পুনৰ সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণ

মণিপুৰত পুনৰ সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণ ।
সাধাৰণ নাগৰিকক লক্ষ্য কৰি উগ্ৰপন্থীৰ ধাৰাসাৰ গুলীবৰ্ষণ।
ইম্ফলৰ পৰা উখ্ৰুললৈ গৈ থকা সময়তে এই ঘটনা সংঘটিত হয় ।
ঔদ্যোগিক অঞ্চলৰ সমীপত সংঘটিত এই গুলীচালনাৰ ঘটনা।
গুলীচালনাত থিতাতে মৃত্যু দুজন লোকৰ ।
গুলীবিদ্ধ হৈ এজন অৱসৰপ্ৰাপ্ত জোৱানৰ মৃত্যু ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *