19
Feb
আজি দিশপুৰ প্ৰেছ ক্লাবৰ সভাকক্ষত আসাম লুতাদ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন "প্ৰতিধ্বনি" শুভ উন্মোচন কৰা হয় । এই উপলক্ষে আয়োজিত সভাখনি উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক "সাহিত্য কোঁৱৰ" কমল কলিতাই কয়- বৰ্তমান সময়ৰ চুটিগল্পৰ গতিধাৰাৰ ওপৰত আলোকপাত কৰে । গ্ৰন্থখনি উন্মোচন কৰি আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- "অসমীয়া ভাষাত লিখা মিছিং জনগোষ্ঠীৰ লেখিকা চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলনখনিয়ে অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল টনকিয়াল কৰিব । নাৰী সমাজৰ মাজত আজিৰ পৰা এক বিশেষ পাব লেখিকা টায়ে মিলিয়ে ।গল্পৰ মাজেদি সমাজত ঘটি থকা এখন ছৱি দাঙি ধৰিলে…