অবৈধ বালি কঢ়িয়াই নিয়াৰ টেক্টৰ ডাম্পাৰ বিৰুদ্ধে ৰাজপথত উলাই আহিল জনতা

হোজাই জিলাৰ মোৰাঝাৰৰ অবৈধ বালি কঢ়িয়াই নিয়াৰ টেক্টৰ ডাম্পাৰ বিৰুদ্ধে ৰাজপথত উলাই আহিল জনতা

অবৈধ বাবে মেচিন ব্যৱহাৰ কৰি বালি খনন কৰাৰ অভিযোগ উত্থাপন একাংশ ৰাইজৰ

বন মাফিয়াৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে

ৰাইজৰ অভিযোগ অবৈধ বালি বন্ধ কৰক

পিছে কাৰ নেতৃত্বত চলি আছে বালিৰ অবৈধ ৰমৰমীয়া বেহা
অত্যাধিক বালি কঢ়িয়াই নিয়াৰ টেক্টৰ ডাম্পাৰে ৰাস্তাৰ অৱস্থা সুচনি হৈ পৰিছে
ডবকাৰ বন বিভাগৰ লোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *