লোৱা এই অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে দক্ষতা বিকাশক একাকাৰ কৰাত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰী…
Read More
বাজাজ এলিয়ানজ জীৱন বীমাই ২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ বাবে ব্যক্তিগত ৰেটিং নতুন ব্যৱসায়ত ৩৪% বৃদ্ধি লাভ কৰিছে

বাজাজ এলিয়ানজ জীৱন বীমাই ২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ বাবে ব্যক্তিগত ৰেটিং নতুন ব্যৱসায়ত ৩৪% বৃদ্ধি লাভ কৰিছে

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে দোপতদোপে ব্যৱসায়ত উন্নতি কৰি ২০২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ইতিবাচক প্ৰদৰ্শন কৰিলৈ সক্ষম হৈছে, ব্যক্তিগত ৰেটপ্ৰাপ্ত নতুন ব্যৱসায় (আই আৰ এন বি)ত ৩৪% উল্লেখযোগ্য বৃদ্ধিৰে ২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত অৰ্জন কৰা ১,৪১৫ কোটি টকাৰ তুলনাত ২৫ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ১,৮৯৫ কোটি টকাত উপনীত হৈছেগৈ। বাজাজ এলিয়াঞ্জ লাইফৰ গ্ৰছ ৰিটেন প্ৰিমিয়াম (জিডব্লিউপি) আকৰ্ষণীয় ২৩% বৃদ্ধি পাইছে, ২৪ বিত্তীয় বৰ্ষত ৫,৩৩৮ কোটি টকাৰ পৰা ২৫ বিত্তীয় বৰ্ষত ৬,৫৪৪ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে বীমা খণ্ডত শক্তিশালী প্ৰদৰ্শন আকৌ এবাৰ প্ৰমাণ কৰিলে। কোম্পানীটোৱে লগতে প্ৰকাশ কৰে যে, ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰলৈকে পৰিচালনা কৰি থকা এছেট আণ্ডাৰ মেনেজমেণ্ট…
Read More
বিশ্ব ডায়েবেটিচ দিৱসে ডায়েবেটিচৰ বিষয়ে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে

বিশ্ব ডায়েবেটিচ দিৱসে ডায়েবেটিচৰ বিষয়ে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে

১৪ নৱেম্বৰত প্ৰতিবছৰে পালন কৰা বিশ্ব ডায়েবেটিচ দিৱস, ডায়েবেটিচৰ বিষয়ে বিশ্বব্যাপী সজাগতা বৃদ্ধি কৰে আৰু সুলভ যত্নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "বিশ্বৰ ডায়েবেটিচ ৰাজধানী" বুলি জনাজাত ভাৰতে এক বৰ্ধিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে ১০১ নিযুত ভাৰতীয়ৰ ডায়েবেটিচ আছে, আনহাতে ১৩৬ নিযুত প্ৰি-ডায়েবেটিচ। ই কাৰ্যকৰী ডায়েবেটিচ ব্যৱস্থাপনা ৰণনীতি গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, বিশেষকৈ আহাৰৰ পৰিৱৰ্তন আৰু আমি খোৱা খাদ্যৰ জৰিয়তে। এনে এক পদ্ধতি হৈছে কাঠবাদামৰ দৰে পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰা, য'ত ১৫ টা অত্যাৱশ্যকীয় পুষ্টি থাকে, যাৰ ভিতৰত আছে প্ৰ'টিন, অসংপৃক্ত চৰ্বি, আৰু আহাৰৰ আঁহ, পুষ্টি যি ৰক্ত শৰ্কৰাৰ…
Read More
গড্ৰেজ ইণ্ডাষ্ট্ৰীজে এফ এণ্ড বি খণ্ডত সম্প্ৰসাৰণৰ বাবে ছাভান্না ছাৰফেক্টেণ্টছৰ ফুড এষ্টাৰ আৰু ইমালচিফায়াৰ ব্যৱসায় অধিগ্ৰহণ কৰিছে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজে এফ এণ্ড বি খণ্ডত সম্প্ৰসাৰণৰ বাবে ছাভান্না ছাৰফেক্টেণ্টছৰ ফুড এষ্টাৰ আৰু ইমালচিফায়াৰ ব্যৱসায় অধিগ্ৰহণ কৰিছে

গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ কেমিকেল বিজনেছ শাখাই ছাভান্না ছাৰফেক্টেণ্টছ লিমিটেডৰ ফুড এষ্টাৰ আৰু ইমালচিফায়াৰ বিজনেছ অধিগ্ৰহণৰ বাবে কৌশলগত চুক্তিত স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে। এই অধিগ্ৰহণত অন্তৰ্ভুক্ত আছে সম্পূৰ্ণ হোৱা সামগ্ৰীৰ ৫২০০ এমটিপিএ ক্ষমতাৰ গোৱাত অৱস্থিত এক নিৰ্মাণ কেন্দ্ৰ, এই অধিগ্ৰহণ খাদ্য আৰু পানীয় খণ্ডত সামগ্ৰীৰ অফাৰ সম্প্ৰসাৰণৰ বাবে গড্ৰেজৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। গড্ৰেজ ইণ্ডাষ্ট্ৰিজ (কেমিকেলছ)ৰ কাৰ্যবাহী সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিশাল শৰ্মাই এই বিষয়ে কয় যে, “এই অধিগ্ৰহণ আৰু বিনিয়োগে আমাৰ বিশেষ ৰাসায়নিক ব্যৱসায় বৃদ্ধিৰ আমাৰ ৰণনীতিক সমৰ্থন কৰে আৰু বহনক্ষম বিকাশ তথা উদ্ভাৱনৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্যপূৰ্ণ।” অলিঅ’কেমিকেল, ছাৰফেক্টেণ্ট আৰু জৈৱপ্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে…
Read More
এপোলো কৰ্কট সন্মিলন ২০২৪ মুম্বাইৰ বিকেচিৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হয়

এপোলো কৰ্কট সন্মিলন ২০২৪ মুম্বাইৰ বিকেচিৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হয়

মুম্বাইৰ বিকেচি জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত এপ’ল’ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত এপ’ল’ কেন্সাৰ কনক্লেভ ২০২৪ৰ সপ্তম সংস্কৰণ সুকলমে অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ ২০০০ৰো অধিক অংক’লজিষ্ট আৰু ৪৫০ জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় বক্তাক একত্ৰিত কৰা হৈছিল, য’ত অংশ ল’লে বিশ্বৰ বিখ্যাত অংক’লজী বিশেষজ্ঞ, স্বাস্থ্যসেৱাৰ অগ্ৰদূতসকল আৰু ক্লিনিকেল গৱেষকসকল। ২০২২ চনত ভাৰতৰ কৰ্কট ৰোগৰ বোজা ১.৪১ মিলিয়ন নতুন ৰোগীৰ পৰা ২০৫০ চনৰ ভিতৰত ২.৬৯ লাখলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে, এই পৰিসংখ্যালৈ লক্ষ্য কৰিলে ক্ৰমাৎ বৃদ্ধি পোৱা কৰ্কট মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰতিৰোধৰ উচিত প্ৰয়োজনীয়তাৰ ওপৰত এই কনক্লেভে আলোকপাত কৰে। কেন্সাৰ কনক্লেভ ২০২৪ত প্ৰায় ১০০তকৈ অধিক অধিবেশন আৰু যথেষ্ট অন্তৰংগ আলাপ অনুষ্ঠানৰ…
Read More