উত্তৰ-পূৱ

সংবাদমেলত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই

সংবাদমেলত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই

ৰাজ্যখনৰ শেহতীয়া বানপানীত সৰ্বস্ব হেৰুওৱা বানাক্ৰান্ত ৰাইজক লৈ কেৱল প্ৰচাৰমুখী ৰাজনীতিত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বানত বহুলোকে সৰ্বস্ব হেৰুওৱাব লগীয়া হৈছে। ইমানৰ পিছতো কেৱল সস্তীয়া জনপ্ৰিয়তা অর্জনত জপিয়াই পৰিছে মুখ্যমন্ত্ৰীগৰাকী। তেওঁ সস্তীয়া জনপ্ৰিয়তাৰ আশাত কেমেৰা বাহিনী লগত লৈ বনপীড়িতৰ কাষত থিয় হোৱাৰ নামত মুখ্যমন্ত্ৰীজনে চৰম প্ৰতাৰণা কৰিছে বান বিধ্বস্ত ৰাইজক। এই বুলি আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই। তেওঁ সংবাদ মেলত কয়- বনপীড়িত ৰাইজৰ মাজত চৰকাৰে এমুঠি চাউল, দাইল, সামান্য পৰিমাণৰ মিঠাতেল বিতৰণ কৰিয়ে দায় সাৰিবলৈ যত্ন কৰিছে।…
Read More
অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত  নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত  গুৰুত্ব

অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত  নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত  গুৰুত্ব

কংগ্ৰেছ দলক প্ৰতিৰোধৰ স্বাৰ্থত ২০১৪ চনৰ পৰা অসমত বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিলেও অগপই নিজৰ আঞ্চলিকতাবাদৰ মূল লক্ষ্যৰ পৰা অলপো পাছুৱাই নাহে । বৰঞ্চ নতুন প্ৰজন্ম বা যুৱ প্ৰজন্মক কিদৰে আঞ্চলিকতাবাদত আকৰ্ষিত কৰিব পাৰি তাৰ লক্ষ্যৰে অগপ দলে কাম কৰি যাব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ২৫ জুনত গুৱাহাটীৰ সাওঁকুছিস্থিত জয়ৰাম ভৱনত অনুষ্ঠিত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ লক্ষৰে অনুষ্ঠিত সভাত  সভাপতিত্ব কৰি এইদৰে মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় অসমত অগপ অবিহনে প্ৰকৃত আঞ্চলিকতাবাদৰ কথা কল্পনাই কৰিব নোৱাৰি ।…
Read More
সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

অসমৰ একমাত্ৰ আইন ছাত্ৰ সংগঠন সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন আৰু বিষয় বাচনি সভাখনি শনিবাৰে মহানগৰীৰ দিছপুৰ লাষ্টগেটস্থিত পি:ডব্লিউ:ডি সন্মিলন ও প্ৰশিক্ষন কেন্দ্ৰত অনুষ্ঠিত হয়।অসমৰ আইন শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰৰ অধিকাৰ আৰু অসমৰ জাতীয় সমস্যাৰ হৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহা অসমৰ আইন সংগঠনটোৰ কেন্দ্ৰীয় অধিবেশনত অসমৰ  বিভিন্ন জাতি-জনগোষ্ঠীয়য় সংগঠনৰ নেতৃবৃন্দৰ লগতে অসমৰ কেইবাজনো জেষ্ঠ অধিবক্তা,দিশপুৰ আইন মহাবিদ্যালয়ৰ  অধ্যক্ষাৰ লগতে অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ প্ৰতিনিধি আৰু জিলা আৰু শাখা সমিতি সমূহৰ অংশগ্ৰহনেৰে এক গাম্ভীৰ্যপুৰ্ন অনুষ্ঠান অনুষ্ঠিত হয়।সভাৰ বিষয়বাচনি সভাত মূখ্য উপদেষ্টা ৰূপে দেৱাশীষ মেধি,চামচুল হক,কেন্দ্ৰীয় সভাপতি হিচাপে সঞ্জীৱ বৰা, উপ সভাপতি ক্ৰমে মৃন্ময় কলিতা, আব্দুল…
Read More

লালুক আৰক্ষীৰ পুনৰ এক বৃহৎ সফলতা

ৰাজ্যত প্ৰতিদিনে অব্যাহত আছে চোৰাং গৰুৰ বেহা।লালুক আৰক্ষীৰ পুনৰ এক বৃহৎ সফলতা।লখিমপুৰ জিলাত এতিয়াও অবৈধ ভাৱে চলি আছে গো মাতাৰ চোৰাং বেহা।চৰকাৰ তথা প্ৰশাসনৰ নীতি নিয়মক একাংশ দালালৰ বুঢ়া আঙুলি দেখুৱা পৰিলক্ষিত হয়।প্ৰতি নিশাই কাৰ ছত্ৰ ছায়াত চলি আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা সেয়া এতিয়াও ৰহস্যময়।কিয়নো দেওবাৰে নিশা প্রায় ৮.৫০ বজাত লালুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি নাকা তালাচী চলাই কৰায়ত্ত কৰে এখন মালবাহী মেজিক গাড়ী। নাওবৈছাৰ বৰলুৱাৰ পৰা অৰুণাচল অভিমুখে গৈ থকা অৱস্থাত ২ দুস্কৃতিকাৰী সহ ৬টা গৰু আটক কৰে লালুক আৰক্ষীয়ে ।আটক কৰা ব্যক্তি দুজন হল ৰাশিদুল ইছলাম আৰু মুছফিকুৰ…
Read More
অসম কাবাডী সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ  প্ৰথমখন কাৰ্যনিৰ্বাহ সভা সম্পন্ন

অসম কাবাডী সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ  প্ৰথমখন কাৰ্যনিৰ্বাহ সভা সম্পন্ন

অসমৰ কাবাডীয়ে এতিয়া নতুন ৰূপ লোৱাৰ পথত আগবাঢ়িছে।এইবাৰ অসমৰ কাবাডীক আগবঢ়াই লৈ যোৱাৰ বাবে ৰাইজে দায়িত্ব প্ৰদান কৰিছে যুৱ ক্ৰীড়া সংগঠক আলোক ত্ৰিপাঠীক।নতুন কমিটিয়ে দায়িত্বভাৰ লোৱাৰ পিছত অসম কাবাডী সন্থাৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত নেহেৰু ষ্টেডিয়ামত বুধবাৰে প্ৰথমখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। সভাত অসমৰ কাবাডীৰ প্ৰদৰ্শন উন্নতমানৰ কৰি তোলাৰ লগতে কাবাডী খেলুৱৈ সকলৰ সম্পৰ্কত বিভিন্ন দিশ আলোচনা কৰা হয়। এতিয়াৰে পৰা অনুষ্ঠিত হ'বলগীয়া কাবাডী প্ৰতিযোগিতাসমূহত কোনো বহিঃৰাজ্যৰ খেলুৱৈয়ে অসম দলক প্ৰতিনিধিত্ব কৰি নোৱাৰিব বুলি সভাত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অসম কাবাডী সন্থাৰ সম্পাদক আলোক ত্ৰিপাঠীয়ে। আনহাতে এই সভাত সভাপতিৰ আসন অলংকৃত কৰা ভুৱনেশ্বৰ কলিতাই 'কাবাডী খেলৰ জৰিয়তে সমাজখনক আমি…
Read More
অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত  নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত  গুৰুত্ব

অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাংগঠনিক সভাত  নব প্ৰজন্মক আঞ্চলিকতাবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ ওপৰত  গুৰুত্ব

কংগ্ৰেছ দলক প্ৰতিৰোধৰ স্বাৰ্থত ২০১৪ চনৰ পৰা অসমত বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰিলেও অগপই নিজৰ আঞ্চলিকতাবাদৰ মূল লক্ষ্যৰ পৰা অলপো পাছুৱাই নাহে । বৰঞ্চ নতুন প্ৰজন্ম বা যুৱ প্ৰজন্মক কিদৰে আঞ্চলিকতাবাদত আকৰ্ষিত কৰিব পাৰি তাৰ লক্ষ্যৰে অগপ দলে কাম কৰি যাব । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ২৫ জুনত গুৱাহাটীৰ সাওঁকুছিস্থিত জয়ৰাম ভৱনত অনুষ্ঠিত অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ লক্ষৰে অনুষ্ঠিত সভাত  সভাপতিত্ব কৰি এইদৰে মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় অসমত অগপ অবিহনে প্ৰকৃত আঞ্চলিকতাবাদৰ কথা কল্পনাই কৰিব নোৱাৰি ।…
Read More
সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণি

অসমৰ একমাত্ৰ আইন ছাত্ৰ সংগঠন সদৌ অসম আইন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন আৰু বিষয় বাচনি সভাখনি শনিবাৰে মহানগৰীৰ দিছপুৰ লাষ্টগেটস্থিত পি:ডব্লিউ:ডি সন্মিলন ও প্ৰশিক্ষন কেন্দ্ৰত অনুষ্ঠিত হয়।অসমৰ আইন শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰৰ অধিকাৰ আৰু অসমৰ জাতীয় সমস্যাৰ হৈ দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই অহা অসমৰ আইন সংগঠনটোৰ কেন্দ্ৰীয় অধিবেশনত অসমৰ  বিভিন্ন জাতি-জনগোষ্ঠীয়য় সংগঠনৰ নেতৃবৃন্দৰ লগতে অসমৰ কেইবাজনো জেষ্ঠ অধিবক্তা,দিশপুৰ আইন মহাবিদ্যালয়ৰ  অধ্যক্ষাৰ লগতে অসমৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ প্ৰতিনিধি আৰু জিলা আৰু শাখা সমিতি সমূহৰ অংশগ্ৰহনেৰে এক গাম্ভীৰ্যপুৰ্ন অনুষ্ঠান অনুষ্ঠিত হয়।সভাৰ বিষয়বাচনি সভাত মূখ্য উপদেষ্টা ৰূপে দেৱাশীষ মেধি,চামচুল হক,কেন্দ্ৰীয় সভাপতি হিচাপে সঞ্জীৱ বৰা, উপ সভাপতি ক্ৰমে মৃন্ময় কলিতা, আব্দুল…
Read More
মিছন অপৰাজেয়ঃ আন্তঃৰাষ্ট্ৰীয় সাঁতােৰবিদ এলভিছ আলি হাজৰিকাৰ নতুন প্ৰত্যাহ্বান

মিছন অপৰাজেয়ঃ আন্তঃৰাষ্ট্ৰীয় সাঁতােৰবিদ এলভিছ আলি হাজৰিকাৰ নতুন প্ৰত্যাহ্বান

অসমৰ জলকোঁৱৰ হিচাপে পৰিচিত আন্তঃৰাষ্ট্ৰীয় সাঁতােৰবিদ এলভিছ আলি হাজৰিকাই এইবাৰ এক দুঃসাহসিক কার্যসূচীত অংশগ্রহণ কৰিবলৈ আগবাঢ়িছে। মিছন অপৰাজেয়’ নামেৰে আৰম্ভ কৰিবলগীয়া এই কার্যসূচী অনুসৰি সাঁতােৰবিদগৰাকীয়ে অহা ১৭ ছেপ্টেম্বত নর্থ চেনেল’ৰ নর্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ আৰু আগন্তুক বৰ্ষৰ মাজভাগত ইংলিছ চেনেল’ৰ ইংলেণ্ডৰ পৰা ফ্রান্সলৈ সাগৰ সাঁতুৰি পাৰ হ’ব। মাত্র ১৩ ঘণ্টাত নর্থ চেনেল’ৰ ৪২ কিলােমিটাৰ আৰু ইংলিছ চেনেল’ৰ ৩৮ কিলােমিটাৰ সাগৰৰ মাজত পাৰকৰিবলগীয়া এই কাৰ্যসূচী হ’ব অতি প্রত্যাহ্বানমূলক। মিছন অপৰাজেয়’ৰ বাবে সাজু হােৱা সাঁতােৰবিদগৰাকীক সহায়ক বাবে আগবাঢ়ি আহিছে গুৱাহাটীস্থ ব্যৱসায়িক প্রতিষ্ঠান এছ এম ডেভলপাৰৰ্ছ। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাব আয়ােজিত এক সংবাদমেলত এইকথা প্রকাশ কৰে বিশিষ্ট সাঁতােৰবিদগৰাকীয়ে। সংবাদমেলত উপস্থিত থাকি বিশিষ্ট সাংবাদিক…
Read More

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ নামত দালালী কৰি থকা চাৰিজন দালালক ধুবুৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়

ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ নামত দালালী কৰি থকা চাৰিজন দালালক ধুবুৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। বহুদিন ধৰি চিকিৎসা মহাবিদ্যালয়ত খনত দালালৰ দপদপনীত সাধাৰণ জনতাই অতিষ্ঠ হৈ পৰিছিল। এই সংক্ৰান্তত বহুবাৰ বাতৰি ও সম্প্ৰাচাতিত হৈছিল অৱশেষত আজি ধুবুৰী কলেজ নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে চাৰি গৰাকী দালাল আটক কৰে আটকাধীন যুৱক ক্ৰমে- সম্ভু মহতো,(৩৯) আমিনুৰ ৰহমান,(৩১) আৰজু সৰকাৰ(৩২), ফিৰোজ সেখ (২৪) বৰ্তমানে চাৰিজন দালালক ধুবুৰী সদৰ থানাত জেৰা অব্যহত ৰাখিছে বুলি জানিবপৰা গৈছে।
Read More

নলবাৰীত বন্যাৰ্তৰ খবৰ ল’ব আহি সংবাদ মাধ্যমৰ সন্মূখত এই বিস্ফোৰণ অখিল গগৈৰ

ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা আছিল ৰেডিচন ব্লুত বাহৰ পতা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ "কেম্প ইনচাৰ্জ"।একনাথ সিন্ধেৰ নেতৃত্বত ৰেডিচন ব্লুত বাহৰ পতা বিসম্বাদী বিধায়কৰ সমগ্ৰ দিশ চোৱা-চিতাৰ দায়িত্বত আছিল মন্ত্ৰী পিয়ুষ হাজৰিকা।মথাউৰি ভঙাৰ সময়ত মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰাইজৰ লগত নাথাকি ৰেডিচন ব্লুত শিৱ সেনাৰ বিধায়কৰ কেম্প ইনচাৰ্জৰ দায়িত্বত।নলবাৰীত বন্যাৰ্তৰ খবৰ ল'ব আহি সংবাদ মাধ্যমৰ সন্মূখত এই বিস্ফোৰণ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।ইফালে অসমৰ বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ একনাথ সিন্ধেই আগবঢ়োৱা ৫১লাখ টকাৰ সাহায্য নালাগে বুলি মন্তব্য কৰে অখিল গগৈৰ।অখিল গগৈৰ মন্তব্য একনাথ সিন্ধেৰ ৫১'লাখ টকা অসমৰ বন্যাৰ্তৰ বাবে নগণ্য।মহাৰাষ্ট্ৰৰ দুই নম্বৰী বিধায়কৰ সাহায্য নালাগে বুলিও উল্লেখ…
Read More