ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ দেশ জুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ কৰ্মী আৰু সমৰ্থনকাৰী সকলে।এইবাৰ প্ৰথম বাৰলৈ ৰাহুল গান্ধীৰ ভগ্নীয়ে মুখ খুলিছে।বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰিয়ংকা গান্ধীয়ে।বিজেপিৰ দুৰ্নীতি উদঙালে প্ৰিয়ংকাই।