Sonakshi Sarkar

1785 Posts
আৰম্ভনিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব লাগিব – গীতিকা দত্ত শৰ্মা

আৰম্ভনিৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা দিব লাগিব – গীতিকা দত্ত শৰ্মা

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত আজি উত্তৰ -পশ্চিম বৰক্ষেত্ৰী পৰীক্ষা পৰিষদৰ উদ্যোগত আৰু নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ ১০ নং গোটৰ সহযোগত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ শীৰ্ষক এখনি আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায় ।  কাৰ্যসূচী অনুসৰি পুৱা দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক জয়ন্ত কুমাৰ দাসৰ তত্বাৱধানত পৰিৱেশ নিকাৰণৰ পাছতেই পুৱা ৮ বজাত পতাকা উত্তোলন কৰে দৌলাশাল হাইস্কুলৰ বিদ্যালয়প্ৰধান চৰিফুদ্দিন আহমেদে। ইয়াৰ পাছতেই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে দৌলাশাল হাইস্কুলৰ সহকাৰী শিক্ষক ক্ৰমে হৰগোবিন্দ নাথ আৰু ৰমণী নাথে । বন্তি প্ৰজ্বলন কৰে দৌলাশাল হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰহংস বৈশ্যই । দিনৰ ১১ বজাত উত্তৰ-পশ্চিম বৰক্ষেত্ৰী মাধ্যমিক পৰীক্ষা পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিকৰ সভাপতিত্বত অনুষ্ঠিত হয়…
Read More
বহৰিত শ্রী শ্রীশনি মহাৰাজৰ নবনির্মিত মন্দিৰৰ দ্বাৰ উদ্ঘাটন

বহৰিত শ্রী শ্রীশনি মহাৰাজৰ নবনির্মিত মন্দিৰৰ দ্বাৰ উদ্ঘাটন

বহৰি বজাৰত নতুনকৈ নির্মাণ কৰা শ্ৰীশ্ৰী শনি মহাৰাজৰ মন্দিৰটো বহৰি ৰিজাৰ্ভ গাৱৰ সমাজ সেৱক গোপাল সাহাই শুভ উদ্বোধন কৰে। সমাজ সেৱক গোপাল সাহাই মন্দিৰৰ দ্বাৰ উদ্ঘাটনৰ জৰিয়তে শ্ৰী শ্ৰী শনি মহাৰাজদেৱৰ মন্দিৰ উদ্বোধন আৰু গৃহ প্রবেশ অনুষ্ঠান মুকলি কৰে । এনে ধৰ্মীয় অনুষ্ঠান সমুহেই সমাজখনক একত্রিত কৰি ৰাখিছে । প্ৰায় চাৰি দশক পূৰ্বেই প্ৰতিষ্ঠা কৰা মন্দিৰটোৰ ঠাইত নতুনকৈ সুদৃশ্য ভাৱে নিৰ্মাণ কৰা নতুন মন্দিৰটো নিৰ্মাণ হৈ উঠাৰ ফলত ভক্তসকলে শনিদেৱৰ পূজা অৰ্চনা কৰাত সহায়ক হব। মন্দিৰটো সুদৃশ্য ভাৱে নিৰ্মাণ কৰি তোলাৰ বাবে মন্দিৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ ৰাইজকো তেওঁ ধন্যবাদ জনায়। আনহাতে মন্দিৰটোৰ যিকোনো সমস্যা সম্পৰ্কে তেওক অবগত কৰিবলৈকো তেওঁ…
Read More
চৌদি আৰৱে আয়োজন কৰিব প্ৰথম ই-স্পৰ্টছঅলিম্পিক গেমছ

চৌদি আৰৱে আয়োজন কৰিব প্ৰথম ই-স্পৰ্টছঅলিম্পিক গেমছ

আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে বিশ্বব্যাপী ই-ক্ৰীড়াৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰথম ই-স্পৰ্টছ অলিম্পিক গেমছ আয়োজন কৰিবলৈ চৌদি আৰৱৰ ৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সৈতে অংশীদাৰীত্ব কৰিছে। ইয়াৰ পূৰ্বে, অলিম্পিক কাৰ্যবাহী পৰিষদে ই-স্পৰ্টছ অলিম্পিক গেমছ প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ দিছিল, যাৰ পিছত আইঅচিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল।  ইউএনআইভি স্পোৰ্টটেকৰ প্ৰতিষ্ঠাপক আৰু এফইএআই (ফেডাৰেচন অফ ইস্পোৰ্টছ এছ'চিয়েচনইণ্ডিয়া)ৰ প্ৰতিষ্ঠাপক সদস্য অভিষেক ইছাৰে কয়-এতিয়া প্ৰতিখন দেশে ই-স্পৰ্টছক অলিম্পিক পদক জিকাৰ সুযোগ হিচাপে চাব। এই উদ্যোগটোৰ বাবে এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰত এই ক্ষেত্ৰত দ্ৰুত বিকাশত সক্ষম। ই-স্পৰ্টছ শ্ৰেণীৰ খেলুৱৈসকল ২০২১ ৰ পৰা ২০২২ চনৰ ভিতৰত চাৰিগুণ বৃদ্ধি পাইছে (১,৫০,০০০ ৰ পৰা ৬,০০,০০০ লৈ) আৰু ভৱিষ্যতৰ অনুমান অনুসৰি ২০২৭ চনৰ…
Read More
কৰিমগঞ্জত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

কৰিমগঞ্জত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন কামৰ পৰ্যালোচনা কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ এই পৰ্যালোচনাত ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া গৰাকীৰ লগতে বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ ইয়াৰ পিছত ৰাতাবাৰী সমষ্টিৰ হৰি নগৰ গাঁও পঞ্চায়তৰ ৰাজনগৰত এটা প্লেভাৰ ব্লক দিয়া ৰাস্তা পৰিদৰ্শন কৰি মনতে সন্তুোষ লাভ কৰে মন্ত্ৰী দাসে ৷ প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে যদি প্ৰকৃতাৰ্থত এনেদৰে কাম কৰে তেতিয়াহ'লে নিশ্চিত ৰূপত গ্ৰাম্য জনজীৱন আৰু অধিক সূচল হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়বিশ্বাস কৰে৷ এই পৰিদৰ্শন কালত মন্ত্ৰী দাসৰ লগত স্থানীয় বিধায়ক বিজয় মালাকাৰ আৰু জিলা বিজেপিৰ সভাপতি  সুব্ৰত ভট্টাচাৰ্য উপস্থিত থাকে…
Read More
বৰপেটাত প্ৰথম বাৰ্ষিক উমেশ বৰুৱা সোঁৱৰণী ফুটবল

বৰপেটাত প্ৰথম বাৰ্ষিক উমেশ বৰুৱা সোঁৱৰণী ফুটবল

প্ৰয়াত উমেশ বৰুৱা ( বিজু )'ৰ পৱিত্ৰ স্মৃতিত ষ্টাৰ ফুটবল ক'চিং চেন্টাৰৰ উদ্যোগত স্থানীয় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ডিচিডি এফ চি,ৰাঙাপানী একাদশে প্ৰাৰম্ভিক মেচত অৱতীৰ্ণ হৈ প্ৰথমেই ছেমি ফাইনেলত স্থান নিৰ্ণয় কৰিছে । দলটোৱে মেচখনত হাউলীৰ ২৮-এপিবিএন বেটেলিয়ন একাদশক ২-০ পৰিস্কাৰ গলত পৰাস্ত কৰে। প্ৰথমৰে পৰা ৰাঙাপানীয়ে প্ৰভাৱ বিস্তাৰ কৰি খেলৰ ৭ মিনিটতে প্ৰতিপক্ষ এপিবিএন বেটেলিয়নৰ গলবাৰৰ সামান্য আঁতৰত পোৱা বল সুযোগ সন্ধানী ষ্ট্ৰাইকাৰ ধনঞ্জয় ব্ৰহ্মই লেহেকৈ ঠেলি প্ৰথমটো আঘাত হানে। বিৰতিলৈ ১-০ গলত আগবাঢ়ি থকা ৰাঙাপানীৰ ডিচিডি এফ চিয়ে দ্বিতীয়াৰ্ধটো প্ৰভাৱ খটুৱাই গল কৰাৰ চেষ্টা চলায় আৰু সফল হয় খেলৰ ৫৭ মিনিটত। কৰ্ণাৰ কিকৰ বল আহি এপিবিএনৰ গলবক্সৰ…
Read More
এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ

এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ

এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় কাৰাটে দলত অসমৰ চাৰি গৰাকী খেলুৱৈৰ ভিতৰত বৰপেটাৰ দুগৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় দলটোত স্থান প্ৰাপ্ত কাৰাটে খেলুৱৈ চাৰি গৰাকী হৈছে - হেম্ফু বংজাং (গুৱাহাটী), জিয়ান চৌধুৰী (বৰপেটা), আৰু মহিলাৰ স্থান প্ৰাপ্ত খেলুৱৈ দুগৰাকী হৈছে হানী আলী(বৰপেটা) তথা কস্তুৰী কলিতা (যোৰহাট) । বৰপেটাৰ হানী আলী আৰু জিয়ান চৌধুৰীয়ে কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ তত্বাবধানত বৰপেটাৰ উকা কাৰাটে একাডেমীত প্ৰশিক্ষণ প্ৰাপ্ত খেলুৱৈ । উল্লেখযোগ্য যে হেম্ফু বংজাঙে ল'ৰাৰ ৬১ কেজি কুমিটে আৰু জুনিয়ৰ শাখাত কাটা ইভেন্ট'ত খেলিব । বিপৰীতে মহিলাৰ হানী আলীয়ে ২১ বছৰ অনুৰ্ধ্ব বয়সৰ ৬১ কেজি কুমিটেত অংশগ্ৰহণ কৰিব । তেনেদৰে জিয়ান চৌধুৰীয়ে ল'ৰাৰ…
Read More
জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ক্ৰিকেট

জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ক্ৰিকেট

জে কে বৰুৱা স্মৃতি আন্তঃ জিলা ১৯ বছৰ অনুৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ মেচ বৰপেটা আৰু গোৱালপাৰাত অনুষ্ঠিত হ'ব । লক্ষ্যনীয়ভাৱে অসম ক্ৰিকেট সন্থাৰ দ্বাৰা ইতিমধ্যে 'জনেল' মেচ সমুহ সমাপ্ত হোৱাৰ পাছত তাৰ পৰা চেম্পিয়ন হোৱা সূত্ৰে ফাইনেল ৰাউণ্ডত পদাৰ্পন কৰা মুঠ ৬ টা দলৰ মাজত দুটা গ্ৰুপ কৰি লীগ মেচ খেলোৱাৰ দিহা কৰা হৈছে । গ্ৰুপ 'এ'ত খেলিব লগীয়া দল তিনিটা হৈছে বিশ্বনাথ, শিলচৰ আৰু বৰপেটা, বিপৰীতে 'বি' গ্ৰুপত খেলিব লগীয়া দল তিনিটা হৈছে, নাজিৰা, গোলাঘাট আৰু সভাপতি একাদশ। বৰপেটা ভ্যেনুত কাইলৈ প্ৰথম খন লীগ মেচত শিলচৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বিশ্বনাথ। বিপৰীতে গোৱালপাৰাত হ'ব লগীয়া 'বি' গ্ৰুপৰ প্ৰথম খন…
Read More
৫ দিনত স্ত্ৰী ২-য়ে ভাৰতত উপাৰ্জন কৰিলে ২০০ কোটি টকা

৫ দিনত স্ত্ৰী ২-য়ে ভাৰতত উপাৰ্জন কৰিলে ২০০ কোটি টকা

শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাও অভিনীত ভৌতিক কমেডি স্ত্ৰী ২ সোমবাৰে আংশিক ৰাখী বন্ধনৰ বন্ধৰ পৰা যথেষ্ট লাভান্বিত হৈছে। ছবিখনে মুক্তিৰ প্ৰথম ৫ দিনৰ ভিতৰত ভাৰতত ২০০ কোটি টকাৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। স্ত্ৰী ২-য়ে তেঁওলোকৰ পূৰ্বলোকন শ্ব'ৰ পৰা ৮.৫ কোটি টকা, প্ৰথম দিনটোত ৫১.৮ কোটি টকা, দ্বিতীয় দিনটোত ৩১.৪ কোটি টকা, তৃতীয় দিনটোত ৪৩.৮৫ কোটি টকা, চতুৰ্থ দিনা ৫৫.৯ কোটি টকা আৰু ইয়াৰ ৫ ম দিনত প্ৰায় ৩৭ কোটি টকা সংগ্ৰহ কৰিছিল। ইয়াৰ সৈতে, ছবিখনৰ মুঠ ইণ্ডিয়া নেট বক্স অফিচ সংগ্ৰহ ইয়াৰ প্ৰথম সোমবাৰে ২২৮.৪৫ কোটি টকাত উপনীত হৈছে। শেহতীয়া শ্ৰদ্ধা কাপুৰ চলচ্চিত্ৰখনে হৃত্বিক ৰোশন আৰু দীপিকা পাডুকন অভিনীত…
Read More
ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা হ্ৰাস পাব সুৰাৰ মূল্য

ৰাজ্যত ১ ছেপ্টেম্বৰৰ পৰা হ্ৰাস পাব সুৰাৰ মূল্য

১ ছেপ্টেম্বৰৰ পৰা অসমত সুৰাৰ মূল্য হ্ৰাস পাব। ১৭ আগষ্টত জাৰি কৰা এক জাননীত অসম আবকাৰী বিভাগে কয় যে ভাৰতত নিৰ্মিত বিদেশী সুৰা, বিয়েৰ, ৱাইন, ব্ৰেণ্ডি, ৰামকে ধৰি বিভিন্ন প্ৰকাৰৰ সুৰাযুক্ত পানীয়ৰ ওপৰত বিজ্ঞাপন-ভেল'ৰেম কৰৰ সমন্বয়ৰ পিছত এই পদক্ষেপ লোৱা হৈছে। এই মূল্য সমন্বয় মাৰ্চ মাহত বৃদ্ধিৰ পিছত আহিছে, যিটো অসমৰ বিত্তীয় গাঁথনিত সুৰা কৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ উদ্দেশ্যে কৰা হৈছিল। বিবৃতিটোত, বিভাগটোৱে আপডেট কৰা কৰ পৰিকাঠামোৰ বিৱৰণ দিছিল, যিয়ে বিভিন্ন বিজ্ঞাপন- শুল্ক প্ৰৱৰ্তন কৰে আৰু সুৰাৰ প্ৰকাৰ আৰু ব্যয়ৰ ওপৰত আধাৰিত কৰি নিম্নতম মূল্যত সংশোধন কৰে।  উদাহৰণ স্বৰূপে, ৫% লৈকে এলকহল থকা ড্ৰাফ্ট বিয়েৰে এতিয়া…
Read More
দুলীপ ট্ৰফিত ৰিয়ান আৰু আকাশ

দুলীপ ট্ৰফিত ৰিয়ান আৰু আকাশ

আগন্তুক দুলীপ ট্ৰফি ক্ৰিকেটৰ বাবে অসম তাৰকা ৰিয়ান পৰাগ আৰু অল ৰাউণ্ডাৰ আকাশ সেনগুপ্তাই স্থান লাভ কৰিছে । ৰিয়ানে ভাৰতীয় 'এ' টীমত আৰু আকাশে স্থান লাভ কৰিছে ভাৰতীয় 'ডি' দলত। বলিং আৰু বেটিং উভয়তে দক্ষতা থকা অল ৰাউণ্ডাৰ আকাশে ইতিমধ্যে ৰঞ্জি ট্ৰফী,ছৈয়দ মুস্তাক আলী ট্ৰফি আদিত অসমৰ হৈ সুন্দৰ নিদৰ্শন আগবঢ়াই আহিছে। দুলীপ ট্ৰফি ক্ৰিকেটত দক্ষতা প্ৰতিপন্ন কৰাৰ ওপৰত তেওঁৰ ভৱিষ্যৎ নিৰ্ভৰ হ'ব বুলি ধাৰণা কৰা হৈছ।
Read More