11
Sep
চিৰসেউজ আকৰ্ষণ আৰু আধুনিক ধাৰাক একত্ৰিত কৰা জনগোষ্ঠীয় পোছাকৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰিসৰৰ সৌন্দৰ্য আৰু মেকআপৰ প্ৰয়োজনীয়তা যি এক উজ্জ্বল পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়ে, আমাজন ফেশ্বনত প্ৰাক-উৎসৱৰ প্ৰস্তাৱবোৰে এই উৎসৱৰ বতৰত নিজকে সাজু কৰিব বিচৰা ক্ৰেতাসকলৰ বাবে আনন্দদায়ক হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। এই উৎসৱৰ বতৰত ফেশ্বন অনুৰাগীৰ বাবে বিভিন্ন বিকল্প প্ৰদান কৰিছে, যাৰ ভিতৰত আছে কুৰ্তা, চাৰ্ট, শাৰী, লেহেংগা, মেকআপ, ছালৰ যতন আৰু সুগন্ধি। ষ্টাইলিছ জোতা, আনুষংগিক সামগ্ৰী, টাইমপিছ আৰু পৰিশোধিত লাগেজ চেটৰ দ্বাৰাও গ্ৰাহকসকলে নিজৰ চেহেৰা বা ৰূপক উন্নত কৰি উৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব পাৰে। ৮-১২ ছেপ্টেম্বৰলৈ আমাজন ফেশ্বনে আয়োজন কৰিছে ‘দ্য এথনিক উইক’ৰ, য’ত শাৰী, কুৰ্তা চেট, লেহেংগা…
