25
Mar
◾এইবাৰ LMC ত ওলাল নৱজাতক চোৰ !◾লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ওলাইছে নৱজাতক চোৰ◾ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত ওলাইছে এই নৱজাতক চোৰ। ◾চিকিৎসকৰ ৰূপত অচিনাক্ত লোক প্ৰৱেশ কৰি সংঘটিত কৰে এই দুষ্কাৰ্য্য◾ৰোগীৰ আত্মীয়ই আটক কৰি লোক জনক গতালে আৰক্ষীক ◾লীলাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক জনক ৷
