27
Jun
চেমচাঙৰ সন্মানীয় যুৱ শিক্ষা আৰু উদ্ভাৱনী প্ৰতিযোগিতা 'ছলভ ফৰ টুমৰু'ৰ বাবে শীৰ্ষ ৩০টা দল প্ৰকাশ পাইছে। এই প্ৰতিযোগিতাখনৰ উদ্দেশ্য হৈছে চাৰিটা বিষয়ৰ সকলো দিশৰ বিভিন্ন প্ৰত্যাহ্বান বা সমস্যা সমাধানৰ বাবে ১৬-২২ বৰ্ষীয় যুৱক-যুৱতীৰ পৰা কৌশল বা আৰ্হি দাখিল কৰাৰ বাবে আমন্ত্ৰণ জনাই দেশৰ যুৱক-যুৱতীৰ মাজত উদ্ভাৱনীমূলক চিন্তা আৰু সমস্যা সমাধানৰ সংস্কৃতি গঢ়ি তোলা, এই বিষয় ৪টা হৈছে : শিক্ষা আৰু শিক্ষণ, স্বাস্থ্য আৰু সুস্থতা, পৰিৱেশ আৰু বহনক্ষমতা আৰু বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তি। এই শীৰ্ষ ৩০টা দলৰ ভিতৰত ৪৪% দলে শিক্ষা আৰু শিক্ষণৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত ধাৰণা বা আৰ্হি উপস্থাপন কৰিছিল। ইয়াৰে ২৩% দলে পৰিৱেশ আৰু বহনক্ষমতা বা স্থিৰতাৰ ওপৰত, ২০%…
