ব্যৱসায়

ছু-কামে গুৱাহাটীত আয়োজন কৰে ব্যৱসায়িক অংশীদাৰ বৈঠকৰ

ছু-কামে গুৱাহাটীত আয়োজন কৰে ব্যৱসায়িক অংশীদাৰ বৈঠকৰ

ছু-কাম পাৱাৰ চিষ্টেম লিমিটেডে গুৱাহাটীত আয়োজন কৰে বিজনেছ পাৰ্টনাৰ্ছ মিটৰ। এই অনুষ্ঠানত গুৱাহাটীৰ কেইবাজনো বিশিষ্ট অতিথি আৰু গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। মহানগৰীৰ হোটেল দ্য অৰ্নেটত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। গুৱাহাটীৰ ২০০ৰো অধিক ডিলাৰ আৰু অংশীদাৰে অংশগ্ৰহণ কৰে এই বৈঠকত। অনুষ্ঠানত উপস্থিত আছিল অশোক চৌধুৰী, ৰাহুল সিনহা, সৰোজ গোস্বামী, অৰিজিত দত্তৰ দৰে বিশিষ্ট ব্যক্তিসকল। একেৰাহে ৩৫ বছৰ ধৰি নবীকৰণযোগ্য শক্তি উদ্যোগৰ শীৰ্ষত আছে ছু-কাম পাৱাৰ চিষ্টেম। চৰকাৰী অনুমোদিত আৰ এণ্ড ডি কেন্দ্ৰ তথা ডিলাৰ, বিতৰক আৰু সেৱা প্ৰদানকাৰীৰ এক বিস্তৃত নেটৱৰ্কৰ সৈতে অগ্ৰণী স্থান দখল কৰি আহিছে। শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলা, ছু-কামৰ প্ৰডাক্ট পৰ্টফলিঅ’ প্ৰদৰ্শন কৰা আৰু ভৱিষ্যতৰ পৰিকল্পনা আৰু পদক্ষেপৰ…
Read More
এইচএমএছআইয়ে মুকলি কৰিলে অ’বিডি2 কমপ্লায়েণ্ট ২০২৩ ইউনিকৰ্ণ

এইচএমএছআইয়ে মুকলি কৰিলে অ’বিডি2 কমপ্লায়েণ্ট ২০২৩ ইউনিকৰ্ণ

গ্ৰাহকসকলৰ বাবে উত্সাহেৰে হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই মুকলি কৰিলে নতুন অ'বিডি2 কমপ্লায়েণ্ট ২০২৩ ইউনিকৰ্ণ। ২০২৩  ইউনিকৰ্ণ হৈছে এক প্ৰিমিয়াম মটৰচাইকেল যাৰ বিএছভিআই ওবিডি2 কমপ্লায়েণ্ট 160চিচি পিজিএম-এফআই ইঞ্জিন আছে আৰু কম্প্ৰেছন অনুপাত ১০:১। ইয়াত এবিএছ (এণ্টি-ব্ৰেক চিষ্টেম) আৰু টিউবলেছ টায়াৰ লগোৱা হৈছে যাতে পাংচাৰ ৰোধ বা প্ৰতিহত কৰিব পৰা যায়। ছিটৰ তলত ৰখা হৈছে ৰিয়েৰ মনো শ্বক ছাচপেনচন আৰু ডাইমণ্ড ফ্ৰেমত লগোৱা হৈছে, যিয়ে চালকক উৎকৃষ্ট মানৰ আৰাম আৰু স্থিৰতা প্ৰদান কৰে। উচ্চ গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু দীঘল হুইলবেছে আত্মবিশ্বাস আৰু আৰামৰ সৃষ্টি কৰে আৰু দীঘল আসনে আৰামদায়ক দীঘলীয়া দূৰত্বৰ যাত্ৰাৰ বাবে যথেষ্ট স্থান প্ৰদান কৰে। ব্ৰীফ বা চমু ষ্টপৰ…
Read More
প্ৰতিবেদন অনুসৰি টাটা এ.আই.এ. বিত্তীয় বৰ্ষ ২৩-ৰ বাবে শীৰ্ষ ৩ ব্যক্তিগত জীৱন বীমাকৰ্তাৰ স্থানত আছে

প্ৰতিবেদন অনুসৰি টাটা এ.আই.এ. বিত্তীয় বৰ্ষ ২৩-ৰ বাবে শীৰ্ষ ৩ ব্যক্তিগত জীৱন বীমাকৰ্তাৰ স্থানত আছে

টাটা এ.আই.এ. লাইফ ইঞ্চিউৰেন্স কোম্পানী লিমিটেডে ২০২২-২৩ বিত্তীয় বৰ্ষত ৭,০৯৩ কোটি টকাৰ এক ব্যক্তিগত ওজনযুক্ত নতুন ব্যৱসায় প্ৰিমিয়াম উপাৰ্জনৰ প্ৰতিবেদন দিছিল, যি আগৰ বছৰত ৪,৪৫৫ কোটি টকাৰ তুলনাত ৫৯% বৃদ্ধি। বিত্তীয় বৰ্ষৰ বাবে মুঠ প্ৰিমিয়াম উপাৰ্জন ৪২% বৃদ্ধি হৈ ২০,৫০৩ কোটি টকা হৈছে, আৰু মুঠ লাভ ৬১৫% বৃদ্ধি হৈ ৭১ কোটি টকাৰ পৰা ৫০৬ কোটি টকাহৈছে। বিত্তীয় বৰ্ষ ২২-ত, টাটা এ.আই.এ.-য়ে আই.ডব্লিউ.এন.বি.পি.-ৰ উপাৰ্জনত ব্যক্তিগত জীৱন বীমাকৰ্তাসকলৰ মাজত তৃতীয় স্থান ত ৰাখিছে। টাটা এআইএ লাইফৰ ৰিটেইল বীমা ৰাশি ৩,০৭,৮০৪ কোটি টকাৰ পৰা ৪৪৩,৪৭৯ কোটি টকালৈ বৃদ্ধি হৈছে, যি বিত্তীয় বৰ্ষ ২২-ৰ তুলনাত ৪৪.০৮% বৃদ্ধি। বিত্তীয় বৰ্ষ ২৩-ত খুচুৰা বীমা ৰাশিৰ ওপৰত…
Read More
গোৱাত জি-২০ পৰ্যটন কৰ্মী গোট আৰু মন্ত্ৰী পৰ্যায়ৰ বৈঠক আৰম্ভ

গোৱাত জি-২০ পৰ্যটন কৰ্মী গোট আৰু মন্ত্ৰী পৰ্যায়ৰ বৈঠক আৰম্ভ

গোৱাত ১৯–২০ জুনলৈ পৰ্যটন কৰ্মী গোটৰ চতুৰ্থখন বৈঠক আৰু ২১–২২ জুনলৈ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠক আয়োজন কৰা হয়। গোৱাত অনুষ্ঠিত হোৱা দুয়োখন বৈঠকৰ উদ্দেশ্য হৈছে আঞ্চলিক বহনক্ষমতা, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ তথা অৰ্থনৈতিক সক্ষমতা বৃদ্ধি কৰা। এই বৈঠকৰ কাৰ্যসূচীত ক্ৰুজ পৰ্যটন, গ্ল’বেল ট্যুৰিজিম প্লাষ্টিক ইনিচিয়েটিভ, ৰাজহুৱা আৰু ব্যৱসায়িক খণ্ডৰ মাজত যৌথ উদ্যোগকে ধৰি বিভিন্ন বিষয়বস্তু সামৰি লোৱা হৈছিল। এই কাৰ্যসূচীত জি-২০ৰ সদস্য ৰাষ্ট্ৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভাগ, কেইবাখনো ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণকাৰী কৰিছিল। মূল অনুষ্ঠানৰ লগতে চৰকাৰে ‘ভাৰতক ক্ৰুজ পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা’ৰ আৰু জি-২০ অৰ্থনীতিৰ বাবে ভ্ৰমণ আৰু পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে ৰাজহুৱা আৰু ব্যক্তিগত আলোচনা তথা আন্তঃৰাষ্ট্ৰীয় যোগ…
Read More
আই এন এছ কিল্টন দ্বাৰা সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ দিশত এক পদক্ষেপ

আই এন এছ কিল্টন দ্বাৰা সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ দিশত এক পদক্ষেপ

ভাৰতীয় নৌসেনা আৰু বাংলাদেশ নৌসেনাৰ মাজত চলি থকা ঘনিষ্ঠ সহযোগিতাৰ অংশ হিচাপে তিনিদিনীয়া সদিচ্ছা ভ্ৰমণৰ বাবে চিটাগংত উপস্থিত হয় ভাৰতীয় নৌসেনাৰ জাহাজ আই এন এছ কিল্টন। চিডিআৰ অৰ্জিত পাণ্ডেৰ কমাণ্ডাৰ এই জাহাজখন তৃতীয় পি২৮ শ্ৰেণীৰ এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ কৰ্ভেট আৰু ভাৰতীয় নৌসেনাৰ সৰ্ববৃহৎ কৰ্ভেট। এই ভ্ৰমণ চলি থকা দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ অংশ, নিয়মীয়াকৈ জাহাজ ভ্ৰমণৰ আদান-প্ৰদানৰ জৰিয়তে পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি শক্তিশালী কৰা হৈছে। ভাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সামুদ্ৰিক সহযোগিতা গঢ়ি তোলাৰ লক্ষ্যৰে ছখন চুক্তিত অনুমোদন জনাইছে, য’ত নেভিগেচনেল সহযোগিতা, যৌথ টহল, আৰু সন্ত্ৰাসবাদ বিৰোধী প্ৰশিক্ষণৰ সৈতে জড়িত বুজাবুজি চুক্তিও অন্তৰ্ভুক্ত।
Read More
ডিএছপি মিউচুৱেল ফাণ্ডৰ ডিএছপি নিফটি আইটি ইটিএফ মুকলি কৰাৰ কথা ঘোষণা

ডিএছপি মিউচুৱেল ফাণ্ডৰ ডিএছপি নিফটি আইটি ইটিএফ মুকলি কৰাৰ কথা ঘোষণা

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি নিফটি আইটি ইটিএফ মুকলি কৰিছে, ডিএছপি মিউচুৱেল ফাণ্ড হৈছে নিফটি আইটি সূচকাংকৰ প্ৰতিলিপি কৰা এক অপেন-এণ্ডেড(মুক্ত-সমাপ্ত) ইটিএফ। ইটিএফৰ লক্ষ্য হৈছে ভাৰতীয় তথ্যপ্ৰযুক্তি প্ৰতিষ্ঠানবোৰৰ দীৰ্ঘম্যাদী বৃদ্ধিৰ পৰা বিনিয়োগকাৰীসকলক লাভান্বিত কৰা, যিয়ে ভাৰতৰ জিডিপি আৰু বজাৰৰ অংশীদাৰিত্বত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। এই খণ্ডটোৰ ধাৰাবাহিক বৃদ্ধি আৰু কম আয়ৰ পৰিৱৰ্তনশীলতাৰ ফলত বিনিয়োগকাৰীৰ পৰা অধিক আয়ৰ বহুগুণ বৃদ্ধি পাইছে। ভাৰতীয় তথ্যপ্ৰযুক্তি খণ্ডই ৰাজহ প্ৰবাহৰ সৈতে বিশ্বব্যাপী সংস্পৰ্শ(এক্সপ’জাৰ) প্ৰদান কৰে আৰু ঘৰুৱা বিপদ আশংকাৰ পৰা ইকুইটি পৰ্টফলিঅ'ৰ বৈচিত্ৰ্য প্ৰদান কৰে। ইয়াৰ আৰ্থিক শক্তি বিশ্বব্যাপী সম প্ৰবাহ(পিৰ)ৰ তুলনাত উচ্চ আৰঅ'ই আৰু আৰঅ'এত প্ৰতিফলিত হয়। অৱশ্যে, নিফটি আইটি সূচকাংকই ১.৫ বছৰৰ বাবে নিফটি…
Read More
হায়দৰাবাদত জি-২০ কৃষি মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন

হায়দৰাবাদত জি-২০ কৃষি মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন

১৫-১৭ জুনলৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে মন্ত্ৰীসভাৰ কৃষি কৰ্মী গোট(এডব্লিউজি)ৰ বৈঠক। হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ(এইচআইচিচি)ত অনুষ্ঠিত কৃষিভিত্তিক প্ৰদৰ্শনীখন উদ্বোধন কৰে কৃষি আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধৰীয়ে। তিনিদিনীয়া এই বৈঠকত জি-২০ সদস্য ৰাষ্ট্ৰ, আমন্ত্ৰিত দেশ তথা ১০টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ২০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। বৈঠকৰ প্ৰথম দিনটোত খাদ্য সুৰক্ষা, বাজৰা, জলবায়ু-অনুকুল কৃষি, ডিজিটেল ৰূপান্তৰ আৰু ফলাফলৰ দস্তাবেজ প্ৰস্তুত কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।  কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিব মনোজ আহুজা আৰু কৃষি প্ৰতিনিধিসকলে লাভজনক কৃষি ব্যৱসায়ৰ ভূমি আৰু ব্যৱস্থাপনা আৰু কৃষিত ডিজিটেল প্ৰযুক্তিৰে শক্তিৰ ব্যৱহাৰৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰে। আনহাতে, কৃষি আৰু…
Read More
পুনেত আয়োজন কৰা হয় তৃতীয় ডিজিটেল অৰ্থনৈতিক ৱৰ্কিং গ্ৰুপৰ বৈঠক

পুনেত আয়োজন কৰা হয় তৃতীয় ডিজিটেল অৰ্থনৈতিক ৱৰ্কিং গ্ৰুপৰ বৈঠক

২০২৩ চনৰ ১৪ জুনত পুনেত অনুষ্ঠিত ডিজিটেল অৰ্থনৈতিক ৱৰ্কিং গ্ৰুপৰ তৃতীয়খন বৈঠকৰ সামৰণি পৰে। এই বৈঠকত ডিজিটেল সুৰক্ষা, চাইবাৰ নিৰাপত্তা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) সুৰক্ষিত কৰা তথা ডিজিটেল অৰ্থনীতিৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হৈছিল। এই বৈঠকত ৬০গৰাকী আন্তঃৰাষ্ট্ৰীয় পেছাদাৰী ব্যক্তিয়ে ডিপিআইৰ ওপৰত ১০খন পৃথক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নিজৰ অভিমত ব্যক্ত কৰে। এই অধিৱেশনত উপস্থিত আছিল ৩০০ জন জ্যেষ্ঠ প্ৰতিনিধি, ১৫০জন বিদেশী প্ৰতিনিধি আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি। বৈঠকৰ সময়ত জি-২০ প্ৰতিনিধিসকলে ডিজি লকাৰৰ ষ্টলৰ বিষয়েও আলোচনা কৰে, য'ত ভাগ লৈছিল ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ সচিব আৰু ৰাষ্ট্ৰীয় ই-গভৰ্ণেন্স বিভাগৰ অধ্যক্ষইও। বৈঠকৰ অন্তিম দিনটোত ডিজিটেল দক্ষতা আৰু নিৰাপত্তাৰ ওপৰত…
Read More
ডিলাৰশ্বিপ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আছে আইচাৰে

ডিলাৰশ্বিপ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আছে আইচাৰে

ভি ই কমাৰ্চিয়েল ভেহিকেলছ (ভিইচিভি)ৰ এটা ব্যৱসায়িক ইউনিট আইচাৰ ট্ৰাক এণ্ড বাছে নিজৰ সেৱা ইক'চিষ্টেমত বৈপ্লৱিক পৰিৱৰ্তন আনি ভাৰতীয় ট্ৰাক উদ্যোগত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। প্ৰতিষ্ঠানটোৱে ইয়াৰ ট্ৰাক আৰু বাছ গ্ৰাহকৰ বাবে আপটাইম প্ৰদান কৰাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আজিৰ সময় নিৰ্ধাৰিত, একবিংশ শতিকাৰ ব্যৱসায়িক প্ৰয়োজনীয়তাত বাহনৰ অধিক ব্যৱহাৰ নিশ্চিত কৰাৰ বাবে ই এক গুৰুত্বপূৰ্ণ কাৰক। আইচাৰ ট্ৰাক এণ্ড বাছ হৈছে ভাৰতৰ প্ৰথমটো চিভি নিৰ্মাতা যিয়ে ফ্লীটৰ আপটাইম সৰ্বাধিক কৰাৰ বৰ্ধিত প্ৰয়োজনীয়তা উপলব্ধি কৰিছে আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা তৎক্ষণাৎ সমাধান কৰি আহিছে, ইয়াৰ অংশ স্বৰূপে ২০২০ চনত আপটাইম চেণ্টাৰ স্থাপন কৰা হৈছিল। এই গুৰুত্বপূৰ্ণ  পদক্ষেপে আইচাৰৰ বি এছ-৬ ট্ৰাক আৰু…
Read More
ভি লৈ আহিছে লাইভ ষ্ট্ৰীমিংৰ জৰিয়তে ভগৱান জগন্নাথ ৰথ যাত্ৰা, পুৰি

ভি লৈ আহিছে লাইভ ষ্ট্ৰীমিংৰ জৰিয়তে ভগৱান জগন্নাথ ৰথ যাত্ৰা, পুৰি

ভাৰতৰ পুৰীত বাৰ্ষিক ভক্ত জগন্নাথ ৰথ যাত্ৰাৰ লাইভ ষ্ট্ৰীমিংৰ ব্যৱস্থা কৰিছে ভিয়ে সমগ্ৰ দেশৰ ভক্তসকলৰ সুবিধাৰ্থে। ভি গ্ৰাহকে ভি এপ ত এই অনুষ্ঠানটো লাইভ চাব পাৰিব। ২০ জুন, ২০২৩ তাৰিখে পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব, আৰু সন্ধিয়া ৬ বজাত সামৰণি পৰিব। ভি গ্ৰাহকে আন আন অনুষ্ঠান যেনে বহুদা, সুনাবেছা, আধাৰা পানা, আৰু নীলাদ্ৰী বিজেও ভি এপ ত একচেটিয়াভাৱে লাইভ চাব পাৰে। ভোডাফোন আইডিয়াৰ ক্লাষ্টাৰ বিজনেছ হেড- ইষ্ট সুকান্ত দাসে কয় যে “ভিৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে পুৰি ৰথ যাত্ৰাৰ সৈতে, যিটো সমগ্ৰ ভাৰততে এক বহু শ্ৰদ্ধা আৰু দৰ্শনীয় অনুষ্ঠান। সমগ্ৰ ভাৰতবৰ্ষৰ ভগৱান জগন্নাথৰ ভক্তসকলৰ সুবিধাৰ্থে এক চিন্তাশীল পদক্ষেপ হিচাপে মই…
Read More