13
Dec
অগ্ৰণী অনলাইন এডটেক প্লেটফৰ্ম বেদান্তুৱে সমগ্ৰ ভাৰতৰ একাধিক চহৰত বিস্তৃত জেইই, নীট আৰু ফাউণ্ডেচন পাঠ্যক্ৰমৰ বাবে ৩০+ অফলাইন কেন্দ্ৰ খোলাৰ পৰিকল্পনাৰে নিজৰ সেৱাসমূহৰ এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। অনলাইন আৰু অফলাইন দুয়োটা পাঠ্যক্ৰম প্ৰদান কৰি এই পদক্ষেপে গুণগত শিক্ষাৰ সুবিধা বৃদ্ধি কৰিব বিচাৰে, একে সময়তে জেইই/নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে ভাৰতৰ আগশাৰীৰ শিক্ষাগুৰুৰ পৰা সৰ্বশ্ৰেষ্ঠ নিৰ্দেশনা লাভ কৰাৰ নিশ্চয়তা প্ৰদান কৰে। বেদান্তুৱে প্ৰতিষ্ঠাপকৰ ১৮ বছৰীয়া সমৃদ্ধ শৈক্ষিক অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ্থীৰ যত্নৰ ওপৰত শক্তিশালী গুৰুত্ব আৰোপ কৰি আটাইতকৈ ব্যক্তিগতকৃত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰা এক পৰিৱেশ তন্ত্ৰলৈ বিকশিত হৈছে। বেদন্তুৰ ট্ৰাইড এণ্ড টেষ্টেড শিক্ষণ প্ৰণালীয়ে নিশ্চিত কৰে যে প্ৰতিজন শিক্ষাৰ্থীৰ…
