05
Jan
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ যোৰহাটৰ আম আদমী পাৰ্টীৰ প্ৰতীকী অৱস্থান ধৰ্মঘট।যোৰহাটত 38 খন ৰাজহ গাঁও গোলাঘাট জিলাত চামিল কৰাক লৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত এই ধৰ্মঘট হয়।দাবী সমূহৰ মানি নল'লে আৰু প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান
