মহানগৰীত কৃত্রিম বানে প্রাণ ল’লে এগৰাকী যুৱতীৰ। মালিগাঁৱত মেনহলত পৰি মৃত্যু পায়েল নাথ নামৰ এগৰাকী যুৱতীৰ।দেওবাৰে সন্ধিয়া মেনহলত পৰি সন্ধানহীন হৈছিল পায়েল নাথ।সংকটজনক অৱস্থাত পাণ্ডু FRUত ভৰ্তি কৰোৱা হৈছিল পায়েলক।
চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় ধাৰাপুৰৰ পায়েল নাথক।
মহানগৰীত কৃত্রিম বানে প্রাণ ল’লে এগৰাকী যুৱতীৰ
