12
Feb
দৰং জিলাৰ দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা৷খাৰুপেটীয়াৰ পৰা ট্ৰাক এখন তেজপুৰ অভিমূখে গৈ থকা অৱস্থাত একেই দিশৰ পৰা আহি থকা বাইক এখনে অভাৰটেক কৰি থকা মুহূৰ্তত সংঘটিত হয় এই পথ দুৰ্ঘটনা৷দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী৷বাইক আৰোহী জনৰ নাম ছানোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে৷হুছেইনৰ ঘৰ খাৰুপেটীয়াৰ বৰঙাবাৰীত বুলি জানিব পৰা গৈছে৷
