27
Dec
১ লাখৰো অধিক গ্ৰাহক সমৰ্থিত টাটা ইভিয়ে গ্ৰাহকসকলক এক অনন্য অভিজ্ঞতা প্ৰদানৰ প্ৰয়াস কৰিছে। পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীল, বাহন চালনাৰ খৰচৰ প্ৰতি সদা সচেতন আৰু সদায়ে উন্নত প্ৰযুক্তিৰ অন্বেষণ কৰে। এই ব্ৰেণ্ডটোৰ প্ৰধান মূল্যবোধসমূহৰ ভিতৰত আছে বহনক্ষমতা, সম্প্ৰদায় আৰু প্ৰযুক্তি। গ্ৰাহকসকলৰ যাত্ৰাৰ মেপিং কৰি টাটাৰ ধ্বাজাবাহী শ্ব’ৰুমসমূহে এই দৰ্শনক মূৰ্ত কৰি তুলিছে। টাটাৰ লক্ষ্য হৈছে সমাৱেশ, কৰ্মশালা আৰু অনুষ্ঠানৰ বাবে এক সুসংগত সামূহিক স্থান সৃষ্টি কৰি গ্ৰাহকক শক্তিশালী কৰি তোলা। এই শ্ব’ৰুমসমূহে কেৱল খুচুৰা ইভিৰ বাবেই নহয়, গুৰুগ্ৰামত টাটা.ইভি কমিউনিটী চেণ্টাৰ হিচাপে কাম কৰে। এই শ্ব'ৰুমটো পুনৰ্ব্যৱহাৰ যোগ্য সামগ্ৰীৰ ব্যৱহাৰ আৰু দীৰ্ঘ-দূৰত্ব, উচ্চ-নিৰ্গমন পৰিবহনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু বহনক্ষমতাৰ বাবে…
