Dipshikha

3144 Posts

অচিনাক্ত বৃদ্ধক উদ্ধাৰ কৰে কেইজনমান যুৱকে

লিডুত দিশাৰীৰ মহানুভবতা। আজি লিডুৰ ৰেইলৱে কলোনী স্থিত এটা কোৱাটাৰৰ পৰা এজন অচিনাক্ত বৃদ্ধা ৰোগীক উদ্ধাৰ কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। উল্লেখ্য যে চলিব-ফুৰিব নোৱাৰা এই অচিনাক্ত বৃদ্ধজন বহু দিনৰ পৰাই সেই স্থানটোত পৰি আছিলে। ব্যক্তিজনে নিজৰ পৰিচয় দিয়া তথা নিজৰ সম্পৰ্কে একো নাজানে। স্থানীয় লোকে বৃদ্ধাজনক খোৱা-দোৱাৰ ব্যবস্থা কৰি দিয়াত বৰ্তমান লৈকে ঠিকেই আছিল। কিন্ত দু-দিনৰ পৰা লোকজনৰ অবস্থা একেবাৰে সংকটজনক হোৱাত আজি দিশাৰীৰ কেইজনমান হৃদয়বান সদস্যই ব্যক্তিজনক চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা চিকিৎসালয়ত প্ৰৰণ কৰে। যদি কোনোবায় ব্যক্তিজনক চিনি পায় তেনে হলে 8402997996/8876108066 নম্বৰত যোগাযোগ কৰিব পাৰে।
Read More

দৰঙৰ খাৰুপেটীয়াত সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কৰ্মবিৰতি ৰূপায়ন।

দৰঙৰ খাৰুপেটীয়াত সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কৰ্মবিৰতি ৰূপায়ন।বিভিন্ন শ্লোগানেৰে পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। দৰঙৰ খাৰুপেটীয়াত খাৰুপেটীয়া পৌৰসভাৰ কাৰ্য্যালয় প্ৰাংগনত চাকৰি সংক্ৰান্তীয় বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্হাৰ আহ্বান মৰ্মে এদিনীয়া সৰ্বাত্মক কৰ্ম বিৰতি ৰূপায়ণ।বিগত ৬ মাহৰ পৰা সুদীৰ্ঘ ৩৭ মাহ পৰ্যন্ত অনাদায় দৰমহা অতি শীঘ্ৰে আদায় দিয়া লগতে পৌৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য ৮ টা দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি খাৰুপেটীয়াতো পৌৰনিকায় কৰ্মচাৰী সকলে এই এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন । কৰ্মচাৰীসকলে তেওঁলোকৰ সমস্যা সমূহ পূৰণৰ দাবীত বিভিন্ন শ্লোগানেৰে পৌৰসভাৰ কাৰ্য্যালয় প্ৰাংগন উত্তাল কৰি তোলে । পুৱা…
Read More

মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ পৰা ৰহস্যজনক বৃদ্ধ নিৰুদ্দেশ।

মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ পৰা ৰহস্যজনক বৃদ্ধ নিৰুদ্দেশ।এক বছৰ আগতে কৰ্মসূত্ৰে কেৰেলালৈ গৈছিল ৬৫ বছৰীয়া বৃদ্ধ ফজৰ আলি।কিন্তু ৰহস্যজনক বাবে এক বছৰ কেৰেলা কাম কৰি ঘৰলৈ উভতি অহা সময়ত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈছে মৈৰাবাৰী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱৰ ফজৰ আলি।পৰিয়ালৰ লোকে জানিব দিয়া মতে-এক বছৰ আগতে বৃদ্ধ ফজৰ আলিয়ে সাংসাৰিক গৃহ কন্দলৰ বাবে খং কৰি কেৰেলা গুচি গৈছিল কাম কৰিবলৈ।যদিও তেওঁ ইমান দিনে পৰিয়ালৰ লোকৰ সৈতে সংযোগ ৰক্ষা কৰি আহিছিল।এক বছৰ পিছত ফজৰ আলি ঘৰলৈ উভতি অহা সময়ত গুৱাহাটী পোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ সৈতে আজি পাঁচ মাহে কোনো যোগাযোগ নকৰাত সংকাত ভুগিছে বৃদ্ধ ফজৰ আলিৰ পৰিয়ালৰ লোকে।যদি কোনো সদাহয় ব্যক্তিয়ে…
Read More

পুতেকে কাঠৰ টুকুৰাৰে কোবাই কোবাই হত্যা কৰিলে নিজ পিতৃক

জুৰীয়াৰ মেলেকাধিংত ভয়ঙ্কৰ হত্যাকাণ্ডপুতেকে কাঠৰ টুকুৰাৰে কোবাই কোবাই হত্যা কৰিলে নিজ পিতৃকপুত্ৰ ছাজাহানে ড্ৰাগছ কিনিবলৈ টকা বিচৰাত পিতৃ মাইনুল হকে অমান্তি হোৱাত প্ৰথমে কাজিয়াৰ সুত্ৰপাত হয়পিছত ছাজাহানে কাঠৰ টুকুৰাৰে আক্ৰমণ কৰে নিজ পিতৃ মাইনুল হকক ইতিমধ্যে ঘটনাস্হলীত দগাও আৰক্ষী উপস্হিত হৈ তদন্ত আৰম্ভ কৰিছে
Read More

লাহৰীঘাটত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

লাহৰীঘাটত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ । ধৃত লোকজনৰ নাম আকবৰ আলী । লাহৰীঘাট বাছ আস্থানৰ ওচৰতে এটা ড্ৰাগছ ভৰ্তি চাবোনৰ পেকেটসহ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি লোকজনে অঞ্চলটোত ড্ৰাগছৰ ব্যাৱসায় কৰি আহিছিল । লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ধৃত লোকজনক ।ধৃত লোকজনৰ পৰা এটা মবাইল , নগত ১৩২০ টকা আৰু এখন চাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে ।
Read More

ভাৰতীয় জনতা পাৰ্টীৰ অনুসুচীত জাতি মৰ্চাৰ গাওঁ সম্পৰ্ক অভিযান ৷

৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ অনুসুচীত জাতি মৰ্চাৰ গাওঁ সম্পৰ্ক অভিযান ৷দক্ষিণ শালমাৰাৰ মনিৰ চৰ গাওঁ পঞ্চায়তৰ পৰা ৰথ যাত্ৰা উলিয়াই ৷ ৰথযাত্ৰা উলিয়াৰ পূৰ্বে মনিচৰ গাওঁ পঞ্চায়ত অনুসুতি জাতি লোক সকলৰ মাজত মতবিনিময় কৰে বিজেপিৰ কৰ্মকৰ্তা সকলে ৷ অনুসুচীত জাতীয় লোক সকলে চৰকাৰে ৰুপায়ন কৰা আচনি সমুহ সঠিক ভাৱে লাভ কৰি আছে নে নাই সেই সম্পৰ্কে বুজ লয় বিজেপিৰ কৰ্মী সকলে ৷ গাওঁ সম্পৰ্ক অভিযানৰ লগত সংগতি ৰাখি মনিৰচৰ দাসপাৰা দূৰ্গা মন্দিৰ প্ৰাংগনত জনতা পাৰ্টি অনুসুচীত জাতি মৰ্চাই এখন সভা অনুষ্টিত কৰে ৷উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টি, অনুসুচীত জাতি…
Read More

চিলাপথাৰৰ ছিলাসুঁতি চাব চেণ্টাৰত পথ দুৰ্ঘটনা

চিলাপথাৰৰ ছিলাসুঁতি চাব চেণ্টাৰত পথ দুৰ্ঘটনা । উদণ্ড বাইক চালকক ৰাইজৰ উত্তম-মাধ্যম। আঘাত প্ৰাপ্ত শিশু সহ মহিলাক হাস্পাতাল লৈ প্ৰেৰণ। ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৰ ছিলাসূঁতি ভগৱান চাৰিআলি অঞ্চলত পুৱাৰে পৰা এজন যুৱকে AS 22F 4438 নম্বৰৰ য়া'মহা বাইক তীব্র গতিত চলাই আতংকৰ পৰিবেশ সৃষ্টি কৰি আছিল।দিন বেয়া আছিল আজি বেচেৰাৰ ১১.৩০ মান বজাত চিলাপথাৰ দিশৰ পুনৰ তীব্ৰ গতিৰে আহি ব্ৰিজ বাৰী লৈ যোৱা পথৰ কেঁকুৰীত কণমানি শিশু সহ এগৰাকী মহিলাক খুন্দা মাৰি বাগৰি পৰে 2 নং মাজৰবাৰী নেপালী গাওঁৰ জেষ্ট ছেত্ৰী নামৰ উদণ্ড বাইক চালক জন।লগে লগে স্থানীয় ৰাইজে এইদৰে উত্তম-মাধ্যম সোধাই থকা দেখা গল। ইপিনে কণমানি শিশু সহ মহিলা…
Read More

শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদমেল

শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদমেলশিৱসাগৰ বিধায়ক অখিল গগৈৰ সংবাদ মেল ।এই সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্যঅসম আৰু মেঘালয় সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক গৰাকীৰ চৰকাৰৰ ভূমিকা অতি দুৰ্ভাগ্যজনক। অসম চৰকাৰে কেৱল অসম আৰক্ষীৰ ওপৰত দোষ জাপি শুই আছে এছ পি জনক কিয় বদলি কৰা হ'ল, অ'চি জনক কিয় নিলম্বন কৰাৰ কাৰণ কি চৰকাৰে স্পষ্ট কৰক এই মন্তব্য প্ৰদান কৰে অখিল গগৈয়ে।অসমৰ মূখ্যমন্ত্ৰী এই পৰ্যন্ত ঘটনাস্থলিলৈ যোৱা নাই, কোনো কেবিনেট মন্ত্ৰী যোৱা নাই যোৱা বুলি সমালোচনা।হেলিকপ্টাৰত উঠি বিয়া খাবলৈ যোৱা মূখ্যমন্ত্ৰী জনে ঘটনাস্থলিলৈ যাবলৈ আহৰি পোৱা নাই।দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা অসমৰ গৃহৰক্ষী জোৱানক শ্বহীদ ঘোষণা কৰক। সংবাদমেলত দাবী…
Read More

বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষীৰ দুখীয়া মানুহক উপহাৰ।

বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষীৰ দুখীয়া মানুহক উপহাৰ।জিলা সদৰ হাটশিঙিমাৰীৰ পৰা ১৫০ কম্বল বিতৰণ আৰক্ষী অধীক্ষক হৰেন টকবিৰ ।জিলা খনৰ প্ৰতিটো আৰক্ষী থানা আৰু আৰক্ষী চকীত দুখীয়া মানুহৰ মাজত বিতৰণ কৰিব আৰক্ষীয়ে কম্বল।বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কেইবাটাও কাৰ্য্যসূচী হাতত লৈছে।জিলা খনৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে জিলা প্ৰশাসনে।আজি জিলা সদৰ হাটশিঙিমাৰীত আৰক্ষী অধীক্ষক হৰেন টকবিয়ে দুখীয়া আৰু দৰিদ্ৰ মানুহৰ মাজত ১৫০ খন কম্বল বিতৰণ কৰে।
Read More

বিশ্বনাথত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন আৰু বাৰেবৰণীয়া শোভাযাত্ৰা

বিশ্বনাথত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন আৰু বাৰেবৰণীয়া শোভাযাত্ৰা বিশ্বনাথত ৪০০ বছৰীয়া মহাবীৰ লাচিতৰ জন্ম জয়ন্তী উপলক্ষে লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়৷প্ৰতিমূৰ্তি উন্মোচন কৰে জিলা উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই৷ উক্ত প্ৰতিমূৰ্ত্তিটি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ বীৰভূমিত৷ ইয়াৰ পিছতে বীৰভূিৰ পৰা গহপুৰলৈ বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰ টেক্টৰে এক শোভাযাত্ৰা উলিওয়া হয়৷ ১০০খন টেক্টৰ হয় এই শোভাযাত্ৰা৷
Read More