17
Dec
ইণ্ডিয়াফাৰ্ষ্ট লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে (ইণ্ডিয়াফাৰ্ষ্ট লাইফ) তেঁওলোকৰ কৌশলগত সম্প্ৰসাৰণ প্ৰচেষ্টাৰ অধীনত তিনি মাহতকৈও কম সময়ৰ ভিতৰত #AgencyNirmaan অধীনত ১৮ টা নতুন সংস্থা শাখা মুকলি কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে সমগ্ৰ ভাৰতত তেঁওলোকৰ উপস্থিতি শক্তিশালী কৰা আৰু কম সেৱা প্ৰাপ্ত লোকৰ বাবে জীৱন বীমা সমাধানৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰা। ইণ্ডিয়াফাৰ্ষ্ট লাইফৰ মেনেজিং ডাইৰেক্টৰ আৰু চিইঅ' ৰুষাভ গান্ধীয়ে এই সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "আমাৰ সংস্থা শাখাৰ সম্প্ৰসাৰণে এই ক্ষেত্ৰখনত আমাৰ উপস্থিতি অধিক শক্তিশালী কৰে। আমি অহা দুই-তিনি বছৰৰ ভিতৰত ১০০ টা শাখা স্থাপন কৰাৰ পৰিকল্পনাৰ সৈতে এক মাল্টি-চেনেল বিতৰণ সংগঠনলৈ ৰূপান্তৰিত হোৱাৰ লক্ষ্য ৰাখিছো।" সংস্থাৰ শাখা (এজেঞ্চী চেনেল)ৰ সভাপতি সুমিত…