ব্যৱসায়

ওড়িশাৰ আইএইচচিএল হোটেলসমূহে আগবঢ়াইছে আকৰ্ষণীয় লেনদেন

ওড়িশাৰ আইএইচচিএল হোটেলসমূহে আগবঢ়াইছে আকৰ্ষণীয় লেনদেন

নৱবৰ্ষৰ বাবে সমগ্ৰ ওড়িশাৰ আইএইচচিএল হোটেলসমূহে আগবঢ়াইছে বিশেষ ৰেহাই। কলিংগ নগৰৰ ডি এন স্কোৱাৰস্থিত ভিভাণ্টা ভুবনেশ্বৰ হোটেলত নৱবৰ্ষৰ পূৰ্বে থকা গ্ৰাহকৰ বাবে আগবঢ়াইছে আকৰ্ষণীয় অফাৰ, য'ত আছে দৈনিক বুফে ব্ৰেকফাষ্ট, ১,৫০০ টকাৰ হোটেল ক্ৰেডিট, স্পা, চেলুন আৰু লণ্ড্ৰী সেৱাত ২০% ৰেহাই, আগতীয়াকৈ চেক-ইন আৰু পলমকৈ চেকআউট আৰু ইনিভিং খাদি চাৰ্লিৰ সুবিধা। এই অফাৰত পাঁচ বছৰৰ তলৰ দুটি শিশুৰ বাবে বিনামূলীয়াকৈ থকাৰ লগতে শিশুৰ বাবে বুফে মূল্যত ৫০% অতিৰিক্ত মাচুলত ব্ৰেকফাষ্টৰ ব্যৱস্থাও আছে। অতিথিসকলে নৱবৰ্ষৰ পূৰ্বে পুলচাইড লনত মাস্কেৰেড চেলিব্ৰেচন, প্লুমেৰিয়াত ব্লেক লাইট উদযাপন আৰু নৱবৰ্ষৰ দিনা এসাঁজ সুস্বাদু খাদ্যৰ জুতি ল'বও পাৰে।দ্য ক্ৰাউন, ভুৱনেশ্বৰ - আইএইচচিএল চিলেকচনে নৱবৰ্ষৰ পূৰ্বসন্ধিয়া আৰু…
Read More
আঠ বছৰীয়া গ্লবেল পাৰ্টনাৰশ্বিপ ঘোষণা কৰি আনন্দিত আইচিচি আৰু কোকা-কোলা

আঠ বছৰীয়া গ্লবেল পাৰ্টনাৰশ্বিপ ঘোষণা কৰি আনন্দিত আইচিচি আৰু কোকা-কোলা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি) আৰু কোকা-কোলাই ২০৩১ চনৰ শেষলৈকে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে আইচিচি ৱৰ্ল্ডৰ প্ৰতিযোগিতাসমূহক সামৰি ৮ বছৰীয়া গ্লবেল পাৰ্টনাৰশ্বিপ(গোলকীয় অংশীদাৰিত্ব)ৰ কথা ঘোষণা কৰি আনন্দিত হৈছে। আইচিচিৰ মুখ্য কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানত চুক্তি স্বাক্ষৰৰ লগে লগে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, কিয়নো এই চুক্তিয়ে কোকা-কোলাৰ ক্ৰীড়াৰ প্ৰতি নিজৰ সমৰ্পণ আৰু আইচিচিৰ বাবে গোলকীয় অংশীদাৰ হিচাপে নিজৰ আঠ বছৰীয়া অংশীদাৰিত্ব নিশ্চিত কৰিলে, লগতে প্ৰতিষ্ঠা কালৰে পৰা প্ৰথমবাৰলৈ অভিলেখসংখ্যক ১৩ বছৰ(২০১৯-২০৩১)ৰ বাবে কোনো এটা বিশেষ প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বত স্বাক্ষৰ কৰিছে। ২০৩১ৰ শেষলৈকে আইচিচি ক্ৰিকেট বিশ্বকাপ, আইচিচি টি-২০ বিশ্বকাপ আৰু আইচিচি চেম্পিয়নছ ট্ৰফীকে ধৰি সকলো ডাঙৰ আৰু প্ৰধান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইভেণ্টসমূহৰ…
Read More
উদ্যোগীসকলক উৎসাহিত কৰাৰ লগতে জীৱনক সলনি কৰিছে ইণ্ডিয়াস্কিলছে

উদ্যোগীসকলক উৎসাহিত কৰাৰ লগতে জীৱনক সলনি কৰিছে ইণ্ডিয়াস্কিলছে

ইণ্ডিয়াস্কিলছ ২০২৩-২৪ প্ৰতিযোগিতাই দেশৰ হৃদস্পন্দনক প্ৰতিনিধিত্ব কৰে। ই সমগ্ৰ দেশৰ মানুহক নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আৰু এনে এক যাত্ৰা আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনায় য’ত দক্ষতাই সফলতাক পথ প্ৰদৰ্শন কৰে। সপোনবোৰক বাস্তৱলৈ ৰূপান্তৰিত কৰাই হৈছে এই অনুষ্ঠানটোৰ উদ্দেশ্য। শ্ৰীকৃষ্ণা ইঞ্জিনিয়াৰিং কলেজৰ মেকাট্ৰনিকছ বিভাগৰ অভিযান্ত্ৰিক স্নাতক ধৰমৰাজ থিয়াগৰাজনে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন)ৰ উদ্যোগত আয়োজিত দক্ষতা প্ৰতিযোগিতাত জয়লাভ কৰি ২০১৮ চনত উদ্যোগীকৰণৰ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ মোবাইল ৰবটিক্স, অগমেণ্টেড ৰিয়েলিটী আৰু ভাৰ্চুৱেল ৰিয়েলিটীৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। মহিমা গান্ধী মেকআপ এণ্ড নেইল ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাপক মহিমা গান্ধীয়ে ৱৰ্ল্ডস্কিলছ ২০১৯-২০ৰ জৰিয়তে আত্ম-বিশ্বাস বিচাৰি পাইছিল আৰু ক’ভিড-১৯ মহামাৰীৰ সময়তে নিজৰ মেকআপ ষ্টুডিঅ’…
Read More
বিএমটিচিলৈ উন্নত ষ্টাৰবাছ ইভি যোগান ধৰিব টাটা মটৰ্ছে

বিএমটিচিলৈ উন্নত ষ্টাৰবাছ ইভি যোগান ধৰিব টাটা মটৰ্ছে

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে বেংগালুৰু মেট্ৰ’পলিটান ট্ৰেন্সপ’ৰ্ট কৰ্প’ৰেচন(বিএমটিচি)লৈ প্ৰযুক্তিগতভাৱে উন্নত ষ্টাৰবাছ ইভি ডেলিভাৰীৰ জৰিয়তে বেংগালুৰুৰ বিদ্যুৎচালিত ৰাজহুৱা পৰিবহণ ব্যৱস্থা ত্বৰান্বিত কৰিছে। টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান টিএমএল স্মাৰ্ট চিটি মবিলিটী চল্যুছনচ লিমিটেড আৰু বিএমটিচিৰ মাজত হোৱা চুক্তি বৃহত্তৰ অৰ্ডাৰৰ অংশ হিচাপে এইটোৱে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, য'ত ১২ বছৰৰ ভিতৰত ৯২১খন অত্যাধুনিক ১২ মিটাৰ নিম্ন-মহলা বৈদ্যুতিক বাছ(ল-ফ্ল'ৰ ইলেক্ট্ৰিক বাছ)ৰ যোগান, পৰিচালনা আৰু তত্বাৱধানৰ ব্যৱস্থা কৰা হয়। টাটা মটৰ্ছৰ স্মাৰ্ট ইলেক্ট্ৰিক বাছখন উদ্বোধন কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই। মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, পৰিবহণ আৰু মুজাৰাই বিভাগৰ মন্ত্ৰী তথা বিএমটিচিৰ অধ্যক্ষ ৰামালিংগা…
Read More
উত্তৰ-পূবৰ আইএইচচিএল হোটেলসমূহে এই নৱবৰ্ষত আগবঢ়াইছে বিশেষ অফাৰ

উত্তৰ-পূবৰ আইএইচচিএল হোটেলসমূহে এই নৱবৰ্ষত আগবঢ়াইছে বিশেষ অফাৰ

দাৰ্জিলিঙৰ মাকাইবাৰী চাহ বাগিচাত অৱস্থিত তাজ চিয়া কুটিৰ ৰিজৰ্ট এণ্ড স্পাত আপোনজনৰ সৈতে উদযাপন কৰক নৱবৰ্ষ। গেংটকস্থিত তাজ গুৰাছ কুটিৰ ৰিজৰ্ট এণ্ড স্পাই মনোৰম পূব হিমালয় পাৰ্বত্য অঞ্চল, এক সমৃদ্ধিশালী অঞ্চল আৰু ছিকিমৰ সতেজ পৰশৰ দৃষ্টিনন্দন পৰিৱেশ চোৱা আৰু অভিজ্ঞতা লাভৰ সুযোগ প্ৰদান কৰিছে। ইফালে গুৱাহাটী-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ভিভাণ্টা গুৱাহাটী হৈছে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক ভ্ৰমণকাৰী, দুঃসাহসিক, জীৱনৰ সুক্ষ্ম বস্তুবোৰৰ অন্বেষণ কৰা লোকসকলৰ বাবে এক অত্যাধুনিক নগৰীয়া প্ৰৱেশদ্বাৰ। ছিকিমৰ পাকয়ঙৰ ভিভাণ্টাই ঘন সেউজভূমি আৰু সুউচ্চ হিমালয়ৰ শৃংগৰ মাজত স্মৰণীয় মুহূৰ্ত আগবঢ়ায়। এই ৰিজৰ্টসমূহে বন্ধৰ আনন্দ, শান্তি আৰু উৎসৱমুখৰ মনোভাৱৰ এক সুন্দৰ মিশ্ৰণ আগবঢ়ায়, যাৰ ফলত আপোনজনৰ সৈতে নৱবৰ্ষ উদযাপন নিখুঁত হৈ…
Read More
অৰুণাচল প্ৰদেশৰ টাৱাঙত মুকলি হ’ল আইএইচচিএলৰ নতুন ভিভাণ্টা হোটেল 

অৰুণাচল প্ৰদেশৰ টাৱাঙত মুকলি হ’ল আইএইচচিএলৰ নতুন ভিভাণ্টা হোটেল 

ইণ্ডিয়ান হোটেল কোম্পানী(আইএইছচিএল)য়ে অৰুণাচল প্ৰদেশৰ টাৱাঙত এখন নতুন ভিভাণ্টা হোটেল মুকলি কৰিছে, এই নতুন হোটেলখনে ১০,০০০ ফুট উচ্চতাত মনোমোহা টাৱাং উপত্যকা আৰু হিমালয়ৰ মনোৰম দৃশ্য উপভোগৰ সুবিধা প্ৰদান কৰিছে। অৰুণাচল প্ৰদেশৰ এই নতুন ভিভাণ্টাখন দহ একৰ ভূমিত অৱস্থিত। টাৱাঙৰ বিশ্ববিশ্ৰুত আৰু পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ টাৱাং মনেষ্ট্ৰী(বৌদ্ধ মঠ)ৰ পৰা সামান্য় আঁতৰতে আছে এই ভিভাণ্টাখন। মুঠ ৮০টা কোঠা আৰু ছ্যুট বা কোঠালীৰ পৰা চাৰিওফালৰ উপত্যকা আৰু পাহাৰৰ নয়নাভিৰাম দৃশ্য দেখা যায়। এফালে মন্ত্ৰমুগ্ধকৰ পৰিৱেশ আৰু আনফালে ছিগনেচাৰ অল-ড্যে ডিনাৰ মিণ্টে যোগান ধৰা সুস্বাদু খাদ্য, লগতে আছে এটা চিক লাউঞ্জ বাৰ। আনহাতে, ছুইৰ্ল, ডেলিয়ে আগবঢ়ায় মুখৰোচক বিবিধ মিঠাই। অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এই…
Read More
ইউপিৰ এটা বিশেষ অৰ্ডাৰ লাভ কৰিছে টাটা মটৰ্ছে

ইউপিৰ এটা বিশেষ অৰ্ডাৰ লাভ কৰিছে টাটা মটৰ্ছে

দেশৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাণ প্ৰতিষ্ঠান টাটা মটৰ্ছে উত্তৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ (ইউপিএছআৰটিচি) পৰা ১,৩৫০খন টাটা এলপিঅ' ১৬১৮ ডিজেল বাছ চেচিছ ইউনিট যোগান ধৰাৰ বাবে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিছে। টাটা এলপিঅ' ১৬১৮ক আন্তঃচহৰ আৰু দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ বাবে ডিজাইন কৰা হৈছে, বিএছ৬ নিৰ্গমন প্ৰট'কলৰ সৈতে মিল থকা আৰু উৎকৃষ্ট প্ৰদৰ্শন, যাত্ৰীক আৰাম আৰু মালিকীস্বত্বৰ মুঠ খৰচ (টিচিঅ')ৰ ভিতৰত সৰ্বোত্তম বুলি পৰিগণিত এই বাহন। চৰকাৰী নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰতিযোগিতামূলক ই-বিডিং প্ৰক্ৰিয়াৰ জৰিয়তে এই অৰ্ডাৰ লাভ কৰিছে আৰু পৰ্যায়ক্ৰমে বাছৰ চেছিছসমূহ যোগান ধৰা হ’ব। সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ চহৰসমূত টাটা মটৰ্ছে উন্নত বাছ আৰু ৰাজহুৱা পৰিবহণৰ আকৰ্ষণীয়…
Read More
এই ট্ৰেভেল ছিজনত ভিআইয়ে মুকলি কৰিছে ভিআই ইণ্টাৰনেচনেল ৰোমিং

এই ট্ৰেভেল ছিজনত ভিআইয়ে মুকলি কৰিছে ভিআই ইণ্টাৰনেচনেল ৰোমিং

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে  ভ্ৰমণৰ বতৰত গ্ৰাহকসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ অধিক সুলভ আৰু উপভোগ্য কৰি তুলিবলৈ এক আন্তঃৰাষ্ট্ৰীয় ৰোমিং কেম্পেইন আৰম্ভ কৰিছে, য'ত বিদেশ ভ্ৰমণৰ সময়ত আনলিমিটেড বিনামূলীয়া ইনকামিং প্ৰদান কৰা হৈছে। ভিআইৰ ট্ৰুলী আনলিমিটেড ইণ্টাৰনেচনেল ৰোমিং প্লেনে এই ট্ৰেভেল ছিজনত বিদেশ ভ্ৰমণ কৰা গ্ৰাহকসকলৰ বাবে আনলিমিটেড ডাটা আৰু ভইচ কলিং (আউটগয়িং) আগবঢ়াইছে। ভিআইয়ে ১৩৩ টকা/দিনৰ প্ৰাৰম্ভিক মূল্যত ১০০+ দেশত বিনামূলীয়া ইনকামিং কলৰ সৈতে বাজেট-অনুকূল ইণ্টাৰনেচনেল ৰোমিং প্লেন আগবঢ়াইছে, যি ৩৯৯৯/- টকাৰ ইণ্টাৰনেচনেল ৰোমিং আনলিমিটেড পেকত প্ৰযোজ্য। ভাৰতীয় গ্ৰাহকসকলক আনলিমিটেড ডাটা আৰু কলৰ সুবিধা প্ৰদান কৰি ভিআইয়ে মালদ্বীপক নিজৰ গন্তব্যস্থানৰ তালিকাত যোগ কৰিছে। ব্যৱহাৰকাৰীসকলে এতিয়া আমেৰিকা যুক্তৰাজ্য, গ্ৰেট ব্ৰিটেইন,…
Read More
এইচডিএফচি এৰ্গ’ই অসমত কৃষকসকলৰ বাবে আগবঢ়াইছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

এইচডিএফচি এৰ্গ’ই অসমত কৃষকসকলৰ বাবে আগবঢ়াইছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা

ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ সাধাৰণ বীমা প্ৰতিষ্ঠান এইচডিএফচি এৰ্গ' জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীক ৰবি শস্যৰ ২০২৩ বৰ্ষৰ বাবে কাছাৰ, লখিমপুৰ, ওদালগুৰি আৰু তিনিচুকীয়া জিলাত  ঋণ গ্ৰহণকাৰী আৰু অ-ঋণপ্ৰাপ্ত কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পিএমএফবিৱাই) কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰে কৰ্তৃত্ব প্ৰদান কৰিছে। পিএমএফবিৱাই আঁচনিখনে বিভিন্ন বাহ্যিক বিপদ যেনে ঘূৰ্ণীবতাহ(চাইক্লন), শিলাবৃষ্টি, বানপানী, ধুমুহা-বৰষুণ, আবতৰীয়া বৃষ্টি, ডাৱৰ বৰষুণ আৰু প্ৰাকৃতিক জুইৰ দৰে বিপদাশংকাৰ বাবে কৃষকসকলক শস্য উৎপাদনৰ লোকচানৰ পৰা সুৰক্ষিত কৰে।। ৰাজ্য চৰকাৰে উৎপাদন অব্যাহত আৰু লোকচানৰ ৰোধৰ বাবে এখন আঁচনিৰ অধীনত অঞ্চলসমূহৰ অধিসূচিত শস্যৰ ওপৰত ক্ৰপ কাটিং এক্সপেৰিমেণ্ট(চিচিই) চলোৱাৰ পৰিকল্পনা কৰিছে। যদিহে পথাৰত উৎপাদন কম হয়, তেন্তে কৃষকসকলৰ উৎপাদন হ্ৰাস হোৱা…
Read More
টাটা মটৰ্ছৰ নতুন এছইউভিসমূহে প্ৰথমবাৰৰ বাবে লাভ কৰিছে ভাৰত-এনচিএপি ৫-ষ্টাৰ

টাটা মটৰ্ছৰ নতুন এছইউভিসমূহে প্ৰথমবাৰৰ বাবে লাভ কৰিছে ভাৰত-এনচিএপি ৫-ষ্টাৰ

টাটা মটৰ্ছে নিজৰ ধ্বাজাবাহী এছইউভি নতুন চাফাৰী আৰু প্ৰিমিয়াম এছইউভি হেৰিয়াৰৰ বাবে প্ৰথমবাৰলৈ ভাৰত-এনচিএপি ৫-ষ্টাৰ ৰেটিং লাভ কৰিছে। এই এছইউভিসমূহত সাতটা এয়াৰবেগ আছে, যাৰ ভিতৰত ছটা বৈশিষ্য যেনে-ষ্টেণ্ডাৰ্ড এক্ৰছ পাৰ্ছনা, ইলেক্ট্ৰনিক স্থিৰতা নিয়ন্ত্ৰণ, সকলো শাৰীতে ৩-পইণ্ট ছীটবেল্ট, সকলো যাত্ৰীৰ বাবে ছীটবেল্ট ৰিমাইণ্ডাৰ, আইছ’ফিক্স টেথাৰ, ৰিট্ৰেক্টৰৰ সৈতে ছীটবেল্ট, প্ৰিটেনচাৰ, লোড লিমাৰ (আৰপিএলএল), আৰু চিমেট্ৰিক ক্ৰেছ প্ৰদৰ্শন আৰু চাইড পল ইম্পেক্ট(কাষৰ মেৰু প্ৰভাৱ)ৰ বাবে শক্তিশালী কেবিন গাঁথনি ইত্যাদি। ভাৰত-এনচিএপি হৈছে ভাৰতৰ স্বতন্ত্ৰ সুৰক্ষা প্ৰদৰ্শন মূল্যায়ন প্ৰট’কল, যাক বেষ্ট-ইন-ক্লাছ গ্লবেল ষ্টেণ্ডাৰ্ডৰ বাবে বেঞ্চমাৰ্ক স্থাপন কৰা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে টাটা মটৰ্ছক সৰ্বোচ্চ সাধনযোগ্য ৫ ষ্টাৰ ৰেটিং প্ৰদান কৰাৰ…
Read More