29
Nov
লামডিং নখুটিত দিনতে অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডব ।আজি ৰাতিপুৱা পৰা নখুটিত এটা বনৰীয়া হাতীয়ে তাণ্ডব অব্যাহত ৰাখিছে ।মানুহৰ খেতি-বাতিৰ লগতে মানুহৰ ঘৰ দুৱাৰত তাণ্ডব অব্যাহত ৰাখিছে বনৰীয়া হাতীটোৱে ।কিন্তু কাণষাৰ নাই বন বিভাগৰ ।আজি স্থানীয় ৰাইজে চৰকাৰলৈ কাঠৰ আহ্বান নখুটি বন বিভাগৰ কাৰ্য্যালয় বন্ধ কৰাৰ কাৰণে ।কাৰণ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে নখুটিৰ বন বিভাগৰ কাৰ্য্যালয় বন কৰ্মী সকলে । এই সন্দৰ্ভত নখুটিৰ স্থানীয় ৰাইজে চৰকাৰলৈ আহ্বান কৰিলে।
