Business Bureau

2980 Posts
হোম ক্ৰেডিট ইণ্ডিয়াই অধিগ্ৰহণ কৰিলে ভাৰ্থনা ফাইনেন্স

হোম ক্ৰেডিট ইণ্ডিয়াই অধিগ্ৰহণ কৰিলে ভাৰ্থনা ফাইনেন্স

টিভিএছ ভেনু গ্ৰুপৰ অন্তৰ্ভুক্ত হোম ক্ৰেডিট ইণ্ডিয়াই সম্পূৰ্ণ নগদ ধনৰ লেনদেনৰ বিনিময়ত ভাৰ্থনা ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰাৰ বাবে এক চুক্তিত উপনীত হৈছে। অৱশ্যে এই প্ৰক্ৰিয়াটো ৰিজাৰ্ভ বেংক আদিকে ধৰি আনুষংগিক নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ অনুমোদনৰ সাপেক্ষেহে সম্পন্ন হ’ব। এই প্ৰস্তাৱিত অধিগ্ৰহণৰ মূল উদ্দেশ্য হৈছে সুৰক্ষিত আৰু দীৰ্ঘম্যাদী শিক্ষা ঋণ খণ্ডত প্ৰৱেশ কৰি টিভিএছ ভেনুৰ বিত্তীয় সেৱাৰ পৰিসৰ অধিক শক্তিশালী কৰা। টিভিএছ ভেনুৱে জনোৱা মতে, ভাৰতৰ বৰ্ধিত ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এক উচ্চ মানদণ্ডৰ বিত্তীয় সেৱা গঢ়ি তোলাৰ বাবে প্ৰতিষ্ঠানটোৰ যি দীৰ্ঘম্যাদী কৌশল, তাৰ সৈতেই এই পদক্ষেপ সংগতিপূৰ্ণ। বৰ্তমান টিভিএছ ক্ৰেডিট চাৰ্ভিচেছ আৰু হোম ক্ৰেডিট ইণ্ডিয়াৰ জৰিয়তে গ্ৰুপটোৱে…
Read More
পুৰী ৰথযাত্ৰাত ভিটামিন ডিৰ সজাগতা বৃদ্ধিৰ বাবে ছানফিষ্ট মেৰী লাইটৰ ‘সূৰ্য বৰদান’ অভিযান

পুৰী ৰথযাত্ৰাত ভিটামিন ডিৰ সজাগতা বৃদ্ধিৰ বাবে ছানফিষ্ট মেৰী লাইটৰ ‘সূৰ্য বৰদান’ অভিযান

ছানফিষ্ট মেৰী লাইটে প্ৰচুৰ সূৰ্যৰ পোহৰ পোৱাৰ পিছতো দেশৰ লাখ লাখ ভাৰতীয়ক প্ৰভাৱিত কৰি অহা ভিটামিন ডি-ৰ অভাৱজনিত সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ ঐতিহ্যমণ্ডিত পুৰী ৰথযাত্ৰাত সূৰ্য বৰদান পদক্ষেপৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিছে। এই অভিযান ব্ৰেণ্ডটোৰ সূৰ্যৰ সৈতে থকা পুৰণি সম্পৰ্ক আৰু ভিটামিন ডি-ৰ গুণাগুণ শীৰ্ষক প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছে। ওড়িশাৰ অন্যতম বৃহৎ সাংস্কৃতিক সমাৱেশৰ সময়ত আয়োজিত এই কাৰ্যসূচীয়ে 'হৰ কিৰণ ম্যে ছুপা হ্যে ভিটামিন ডি কা বৰদান' বাৰ্তা কঢ়িয়াই লৈ ফুৰিছে, যাতে ভক্ত আৰু পৰিয়ালসমূহে ভিটামিন ডি-ৰ প্ৰয়োজনীয়তা বুজি পায়।এই অনুষ্ঠানত সূৰ্য সহায়কসকলে দৰ্শনাৰ্থীসকলৰ সৈতে মতবিনিময় কৰে, দৰ্শনাৰ্থীক দুই মিনিটৰ এক ভিটামিন ডিৰ প্ৰয়োজনীয়তা পৰীক্ষা সম্পূৰ্ণ…
Read More
ভাৰতত নিচানে মুকলি কৰিলে প্ৰিমিয়াম এছইউভি টেক্টন, বাহনখনৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা

ভাৰতত নিচানে মুকলি কৰিলে প্ৰিমিয়াম এছইউভি টেক্টন, বাহনখনৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা

নিচান মটৰ ইণ্ডিয়াই বৃহস্পতিবাৰে ভাৰতত ৱৰ্ল্ড প্ৰিমিয়াৰৰ জৰিয়তে সম্পূৰ্ণ নতুন টেক্টন প্ৰিমিয়াম চি-এছইউভি বাহনখন মুকলি কৰিছে। এয়া হৈছে ২০২৬ চনত কোম্পানীটোৰ দ্বিতীয়টো উৎপাদন আৰু দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এছইউভি বজাৰত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ কৌশলৰ এক গুৰুত্বপূৰ্ণ খোজ। নিচানৰ চেন্নাইস্থিত কাৰখানাত প্ৰস্তুত টেক্টনৰ টি১৬০ মেনুৱেল ভেৰিয়েণ্টৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা (বিশেষ প্ৰাৰম্ভিক মূল্য) নিৰ্ধাৰণ কৰা হৈছে, আনহাতে টি২৮০ ৰেঞ্জৰ মূল্য ১৪.৯৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে। নিচানৰ এক বাহন এক বিশ্ব দৰ্শনৰ অধীনত বিকশিত এই এছইউভিখন মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ বজাৰসমূহলৈও ৰপ্তানি কৰা হ’ব, যাৰ ফলত নিচানৰ গোলকীয় উৎপাদন আৰু উৎপাদন কৌশলত ভাৰতৰ ভূমিকা অধিক শক্তিশালী হ’ব। কিংবদন্তী…
Read More
২১গৰাকী এমডিআৰটি উপদেষ্টাৰে টাটা এআইএ-ই অসমত নিজৰ স্থিতি কৰিছে শক্তিশালী, ভাৰতৰ অক্ষুণ্ণ ৰাখিছে শীৰ্ষ ৰেংকিং

২১গৰাকী এমডিআৰটি উপদেষ্টাৰে টাটা এআইএ-ই অসমত নিজৰ স্থিতি কৰিছে শক্তিশালী, ভাৰতৰ অক্ষুণ্ণ ৰাখিছে শীৰ্ষ ৰেংকিং

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে-এ অসমত ২১গৰাকী মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল(এমডিআৰটি)-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ জীৱন বীমা খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লগতে ধাৰাবাহিকভাৱে চতুৰ্থ বছৰৰ বাবে এমডিআৰটি-যোগ্য উপদেষ্টাৰ সংখ্যাৰ ফালৰ পৰা ভাৰতৰ শীৰ্ষ বীমাকাৰী প্ৰতিষ্ঠান হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। ২০২৬ চনৰ গ্লবেল এমডিআৰটি ৰেংকিং অনুসৰি, কামৰূপ(ম) আৰু কোকৰাঝাৰ জিলাৰ পৰা চাৰি গৰাকীকৈ এমডিআৰটি-যোগ্য উপদেষ্টা আছে, আনহাতে কাছাৰ জিলাৰ দুগৰাকী উপদেষ্টাই এই যোগ্যতা অৰ্জন কৰিছে। সমগ্ৰ ভাৰতবৰ্ষত টাটা এআইএ-ই ১,৩৯৭গৰাকী এমডিআৰটি-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত প্ৰতিষ্ঠানটোৱে বিশ্বজুৰি ১৩সংখ্যক স্থান লাভ কৰিছে। এই মুঠ যোগ্যতা অৰ্জনকাৰীসকলৰ ভিতৰত ৬৯৫গৰাকী মহিলা, যি প্ৰতিষ্ঠানটোৰ মুঠ এমডিআৰটি সদস্যৰ প্ৰায় আধা…
Read More
৪ বিধ নতুন সামগ্ৰী মুকলিৰে নিজৰ গা ধোৱা চাবোনৰ পৰ্টফলিঅ’ ন ৰূপত সজাই তুলিছে এলাইফে

৪ বিধ নতুন সামগ্ৰী মুকলিৰে নিজৰ গা ধোৱা চাবোনৰ পৰ্টফলিঅ’ ন ৰূপত সজাই তুলিছে এলাইফে

এডব্লিউএল এগ্ৰি বিজনেছ লিমিটেড(পূৰ্বৰ আদানি উইলমাৰ লিমিটেড)ৰ ব্যক্তিগত যতন ব্ৰেণ্ড 'এলাইফ'-এ নিজৰ নতুন ব্ৰেণ্ড প্ৰস্তাৱ খুবছুৰতি কুছ খাছ-ৰ অংশ হিচাপে উন্নত ফৰ্মুলেচন, স্কিনকেয়াৰ-অনুপ্ৰাণিত উপাদান আৰু আধুনিক পেকেজিঙেৰে চাৰিটা নতুন ভেৰিয়েণ্টৰ সৈতে নিজৰ গা ধোৱা চাবোনৰ পৰ্টফলিঅ' পুনৰ মুকলি কৰিছে।এই নতুন পৰিসৰৰ চাবোনসমূহ যোৱা ১৫ জুলাইত কোম্পানীটোৰ মুন্দ্ৰা উৎপাদন কেন্দ্ৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ এলাইফৰ ৫০ গৰাকী শীৰ্ষ ডিষ্ট্ৰিবিউটৰ উপস্থিত থাকে, যিয়ে ব্ৰেণ্ডটোৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰাৰ লগতে ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে।এই নতুন পৰ্টফলিঅ'ত এক্টিভ নিম্বু, হালধি চন্দন, ৰ’জী গ্ল’ আৰু ফ্ৰেছ লিলি অন্তৰ্ভুক্ত কৰা হৈছে। কোম্পানীটোৰ মতে, চাবোনসমূহত…
Read More
১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত এডভেঞ্চাৰ এডিচন মুকলিৰে ডাষ্টাৰৰ পুৰণি ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ ৰেন’ৰ

১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত এডভেঞ্চাৰ এডিচন মুকলিৰে ডাষ্টাৰৰ পুৰণি ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ ৰেন’ৰ

ৰেন’ ইণ্ডিয়াই নিজৰ আইকনিক এছইউভি-ৰ এক বিশেষ সংস্কৰণ ডাষ্টাৰ এডভেঞ্চাৰ এডিচন মুকলি কৰিছে, বাহনখনৰ এক্স-শ্ব’ৰুম মূল্য ১২.৯৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে। মঙলবাৰে ঘোষণা কৰা অনুসৰি, ভাৰতৰ আটাইতকৈ জনপ্ৰিয় এছইউভিসমূহৰ অন্যতম ডাষ্টাৰৰ দুঃসাহসিক ভ্ৰমণৰ ঐতিহ্যক উদযাপন কৰাৰ উদ্দেশ্যে এই নতুন সংস্কৰণটো অনা হৈছে। কোম্পানীটোৰ সমগ্ৰ ভাৰততে এক মূল্য নীতিৰ অধীনত এই নতুন সংস্কৰণটো তিনিটা ভেৰিয়েণ্টত উপলব্ধ হ’ব— এডভেঞ্চাৰ টাৰ্বো টিচিই ১০০ এমটিৰ মূল্য ১২.৯৯ লাখ টকা, এডভেঞ্চাৰ টাৰ্বো টিচিই ১৬০ এমটিৰ মূল্য ১৩.৯৯ লাখ টকা আৰু এডভেঞ্চাৰ টাৰ্বো টিচিই ১৬০ ডিচিটিৰ মূল্য ১৫.৩৯ লাখ টকা। ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস বাষ্টিল ডে'ৰ ক্ষণত ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়েৰী মাঠু আৰু ৰেন’ গ্ৰুপ ইণ্ডিয়াৰ…
Read More
ইপিএফঅ’ৰ ধন আদায় ব্যৱস্থাৰে ডিজিটেল বেংক সেৱাৰ পৰিসৰ বৃদ্ধি কৰিলে ইণ্ডাছইণ্ড বেংকে

ইপিএফঅ’ৰ ধন আদায় ব্যৱস্থাৰে ডিজিটেল বেংক সেৱাৰ পৰিসৰ বৃদ্ধি কৰিলে ইণ্ডাছইণ্ড বেংকে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন(ইপিএফঅ')ৰ সৈতে ইণ্ডাছইণ্ড বেংক সংযুক্ত হৈছে। ইয়াৰ ফলত নিয়োগকৰ্তা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এতিয়াৰে পৰা বেংকটোৰ ডিজিটেল বেংকিং প্লেটফৰ্ম ব্যৱহাৰ কৰি ইপিএফঅ' পৰ্টেলৰ জৰিয়তে অতি সহজে ভৱিষ্যনিধি(পিএফ)ৰ বৰঙণি জমা কৰিব পাৰিব। এই সংযোগৰ পিছত এতিয়াৰে পৰা বিভিন্ন সংস্থাসমূহে ইপিএফঅ' পৰ্টেলত পোনপটীয়াকৈ ইণ্ডাছইণ্ড বেংক বাচনি কৰিব পাৰিব। লগতে বেংকটোৰ কৰ্পৰেট ইণ্টাৰনেট বেংকিং প্লেটফৰ্ম ইণ্ডাছ ডাইৰেক্ট আৰু মজলীয়া তথা ক্ষুদ্ৰ উদ্যোগ(এমএছএমই)ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা মোবাইল বেংকিং এপ্লিকেচন ইণ্ডি ফৰ বিজনেছৰ জৰিয়তে নিয়মীয়া পি এফ আদায় প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। দেশৰ আটাইতকৈ বেছি ব্যৱহৃত বিধিবদ্ধ কৰ্তব্যৰ এই ধন আদায় প্ৰক্ৰিয়াটোক সৰল কৰাৰ লগতে এটা সুৰক্ষিত…
Read More
‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীৰে নিজৰ পৰিসৰ বৃদ্ধি আৰু ‘পোষণ কা পেহলা স্পৰ্শ’ অভিযান আৰম্ভ কৰিছে জনচন’ছ®️ বেবীয়ে

‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীৰে নিজৰ পৰিসৰ বৃদ্ধি আৰু ‘পোষণ কা পেহলা স্পৰ্শ’ অভিযান আৰম্ভ কৰিছে জনচন’ছ®️ বেবীয়ে

জনচন'ছ®️ বেবীয়ে শিশুসকলৰ ছালৰ যত্নৰ বাবে নিজৰ নতুন মিল্ক এণ্ড ৰাইচ সামগ্ৰীৰ শৃংখলা মুকলি কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত ভাৰতীয় অন্নপ্ৰসন্ন উৎসৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ‘পোষন কা পেহলা স্পৰ্শ’ নামৰ এটা নতুন বিজ্ঞাপন অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানে শিশুৰ জীৱনৰ প্ৰথম দিনবোৰৰ পৰাই কোমল ছালৰ পুষ্টিৰ ওপৰত গুৰুত্ব দি ছালৰ বাবে আহাৰৰ ৰীতি ধাৰণাটো উপস্থাপন কৰি এই সাংস্কৃতিক পৰম্পৰাটোক এক ন ৰূপত তুলি ধৰিছে। জনচন'ছ®️ বেবীৰ এই নতুন ‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীসমূহ গাখীৰৰ প্ৰ’টিন, ৰাইচ ব্ৰেন প্ৰ’টিন, ভিটামিন ই, গ্লিচাৰিন আৰু মাল্টিভিটামিন কমপ্লেক্সৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হৈছে। ই নৱজাত শিশুৰ কোমল ছালৰ সুৰক্ষা কৱচ শক্তিশালী কৰাত আৰু দীৰ্ঘসময়লৈ…
Read More
মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা

মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা

সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ্কট ৰোগৰ প্ৰতি লক্ষ্য ৰাখি দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটী মহানগৰীত এক বিশেষ অ’পিডি মুকলি কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰোগীসকলে যাতে নিজৰ ঘৰৰ ওচৰতে সঠিক সময়ত বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিব পাৰে, যাৰ ফলত উন্নত কৰ্কট ৰোগৰ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে আন মহানগৰীলৈ যাবলগীয়া দূৰত্ব আৰু কষ্ট হ্ৰাস পাব।এই বিশেষ অ’পিডি প্ৰতিমাহৰ দ্বিতীয়টো দেওবাৰে পুৱা ১০:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ গুৱাহাটীৰ লাচিত নগৰস্থিত ইউএইচএছ, ভিষ্টা ছুপাৰ স্পেচিয়েলিটি ক্লিনিকত আগবঢ়োৱা হ'ব। দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালৰ ছাৰ্জিকেল অংক’লজী বিভাগৰ কনছালটেণ্ট ডাঃ বিক্ৰম কুমাৰ ডেকাই এই অ’পিডি সেৱাত ৰোগীসকলক পৰামৰ্শ প্ৰদান কৰিব। দেশজুৰি কৰ্কট ৰোগৰ সংখ্যা ক্ৰমাগতভাৱে…
Read More
ভৱিষ্যতৰ পৰিবহণ ব্যৱস্থাক আগুৱাই নিবলৈ এমজি-এ মুকলি কৰিলে ভাৰতৰ প্ৰথম মাল্টি-এনইভি প্লেটফৰ্ম 

ভৱিষ্যতৰ পৰিবহণ ব্যৱস্থাক আগুৱাই নিবলৈ এমজি-এ মুকলি কৰিলে ভাৰতৰ প্ৰথম মাল্টি-এনইভি প্লেটফৰ্ম 

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ দীৰ্ঘম্যাদী বৈদ্যুতিক পৰিবহণ ৰণনীতিক অধিক শক্তিশালী কৰি এমজি এডাপ্ট মুকলি কৰিছে। এই এডাপ্ট হৈছে ভাৰতৰ প্ৰথমটো মাল্টি নিউ এনাৰ্জী ভেহিকল (এনইভি) প্লেটফৰ্ম, যাক এক বুদ্ধিদীপ্ত আৰ্হিৰ সহায়ত ইলেকট্ৰিক বাহন (ইভি), হাইব্ৰিড ইলেকট্ৰিক বাহন (এইছইভই), প্লাগ-ইন হাইব্ৰিড ইলেকট্ৰিক বাহন (পিএইছইভি) আৰু ৰেঞ্জ এক্সটেণ্ডাৰ ইলেকট্ৰিক বাহন (আৰইইভি) চলোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰি কোম্পানীটোৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত এই প্লেটফৰ্মৰ আধাৰত নিৰ্মিত এখন ইভি আৰু এখন পিএইছইভি বজাৰত মুকলি কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে, যাৰ ফলত ভৱিষ্যতৰ সামগ্ৰীৰ তালিকাখন অধিক ডাঙৰ-বিস্তৃত হ’ব।  এটা মড্যুলাৰ আৰ্হি হিচাপে বিকশিত কৰা এমজি এডাপ্ট-এ এক সুকীয়া হাইব্ৰিড ইঞ্জিন, এটা সুকীয়া বেটাৰী…
Read More