কন্ঠশিল্পী মৰ্মিতা মিত্ৰলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ অনুৰোধ।
জুবিন গাৰ্গৰ গীতসমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰিবলৈ জনালে অনুৰোধ।
সামাজিক মাধ্যমযোগে এনেদৰে মৰ্মিতা মিত্ৰক অনুৰোধ জনালে জুবিন গাৰ্গৰ ভগ্নীয়ে।
পামী বৰঠাকুৰে সামাজিক মাধ্যমত লগতে লিখিছে-
‘জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ’ব লাগিব’।

