ব্যৱসায়

প্ৰথমবাৰৰ বাবে ছ’চিয়েল ষ্টক এক্সচেঞ্জত ভাৰতৰ তালিকাভুক্তিৰ বাবে সন্মান জনায় এনএছইয়ে

প্ৰথমবাৰৰ বাবে ছ’চিয়েল ষ্টক এক্সচেঞ্জত ভাৰতৰ তালিকাভুক্তিৰ বাবে সন্মান জনায় এনএছইয়ে

২০২৩ৰ ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জে (এনএছই) প্ৰথমবাৰৰ বাবে ছ’চিয়েল ষ্টক এক্সচেঞ্জ ছেগমেণ্টত ভাৰতৰ এছজিবিএছ উন্নাতি ফাউণ্ডেচনৰ তালিকাভুক্তিৰ উদযাপন কৰিছে। মুম্বাইস্থিত এনএছইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰায় ১.৮ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰা হয়। ইয়াৰ জৰিয়তে এছজিবিএছ উন্নাতি ফাউণ্ডেচনে বিভিন্ন ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা অন্তিম বৰ্ষত প্ৰায় ১০ হাজাৰ স্নাতক যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰিব পাৰিব। নতুন প্লেটফৰ্মত তালিকা প্ৰস্তুত কৰাৰ ফল-ত অলাভজনক সংস্থাকে ধৰি সামাজিক এণ্টাৰপ্ৰাইজসমূহে মূলধন লাভ কৰিব পাৰিব আৰু মহৎ কামৰ বাবে পুঁজি সংগ্ৰহ কৰিব পাৰিব। ২০১৯ চনৰ বাজেটত উপস্থাপন কৰা ছ’চিয়েল ষ্টক এক্সচেঞ্জ (এছ এছ ই) হৈছে ভাৰত চৰকাৰৰ এক দূৰদৰ্শী পদক্ষেপ, এই প্ৰয়াসৰ ফলত যাতে…
Read More
শ্ৰী আশীষকুমাৰ চৌহানে এনএছই ছ’চিয়েল ষ্টক এক্সচেঞ্জত ভাৰতৰ প্ৰথম তালিকাৰ শুভাৰম্ভণিঅনুষ্ঠানত অংশগ্ৰহণ কৰিছিল

শ্ৰী আশীষকুমাৰ চৌহানে এনএছই ছ’চিয়েল ষ্টক এক্সচেঞ্জত ভাৰতৰ প্ৰথম তালিকাৰ শুভাৰম্ভণিঅনুষ্ঠানত অংশগ্ৰহণ কৰিছিল

এনএছইয়ে আজি ছ’চিয়েল ষ্টক এক্সচেঞ্জৰ ভাৰতৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। আজি এনএছই ভ্ৰমণৰ সময়ত ড০ আৰ বালাসুব্ৰমণিয়াম (অধ্যক্ষ, পৰামৰ্শদাতা সমিতি, ছ’চিয়েল ষ্টক এক্সচেঞ্জ, ছেবি), ৰমেশ স্বামী (প্ৰতিষ্ঠাপক সঞ্চালক, উন্নাতি), অশ্বনি ভাটিয়া(আজীৱন সদস্য, ছেবি)  আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লোৱাৰ মুহূৰ্তত আশিস কুমাৰ চৌহান (এমডি এণ্ড চিইঅ', নেচনেল ষ্টক এক্সচেঞ্জ)ৰ উপস্থিতিত এই তালিকাখন প্ৰকাশ কৰা হয়।
Read More
উবেৰে দেশৰ ১২খন চহৰৰ চালকৰ বাবে আগবঢ়াইছে ৰিৱাৰ্ড প্ৰগ্ৰাম

উবেৰে দেশৰ ১২খন চহৰৰ চালকৰ বাবে আগবঢ়াইছে ৰিৱাৰ্ড প্ৰগ্ৰাম

উবেৰে মুকলি কৰিলে 'উবেৰ প্ৰ'  - যি হৈছে ৰাজপথৰ ভিতৰত আৰু পথৰ বাহিৰত চালকসকলৰ দ্বাৰা অনুপ্ৰাণিত আৰু চালকসকলৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা এক পুৰস্কাৰ কাৰ্যসূচী। উবেৰ প্ৰ'ৰ জৰিয়তে চালকসকলক উপাৰ্জনৰ নতুন উপায়, অধিক বিকল্প আৰু সমৰ্থন আৰু চালকসকল কিদৰে আগবাই যাব পাৰে তাৰ বাবে যথেষ্ট ৰেহাই প্ৰদান কৰে। ভাৰতৰ ১২খন চহৰত আকৰ্ষণীয় পুৰস্কাৰ, সুবিধা আৰু এক্সক্লুছিভ বৈশিষ্ট্যসহিতে মুকলি কৰা হৈছে। ভাল গ্ৰাহক(গুড কাষ্টমাৰ) ৰেটিং (৪.৮ৰ ওপৰত) আৰু নিম্ন ভ্ৰমণ বাতিল(ল' ট্ৰিপ কেঞ্চেলেচন)ৰ সৈতে চালকক পুৰস্কৃত কৰি এই প্ৰয়াসৰ দ্বাৰা প্ৰতিটো ট্ৰীপক ৰাইডাৰ আৰু চালকৰ বাবে মেজিকেল কৰি সামগ্ৰিক প্লেটফৰ্ম অভিজ্ঞতাক উন্নীত কৰাৰ লক্ষ্য লৈছে। উবেৰ প্ৰ’ই…
Read More
মহিন্দ্ৰাই এক্সকন ২০২৩ত প্ৰদৰ্শন নিৰ্মাণ প্ৰযুক্তিৰ আশ্চৰ্য, ব্লেজো এক্স এম-ডুৰা আৰু চিইভি৫-এ দিছে বিৱৰ্তনৰ পৰিচয়

মহিন্দ্ৰাই এক্সকন ২০২৩ত প্ৰদৰ্শন নিৰ্মাণ প্ৰযুক্তিৰ আশ্চৰ্য, ব্লেজো এক্স এম-ডুৰা আৰু চিইভি৫-এ দিছে বিৱৰ্তনৰ পৰিচয়

এক্সকন ২০২৩ত মহিন্দ্ৰাৰ উপস্থিতি কেৱল নিৰ্মাণক্ষেত্ৰৰ আশ্চৰ্যৰ প্ৰদৰ্শনেই নহয়; এয়া এক মানৱ কাহিনী, প্ৰভাৱ আৰু প্ৰগতিৰো উন্মোচন। ব্লেজো এক্স এম-ডুৰা টিপাৰ আৰু চিইভি৫ নিৰ্মাণ সঁজুলিবোৰে কেৱল যন্ত্ৰ হিচাপেই নহয়, পৰিৱৰ্তনৰ সঁজুলি হিচাপেও মঞ্চৰ সোঁমাজতে অংশ লৈছিল। সামাজিক প্ৰভাৱৰ আৱেগক প্ৰতিধ্বনিত কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ ব্যৱসায়িক মুৰব্বী জলজ গুপ্তাই কয় যে, "আমাৰ প্ৰতিশ্ৰুতি কেৱল যন্ত্ৰপাতিক অতিক্ৰম কৰাই নহয়; ইয়াত অন্তৰ্ভুক্ত হৈছে জীৱন ৰূপান্তৰো।" ব্লেজো এক্স এম-ডুৰা ৩৬ ঘণ্টাৰ দ্ৰুত টাৰ্ণআউট টাইম (টিএটি) আৰু ৪৮ ঘণ্টাৰ আপটাইমৰ সৈতে কেৱল টিপাৰে নহয়; ট্ৰাক চালকৰ বাবে ই এক জীৱনৰেখাও। কঠোৰ নিৰ্গমন মানদণ্ড পূৰণ কৰা চিইভি৫ৰেঞ্জ কেৱল সঁজুলি বা সামগ্ৰীয়েই নহয়; ই পৰিৱেশৰ দায়বদ্ধতাৰ…
Read More
য়ামাহাই আগবঢ়াইছে আৰ৩ আৰু এমটি-০৩

য়ামাহাই আগবঢ়াইছে আৰ৩ আৰু এমটি-০৩

ইণ্ডিয়া য়ামাহা মটৰে নিজৰ ব্ৰেণ্ড কেম্পেইন - দ্য কল অৱ দ্য ব্লুৰ অংশ হিচাপে ট্ৰেক অৰিয়েণ্টেড নতুন আৰ৩ আৰু ষ্ট্ৰীট ফাইটাৰ এমটি-০৩ মটৰ চাইকেল দুখন বজাৰত মুকলি কৰিছে। দুয়োখন মটৰ চাইকেল ভাৰতৰ যুৱ আৰ১৫ আৰু এমটি-1১৫ গ্ৰাহকৰ ক্ৰমবৰ্ধমান আকাংক্ষা পূৰণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই দুয়োটা মডেলতে শক্তিশালী ৩২১চিচি লিকুইড-কুলড, ৪-ষ্ট্ৰ’ক, ইন-লাইন টু-চিলিণ্ডাৰ, ডিঅ’এইচচি আৰু প্ৰতিটো চিলিণ্ডাৰত ৪-ভালভ ফুৱেল ইনজেকচনযুক্ত ইঞ্জিন আছে, যিয়ে সৰ্বোচ্চ শক্তি ১০,৭৫০ আৰপিএমত ৩০.৯ কিলোৱাট(৪২ পিএছ) আৰু সৰ্বোচ্চ টৰ্কৰ ৯,০০০ আৰ পি এমত ২৯.৫ এনএম প্ৰস্তুত কৰে। আৰ৩ বাইকখনে উৎকৃষ্ট ৰাইডিং আত্মবিশ্বাস, দ্ৰুত-ৰিভিং প্ৰদৰ্শন আৰু উচ্চ-আৰপিএম কাৰ্যক্ষমতা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। আৰ৩ৰ প্ৰায়…
Read More
টাটা মটৰ্ছে বাণিজ্যিক বাহনত ৩% মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে

টাটা মটৰ্ছে বাণিজ্যিক বাহনত ৩% মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা ৩% মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে। এই দৰ বৃদ্ধিৰ জৰিয়তে পূৰ্বৰ ইনপুট খৰচৰ অৱশিষ্ট প্ৰভাৱ পূৰণ কৰা হ'ব আৰু এই মূল্যবৃদ্ধি বাণিজ্যিক বাহনৰ সকলো ৰেঞ্জ(পৰিসৰ)তে প্ৰযোজ্য হ'ব।
Read More
ভাৰত পেট্ৰ’লিয়াম আৰু টিপিইএমৰ ৭,০০০ চাৰ্জিং ষ্টেচন স্থাপন কৰিবলৈ সহযোগিতা

ভাৰত পেট্ৰ’লিয়াম আৰু টিপিইএমৰ ৭,০০০ চাৰ্জিং ষ্টেচন স্থাপন কৰিবলৈ সহযোগিতা

দেশৰ বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত বিপ্লৱৰ পথ প্ৰদৰ্শক হিচাপে জনাজাত ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেচন লিমিটেডে (বিপিচিএল) ফৰ্চুন ৫০০ আৰু ইণ্টিগ্ৰেটেড মহাৰত্ন এনাৰ্জী কোম্পানী আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডে সমগ্ৰ ভাৰতত ৰাজহুৱা চাৰ্জিং ষ্টেচন স্থাপনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই ভাৰতীয় পথত ১.১৫ লাখৰো অধিক টাটা ইভিৰ পৰা বিপিচিএলৰ ব্যাপক ইন্ধন ষ্টেচন নেটৱৰ্ক আৰু টিপিইএমৰ অন্তৰ্দৃষ্টিৰ সহায় লৈ টাটা ইভিৰ গৰাকীসকলে সঘনাই ভ্ৰমণ কৰা স্থানসমূহত চাৰ্জাৰ স্থাপন কৰিব। ইয়াৰ উপৰিও গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে বিপিচিএলে চাৰ্জাৰৰ ব্যৱহাৰৰ বিষয়েও অন্তৰ্দৃষ্টি সংগ্ৰহ কৰিব। টিপিইএম আৰু বিপিচিএলে ভাৰতত বৈদ্যুতিক বাহন(ইভি)ৰ গৰাকীসকলৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছে।…
Read More
আইটিচি চানৰাইজ পিয়ৰে আৰম্ভ কৰিছে ‘অগ্ৰগামিনী’ অভিযান

আইটিচি চানৰাইজ পিয়ৰে আৰম্ভ কৰিছে ‘অগ্ৰগামিনী’ অভিযান

অসমৰ উদীয়মান-প্ৰতিভাৱান-অগ্ৰগামী মহিলা উদ্যোগীসকলক উদযাপন আৰু স্বীকৃতি প্ৰদানৰ বাবে আইটিচি ছানৰাইজ পিয়ৰে আছাম ষ্টাৰ্টআপ আৰু এআইআইডিচিৰ সৈতে অংশীদাৰিত্ব কৰিছে। ‘অগ্ৰগামিনী’ অভিযানে ১০ গৰাকী মহিলা উদ্যোগীক স্বীকৃতি প্ৰদান কৰিব, যিয়ে আনৰ বাবে জীৱিকা সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। বিশেষভাৱে কিউৰেট(প্ৰস্তুত) কৰা ভিডিঅ’ ছিৰিজে এইসকল মহিলাৰ প্ৰেৰণাদায়ক যাত্ৰা আৰু দূৰদৰ্শী ধাৰণাসমূহ প্ৰদৰ্শন কৰিব, লগতে মহিলাসকলৰ স্থিতিস্থাপকতা, কঠোৰ পৰিশ্ৰম আৰু দায়বদ্ধতাক আলোকপাত কৰি জ্যোতিস্মান কৰি তুলিব। এই ব্ৰেণ্ডটোৱে উদীয়মান উদ্যোগীসকলক ষ্টাৰ্ট-আপ প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ ব্যৱসায়িক ধাৰণা প্ৰদৰ্শন কৰাৰ বাবে এখন প্লেটফৰ্ম প্ৰদান কৰিব। আগশাৰীৰ তিনিটা ব্যৱসায়ক ১ লাখ টকা পৰ্যন্ত নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। লগতে নিজৰ ব্যৱসায় বৃদ্ধি-প্ৰসাৰ আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰি সফল…
Read More
আইটেলে উন্মোচন কৰিলে শেহতীয়া সামগ্ৰী আইটেল এ০৫এছ

আইটেলে উন্মোচন কৰিলে শেহতীয়া সামগ্ৰী আইটেল এ০৫এছ

ভাৰতৰ আগশাৰীৰ স্মাৰ্টফোন ব্ৰেণ্ড আইটেলে নিজৰ শেহতীয়া স্মাৰ্টফোন আইটেল এ০৫ছ মুকলি কৰিছে, যাৰ মূল্য হৈছে ৬,০৯৯ টকা, য'ত আছে ৬.৬ ইঞ্চিৰ বৃহৎ এইচডি+ ড্ৰপ ডিচপ্লে, ৪০০০ এমএএইচ বেটাৰী আৰু ৮ মেগাপিক্সেল এআই কেমেৰা। শ্লীম বডীৰ ৪টা সুন্দৰ ৰঙৰ বিকল্পত এ০৫ উপলব্ধ- ক্ৰিষ্টাল ব্লু, গ্ল'ৰিয়েল অৰেঞ্জ, মিডো গ্ৰীণ আৰু নেবুলা ব্লেক। ১.৬ গিগাহাৰ্জ প্ৰচেছৰ আৰু ৪ জিবি ৰেমৰ দ্বাৰা চালিত এ০৫এছে কলিং, ৱেব ব্ৰাউজিং, ভিডিঅ’ দৰ্শন, কেজুৱেল গেমিং আৰু বহুতো দৈনন্দিন কামৰ বাবে মসৃণ পৰিৱেশন প্ৰদান কৰে। এ০৫এছ স্মাৰ্টফোনটোত ৪০০০ এমএএইচ বেটাৰী আৰু ৬৪জিবি ৰম আছে, য’ত ১৬০০ x৭২০ পিক্সেল ৰিজল্যুচনৰ সৈতে ৬.৬ ইঞ্চিৰ এইচডি+ ৱাটাৰ ড্ৰপ নটচ ডিছপ্লে আছে। ইয়াত…