ৰাজধানী দিল্লীত সুৰক্ষিত নহয় নেকি উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী?
ৰাজধানী দিল্লীত পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক নিৰ্যাতন।
দুগৰাকী যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ এদল যুৱকৰ বিৰুদ্ধে।
অসম আৰু ডিমাপুৰৰ যুৱতীক অশ্লীল ইংগিত।
২ যুৱতীক প্ৰহাৰৰো অভিযোগ যুৱকৰ দলটোৰ বিৰুদ্ধে।
