04
Jan
পেঙেৰীত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট।পেঙেৰী আৰক্ষীয়ে নাকা চেকিং সময়ত তিনিচুকীয়া-বৰডুমচা যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰে টেবলেট খিনি।তিনিচুকীয়া পৰা বাছৰে সৰহবৰাহ কৰা দুজন লোককো আটক কৰে আৰক্ষীয়ে।আটকাধীন দুয়োগৰাকী বৰডুমচা মহংৰ পদ্মেশ্বৰ গগৈ আৰু তৰাণীৰ প্ৰতাপ মৰাণ ।
