ব্যৱসায়

কলকাতাত অন্ত পৰিল জি-২০ দুৰ্নীতি বিৰোধী মন্ত্ৰীসভাৰ বৈঠকৰ

কলকাতাত অন্ত পৰিল জি-২০ দুৰ্নীতি বিৰোধী মন্ত্ৰীসভাৰ বৈঠকৰ

সামৰণি পৰিল ইটালীৰ সহ-অধ্যক্ষতাত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত ১২ আগষ্টত দুৰ্নীতি বিৰোধী মন্ত্ৰীসভাৰ বৈঠকৰ। উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ভাষণ প্ৰদান কৰাৰ বিপৰীতে সচিব এছ ৰাধা চৌহানে আদৰণি ভাষণ প্ৰদান কৰে।দুৰ্নীতি বিৰোধী মন্ত্ৰীসভাৰ বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ বাৰ্তা প্ৰদান কৰে। এই ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে “ভাৰতে শেহতীয়া প্ৰযুক্তি আৰু ই-শাসনৰ সহায় লৈ এক স্বচ্ছ আৰু দায়বদ্ধ পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। বিভিন্ন কল্যাণমূলক আঁচনি আৰু চৰকাৰী প্ৰকল্পৰ সুৰুঙা আৰু ত্ৰুটিবোৰ আঁতৰ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা লৈছে চৰকাৰে।” ভাৰতৰ অধ্যক্ষতাই জি-২০ দেশসমূহৰ মাজত 'দুৰ্নীতি প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ বাবে দায়বদ্ধ ৰাজহুৱা সংস্থা আৰু কৰ্তৃপক্ষৰ অখণ্ডতা আৰু…
Read More
ছিট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগত এটা ফ্ৰেঞ্চাইজী দল লাভ কৰিছে এপিএল এপ’ল’ৰ এছজি স্প’ৰ্টছে

ছিট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগত এটা ফ্ৰেঞ্চাইজী দল লাভ কৰিছে এপিএল এপ’ল’ৰ এছজি স্প’ৰ্টছে

টেক মহিন্দ্ৰা গ্ল’বেল চেছ লীগত এছ জি আলপাইন ৱাৰিয়ৰ্ছৰ সফল সমাপনৰ পিছত এপিএল এপ’ল’ নেতৃত্বাধীন এছজি স্প’ৰ্টছে ছিট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগত এটা ফ্ৰেঞ্চাইজী দল অধিগ্ৰহণ কৰিছে। এছজি স্পীড ৰেচাৰ নামৰ দলটো দিল্লীত অৱস্থিত হ'ব আৰু ইয়াৰ লক্ষ্য হৈছে ভাৰতত ক্ৰীড়া মনোভাৱক উন্নীত কৰা আৰু উদীয়মান খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট ৰূপে গঢ়ি তোলাৰ বাবে এখন মঞ্চ গঢ়ি তোলা। এপিএল এপ’ল’ৰ নেতৃত্বত চলি থকা এছজি স্প’ৰ্টছে এছজি স্পীড ৰেচাৰ্ছৰ ফ্ৰেঞ্চাইজীৰে ছিট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগক অন্য এক মাত্ৰা দিবলৈ সাজু হৈছে। ফেডাৰেচন অৱ মটৰ স্প’ৰ্টছ ক্লাব অৱ ইণ্ডিয়াৰ সহযোগত আৰম্ভ হোৱা এই লীগ হৈছে ভাৰতৰ প্ৰথমখন ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ ৰেচিং লীগ।…
Read More
বিশেষ অফাৰেৰে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে ভি আইয়ে

বিশেষ অফাৰেৰে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে ভি আইয়ে

ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে ১২-১৮ আগষ্টলৈ প্ৰি-পেইড গ্ৰাহকক বিভিন্ন ধৰণৰ ডিল আৰু পুৰস্কাৰ আগবঢ়াইছে ভোডাফোন-আইডিয়াই। গ্ৰাহকসকলে ভিআই এপতো উল্লেখযোগ্য পুৰস্কাৰ লাভ কৰিব পাৰে। এই স্বাধীনতা দিৱস উদযাপনৰ সময়ত নিৰৱচ্ছিন্ন অনলাইন অভিজ্ঞতাৰ বাবে ১৯৯ টকাৰ ওপৰৰ আনলিমিটেড ৰিচাৰ্জত ভিআইয়ে ৫০ জিবি পৰ্যন্ত অতিৰিক্ত ডাটা বেনিফিট প্ৰদান কৰিছে। ইয়াৰ লগতে ভি আই গ্ৰাহকসকলে ক্ৰমান্বয়ে ১৪৪৯ টকা আৰু ৩০৯৯ টকাৰ ৰিচাৰ্জ পেকত ৫০ আৰু ৭৫ টকাৰ ইনষ্টেণ্ট ৰেহাই লাভ কৰিব পাৰে। ভি আইয়ে এক্সক্লুছিভভাৱে ভি আই এপত আৰম্ভ কৰিছে "স্পিন দ্য হুইল" প্ৰতিযোগিতা, যিয়ে উদযাপনৰ মাত্ৰা দুগুণ বৃদ্ধি কৰিব। এই প্ৰতিযোগিতাৰ অংশ হিচাপে প্ৰতি ঘণ্টাত এজন নিশ্চিত ভাগ্যৱান বিজয়ীয়ে ৩০৯৯ টকাৰ…
Read More
বল্ড ইণ্ডিয়াৰ বাবে আধুনিক ব্ৰেণ্ড পৰিচয়, বিমানৰ লিভাৰী উন্মোচন এয়াৰ ইণ্ডিয়াৰ

বল্ড ইণ্ডিয়াৰ বাবে আধুনিক ব্ৰেণ্ড পৰিচয়, বিমানৰ লিভাৰী উন্মোচন এয়াৰ ইণ্ডিয়াৰ

টাটা গ্ৰুপৰ মালিকানাধীন বিমান সংস্থা এয়াৰ ইণ্ডিয়াই এক অত্যাধুনিক ব্ৰেণ্ড পৰিচয় আৰু বিমানৰ লিভাৰী উন্মোচন কৰিছে, যিয়ে নিজৰ Vihaan.AI নেচনেল ইন্সপিৰেচন(ৰাষ্ট্ৰীয় অনুপ্ৰেৰণা)লৈ ৰূপান্তৰৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। এই নতুন ৰূপটোৱে এয়াৰ ইণ্ডিয়াৰ দ্বাৰা ঐতিহাসিকভাৱে ব্যৱহৃত আইকনিক ইণ্ডিয়ান উইণ্ডো আকৃতিক এটা গল্ড উইণ্ডো ফ্ৰেমলৈ পৰিণত কৰিছে, যিয়ে 'সম্ভাৱনাৰ খিৰিকী'ৰ প্ৰতীক ৰূপে নতুন ব্ৰেণ্ড ডিজাইন প্ৰণালীক কেন্দ্ৰীভূত কৰিছে। এই এয়াৰ ইণ্ডিয়াৰ নতুন ল’গ’ চিহ্ন 'দ্য ভিষ্টা'ই সোণৰ খিৰিকীৰ ফ্ৰেম শিখৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ সীমাহীন সম্ভাৱনা, প্ৰগতিশীলতা আৰু ভৱিষ্যতৰ বাবে এক সাহসী দৃষ্টিভংগী প্ৰতিনিধিত্ব কৰে। এয়াৰ ইণ্ডিয়াৰ নতুন বিমান লিভাৰীত গভীৰ ৰঙা, অবেৰগিন, স্বৰ্ণ হাইলাইট, চক্ৰ-অনুপ্ৰেৰিত পেটাৰ্ন আৰু এটা কাষ্টম-নিৰ্মিত 'এয়াৰ…
Read More
গুৱাহাটীত ভাৰতৰ সৰ্ববৃহৎ বেডমিণ্টন ষ্টেডিয়ামত ব্যৱহাৰ কৰা হয় টাটা ব্লু স্কপ ষ্টীলৰ সামগ্ৰী

গুৱাহাটীত ভাৰতৰ সৰ্ববৃহৎ বেডমিণ্টন ষ্টেডিয়ামত ব্যৱহাৰ কৰা হয় টাটা ব্লু স্কপ ষ্টীলৰ সামগ্ৰী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত উদ্বোধন কৰা ভাৰতৰ অন্যতম বৃহৎ বেডমিণ্টন ষ্টেডিয়াম নিৰ্মাণত কালাৰ-ক'টেড ৰুফিং আৰু ক্লেডিং চল্যুছনৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা ব্লুস্কপ ষ্টীলে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। ইয়াক ২১,০০০ বৰ্গমিটাৰ এলআইএছএজিএইচটি ক্লিপলোক® ৭০০ ডাবল-স্কিন ছাদ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে। ভাৰতৰ বেডমিণ্টনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই ষ্টেডিয়ামখন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। দেশৰ খেলুৱৈ আৰু দৰ্শকক অত্যাধুনিক সা-সুবিধা প্ৰদান কৰিব এই ষ্টেডিয়ামখনে। এই বিষয়ে টাটা ব্লুস্কপ ষ্টীলৰ চল্যুছন বিজনেছৰ ভাইচ প্ৰেচিডেণ্ট চি আৰ কুলকাৰ্ণীয়ে কয় যে, “গুৱাহাটীৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স ফৰ বেডমিণ্টন(উত্কৰ্ষতাৰ কেন্দ্ৰ)ৰ বাবে নিজৰ উৎকৃষ্ট মানৰ শেহতীয়া প্ৰযুক্তিৰে নিৰ্মিত ডাবল স্কিন ৰুফ যোগান ধৰি টাটা ব্লুস্কপ…
Read More
আমাজন ইণ্ডিয়াই ৬২ লাখ এমএছএমই ডিজিটাইজ কৰাৰ লক্ষ্য ৰাখিছে ই-কমাৰ্চ ৰপ্তানি বৃদ্ধি কৰিছে

আমাজন ইণ্ডিয়াই ৬২ লাখ এমএছএমই ডিজিটাইজ কৰাৰ লক্ষ্য ৰাখিছে ই-কমাৰ্চ ৰপ্তানি বৃদ্ধি কৰিছে

ভাৰতৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে ঘোষণা কৰা প্ৰতিশ্ৰুতিৰ আপডেট ভাগ-বতৰা কৰিলে আমাজন ইণ্ডিয়াই। আমাজনে শ্বেয়াৰ কৰিছে যে ই সঞ্চিতভাৱে ৬২ লাখ (৬.২ মিলিয়ন)তকৈ অধিক ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এম এছ এম ই) ডিজিটাইজ কৰিছে, প্ৰায় ৮ বিলিয়ন ডলাৰৰ সংগৃহীত ই-কমাৰ্চ ৰপ্তানি কৰিবলৈ সক্ষম কৰিছে। ভাৰতত আমাজনে এইপৰ্যন্ত ১৩ লাখ(১.৩ মিলিয়ন)তকৈ অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিছে। আমাজনে ২০২৫ চনৰ ভিতৰত ১ কোটি এমএছএমই ডিজিটেলাইজ কৰাৰ, ২০ বিলিয়ন ডলাৰৰ ই-কমাৰ্চ ৰপ্তানি আৰু ভাৰতত ২০ লাখ নিয়োগ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে, যাৰ অগ্ৰগতি লাভ কৰা হৈছে। প্ৰায় ৬.২ মিলিয়ন এমএছএমইক ডিজিটাইজ কৰিছে এমাজন ইণ্ডিয়াই, যাৰ জৰিয়তে এইসকল লোকক সৰলীকৃত…
Read More
ভাৰতত মুকলি হ’ল ন’কিয়া ১৩০ মিউজিক আৰু ন’কিয়া ১৫০ মোবাইল ফোন

ভাৰতত মুকলি হ’ল ন’কিয়া ১৩০ মিউজিক আৰু ন’কিয়া ১৫০ মোবাইল ফোন

ন’কিয়া ফোনসমূহৰ গৃহ(হোম) এইচএমডি গ্ল’বেলে ভাৰতত ন’কিয়া ১৩০ মিউজিক, আৰু প্ৰিমিয়াম ডিজাইনৰ নতুন ন’কিয়া ১৫০ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ন’কিয়া ১৩০ মিউজিকত শক্তিশালী লাউডস্পীকাৰ, এমপি৩ প্লেয়াৰ, মাইক্ৰ’ এছডি কাৰ্ড সমৰ্থন আৰু এফএম ৰেডিঅ’ৰ সুবিধা প্ৰদান কৰা হৈছে। এই ফোনটোৰ কমপেক্ট ফৰ্ম ফেক্টৰ আৰু উন্নীতকৃত ১৪৫০ এমএএইচ বেটাৰীয়ে দীঘলীয়া টক টাইম আৰু ৩৪ দিনৰ ষ্টেণ্ডবাই প্ৰদান কৰে। ডাঠ নীলা, বেঙুনীয়া আৰু পাতল সোণালী বৰণত উপলব্ধ, ইয়াক ফিনলেণ্ডত ডিজাইন কৰা হৈছে আৰু ইয়াত ৩.৫ এমএম অডিঅ' হেডফোন জেক আৰু তাঁৰযুক্ত হেডফোন প্ৰদান কৰা হৈছে। গাঢ় নীলা আৰু বেঙুনীয়া ৰঙৰ বাবে ১৮৪৯ টকাত উপলব্ধ আৰু পাতল সোণালী ৰঙৰ ফোনটো ১৯৪৯ টকাত উপলব্ধ।…
Read More
মহিন্দ্ৰাই উন্মোচন কৰিলে মহিন্দ্ৰা ই-আলফা চুপাৰ ইলেক্ট্ৰিক ৩-হুইলাৰ

মহিন্দ্ৰাই উন্মোচন কৰিলে মহিন্দ্ৰা ই-আলফা চুপাৰ ইলেক্ট্ৰিক ৩-হুইলাৰ

মহিন্দ্ৰা লাষ্ট মাইল মোবিলিটিয়ে ভাৰতৰ শীৰ্ষ বৈদ্যুতিক 3-চকীয়া বাহন মহিন্দ্ৰা ই-আলফা চুপাৰক ইয়াৰ লাইনআপত পৰিচয় কৰাই দিছে। এই নতুন ই-ৰিক্সা ব্ৰেণ্ডে মহিন্দ্ৰাৰ নিৰ্ভৰযোগ্যতাৰ লগতে উচ্চ পৰিসৰ, সৰ্বশ্ৰেষ্ঠ-শ্ৰেণীৰ সুৰক্ষা আৰু আৰামদায়ক সুবিধাৰ সৈতে চালক অংশীদাৰসকলৰ বাবে আটাইতকৈ কাৰ্যক্ষম আত্মনিয়োগৰ বিকল্প হৈ থাকিব। ই-আলফা ছুপাৰে এবাৰ চাৰ্জ কৰিলে ৯৫+ কিলোমিটাৰৰ উচ্চ ৰেঞ্জ প্ৰদান কৰে, যি মহিন্দ্ৰাৰ বিস্তৃত ড্ৰাইভিং বৈধকৰণৰ জৰিয়তে প্ৰাপ্ত কৰা হৈছে। ইয়াৰ ১৪০ এএইচ লীড-এচিড বেটাৰীয়ে প্ৰমাণিত পৰিসৰত ২০% বৃদ্ধি প্ৰদান কৰাৰ লগতে মটৰসমূহে ব্যতিক্ৰমী পৰিৱেশনৰ বাবে ১.৬৪ কিলোৱাট পিক পাৱাৰ আৰু ২২ এনএম টৰ্ক উৎপন্ন কৰে। দৈনিক ব্যৱহাৰৰ বাবে ডিজাইন কৰা ই-আলফা ছুপাৰক ৫০,০০০ৰো অধিক ই-আলফা গ্ৰাহকে বিশ্বাসত লয়।…
Read More
ডাটা চেণ্টাৰ আৰু ক্লাউড সেৱাৰ বাবে অংশীদাৰিত্ব কৰিছে ভিআই বিজনেছ আৰু য়োটা ডাটা চাৰ্ভিচেছে

ডাটা চেণ্টাৰ আৰু ক্লাউড সেৱাৰ বাবে অংশীদাৰিত্ব কৰিছে ভিআই বিজনেছ আৰু য়োটা ডাটা চাৰ্ভিচেছে

ভিআই বিজনেছে উদ্যোগসমূহৰ বাবে ডাটা চেণ্টাৰ ক’লকেচন আৰু ক্লাউড সেৱা পৰ্টফলিঅ' বৃদ্ধি কৰিবলৈ য়োটা ডাটা চাৰ্ভিচেছৰ সৈতে অংশীদাৰীত্ব কৰিছে। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে ভিআই বিজনেছৰ বজাৰৰ উপস্থিতি বৃদ্ধি কৰা আৰু ভাৰতীয় উদ্যোগসমূহৰ ডিজিটেল ৰূপান্তৰ যাত্ৰাত সহায় কৰাৰ বাবে উচ্চ মানদণ্ডৰ ডাটা চেণ্টাৰ, ক্লাউড আন্তঃগাঁথনি আৰু সেৱা প্ৰদান ক্ষমতাত য়োটাৰ নেতৃত্বক লাভান্বিত কৰা। ভিআই বিজনেছ সকলো প্ৰধান ডাটা চেণ্টাৰ আৰু ক্লাউড সেৱা প্ৰদানকাৰীৰ সৈতে সংযোজিত। যি নিজৰ উচ্চ-গতিৰ বেকব'ন নেটৱৰ্কত ক'লকেচন, মেনেজড হোষ্টিং, পাব্লিক ক্লাউড, ডাইৰেক্ট ক্লাউড কানেক্ট আৰু সুৰক্ষাকে ধৰি এণ্ড-টু-এণ্ড সমাধান আগবঢ়ায়। ভিআই বিজনেছে নিজৰ পাৰ্টনাৰ-এগনষ্টিক মডেলৰ সৈতে উদ্যোগ, ষ্টাৰ্ট-আপ, এমএছএমই আদিৰ দৰে খণ্ডবোৰত ব্যৱসায়সমূহক শক্তিশালী কৰাৰ লক্ষ্য ৰাখে।…
Read More
এতিয়া ১ লাখ শক্তিশালী পৰিয়ালত পৰিণিত টাটা মটৰ্ছ

এতিয়া ১ লাখ শক্তিশালী পৰিয়ালত পৰিণিত টাটা মটৰ্ছ

ভাৰতৰ আগশাৰীৰ অটম’বাইল নিৰ্মাতা তথা ভাৰতত বৈদ্যুতিক বাহনৰ বৈপ্লৱিক পথ প্ৰদৰ্শক টাটা মটৰ্ছে আজি ১ লাখ টাটা ইভিৰ এক অসাধাৰণ মাইলৰ খুঁটি লাভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিশেষ সাফল্যক উদযাপন কৰি টাটা মটৰ্ছে বাস্তৱত প্ৰকাশ পোৱা সপোনৰ যাত্ৰা প্ৰদৰ্শন কৰি এক দৰ্শনীয় ড্ৰ’ন শ্ব’ৰে আকাশ পোহৰাই তুলিছিল। এই গুৰুত্বপূৰ্ণ যাত্ৰাই টাটা মটৰ্ছৰ ইতিবাচক পৰিৱৰ্তনক আগুৱাই নিয়াৰ বাবে আৰু ভাৰতৰ বহনক্ষম ভৱিষ্যতৰ বাবে অৰিহণা যোগোৱাৰ অদম্য প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যোৱা ৩ বছৰত ভাৰতত ইভি বিপ্লৱক নেতৃত্ব প্ৰদান কৰি এক অসাধাৰণ যাত্ৰাৰে আগুৱাইছে টাটা মটৰ্ছে। নিজৰ প্ৰথম ১০ হাজাৰৰ পৰা অহৰহ ব্যৱধান কম কৰি কৰি ১ লাখ ই ভিলৈ…
Read More