ব্যৱসায়

মুকলি হ’ল দ্য নিউ ৰেঞ্জ ৰভাৰ ভেলাৰ

মুকলি হ’ল দ্য নিউ ৰেঞ্জ ৰভাৰ ভেলাৰ

ভাৰতত আৰম্ভ হৈছে নতুন ৰেঞ্জ ৰভাৰ ভেলাৰৰ বুকিং। নিউ ৰেঞ্জ ৰভাৰ ভেলাৰ হৈছে উন্নত তথ্য আৰু প্ৰযুক্তিৰ উপাদানৰ সৈতে এখন বিলাসী এছইউভি, যিয়ে ৰেঞ্জ ৰভাৰৰ পৰিশোধন(ৰিফাইনমেণ্ট) প্ৰদৰ্শন কৰে। ইয়াত নতুন ফ্ৰণ্ট গ্ৰীল, পিক্সেল এলইডি হেডলাইট আৰু ডাইনেমিক বেণ্ড লাইটিং আছে। বাহ্যিক ৰঙৰ পেলেটত মেটালিক ভেৰেচাইন ব্লু আৰু প্ৰিমিয়াম মেটালিক জাডাৰ গ্ৰে ইত্যাদি ৰং অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ভিতৰভাগ ডিপ গাৰ্নেট আৰু কেৰাৱে ৰং দিয়া হৈছে। চিকচিকিয়া এই ২৮.৯৫ চে.মি.ৰ মসৃণ ভাসমান কাৰ্ভড গ্লাছৰ টাচস্ক্ৰীনে আভ্যন্তৰীণ অংশত নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰি ৰাখে, লগতে কম প্ৰতিফলন আৰু সহজে নিয়ন্ত্ৰণ কৰিব পৰা সুবিধআও প্ৰদান কৰিছে। এক্টিভ ৰ'ড নইজ বাতিলকৰণে কেবিনৰ এক শান্ত অভিজ্ঞতা নিশ্চিত…
Read More
টাটা মটৰ্ছে আগবঢ়াইছে অল নিউ জেনেৰেচন অত্যাধুনিক ৰেঞ্জৰ জেনছেট

টাটা মটৰ্ছে আগবঢ়াইছে অল নিউ জেনেৰেচন অত্যাধুনিক ৰেঞ্জৰ জেনছেট

ভাৰতৰ অগ্ৰণী অটোমোবাইল প্ৰতিষ্ঠান টাটা মটৰ্ছে ভাৰতত নতুন প্ৰজন্মৰ জেনছেটৰ ৰেঞ্জ মুকলি কৰিছে। এই উচ্চ-কাৰ্যক্ষম(হাই ফাৰ্ফমেঞ্চ) জেনছেটবোৰ উন্নত চিপিচিবি আইভি+ ইঞ্জিনৰ দ্বাৰা চালিত আৰু ২৫কেভিএৰ পৰা ১২৫কেভিএৰ ভিতৰত কনফিগাৰেচনত উপলব্ধ। এই ইন্ধন-দক্ষ(ফুৱেল এফিচিয়েণ্ট) জেনছেটবোৰৰ শক্তিশালী ব্লক লোডিং ক্ষমতা আছে। যাৰ ফলত পৰিচালনা ব্যয় হ্ৰাস হয় আৰু ব্যৱসায়ৰ বাবে নিৰৱচ্ছিন্ন বিদ্যুৎ বা শক্তি প্ৰদান কৰে। টাটা মটৰ্ছৰ আৰ এণ্ড ডি সুবিধাত ডিজাইন আৰু বিকশিত কৰা এই ইঞ্জিনসমূহ বিভিন্ন প্ৰয়োগৰ বাবে উপযোগী। টাটা মটৰ্ছ জেনছেটে ইন্ধন কাৰ্যক্ষমতা, ব্লক লোডিং ক্ষমতা, কম পৰিচালনা ব্যয়, অবিৰত পাৱাৰ ডেলিভাৰী, বিভিন্ন এপ্লিকেচন আৰু বিশেষভাৱে গ্ৰাহক সমৰ্থন আগবঢ়ায়। টাটা মটৰ্ছ জেনছেটছত সেউজ, পৰিষ্কাৰ ইঞ্জিন আছে, যিয়ে মজলীয়া…
Read More
বয়স বৃদ্ধিৰ লগে লগে সঠিক পুষ্টিৰ জৰিয়তে আপোনাৰ পেশীৰ স্বাস্থ্য অনুকূলিত কৰক

বয়স বৃদ্ধিৰ লগে লগে সঠিক পুষ্টিৰ জৰিয়তে আপোনাৰ পেশীৰ স্বাস্থ্য অনুকূলিত কৰক

শৰীৰৰ বয়স বৃদ্ধিৰ লগত জড়িত পেশী ক্ষয় বা হ্ৰাস হোৱাৰ ফলত এডভান্সড চাৰ্কোপেনিয়া হ’ব পাৰে। যাৰ ফলত শক্তি আৰু কাৰ্যক্ষমতাত প্ৰভাৱ পৰে। প্ৰাপ্তবয়স্ক লোকসকলে প্ৰতি ১০ বছৰত পেশীৰ ভৰ ৮% পৰ্যন্ত হেৰুৱায় আৰু ৭০ বছৰৰ পিছত এই হাৰ দুগুণপৰ্যন্ত হ’ব পাৰে। ভোৰা ক্লিনিকৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা হৃদৰোগৰ অধ্যাপক ডাঃ আগম ভোৰাই বয়স বৃদ্ধিৰ লগে লগে সঠিক পুষ্টিৰ জৰিয়তে কিদৰে পেশীৰ স্বাস্থ্যক উন্নত কৰিব পাৰি তাৰ টিপছ শ্বেয়াৰ কৰিছে। পেশীৰ স্বাস্থ্য হৈছে এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সূচক, কিয়নো ই দীৰ্ঘম্যাদী বাধাপ্ৰাপ্ত পালমোনাৰী ৰোগ ৰোগীৰ হৃদযন্ত্ৰৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত উন্নীত ফলাফলৰ দৰে সম্ভাৱ্য বিপদৰ ইংগিত দিয়ে। সাধাৰণ স্বাস্থ্যৰ বাবে নিয়মিতভাৱে পেশীৰ ভৰ আৰু…
Read More
টাটা এআইজিয়ে নাগালেণ্ডত স্বাস্থ্য বীমাক নতুন মাত্ৰা প্ৰদান কৰিব

টাটা এআইজিয়ে নাগালেণ্ডত স্বাস্থ্য বীমাক নতুন মাত্ৰা প্ৰদান কৰিব

নাগালেণ্ডত টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেডে "ৰাজ্যিক বীমা আঁচনি" পদক্ষেপৰ নেতৃত্ব দিছে, যাৰ লক্ষ্য হৈছে আইআৰডিএআইৰ উদ্যোগৰ জৰিয়তে বীমাৰ প্ৰৱেশ আৰু সজাগতা বৃদ্ধি কৰা। স্বাস্থ্য বীমাৰ প্ৰৱেশ আৰু সুৰক্ষাৰ ব্যৱধানৰ মূল কাৰণ হৈছে জনসাধাৰণৰ মাজত বীমা সজাগতা তুলনামূলকভাৱে কম। লগতে বীমা কোম্পানীবোৰৰ বিতৰণ নেটৱৰ্কৰ উপলব্ধতাৰ অভাৱৰ বাবেও এই ব্যৱধান দেখা যায়। নাগালেণ্ড চৰকাৰে সাধাৰণ লোকৰ বাবে গ্ৰুপ হেল্থ ইঞ্চুৰেন্স সমাধান আগবঢ়াই নিম্নবীমা(আণ্ডাৰ ইঞ্চুৰেন্স) আৰু সজাগতাৰ অভাৱ দূৰ কৰাৰ বাবে মোকাবিলা কৰিছে। এই সমাধানবোৰে হাস্পতালত ভৰ্তি হোৱা বা চিকিৎসাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰে আৰু পকেট বা হিচাপৰ বাহিৰৰ ব্যয় হ্ৰাস কৰে। টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেডে স্বাস্থ্য বীমা…
Read More
ডি এছ পিয়ে মুকলি কৰিলে তিনিটা অপেন-এণ্ডেড ইটিএফ

ডি এছ পিয়ে মুকলি কৰিলে তিনিটা অপেন-এণ্ডেড ইটিএফ

ডিএছপি মিউচুৱেল ফাণ্ডে মুকলি কৰিলে তিনিটা অপেন-এণ্ডেড বিনিময় ব্যৱসায়িক ফাণ্ড (ই টি এফ), ক্ৰমে ডিএছপিএছ এণ্ড পিবিএছই চেনছেক্স ইটিএফ, ডিএছপি নিফটি প্ৰাইভেট বেংক ইটিএফ আৰু ডিএছপি নিফটি পিএছইউ বেংক ইটিএফ। যিয়ে বিনিয়োগকাৰীসকলক পিএছইউ বেংকত ভাৰতৰ বিকাশৰ কাহিনী আৰু পুনৰুজ্জীৱিতকৰণত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰে। ডিএছপিএছ এণ্ড পিবিএছই চেনছেক্স ইটিএফে এছএণ্ডপি বিএছই চেনছেক্স সূচকাংকৰ প্ৰতিলিপি কৰে। বিনিয়োগকাৰীসকলক ভাৰতীয় বজাৰত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰে, যি হৈছে অনুকূল অৰ্থনৈতিক আৰু কেপেক্স পৰিস্থিতিৰ সৈতে দ্ৰুতগতিত বিকাশশীল অৰ্থনীতি। ডিএছপি নিফটি প্ৰাইভেট বেংক ইটিএফে ব্যক্তিগত খণ্ডৰ ভাৰতীয় বেংকসমূহত দীৰ্ঘম্যাদী গাঁথনিগত বৃদ্ধিৰ কাহিনী আগবঢ়ায়। আনহাতে ডিএছপি নিফটি পিএছইউ বেংক ইটিএফে পিএছইউ বেংক পুনৰুজ্জীৱিতকৰণৰ ওপৰত কৌশলগত সহায়…
Read More
‘ছলভ ফৰ টুমৰু’ৰ শীৰ্ষ ১০টা দলৰ নাম ঘোষণা কৰিছে চেমচাং ইণ্ডিয়াই

‘ছলভ ফৰ টুমৰু’ৰ শীৰ্ষ ১০টা দলৰ নাম ঘোষণা কৰিছে চেমচাং ইণ্ডিয়াই

চেমচাং ইণ্ডিয়াই ৰাষ্ট্ৰীয় শিক্ষা আৰু উদ্ভাৱন প্ৰতিযোগিতা 'ছলভ ফৰ টুমৰু'ৰ শীৰ্ষ ১০টা দলৰ নাম ঘোষণা কৰিছে। এই প্ৰতিযোগিতাৰ মাজেৰে ভাৰতৰ জেন জেডৰ মাজত উদ্ভাৱন, উদ্যোগ আৰু সামাজিক দায়বদ্ধতা উদযাপন কৰিছে। এই দলবোৰে বাস্তৱ-পৃথিৱীয়ে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান নিৰূপণ বা বিকশিত কৰিছিল, যাৰ ভিতৰত উল্লেখ কৰিব পাৰি সাগৰৰ পানী ৰূপান্তৰ কৰা, কীট-পতংগ চিনাক্ত কৰা, খাদ্য আৱৰ্জনা চিনাক্ত কৰা, সাগৰৰ পাৰ পৰিষ্কাৰ কৰা, বহনক্ষম চামৰাৰ টেনিং আৰু শ্ৰৱণ শক্তি হেৰুওৱা ব্যক্তিসকলৰ বাবে উপলব্ধতা ইত্যাদি। নিৰ্বাচিত ১০টা দলে নিউজ১৮ গ্ৰুপে প্ৰস্তুত কৰা টিভি ছিৰিজত অংশ ল'ব। এই অনুষ্ঠান নেচনেল চেনেল আৰু জিঅ' চিনেমাত সম্প্ৰচাৰ হ'ব আৰু অংশগ্ৰহণকাৰীয়ে গেলেক্সি জেড ফ্লিপ স্মাৰ্টফোন স্মাৰ্টফোন…
Read More
এক আগশাৰীৰ অ’ইএমৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে স্পাৰ্ক মিণ্ডাই

এক আগশাৰীৰ অ’ইএমৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে স্পাৰ্ক মিণ্ডাই

স্পাৰ্ক মিণ্ডাৰ অন্যতম ধ্বজাবাহী প্ৰতিষ্ঠান মিণ্ডা কৰ্পোৰেচন লিমিটেডে বৈদ্যুতিক বাহনৰ (ইভি) বাবে বেটাৰী চাৰ্জাৰ প্ৰস্তুত কৰাৰ বাবে এক আগশাৰীৰ অ'ইএমৰ সৈতে এক গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে। এই অৰ্ডাৰৰ লাইফটাইম ভেল্যু(জীৱনজোৰা মূল্য) ৭৫০ কোটি টকা, যিয়ে কোম্পানীটোৰ বহনক্ষম গতিশীলতাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰে আৰু ইয়াৰ ইভি অফাৰ বৃদ্ধি কৰে। পুনেৰ স্পাৰ্ক মিণ্ডা গ্ৰীণ মবিলিটি চিষ্টেমছ প্ৰাইভেট লিমিটেডে বঁটা লাভ কৰা এই সামগ্ৰী নিৰ্মাণ কৰিব। যোৱা বিত্তীয় বৰ্ষত মুঠ চাহিদাৰ প্ৰায় ২০% ইলেক্ট্ৰিক বাহনে লাভ কৰিছিল। এই প্ৰকল্পটোৱে সেউজ আৰু সংযোজিত গতিশীলতাৰ দিশত স্পাৰ্ক মিণ্ডাৰ পৰিচালনাক অধিক দৃঢ় কৰিব আৰু উদ্ভাৱন আৰু প্ৰযুক্তিগত উৎকৰ্ষতাৰ জৰিয়তে অটোমোটিভ ছেক্টৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সমৰ্পিত ভৱিষ্যদ্বাণীমূলক,…
Read More
আদানী গোটৰ অধ্যক্ষই উদ্বোধন কৰিলে বাংলাদেশত ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শক্তি প্ৰকল্পৰ

আদানী গোটৰ অধ্যক্ষই উদ্বোধন কৰিলে বাংলাদেশত ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শক্তি প্ৰকল্পৰ

আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে শনিবাৰে ঢাকাত  সাক্ষাৎ কৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। আদানি গ্ৰুপৰ ভাৰতৰ আল্ট্ৰা চুপাৰ-ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লাণ্ট, গড্ডাৰ পৰা বাংলাদেশলৈ বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে আৰম্ভ হোৱাৰ পিছত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীগৰাকীক। আন্তঃৰাষ্ট্ৰীয় বিদ্যুৎ প্ৰকল্পত আদানি গ্ৰুপৰ প্ৰৱেশ চিহ্নিত কৰা গড্ডা ইউএছচিটিপিপি হৈছে ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শক্তি প্ৰকল্প য'ত উৎপাদিত শক্তিৰ ১০০% আন এখন ৰাষ্ট্ৰক যোগান ধৰা হৈছে। ১২ জুলাইত আদানি পাৱাৰৰ সহায়ক সংস্থা আদানি পাৱাৰ ঝাৰখণ্ড লিমিটেডে গোড্ডা প্ৰকল্পৰ বাবে নিৰ্ভৰযোগ্য ক্ষমতাৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে। বাংলাদেশৰ সৈতে পিপিএৰ অধীনত বাধ্যতামূলক কৰা এই  পৰীক্ষাত বিদ্যুৎ যোগান ধৰাৰ পিছত দুয়োটা প্ৰকল্প গোটৰ একেলগে কাম-কাজসমূহ মূল্যায়ন কৰা হৈছিল। এই সন্দৰ্ভত টুইটযোগে…
Read More
মৃত্যুমুখী হৈ পৰা জম্মু আৰু কাশ্মীৰ নামদা কলাক পুনৰুজ্জীৱিত কৰিলে স্কিল ইণ্ডিয়াই

মৃত্যুমুখী হৈ পৰা জম্মু আৰু কাশ্মীৰ নামদা কলাক পুনৰুজ্জীৱিত কৰিলে স্কিল ইণ্ডিয়াই

যোৱা ১৯৯৮ চনৰ পৰা ২০০৮ চনৰ ভিতৰত নামদা ক্ৰাফ্টৰ শ্বিপ উল ৰাগ(ভেড়াৰ উলৰ দলিচা)ৰ ৰপ্তানি ১০০% হ্ৰাস পাইছিল। এমএছডিইয়ে এই বিপদাপন্ন শিল্পক সংৰক্ষণ কৰাৰ বাবে এক হ্ৰস্বম্যাদী প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে। ২৫টা গোটত ৰূপায়িত এই কাৰ্যসূচী ১৪-১৬ মাহৰ তিনিটা চক্ৰৰে গঠিত, য’ত হ্ৰস্বম্যাদী প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে এই শিল্পকলাৰ সংৰক্ষণ কৰাত বিশেষভাৱে গুৰুত্ব দিয়া হয়। ৰাজ্যখনৰ ছখন জিলাৰ পৰা প্ৰায় ২,২০০গৰাকী লোকে মৃত্যুমুখী এই কলাৰ প্ৰশিক্ষণ লাভ কৰিছে। নামদা আৰ্টৰ প্ৰথমটো গোটৰ সামগ্ৰী ব্ৰিটেইনলৈ ৰপ্তানিৰ কথা সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে।স্থানীয় উদ্যোগ প্ৰতিষ্ঠানৰ অংশীদাৰসকলৰ সমৰ্থনত জম্মু-কাশ্মীৰত এই পাইলট প্ৰকল্পৰ সফল ৰূপায়ণে দক্ষতা বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে বিনিয়োগ আকৰ্ষিত কৰাৰ…
Read More
বৃত্তিমূলক পাঠ্যক্ৰমৰ বাবে সহযোগিতা টাটা মটৰ্ছ আৰু জৱাহৰ নবোদয় বিদ্যালয়ৰ

বৃত্তিমূলক পাঠ্যক্ৰমৰ বাবে সহযোগিতা টাটা মটৰ্ছ আৰু জৱাহৰ নবোদয় বিদ্যালয়ৰ

দেশৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটা মটৰ্ছে জৱাহৰ নৱোদয় বিদ্যালয়ৰ সৈতে অংশীদাৰিত্ব কৰি জেএনভিৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিমূলক পাঠ্যক্ৰম আগবঢ়াইছে। ২০২২ চনত আৰম্ভ হোৱা এই পাঠ্যক্ৰম কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ২৫খন জৱাহৰ নৱোদয় বিদ্যালয়ত প্ৰদান কৰা হয়। এই বিশেষ পদক্ষেপৰ অধীনত টাটা মটৰ্ছে জেএনভিত বৃত্তিমূলক দক্ষতাৰ বাবে অটোমোটিভ পাঠ্যক্ৰম (৪০৪ আৰু ৮০৪) আগবঢ়াইছে, যিবোৰ চিবিএছইৰ নিৰ্দেশনা আৰু টাটা মটৰ্ছৰ দলৰ ইনপুট অনুসৰি প্ৰস্তুত কৰা হৈছে। এই পাঠ্যক্ৰমসমূহে বিদ্যালয় চৌহদৰ ভিতৰত হাতে-কামে স্বয়ংচালিত দক্ষতা তথা উদ্যোগৰ পৰিচয় বা বিভিন্ন আনুষংগিক দিশৰ কৌশল প্ৰদান কৰে। টাটা মটৰ্ছে ২৫খন জেএনভি বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় ‘অটোমোটিভ স্কিল…
Read More