ব্যৱসায়

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ নতুন ডিজিটেল প্লেটফৰ্মৰ লক্ষ্য হৈছে বীমা ক্ৰয় আৰু সেৱা সহজ কৰি তোলা

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ নতুন ডিজিটেল প্লেটফৰ্মৰ লক্ষ্য হৈছে বীমা ক্ৰয় আৰু সেৱা সহজ কৰি তোলা

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে নিজৰ উন্নীত আইচিআইচিআই লাইফ পাৰ্টনাৰ ষ্টেক ২.০ৰ জৰিয়তে পৰামৰ্শদাতা আৰু বিতৰণ অংশীদাৰসকলৰ বাবে ডিজিটেল সঁজুলিসমূহ সম্প্ৰসাৰণ কৰাৰ ফলত গ্ৰাহকসকলৰ বাবে জীৱন বীমা ক্ৰয় কৰাটো অধিক সৰল হৈ পৰিছে। এই প্লেটফৰ্মে এআই আধাৰিত পৰামৰ্শ, ডিজিটেল অনবৰ্ডিং, উদ্ধৃতি (ক'টেচন) আৰু গ্ৰাহক সেৱা একেলগে প্ৰদান কৰে। ইয়াৰ ই-ক'ট এপে গ্ৰাহকৰ শ্ৰেণী আৰু জীৱনৰ পৰ্যায়ৰ ওপৰত আধাৰিত কৰি উপযুক্ত সেৱাৰ পৰামৰ্শ দিবলৈ এআই ব্যৱহাৰ কৰে আৰু পৰামৰ্শদাতাসকলক ব্যক্তিগতকৃত উদ্ধৃতি প্ৰস্তুতৰ সুবিধা কৰি দিয়ে। লিভা নামৰ এটা এআই-সক্ষম চেটবটে পৰামৰ্শদাতাসকলক গ্ৰাহকৰ সৈতে কথা পাতি থকাৰ সময়তে সেৱাৰ বৈশিষ্ট্য আৰু লাভালাভসমূহ লাভ কৰাত সহায় কৰে। আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিতৰণ বিষয়া…
Read More
দেশৰ ৩ লাখ গ্ৰাম্য উদ্যোগীক লক্ষ্য মহিলা কেন্দ্ৰিক ঋণ আৰ্হিৰ, লাভ কৰিব ৬৫,৮০০ কোটি টকাৰ ঋণৰ সুযোগ

দেশৰ ৩ লাখ গ্ৰাম্য উদ্যোগীক লক্ষ্য মহিলা কেন্দ্ৰিক ঋণ আৰ্হিৰ, লাভ কৰিব ৬৫,৮০০ কোটি টকাৰ ঋণৰ সুযোগ

ইউনাইটেড ৱে মুম্বাই (ইউডব্লিউএম), ৱমেনছ ৱৰ্ল্ড বেংকিং (ডব্লিউডব্লিউবি) আৰু এইচএছবিচি ইণ্ডিয়াই চিডবি আৰু ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানসমূহৰ সৈতে সহযোগিতা কৰিছে। এই সহযোগিতাৰ উদ্দেশ্য হৈছে মহাৰাষ্ট্ৰ, অসম আৰু বিহাৰৰ ৩,০০,০০০গৰাকী মহিলাক ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে সঠিক সময়ত আৰু সুলভ মূল্যৰ ঋণ প্ৰদান কৰি সহায় কৰা। এই পদক্ষেপ চিডবিৰ প্ৰয়াস ইণ্ডিভিজুৱেল এণ্টাৰপ্ৰাইজ স্কিম(আইইএছ)-ৰ ওপৰত কেন্দ্ৰিত, যি হৈছে মহিলাৰ বাবে, মহিলাৰ দ্বাৰা ঋণ প্ৰদান আৰ্হি। ইয়াৰ জৰিয়তে ব্যক্তিগত আত্মসহায়ক গোটৰ সদস্যসকলে মহিলা নেতৃত্বাধীন সম্প্ৰদায় ভিত্তিক সংগঠনসমূহ(চিবিঅ')ৰ মাধ্যমেৰে ৫০,০০০ টকাৰ পৰা ২ লাখ টকালৈকে কোনো বন্ধকী নোহোৱাকৈ ঋণ লাভ কৰিব পাৰিব। মুম্বাইত অনুষ্ঠিত এক বৈঠকত গ্ৰাম্য জীৱিকা অভিযান, সম্প্ৰদায় ভিত্তিক সংগঠন, উন্নয়ন অংশীদাৰ…
Read More
এআই অটোফ’কাচ আৰু ৩০এফপিএছ শ্বুটিং সামৰ্থ্য বিশিষ্ট ছনী আৰX১০ V ভাৰতত মুকলি

এআই অটোফ’কাচ আৰু ৩০এফপিএছ শ্বুটিং সামৰ্থ্য বিশিষ্ট ছনী আৰX১০ V ভাৰতত মুকলি

ছনী ইণ্ডিয়াই অল-ইন-ৱান কেমেৰাৰ আৰX১০ শৃংখলাৰ পঞ্চম প্ৰজন্মৰ মডেল আৰX১০ V মুকলি কৰিছে, যি দীৰ্ঘ-দূৰত্বৰ জুম, এআই-চালিত অটোফ'কাচ আৰু উচ্চ-গতিৰ শ্বুটিং সামৰ্থ্যৰ সংমিশ্ৰণেৰে ফটোগ্ৰাফী অনুৰাগীসকলক উদ্দেশ্যি মুকলি কৰিছে। কেমেৰাটোত প্ৰায় ২০.১ কাৰ্যকৰী মেগাপিক্সেলযুক্ত এটা ১.০-টাইপ ষ্টেকড্ এক্সম'ৰ আৰএছ চিএমঅএছ চেন্সৰ আৰু ২৫ গুণ অপ্টিকেল জুম সামৰ্থ্যৰ এটা জাইজ ভেৰিঅ'-ছনাৰ টি* ২৪-৬০০এমএম এফ২.৪-৪.০ লেন্স আছে। ইয়াৰ এআই-চালিত বাস্তৱ সময়ৰ ৰিকগনিচন এএফে মানুহ, জন্তু, চৰাই, পোক-পতংগ, গাড়ী, ৰে'ল আৰু বিমান চিনাক্ত তথা ট্ৰেক কৰিব পাৰে, আনহাতে কেমেৰাটোৱে সম্পূৰ্ণ এএফ/এই ট্ৰেকিঙেৰে প্ৰতি ছেকেণ্ডত ৩০ খনলৈকে ফ্ৰেম শ্বুট কৰিব পাৰে। আৰX১০ V কেমেৰাটোৱে ৪কে ১২০পি ভিডিঅ' ৰেকৰ্ডিং, এক্টিভ ম'ড ষ্টেবিলাইজেচন আৰু এআই-চালিত অটো ফ্ৰেমিং…
Read More
জীৱন বীমাকাৰীসকলৰ বাবে দাবী নিষ্পত্তি হৈ পৰিছে আস্থাৰ নতুন মুদ্ৰা

জীৱন বীমাকাৰীসকলৰ বাবে দাবী নিষ্পত্তি হৈ পৰিছে আস্থাৰ নতুন মুদ্ৰা

জীৱন বীমা খণ্ডত দাবী নিষ্পত্তিয়েই আস্থাৰ চৰম পৰীক্ষা হৈ পৰিছে, কাৰণ গ্ৰাহকসকলে ক্ৰমান্বয়ে প্ৰিমিয়াম আৰু পলিচীৰ সুবিধাসমূহৰ উৰ্ধ্বলৈ গৈ সবাতোকৈ প্ৰয়োজন হোৱা সময়ত কোনো এটা বীমা প্ৰতিষ্ঠানে প্ৰতিশ্ৰুতি পূৰণ কৰিবনে নাই, সেই দিশত মূল্যায়ন কৰিবলৈ লৈছে। ভাৰতৰ জীৱন বীমা উদ্যোগে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৮.৮৬ লাখ কোটি টকাৰ প্ৰিমিয়াম সংগ্ৰহ কৰিছে, যি পূৰ্বৱৰ্তী বৰ্ষৰ তুলনাত ৬.৭৩% বৃদ্ধি হৈছে। অৱশ্যে, জীৱন বীমাৰ প্ৰসাৰতা ঘৰুৱা উৎপাদনৰ ২.৭%লৈ হ্ৰাস পাইছে, যিয়ে বীমা সুৰক্ষাৰ সম্প্ৰসাৰণ আৰু গ্ৰাহকৰ আস্থা শক্তিশালী কৰাৰ প্ৰত্যাহ্বানক প্ৰতিপন্ন কৰে। এক্সিছ মেক্স লাইফে জনোৱা অনুসৰি দাবীৰ প্ৰদৰ্শনক এটা বীমা কোম্পানীয়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সামৰ্থ্যৰ এক মুখ্য সূচক হিচাপে লক্ষ্য কৰিব লাগে।…
Read More
ভাৰতত এয়াৰবিএনবিৰ বৃদ্ধিত জেন জি গৃহস্থই লৈছে অনবদ্য ভূমিকা, উদীয়মান চহৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল গুৱাহাটী

ভাৰতত এয়াৰবিএনবিৰ বৃদ্ধিত জেন জি গৃহস্থই লৈছে অনবদ্য ভূমিকা, উদীয়মান চহৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল গুৱাহাটী

গুৱাহাটী: ভাৰতৰ যুৱ প্ৰজন্ম কেৱল ভ্ৰমণকাৰী হৈ থকাৰ পৰিৱৰ্তে এতিয়া লাহে লাহে আতিথ্য সেৱা আগবঢ়োৱা গৃহস্থলৈ ক্ৰমান্বয়ে ৰূপান্তৰিত হৈছে। এয়াৰবিএনবি-এ প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ২০২৬ বৰ্ষৰ প্ৰথমাৰ্ধত ১৮ৰ পৰা ২৯ বছৰ বয়সৰ এয়াৰবিএনবি গৃহস্থৰ সংখ্যা যোৱা বছৰৰ তুলনাত প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত এয়াৰবিএনবিৰ প্ৰতি ৫জন নতুন গৃহস্থৰ ভিতৰত প্ৰায় দুজন জেন জি প্ৰজন্মৰ। ইয়াৰ সমান্তৰালভাৱে ২০২৫ চনৰ জানুৱাৰী-জুন মাহৰ তুলনাত ২০২৬ চনৰ একেই সময়ছোৱাত এই প্লেটফৰ্মৰ জৰিয়তে উপাৰ্জন ৬০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। এই অগ্ৰগতি কেৱল ডাঙৰ মহানগৰসমূহতে নহয়, বৰঞ্চ উদীয়মান পৰ্যটনস্থলীবোৰতো দেখা গৈছে। এই ক্ষেত্ৰত বেংগালুৰু, দিল্লী, গুৰুগ্ৰাম, ইন্দোৰ, মুম্বাই আৰু নয়ডাত যথেষ্ট জনপ্ৰিয়তা বাঢ়িছে।…
Read More
বাৰ্বিকিউ নেচনে শিলচৰত মুকলি কৰিলে অসমৰ তৃতীয়টো আউটলেট

বাৰ্বিকিউ নেচনে শিলচৰত মুকলি কৰিলে অসমৰ তৃতীয়টো আউটলেট

বাৰ্বিকিউ নেচন হস্পিটেলিটী লিমিটেড-এ বুধবাৰে শিলচৰৰ প্ৰমিলা স্কোৱেৰত নতুন আউটলেট মুকলি কৰি অসমত ব্যৱসায় সম্প্ৰসাৰিত কৰিছে। বাৰ্বিকিউ নেচনৰ এয়া অসমত ব্ৰেণ্ডটোৰ তৃতীয়টো আউটলেট।শিলচৰৰ কনকপুৰস্থিত প্ৰমিলা স্কোৱেৰৰ ব্লক-এ’ৰ তৃতীয় মহলাত অৱস্থিত এই নতুন আউটলেটটো ৩,০৭৯ বৰ্গফুট অঞ্চলজুৰি বিস্তৃত হৈ আছে আৰু ইয়াত একেলগে ৯৮ গৰাকী অতিথি বহাৰ সামৰ্থ্য আছে। পৰিয়ালৰ সমাৱেশ, কৰ্প’ৰেট লাঞ্চ আৰু অন্যান্য সামূহিক আহাৰ গ্ৰহণৰ অনুষ্ঠানসমূহৰ প্ৰয়োজন পূৰণ কৰাকৈ এই ৰেষ্টুৰেণ্টখন বিশেষ ধৰণে ডিজাইন কৰা হৈছে।বাৰ্বিকিউ নেচন হস্পিটেলিটী লিমিটেডৰ আঞ্চলিক প্ৰবন্ধক (পূব) সুমন মুখাৰ্জীয়ে এই বিষয়ে কয় যে, কোম্পানীটোৱে অসমত নিজৰ সম্প্ৰসাৰণ অব্যাহত ৰাখিবলৈ পাই আনন্দিত হৈছে আৰু গ্ৰাহকসকলক প্ৰতিষ্ঠানটোৰ আতিথ্য তথা উৎকৃষ্ট সেৱাৰে আদৰণি জনাবলৈ আগ্ৰহেৰে বাট…
Read More
ব্ৰমফৰ্ডৰ গুৰুত্বপূৰ্ণ অধিগ্ৰহণৰ পিছত ডিফেন্স আৰু এৰ’স্পেচ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান চিগমা এডভান্সড চিষ্টেমছৰ দ্বাৰা ৰ’লছ-ৰয়েচ এৰ’স্পেচ ইউকেৰ সৈতে ১২৫ মিলিয়ন পাউণ্ডৰ অতিৰিক্ত দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ

ব্ৰমফৰ্ডৰ গুৰুত্বপূৰ্ণ অধিগ্ৰহণৰ পিছত ডিফেন্স আৰু এৰ’স্পেচ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান চিগমা এডভান্সড চিষ্টেমছৰ দ্বাৰা ৰ’লছ-ৰয়েচ এৰ’স্পেচ ইউকেৰ সৈতে ১২৫ মিলিয়ন পাউণ্ডৰ অতিৰিক্ত দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ

চিগমা এডভান্সড চিষ্টেমছে শেহতীয়াকৈ অধিগ্ৰহণ কৰা ব্ৰিটেইনৰ লেষ্টাৰত অৱস্থিত সহযোগী প্ৰতিষ্ঠান ব্ৰমফৰ্ড প্ৰেচিজন ছল্যুচনছৰ জৰিয়তে ৰ’লছ-ৰয়েচৰ সৈতে নতুনকৈ এক দীৰ্ঘম্যাদী চুক্তি সম্পাদন কৰিছে। এই চুক্তিয়ে অধিগ্ৰহণৰ তাৎক্ষণিক কৌশলগত মূল্য প্ৰদৰ্শন কৰাৰ লগতে বিশ্বৰ অন্যতম আগশাৰীৰ এৰ’স্পেচ প্ৰতিষ্ঠানটোৰ সৈতে গ্ৰুপৰ দীৰ্ঘদিনীয়া সম্পৰ্কক অধিক সম্প্ৰসাৰিত কৰিছে। প্ৰায় ১২৫ মিলিয়ন পাউণ্ড (প্ৰায় ১,৬০০ কোটি টকা) মূল্যৰ এই চুক্তিয়ে শেহতীয়াকৈ স্বাক্ষৰিত হোৱা প্ৰায় ৩০০ মিলিয়ন পাউণ্ড(প্ৰায় ৩,৮০০ কোটি টকা)ৰ ৰ’লছ-ৰয়েচ দীৰ্ঘম্যাদী চুক্তিক প্ৰত্যক্ষভাৱে আগুৱাই নিব। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ এৰ’স্পেচ পদক্ষেপসমূহত গ্ৰুপটোৰ সামগ্ৰী যোগান, উৎপাদন সামৰ্থ্য আৰু অংশগ্ৰহণ বৃদ্ধি পাব। এই চুক্তিসমূহে ৰ’লছ-ৰয়েচৰ ব্ৰিটেইনৰ যোগান শৃংখলাত চিগমাৰ অৱস্থানক লক্ষণীয়ভাৱে শক্তিশালী কৰাৰ লগতে দীৰ্ঘম্যাদী উপাৰ্জনৰ পথ…
Read More
গড্ৰেজ এগ্ৰ’ভেটৰ মাছৰ খাদ্য ব্যৱসায়ত ব্যাপক অগ্ৰগতি, দুটা অংকৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

গড্ৰেজ এগ্ৰ’ভেটৰ মাছৰ খাদ্য ব্যৱসায়ত ব্যাপক অগ্ৰগতি, দুটা অংকৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে মাছৰ খাদ্য ব্যৱসায়ৰ প্ৰতি থকা দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছে আৰু ভাৰতৰ অন্যতম আগশাৰীৰ মাছৰ খাদ্য উৎপাদক হোৱাৰ উদ্দেশ্যে এক প্ৰগতিশালী বৃদ্ধিৰ ৰণনীতিৰ ৰূপৰেখা দাঙি ধৰিছে। এই ৰণনীতিৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে নিজৰ উৎপাদন ক্ষমতা সম্প্ৰসাৰণ কৰাৰ লগতে মীন পালকসকলক উন্নত মানৰ খাদ্যৰ সেৱা যোগান ধৰিবলৈ উদ্ভাৱন আৰু গৱেষণা তথা বিকাশ তীব্ৰতৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও, কৃষকসকলক উৎপাদন ব্যয় হ্ৰাস কৰা, উৎপাদন বৃদ্ধি কৰা আৰু কৃষি খণ্ডৰ লাভদায়কতা বৃদ্ধি কৰাত সহায় কৰিবলৈ ফিড কনভাৰচন ৰেচিঅ’ উন্নত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব। পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুনীল কাটাৰিয়াই এই বিষয়ে কয় যে মাছৰ খাদ্য গড্ৰেজ…
Read More
অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ বিনান্সৰ ৩.৩ কোটি টকাৰ বৰঙণি

অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ বিনান্সৰ ৩.৩ কোটি টকাৰ বৰঙণি

বিনান্স কেম্পানীৰ জনহিতকৰ শাখা বিনান্স চেৰিটি-এ অসমৰ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ জৰুৰীকালীন সাহায্য আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ গুঞ্জৰ ৰাহত পদক্ষেপলৈ ৩.৩ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বৰঙণিৰ দ্বাৰা গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ৩৪৯খন বানপীড়িত গাঁৱৰ প্ৰায় ২৭,৫০০টা পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি এই ধনেৰে ঘৰুৱা সামগ্ৰী, অনাময় সামগ্ৰী, টাৰ্পলিন(তিৰ্পাল) আৰু অন্যান্য প্ৰয়োজনীয় জৰুৰীকালীন সাহায্য সামগ্ৰী বিতৰণ কৰা হ’ব। প্ৰকাশিত খবৰ অনুসৰি এইবাৰৰ বলিয়া বানত অসমৰ ২৫খন জিলা আৰু ২,৭৩৪ খন গাঁৱৰ ১২ লাখতকৈও অধিক লোক বানপানীত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ১০৫ জনলৈ…
Read More
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে আগবঢ়াইছে ভেল্যু-প্লাছ-মমেণ্টাম ইণ্ডেক্স ফাণ্ড

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে আগবঢ়াইছে ভেল্যু-প্লাছ-মমেণ্টাম ইণ্ডেক্স ফাণ্ড

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০ ইণ্ডেক্স ফাণ্ড। এই পুঁজি হৈছে এক নতুন ভেল্যু-প্লাছ-মমেণ্টাম বিনিয়োগৰ বিকল্প, যাৰ জৰিয়তে গ্ৰাহকসকলক নিৰ্বাচিত ইউএলপি-ৰ মাধ্যমেৰে দীৰ্ঘম্যাদী ইকুইটিৰ সুযোগ লাভৰ সুবিধা প্ৰদান কৰা হ’ব। এই ফাণ্ডে এক নিয়ম-আধাৰিত বিনিয়োগ কৌশলৰ জৰিয়তে বিএছই ৫০০ জগতৰ পৰা নিৰ্বাচিত ৫০টা কোম্পানীৰ এক বৈচিত্ৰ্যপূৰ্ণ গোটত বিনিয়োগৰ সুযোগ প্ৰদান কৰিব। ই আকৰ্ষণীয় মূল্যায়ন আৰু ইতিবাচক মূল্যৰ গতিশীলতাক একত্ৰিত কৰে। বজাৰৰ পৰিৱৰ্তনশীল মূল্যায়ন তথা ট্ৰেণ্ডৰ সৈতে খাপ খুৱাবলৈ প্ৰতি ত্ৰৈমাসিকত ইয়াৰ পৰ্যালোচনা কৰা হ’ব। এই নতুন ফাণ্ডটো মুকলিৰ বিষয়ে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিনিয়োগ বিষয়া মনীষ কুমাৰে কয় যে, “বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০…
Read More