ব্যৱসায়

বিশেষজ্ঞৰ জৰিয়তে পুষ্টিৰ পৰিৱৰ্তনশীল শক্তিৰ সন্ধান কৰাৰ প্ৰয়াস ‘দ্য এজ অৱ নিউট্ৰিচন ২০২৩’ শীৰ্ষ সন্মিলনত

বিশেষজ্ঞৰ জৰিয়তে পুষ্টিৰ পৰিৱৰ্তনশীল শক্তিৰ সন্ধান কৰাৰ প্ৰয়াস ‘দ্য এজ অৱ নিউট্ৰিচন ২০২৩’ শীৰ্ষ সন্মিলনত

ছেইণ্ট জ'নছ অডিটৰিয়ামত হেপিয়েষ্ট হেল্থৰ উদ্যোগত অনুষ্ঠিত হোৱা 'এজ অৱ নিউট্ৰিচন ২০২৩' শীৰ্ষ সন্মিলনৰ সামৰণি পৰিছে। এই বিশেষ অধিৱেশনত অংশগ্ৰহণকাৰীসকলে পুষ্টিৰ বিভিন্ন দিশ অন্বেষণ কৰাৰ লগতে অনুকূল স্বাস্থ্য আৰু সামগ্ৰিক সুস্থতা বজাই ৰখাৰ ক্ষেত্ৰত নিজৰ গুৰুত্বৰ ওপৰত সৰ্বাধিক আলোকপাত কৰা হৈছিল। ডাঃ ৰেবেকা কে ৰাজে এই অধিৱেশনত "নিউট্ৰিচন আনপ্লাগড: আনলকিং এ হেল্থিয়াৰ ইউ" শীৰ্ষক বিষয়ত এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে, য'ত সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ ওপৰত জোৰ দিয়া হৈছিল। অংশগ্ৰহণকাৰী ব্যক্তিসকলে ইট'পিয়া-২০২৩ত ৰান্ধনীশালৰ বিচিত্ৰ অভিজ্ঞতাসমূহ উপভোগ কৰিছিল, য'ত ৰুচি আৰু পুষ্টিৰ মাজৰ সংযোগস্থল বিশেষভাৱে প্ৰদৰ্শন কৰা হৈছিল। পুষ্টিৰ মূল নীতি বা আধাৰসমূহ অনুধাৱন কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়। চিকিত্সক…
Read More
এমজি মটৰ্চ ইণ্ডিয়াই মুকলি কৰিছে এডিএএছৰ সৈতে এক উন্নত জেডএছ ইভি

এমজি মটৰ্চ ইণ্ডিয়াই মুকলি কৰিছে এডিএএছৰ সৈতে এক উন্নত জেডএছ ইভি

বৈধ সীমিত সময়ৰ বাবে এম জি মটৰ্চ ইণ্ডিয়াই ২৭.৮৯ লাখ টকাৰ অটোন’মাছ লেভেল-২ (এডিএএছ)ৰ সৈতে জেড এছ ইভিৰ বৰ্ধিত ভেৰিয়েণ্ট মুকলি কৰিছে। অটোন’মাছ লেভেল-২ প্ৰযুক্তিয়ে বিভিন্ন ড্ৰাইভিং পৰিস্থিতিত সমৰ্থন, নিয়ন্ত্ৰণ আৰু আৰাম প্ৰদান কৰি গাড়ী চলোৱাৰ অভিজ্ঞতাক নতুন মাত্ৰা প্ৰদান কৰে। মুঠ ১৭টা চেন্সিটিভিটি লেভেল আৰু তিনিটা ৱাৰ্নিং লেভেলৰ সৈতে এই এছইউভিখনে ছিংগল চাৰ্জত ৪৬১ কিলোমিটাৰ ৰেঞ্জ প্ৰদান কৰে। ইয়াত শ্ৰেষ্ঠ ১৭৬পিএছ পাৱাৰৰ সৈতে ৫০.৩কেডব্লিউএইছ বেটাৰী, চাৰ্টিফাইড চেফটি সুবিধা, ফাৰ্ষ্ট ছেগমেণ্ট ডুৱেল-পেন পেনোৰামিক স্কাই ৰুফ আৰু পিছফালৰ এচি ভেণ্ট, ৭৫+ সংযুক্ত গাড়ী বৈশিষ্ট্যৰ সৈতে আইস্মাৰ্ট, ১৭.৭৮ চে.মি ক্লাষ্টাৰ, এটা ২৫.৭ চে.মি. এইচডি টাচস্ক্ৰীণ ইনফ'টেইনমেণ্ট চিষ্টেম আৰু অতুলনীয় ৰেঞ্জৰ বাবে প্ৰিজমেটিক…
Read More
গান্ধীনগৰত আয়োজন কৰা হৈছে ফাইনেঞ্চ এণ্ড চেণ্ট্ৰেল বেংকৰ ডেপুটিসকলৰ বৈঠক

গান্ধীনগৰত আয়োজন কৰা হৈছে ফাইনেঞ্চ এণ্ড চেণ্ট্ৰেল বেংকৰ ডেপুটিসকলৰ বৈঠক

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে গুজৰাটৰ গান্ধীনগৰত ২০২৩ চনৰ ১৪-১৮ জুলাইৰ বিত্ত আৰু কেন্দ্ৰীয় বেংকৰ ডেপুটি(এফচিবিডি)সকলৰ বৈঠকৰ আয়োজন কৰা হৈছে। এই বৈঠকৰ লক্ষ্য হৈছে জি-২০ সদস্য আৰু অংশীদাৰ দেশসমূহৰ মাজত বিশ্বব্যাপী বৃহৎ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বিষয়সমূহ আলোচনা কৰা। গোলকীয় অৰ্থনীতি, বহনক্ষম বিত্ত, আন্তঃগাঁথনি, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থাপত্য তথা আন্তঃৰাষ্ট্ৰীয় কৰ আৰু বিত্তীয় অন্তৰ্ভুক্তি ইত্যাদি বিষয়সমূহ জি-২০ সন্মিলনৰ মূল বিষয় হ'ব। জি-২০ৰ প্ৰতিনিধিসকলে "ভৱিষ্যতৰ চহৰসমূহৰ বাবে পুঁজি আৰু বিত্তীয় প্ৰণালী"ৰ বিষয়েও আলোচনা কৰিব। বিত্ত মন্ত্ৰী, কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰ আৰু জি-২০ৰ প্ৰতিনিধিসকলৰ বাবে কেৱড়িয়াস্থিত ষ্টেচু অৱ ইউনিটি ভ্ৰমণকে ধৰি এক সাংস্কৃতিক কাৰ্যসূচী আৰু স্থানীয় ভ্ৰমণ কাৰ্যসূচীৰো আয়োজন কৰা হ'ব। প্ৰতিনিধিসকলে প্ৰথম দিনা ঘূৰণীয়া মেজ…
Read More
১৩ – ১৬ জুলাইলৈ আয়োজন কৰা হৈছে তৃতীয় জি-২০ শ্বেৰ্পা বৈঠকৰ

১৩ – ১৬ জুলাইলৈ আয়োজন কৰা হৈছে তৃতীয় জি-২০ শ্বেৰ্পা বৈঠকৰ

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত কৰ্ণাটকৰ ঐতিহাসিক চহৰ হাম্পিত ১৩ - ১৬ জুলাইলৈ আয়োজন কৰা হৈছে তৃতীয় জি-২০ শ্বেৰ্পাৰ বৈঠকৰ। ভাৰতৰ জি-২০ শ্বেৰ্পা অমিতাভ কান্তৰ সভাপতিত্বত অনুষ্ঠিত হৈছে এই বৈঠক। প্ৰতিখন দেশৰ নিজ নিজ শ্বেৰ্পা আৰু জি-২০ সদস্য, আমন্ত্ৰণিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধি দলৰ মূৰব্বীসকলৰ নেতৃত্বত ১২০ জনতকৈও অধিক প্ৰতিনিধিয়ে এই ৪ দিনীয়া বৈঠকত অংশগ্ৰহণ কৰিছে। এই বৈঠকৰ সময়ত দিল্লী সন্মিলনত জি-২০ দেশৰ নেতাসকলে গ্ৰহণ কৰিব লগীয়া লিডাৰ্ছ ঘোষণাপত্ৰৰ সহ-লিখনিৰ কামত জড়িত কৰাৰ লগতে এই বিষয়ে বিশদভাৱে আলোচনা কৰা হ'ব। এই শ্বেৰ্পা বৈঠকত সেউজ উন্নয়ন, জলবায়ু বিত্ত, পৰিৱেশৰ বাবে জীৱনশৈলী, দ্ৰুত, সামগ্ৰিক আৰু স্থিতিস্থাপক বৃদ্ধি তথা একবিংশ শতিকাৰ বাবে বহনক্ষম…
Read More
২০২৩ চনৰ ৩০ জুনলৈকে বন্ধন বেংকৰ মুঠ ব্যৱসায় হৈছেগৈ ২.১১ লাখ কোটি টকা

২০২৩ চনৰ ৩০ জুনলৈকে বন্ধন বেংকৰ মুঠ ব্যৱসায় হৈছেগৈ ২.১১ লাখ কোটি টকা

বন্ধন বেংকে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বিত্তীয় লেনদেনৰ তথ্য প্ৰকাশ কৰিছে। বেংকৰ ডাইভাৰ্চিফিকেচন এজেণ্ডা(বৈচিত্ৰ্যকৰণ কাৰ্যসূচী)ৰ সৈতে সংগতি ৰাখি বেংকৰ ৰিটেইল লোন বুক শক্তিশালী ৰূপত ৮৭% বৃদ্ধি পাইছে। মুঠ জমা ধনৰ বেংকৰ খুচুৰা ব্যৱসায়ৰ অংশ এতিয়া ৭১%। এই ত্ৰৈমাসিকত বেংকে প্ৰতিষ্ঠাৰ ৮ বছৰতকৈও কম সময়ৰ ভিতৰত ব্ৰাঞ্চ(শাখা)ৰ উপস্থিতি তিনিগুণ বৃদ্ধি কৰি আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে। ২০২৩ চনৰ ৩১ মাৰ্চলৈকে বন্ধন বেংকৰ মুঠ ব্যৱসায় (ডিপজিট আৰু অগ্ৰিম) প্ৰতি বছৰে বৃদ্ধি পাই ১১% বৃদ্ধিৰে ২.১১ লাখ কোটি টকা হৈছেগৈ। বেংকে ভাৰতৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ৩৪ খনতকৈও অধিক ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত বেংকিং আউটলেট(বিপণী) স্থাপনৰ জৰিয়তে…
Read More
সম্পূৰ্ণ নতুন হোণ্ডা ডিঅ’ ১২৫

সম্পূৰ্ণ নতুন হোণ্ডা ডিঅ’ ১২৫

হোণ্ডাই ভাৰতত মুকলি কৰিলে সম্পূৰ্ণ নতুন ডিঅ’ ১২৫, য’ত আছে স্প’ৰ্টী ফ্ৰণ্ট ডিজাইন আৰু এডজি হেডলেম্প। এই বাইকখনত ক্ৰ’ম কভাৰৰ সৈতে ডুৱেল আউটলেট মাফলাৰ, মডাৰ্ন টেইল লেম্প, ৱেভ ডিস্ক ব্ৰেক, এলয় হুইল ইত্যাদি সুবিধা প্ৰদান কৰা হৈছে। ডিঅ’ ১২৫ত আছে বিশ্বজুৰি প্ৰশংসিত হোণ্ডা স্মাৰ্ট কী, যিয়ে স্মাৰ্ট ফাইণ্ড, স্মাৰ্ট আনলক, স্মাৰ্ট ষ্টাৰ্ট আৰু স্মাৰ্ট ছেফৰ দৰে অনন্য বৈশিষ্ট্য প্ৰদান কৰিছে। ডিঅ’ত হোণ্ডাৰ ১২৫চিচি পিজিএম-এফআই ইঞ্জিন আছে যিয়ে হোণ্ডা এনহেন্সড স্মাৰ্ট পাৱাৰৰ দ্বাৰা বুষ্ট কৰা হৈছে। ইয়াৰ লগতে বাইকখনত ৰিয়েল-টাইম তথ্য, ইডলিং ষ্টপ চিষ্টেম আৰু ইঞ্জিন ইনহিবিটৰৰ সৈতে চাইড ষ্টেণ্ডৰ সৈতে এক সম্পূৰ্ণ ডিজিটেল মিটাৰো আছে। ডিঅ' ১২৫-এ টেলিস্কোপিক ছাচপেনচন, কম্বি-ব্ৰেক…
Read More
চ’নীয়ে আগবঢ়াইছে নতুন শক্তিশালী পাৰ্টি স্পীকাৰ এছআৰএছ-এক্সভি৮০০

চ’নীয়ে আগবঢ়াইছে নতুন শক্তিশালী পাৰ্টি স্পীকাৰ এছআৰএছ-এক্সভি৮০০

চ’নী ইণ্ডিয়াই আগবঢ়াইছে এছআৰএছ-এক্সভি৮০০, যি হৈছে গুৰুত্বপূৰ্ণ আৰু তাত্পৰ্যপূৰ্ণ পাৰ্টি, চলচ্চিত্ৰ আৰু টিভি অনুষ্ঠানৰ বাবে উচ্চ স্বৰৰ, স্পষ্ট ছাউণ্ডৰ সুবিধাযুক্ত এটা পাৰ্টি স্পীকাৰ। ই শক্তিশালী বেছ আৰু ৰুম ফিলিং ছাউণ্ড প্ৰদান কৰিছে। এছআৰএছ-এক্সভি৮০০-এ ভইচ চেঞ্জাৰ, ইকো আৰু ডিজে কনট্ৰলৰ লগতে প্লেলিষ্ট আৰু কাৰাওকে সৃষ্টি কৰাৰ বাবে পৰোক্ষ আলোকসজ্জা, চ’নী মিউজিক চেণ্টাৰ আৰু ফিয়েষ্টাবল এপৰ সৈতে পাৰ্চনেলাইজ পৰিৱেশ প্ৰদান কৰে। হনক্ষম ছাউণ্ড উদ্ভাৱনৰ বাবে পুনঃব্যৱহৃত প্লাষ্টিক সামগ্ৰীৰে তৈয়াৰ কৰা হৈছে এই স্পীকাৰ। এছআৰএছ-এক্সভি৮০০ হৈছে ভাৰতৰ বাবে ডিজাইন কৰা এক পোৰ্টেবল পাৰ্টি স্পীকাৰ, য'ত শক্তিশালী বেছ, সৰ্ব-দিশীয় পাৰ্টি ছাউণ্ড আৰু এক্স-বেলেন্সড স্পীকাৰ আছে। ইয়াত মাত্ৰ ১০ মিনিটৰ দ্ৰুত চাৰ্জ কৰিয়েই ২৫ ঘণ্টাৰ…
Read More
ভাৰতৰ প্ৰথমটো হিপ হপ ভিত্তিক নৃত্য ৰিয়েলিটি শ্ব’ – হিপ হপ ইণ্ডিয়া

ভাৰতৰ প্ৰথমটো হিপ হপ ভিত্তিক নৃত্য ৰিয়েলিটি শ্ব’ – হিপ হপ ইণ্ডিয়া

আমাজন শ্বপিং এপ আৰু ফায়াৰ টিভিত এক্সক্লুছিভভাৱে প্ৰিমিয়াৰ হ’বলগীয়া আগন্তুক শ্ব’ হিপ হপ ইণ্ডিয়াৰ প্ৰ’ম’ মুকলি কৰিলে আমাজন মিনিটিভিয়ে। ভাৰতৰ প্ৰথমটো হিপ হপ ভিত্তিক নৃত্য ৰিয়েলিটি অনুষ্ঠান হিপ হপ ইণ্ডিয়া আমাজন মিনি টিভিত সম্প্ৰচাৰিত হ’ব, য’ত জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ ৰেমো ডিচুজা আৰু ডেন্সিং কুইন নুৰা ফাতেহীয়ে বিচাৰক হিচাপে থাকিব। এই অনুষ্ঠানটোক ভাৰতৰ সৰ্ববৃহৎ হিপ-হপ অনুষ্ঠান বুলি গণ্য কৰা হৈছে। নৃত্য পৰিচালক ৰেমো ডিচুজা আৰু নুৰা ফাতেহীয়ে অভিনয় কৰা বিজ্ঞাপনটোত সাধাৰণ স্থানৰ পৰা হিপ হপ ইণ্ডিয়াৰ বিশাল মঞ্চলৈ ফাইনেলিষ্টসকলৰ যাত্ৰা দেখুওৱা হৈছে, যিয়ে তেওঁলোকৰ অপূৰ্ব দক্ষতা আৰু অবিস্মৰণীয় উত্তৰণৰ বিষয়ে আলোকপাত কৰিছে। শ্ব'টোৰ মূলমন্ত্ৰ 'গলি চে গ্লোৰী টক'-এ দেশখনক #হিপহপফিভাৰ বিয়পাই দিয়াৰ…
Read More
আইনক্সত পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সপ্তাহৰ দিনবোৰত ৯৯ টকাৰ কম্বো, পানীয় আৰু জলপান উপভোগ কৰক

আইনক্সত পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সপ্তাহৰ দিনবোৰত ৯৯ টকাৰ কম্বো, পানীয় আৰু জলপান উপভোগ কৰক

ভাৰতৰ সৰ্ববৃহৎ মাল্টিপ্লেক্স নেটৱৰ্ক পিভিআৰ আইনঅক্স লিমিটেডে নতুন যুক্তিসংগত মূল্যৰ এফ এণ্ড বি অফাৰ ঘোষণা কৰিছে যিবোৰ সমগ্ৰ দেশৰ সকলো পিভিআৰ আইএনঅক্স থিয়েটাৰত লাভ কৰিব পৰা যাব। এই ঘোষণাৰ উদ্দেশ্য হৈছে ক্লায়েণ্টসকলৰ চিনেমাৰ অভিজ্ঞতা উন্নত কৰা। আজিৰ পৰা চিনেমা চোৱাসকলে হটডগৰ পৰা আৰম্ভ কৰি বাৰ্গাৰ, পপকৰ্ণ আৰু চেণ্ডুইচ তথা পানীয়, আৰু ৰোমাঞ্চকৰ সংমিশ্ৰণ ইত্যাদি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈকে ৯৯ টকাৰ কম মূল্যত লাভ কৰিব পাৰে। ছুটী বা সপ্তাহৰ শেষ দিনটোত চিনেমা চাব বিচৰা চিনেপ্ৰেমীসকলে বটমলেছ পপকৰ্ণৰ সুবিধা ল’ব পাৰে, য’ত সীমাহীন টাব ৰিফিল আৰু বিশেষ ৰেহাই মূল্যৰ ফেমিলী মিল কম্বোও আছে, যিয়ে এফএণ্ডবিৰ খৰচ…
Read More
আদানি ট্ৰেন্সমিছনলৈ শক্তি সঞ্চালন খণ্ডৰ ‘গোল্ডেন পিকক এনভাৰোনমেণ্ট মেনেজমেণ্ট এৱাৰ্ড’ খিতাপ

আদানি ট্ৰেন্সমিছনলৈ শক্তি সঞ্চালন খণ্ডৰ ‘গোল্ডেন পিকক এনভাৰোনমেণ্ট মেনেজমেণ্ট এৱাৰ্ড’ খিতাপ

দেশৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ ট্ৰেন্সমিচন আৰু বিতৰণ প্ৰতিষ্ঠান আদানি ট্ৰেন্সমিচন লিমিটেডক পাৱাৰ ট্ৰেন্সমিচন খণ্ডৰ ইনষ্টিটিউট অৱ ডাইৰেক্টৰ্ছ (আইঅ'ডি)ৰ দ্বাৰা সন্মানীয় 'গোল্ডেন পিকক এনভাৰোনমেণ্ট মেনেজমেণ্ট এৱাৰ্ড' সন্মান প্ৰদান কৰা হৈছে। এটিএললৈ পাৰিপাৰ্শ্বিক পদাংক(ফুটপ্ৰিণ্ট) হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি আৰু পদক্ষেপৰ বাবে গোল্ডেন পিকক পৰিৱেশ ব্যৱস্থাপনা বঁটা আগবঢ়োৱা হৈছে। এই বঁটাই লেণ্ডফিল, একক ব্যৱহাৰৰ প্লাষ্টিক-ফ্ৰী, ৱাটাৰ-পজিটিভ কাৰ্যকলাপ, নৱীকৰণযোগ্য শক্তি একত্ৰিকৰণ আৰু শ্ৰেণীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ পৰিৱেশ ব্যৱস্থাপনা কৌশলৰ জৰিয়তে এটিএলৰ শূন্য আৱৰ্জনা প্ৰয়াসক স্বীকৃতি প্ৰদান কৰিলে। এই স্বীকৃতিয়ে বহনক্ষম পদ্ধতিৰ প্ৰতি এটিএলৰ সমৰ্পণ আৰু এজন দায়িত্বশীল কৰ্পোৰেট নাগৰিক হিচাপে নিজৰ ভূমিকা প্ৰতিফলিত কৰিছে। এই বঁটা হৈছে এটিএলৰ দীৰ্ঘম্যাদী পৰিৱেশ-সামাজিক-শাসন (ইএছজি) প্ৰতিশ্ৰুতিৰ এক উৎসাহজনক স্বীকৃতি। এই…
Read More