কাছাৰৰ কাটিগড়াত ভয়ংকৰ খহনীয়া

কাছাৰৰ কাটিগড়াত ভয়ংকৰ খহনীয়া।

কাটিগড়াৰ ৰাজাটিলা হৰিটিকত বৰাক নৈৰ খহনীয়া।

বৰাক নৈত জাহ গ’ল TRKপথৰ ২০০ মিটাৰ অংশ।

পথৰ এটা অংশ নৈত জাহ যোৱাৰ ফলত বিচ্ছিন্ন যাতায়াত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *