বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ।

কথা মতেই কাম আৰম্ভ হিমন্ত চৰকাৰৰ।

বাংলাদেশীৰ বিৰুদ্ধে মহাঅভিযান।

দৰঙৰ ধূলাত আৰক্ষীৰ জালত পৰিল বাংলাদেশী।

আৰক্ষীয়ে আটক কৰিছে ৩২বছৰীয়া মহম্মদ জাকিৰক।

বাংলাদেশৰ বড়িশাল জিলাৰ মচীনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *