ব্যৱসায়

টাটা মটৰ্ছে যাত্ৰীবাহী বাহনে ৫ মিলিয়ন বিক্ৰীৰ সীমা অতিক্ৰম কৰাৰ পথত আগবাঢ়িছে

টাটা মটৰ্ছে যাত্ৰীবাহী বাহনে ৫ মিলিয়ন বিক্ৰীৰ সীমা অতিক্ৰম কৰাৰ পথত আগবাঢ়িছে

টাটা মটৰ্ছে ঘৰুৱা যাত্ৰীবাহী বাহন ছেগমেণ্টে অনাগত কেইবছৰমানৰ ভিতৰত বাৰ্ষিক বিক্ৰীৰ পৰিমাণে ৫০ লাখৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে আৰু এই বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰিবলৈ প্ৰতিষ্ঠানটো সাজু হৈছে বুলি জনাইছে টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে। ২০২৩-২৪ চনৰ বাৰ্ষিক প্ৰতিবেদনত কোম্পানীটোৰ শ্বেয়াৰহোল্ডাৰসকললৈ প্ৰেৰণ কৰা বাৰ্তাত চন্দ্ৰশেখৰনে উল্লেখ কৰিছে যে, কোম্পানীটোৱে এখোজ আগুৱাই ৰাজহ বৃদ্ধি আৰু ব্যৱসায়সমূহৰ মাজত শক্তিশালী মুক্ত নগদ ধনৰ প্ৰবাহৰ ওপৰত গুৰুত্ব দিব। চন্দ্ৰশেখৰনে কয় যে, যোৱা বছৰ ৪.১ মিলিয়ন বাহনৰ তুলনাত অহা কেইবছৰমানৰ ভিতৰত যাত্ৰীবাহী বাহনে ৫ মিলিয়ন বিক্ৰীৰ সীমা অতিক্ৰম কৰাৰ পথত আগবাঢ়িছে। ভাৰতত বাহনৰ ব্যৱহাৰ প্ৰতি ১০০০ জনৰ বিপৰীতে প্ৰায় ৩০খন বাহন, বিশ্বৰ বহু দেশৰ তুলনাত…
Read More
আদানি ৱান, আইচিআইচিআই বেংকে ভিছাৰ সৈতে অংশীদাৰিত্বৰে মুকলি কৰিলে ভাৰতৰ প্ৰথম ক্ৰেডিট কাৰ্ড 

আদানি ৱান, আইচিআইচিআই বেংকে ভিছাৰ সৈতে অংশীদাৰিত্বৰে মুকলি কৰিলে ভাৰতৰ প্ৰথম ক্ৰেডিট কাৰ্ড 

আদানী ৱান আৰু আইচিআইচিআই বেংকে ভিছাৰ সৈতে অংশীদাৰিত্বৰে বিমানবন্দৰৰ সৈতে জড়িত সুবিধাসম্পন্ন ভাৰতৰ প্ৰথম কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলি কৰিছে। দুটা ভিন্নতাত উপলব্ধ – আদানি ৱান আইচিআইচিআই বেংক চিগনেশ্বাৰ ক্ৰেডিট কাৰ্ড আৰু আদানি ৱান আইচিআইচিআই বেংক প্লেটিনাম ক্ৰেডিট কাৰ্ড – দুয়োটা ভেৰিয়েণ্টে এক বিস্তৃত আৰু যথেষ্ট পৰিমাণৰ ৰিৱাৰ্ড কাৰ্যসূচী আগবঢ়াইছে। এই কাৰ্ডসমূহৰ সৈতে কাৰ্ডহল্ডাৰসকলৰ লাইফষ্টাইল উন্নীত কৰাৰ লগতে বিমানবন্দৰলৈ যাত্ৰা আৰু ভ্ৰমণ অভিজ্ঞতাক নতুন মাত্ৰা প্ৰদান কৰিবলৈ ডিজাইন কৰা বহুতো অনন্য সুবিধা আগবঢ়াইছে। আদানি গ্ৰুপে আদানি ৱান এপ, পৰিচালিত বিমানবন্দৰ, চিএনজি পাম্প, বিদ্যুতৰ বিল আৰু ট্ৰেইনমেনকে ধৰি বিভিন্ন গ্ৰাহক ইক'চিষ্টেমত ক্ৰয়ৰ ক্ষেত্ৰত ৭% পৰ্যন্ত সীমাহীন আদানী ৰিৱাৰ্ড পইণ্ট প্ৰদান কৰে। আদানী…
Read More
চেমচাঙে আল্ট্ৰা-প্ৰিমিয়াম টিভি ক্ৰয়ৰ বাবে লৈ আহিছে ‘বিগ টিভি ডে’জ’

চেমচাঙে আল্ট্ৰা-প্ৰিমিয়াম টিভি ক্ৰয়ৰ বাবে লৈ আহিছে ‘বিগ টিভি ডে’জ’

দেশৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে নিজৰ ডাঙৰ টিভিসমূহত আকৰ্ষণীয় অফাৰ আগবঢ়াইছে, য’ত আছে আল্ট্ৰা প্ৰিমিয়াম নিঅ’ কিউএলইডি, অ’এলইডি আৰু ক্রিষ্টেল ৪কে ইউএইচডি টিভি ইত্যাদি। ক্ৰিকেট ষ্টেডিয়ামখনক সঁচা অৰ্থত ঘৰলৈ আনি ব্যৱহাৰকাৰী বা গ্ৰাহকৰ মনোৰঞ্জন অভিজ্ঞতাক নতুন মাত্ৰা প্ৰদানৰ বাবে টি-২০ ক্ৰিকেট বিশ্বকাপৰ কথা ভাবি ‘বিগ টিভি ডে'জ’ৰ অফাৰ মুকলি কৰা হৈছে। ‘বিগ টিভি ডে'জ’ৰ সময়ত ক্ৰয় কৰা চেমচাং টিভিসমূহে ক্ৰয় কৰা টিভিৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰাহকসকলক ৮৯,৯৯০ টকাৰ ফ্ৰী চেৰিফ টিভি বা ৭৯,৯৯০ টকাৰ চাউণ্ডবাৰৰ অফাৰ আগবঢ়াইছে। গ্ৰাহকসকলে ২,৯৯০ টকাৰ প্ৰাৰম্ভিক মূল্যত সহজ ইএমআই আৰু ২০% পৰ্যন্ত কেছবেক লাভ কৰিব পাৰে। ২০২৪ৰ ১ জুনৰ পৰা ৩০ জুনলৈকে বৈধ(ভেলিড) এই…
Read More
২০২৪ৰ মে’ মাহত মুঠ ৭৬,৭৬৬ ইউনিট বিক্ৰীৰ প্ৰতিবেদন প্ৰকাশ টাটা মটৰ্ছৰ

২০২৪ৰ মে’ মাহত মুঠ ৭৬,৭৬৬ ইউনিট বিক্ৰীৰ প্ৰতিবেদন প্ৰকাশ টাটা মটৰ্ছৰ

টাটা মটৰ্ছ লিমিটেডৰ ২০২৪ চনৰ মে’ মাহত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী ৭৬,৭৬৬ খন বাহন হোৱাৰ বিপৰীতে ২০২৩ চনৰ মে’ মাহৰ ভিতৰত আছিল ৭৪,৯৭৩ ইউনিট। ঘৰুৱা বিক্ৰীৰ প্ৰদৰ্শন ২০২৪ চনৰ মে’ৰ পৰা ২০২৩ চনৰ মে’লৈ ২% বৃদ্ধি পোৱাৰ লগতে মুঠ বিক্ৰী হৈছিল ক্ৰমে ৭৫,১৭৩ আৰু ৭৩,৪৪৮খন বাহন। ২০২৪ চনৰ মে’ আৰু ২০২৩ চনৰ মে’ মাহত ঘৰুৱা বাণিজ্যিক বাহনৰ বৃদ্ধিৰ হাৰ হৈছে ৩%। ২০২৪ চনৰ মে’ মাহত মুঠ ২৮,৪৭৬ খন বাহন বিক্ৰী হোৱাৰ বিপৰীতে ২০২৩ চনত ২৭,৫৭০খন হৈছিল। ২০২৪ চনৰ মে’ মাহত আৰু ২০২৩ চনৰ মে’ মাহত বাণিজ্যিক বাহনৰ মুঠ বিক্ৰী হৈছিল ক্ৰমে ২৯,৬৯১ আৰু ২৮,৯৮৯, যিয়ে ২% বৃদ্ধিৰ হাৰ সূচায়।…
Read More
উৎকৰ্ষ স্মল ফাইনেঞ্চ বেংকৰ ঝাৰখণ্ডত ৯০০ সংখ্যক আউটলেট মুকলিৰে পদচিহ্নৰ সম্প্ৰসাৰণ

উৎকৰ্ষ স্মল ফাইনেঞ্চ বেংকৰ ঝাৰখণ্ডত ৯০০ সংখ্যক আউটলেট মুকলিৰে পদচিহ্নৰ সম্প্ৰসাৰণ

ঝাৰখণ্ডৰ ৰাঁচীৰ খুণ্টিত উৎকৰ্ষ স্মল ফাইনেঞ্চ বেংক লিমিটেডে মুকলি কৰিলে ৯০০সংখ্যক বেংক আউটলেট। এই শাখাটোৰ লগতে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত আজি মুঠ ৭টা নতুন আউটলেট মুকলি কৰিলে বেংকটোৱে। এই মুকলিৰ লগে লগে বেংকটোৱে এতিয়া ঝাৰখণ্ডত ৮১টা বেংক আউটলেটসহ সমগ্ৰ দেশৰ মুঠ ৯০৩টা আউটলেটত সেৱা অব্যাহত ৰাখিছে। নতুন আউটলেটত এতিয়া বেংকৰ বিভিন্ন সামগ্ৰী আৰু সেৱাৰ সুবিধা লাভ কৰিব। ইয়াৰ ভিতৰত আছে চেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিট আৰু বিভিন্ন ঋণৰ বিকল্প যেনে গৃহ নিৰ্মাণ ঋণ, ব্যৱসায়িক ঋণ, সম্পদৰ বিপৰীতে ঋণ, ক্ৰেডিট, বীমা, বিনিয়োগ সামগ্ৰী ইত্যাদি। বেংকৰ বিস্তৃত আন্তঃগাঁথনি, ডিজিটেল বেংকিং সামৰ্থ্য আৰু এটিএম নেটৱৰ্কৰ লক্ষ্য হৈছে একত্ৰিত গ্ৰাহক…
Read More
টয়োটা কিৰ্লোস্কাৰ মটৰৰ ২৪% বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশ, ২০২৪ চনৰ মে’ মাহত বিক্ৰী হৈছে ২৫,২৭৩ ইউনিট

টয়োটা কিৰ্লোস্কাৰ মটৰৰ ২৪% বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশ, ২০২৪ চনৰ মে’ মাহত বিক্ৰী হৈছে ২৫,২৭৩ ইউনিট

টয়োটা কিৰ্লস্কাৰ মটৰ(টিকেএম)-এ অবিৰত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে, ২০২৪ চনৰ মে’ মাহত ২৫,২৭৩ ইউনিটৰ বিক্ৰীৰে শক্তিশালী বৃদ্ধিৰ ইংগিত দিছে। ২০২৩ চনৰ মে’ মাহৰ তুলনাত এই বৰ্ষত প্ৰতি বছৰৰ উত্থানেৰে ২৪% বৃদ্ধি পাইছে, যোৱা বৰ্ষত প্ৰতিষ্ঠানটোৱে ২০,৪১০ ইউনিট বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। মে’ মাহত ঘৰুৱা বিক্ৰী ২৩,৯৫৯ ইউনিট হৈছে, ইয়াৰ পৰিপূৰক হিচাপে অতিৰিক্ত ১,৩১৪ ইউনিট ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। ২০২৪ চনৰ এপ্ৰিল মাহত কোম্পানীটোৱে ২৩% বৃদ্ধি অৰ্জন কৰিবলৈ সক্ষম হৈছে, এই সময়ছোৱাত ২০,৪৯৪খন বাহন বিক্ৰী হৈছিল। টিকেএমৰ এই কৃতিত্বই ২০২৪ৰ প্ৰথম পাঁচ মাহত  উল্লেখযোগ্য ৪৮% উত্থানক সূচাইছে, এই সময়ছোৱাত মুঠ বিক্ৰী ১,২২,৭৭৬ ইউনিট হৈছেগৈ, যি পৰিমাণ পূৰ্বৰ বছৰৰ একে সময়ছোৱাত…
Read More
টাটা টিৰ ‘জাগো ৰে’ অভিযানে বিশ্ব পৰিৱেশ দিৱসত উপকাৰ সাধিব জলবায়ুৰ কাৰ্যপন্থাক

টাটা টিৰ ‘জাগো ৰে’ অভিযানে বিশ্ব পৰিৱেশ দিৱসত উপকাৰ সাধিব জলবায়ুৰ কাৰ্যপন্থাক

টাটা কনজিউমাৰ প্ৰডাক্টছৰ পেকেজড বেভাৰেজ(ভাৰত আৰু দক্ষিণ এছিয়া)ৰ সভাপতি পুনিত দাসে বিশ্ব পৰিবেশ দিৱসৰ দিনা প্ৰেৰণাদায়ক জাগো ৰে অভিযানৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ উল্লেখ কৰিছে। পুনিত দাসে কয় যে, "২০০৭ বৰ্ষৰ পৰা জাগো ৰে পদক্ষেপৰ জৰিয়তে দুৰ্নীতি আৰু ক’ভিড19ৰ বিৰুদ্ধে সজাগতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সামাজিক পৰিৱৰ্তনক আগুৱাই নিবলৈ ইয়াক এক আন্দোলন হিচাপে পৰিগণিত হোৱাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ জৰুৰী বিশ্বব্যাপী সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আমি সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছোঁ। আজিৰ প্ৰত্যাহ্বানসমূহে আমাৰ শিশুসকলৰ ভৱিষ্যৎ বিপন্ন কৰিছে, এতিয়াই যদিহে ব্যৱস্থা লোৱা নহয় তেন্তে আজি আমি লাভ কৰা নীল আকাশ উত্তৰ প্ৰজন্মই নাপাবওঁ পাৰে।"…
Read More
বাজাজ এলিয়ানজ লাইফে বিত্তীয় বৰ্ষ ২৪ত অৰ্জন কৰিছে ৯৯.২৩% দাবী নিষ্পত্তি অনুপাত

বাজাজ এলিয়ানজ লাইফে বিত্তীয় বৰ্ষ ২৪ত অৰ্জন কৰিছে ৯৯.২৩% দাবী নিষ্পত্তি অনুপাত

ভাৰতৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৯৯.২৩% দাবী নিষ্পত্তি অনুপাতেৰে পলিচিধাৰীৰ প্ৰতি নিজৰ অটল দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। এই পৰিসংখ্যাই কোম্পানীটোৱে এজন মনোনীত ব্যক্তিয়ে সন্মুখীন হোৱা কঠিন সময়ত তৎকালীন আৰু নিৰ্ভৰযোগ্য সহায় আগবঢ়োৱাৰ সমৰ্পণক প্ৰতিফলিত কৰিছে আৰু সকলো পলিচিধাৰীক নিশ্চিত কৰিছে যে কোম্পানীয়ে গ্ৰাহকৰ পৰিয়ালৰ কাষত ছাঁ হৈ থিয় দি থাকিব আৰু জীৱনৰ লক্ষ্যক ট্ৰেকত ৰাখিব। দাবী নিষ্পত্তি অনুপাত হৈছে এটা গুৰুত্বপূৰ্ণ পৰিমাপ, যিয়ে গ্ৰাহকক এটা অনুভৱ দিয়ে যে এটা বীমা কোম্পানীয়ে নিজৰ পলিচিধাৰীসকলৰ ক্লেইমক কিমান সন্মান কৰে। বাজাজ এলিয়াঞ্জ লাইফে বিগত বছৰবোৰত নিৰন্তৰ অগ্ৰতি অব্যাহত ৰাখিছে, মুখ্যতঃ লেনদেন প্ৰক্ৰিয়াবোৰত বিনিয়োগ কৰা ধনৰ…
Read More
লাখ লাখ গ্ৰাহকে শ্বপচিৰ মেগা শ্বপিং ধামাকা ইভেণ্টে অভূতপূৰ্ব সফলতা

লাখ লাখ গ্ৰাহকে শ্বপচিৰ মেগা শ্বপিং ধামাকা ইভেণ্টে অভূতপূৰ্ব সফলতা

শ্বপচি বাই ফ্লিপকাৰ্টে প্ৰথমবাৰলৈ আগবঢ়োৱা মেগা শ্বপিং ধামাকা ইভেণ্টে অভূতপূৰ্ব সফলতা অৰ্জন কৰি দেশজুৰি লাখ লাখ আগ্ৰহী ব্যৱসায়ীক মুগ্ধ কৰিবলৈ সক্ষম হৈছে। ১৬ কোটি+তকৈ অধিক সামগ্ৰীৰ আকৰ্ষণীয় সম্ভাৰেৰে সজাই তোলা এই শ্বপিং ধামাকাই চমৎকাৰ ৰূপত দৈনিক চাহিদা ৫০% উত্থান হৈছিল আৰু প্ৰায় ৪১% গ্ৰাহকে প্ৰথমবাৰৰ বাবে শ্বপচিত বজাৰ কৰি মুঠ ৬০% উল্লেখযোগ্য বৃদ্ধিৰ সাক্ষী হৈছিল। এই অনুষ্ঠানক লৈ চাৰিওফালে সৃষ্টি কৰা উৎসাহে হাইপাৰ-ভেল্যু ই-কমাৰ্চৰ ক্ষেত্ৰত এক অগ্ৰণী শক্তি হিচাপে শ্বপচিৰ মৰ্যাদা আকৌ এবাৰ প্ৰমাণ কৰিলে আৰু নিজৰ গ্ৰাহক আধাৰৰ অটল বিশ্বাসৰ ওপৰত সেৱাসমূহ আলোকপাত কৰা হৈছিল। টি-চাৰ্ট, শাৰী আৰু বেডশ্বীটে গ্ৰাহকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল। এইবাৰ গুৱাহাটী, গোৰখপুৰ, কটক,…
Read More
১ জুনৰ পৰা আৰম্ভ হৈছে ফ্লিপকাৰ্টৰ বহুপ্ৰত্যাশিত ‘বিগ এণ্ড অফ চিজন চেল’

১ জুনৰ পৰা আৰম্ভ হৈছে ফ্লিপকাৰ্টৰ বহুপ্ৰত্যাশিত ‘বিগ এণ্ড অফ চিজন চেল’

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে ২০২৪ চনৰ ১ জুনৰ পৰা বহু প্ৰত্যাশিত ‘বিগ এণ্ড অৱ ছিজন চেল’ (বিগ ইঅ’এছএছ) আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে। ফেশ্বনৰ অন্যতম বৃহৎ উদযাপনৰ বাবে তৈয়াৰ কৰা এই মঞ্চখনে বিগ ইঅ’এছএছে গ্ৰাহকসকলক ‘স্পইল’ত কিউৰেট কৰা ট্ৰেণ্ডি ষ্টাইল, প্ৰিমিয়াম ব্ৰেণ্ড আৰু আকৰ্ষণীয় জেন জেড অফাৰৰ বিস্তৃত পৰিসৰ আগবঢ়াব, যিবোৰ ভাৰতৰ সেৱাযোগ্য প্ৰতিটো অঞ্চললৈ প্ৰেৰণ কৰা হ’ব। ফ্লিপকাৰ্ট বিগ ইঅ'এছএছ ২০২৪-এ ১২,০০০ৰো অধিক ব্ৰেণ্ড আৰু ২ লাখ+ বিক্ৰেতাৰ পৰা পছন্দৰ সুবিধা প্ৰদান কৰিব, য'ত স্পৰ্টছ জোতা, ঘড়ী আৰু জিনছৰ দৰে শিতানত অপেন বক্স ডেলিভাৰীৰ বিকল্প থাকিব। একেদিনাই ১ লাখৰো অধিক সামগ্ৰীৰ ডেলিভাৰী উপলব্ধ হ’ব। অন্যতম জনপ্ৰিয় পছন্দৰ সামগ্ৰীৰ…
Read More