14
Sep
এছবিআই লাইফ ইঞ্চুৰেন্সে মিৰ্চিৰ সহযোগত “বি স্পেলবাউণ্ড” শীৰ্ষক স্পেল বি ২০২৪ৰ ১৪ সংখ্যক সংস্কৰণ মুকলি কৰিছে। এই বৰ্ষৰ এই প্ৰতিযোগিতাখন ৩০খন চহৰৰ মাজত অনুষ্ঠিত হ'ব, য’ত ৫০০খনতকৈও অধিক বিদ্যালয়ক সামৰি লোৱা হৈছে আৰু ৩ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক জড়িত কৰা হৈছে, এই প্ৰতিযোগিতাখনৰ এটাই মূল লক্ষ্য হৈছে বানানৰ দক্ষতাৰ সমান্তৰালভাৱে নেতৃত্ব প্ৰদান প্ৰদানক আগুৱাই নিয়া। ইয়াৰে শীৰ্ষ ৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য'ত বিজয়ীয়ে "স্পেলমাষ্টাৰ অৱ ইণ্ডিয়া ২০২৪"ৰ মুকুট পৰিধান কৰিব, জয়ী হোৱাজনে ১ লাখ টকাৰ গ্ৰেণ্ড প্ৰাইজ আৰু হংকঙৰ ডিজনীলেণ্ড ভ্ৰমণৰ সুযোগ লাভ কৰিব। এছবিআই লাইফৰ ব্ৰেণ্ড, কৰ্প'ৰেট কমিউনিকেচন আৰু চিএছআৰৰ প্ৰধান ৰবীন্দ্ৰ শৰ্মাই এই মঞ্চখনে সাহস…
