উত্তৰ-পূৱ

আপোনাৰ ভৱিষ্যৎ সুৰক্ষিত কৰক : ভাৰতত আগতীয়া অৱসৰৰ পৰিকল্পনাৰ গুৰুত্ব আৰু স্থিতি

আপোনাৰ ভৱিষ্যৎ সুৰক্ষিত কৰক : ভাৰতত আগতীয়া অৱসৰৰ পৰিকল্পনাৰ গুৰুত্ব আৰু স্থিতি

ভাৰতত জীয়াই থকাৰ আয়ুস বৃদ্ধিৰ লগে লগে আৰ্থিক সুৰক্ষাৰ বাবে আগতীয়া অৱসৰৰ পৰিকল্পনা আজিৰ সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে। ৰাষ্ট্ৰসংঘৰ অনুমান অনুসৰি ২০৫০ চনৰ ভিতৰত গড় আয়ুস ৭৫ বছৰলৈ বৃদ্ধি হ’ব, আনহাতে শতিকাৰ শেষলৈকে ৮২ বছৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। সাধাৰণ অৱসৰৰ বয়স প্ৰায় ৬০ বছৰ বুলি ধৰি ল’লে দেশৰ জ্যেষ্ঠ নাগৰিকসকলে অৱসৰৰ পিছৰ ১৫ৰ পৰা ২০ বছৰ জীৱনৰ বাবে পুঁজিৰ প্ৰয়োজন হ’ব পাৰে, যাৰ ফলত কৌশলগত বিত্তীয় পৰিকল্পনা পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই জৰুৰী প্ৰয়োজনীয়তাসমূহৰ মাজতো বহুতে অৱসৰৰ সময়ত সঞ্চয়তকৈ তাৎক্ষণিক জীৱনৰ লক্ষ্য—যেনে শিক্ষা, বিবাহ আৰু গৃহৰ স্বত্বাধিকাৰ আদিক অগ্ৰাধিকাৰ দিয়ে। কিন্তু আগতীয়াকৈ সঞ্চয় আৰম্ভ কৰিলে…
Read More
নাৰায়ণপুৰৰ কঁচুৱা মাজগাঁৱত ভয়ংকৰ ঘটনা

নাৰায়ণপুৰৰ কঁচুৱা মাজগাঁৱত ভয়ংকৰ ঘটনা

নাৰায়ণপুৰৰ কচুৱা মাজগাঁৱত ভয়ংকৰ ঘটনা। প্ৰায় ১৮কেজি ওজনৰ এটা বৰকাছ কাটি ভাগ কৰি থাকোতেই উপস্থিত হ'ল ধলপুৰ আৰক্ষী আৰু হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা দল। ঘটনা সন্দৰ্ভত কৃষ্ণকান্ত দাস নামৰ এজন যুৱকক মাংসসহ আটক আৰক্ষীৰ৷ আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লক্ষী দাস নামৰ আন এজন যুৱকে।
Read More
বিহাৰত ভয়ংকৰ ঘটনা

বিহাৰত ভয়ংকৰ ঘটনা

বিহাৰত মৰ্মান্তিক ঘটনা৷ পানীত ডুবি ৪৬ গৰাকী লোকৰ মৃত্যু৷ মৃতকৰ ভিতৰত আছে ৩৭টা শিশু৷ এতিয়াও সন্ধানহীন হৈ আছে ৩টা শিশু৷ বৃহস্পতিবাৰে জীৱিত পুত্ৰিকা উৎসৱৰ সময়তে ৰাজ্যখনৰ ভিন্ন স্থানত সংঘটিত হৈছে এই ঘটনা৷ সৰ্বমুঠ ১৫ খন জিলাৰ ভিন্ন স্থানত পানীত ডুবি শিশুৰ মৃত্যু৷ নিহতৰ পৰিয়াললৈ ৪ লাখ টকাকৈ অনুদান ঘোষণা নীতিশ চৰকাৰৰ৷ ২০২৩ চনতো সংঘটিত হৈছিল অনুৰূপ ঘটনা৷ য’ত মৃত্যু হৈছিল ২২ জনকৈ লোকৰ৷
Read More
অৰুণাচল প্রদেশৰ ৩খন জিলাত ৬মাহৰ বাবে সময়বৃদ্ধি এখন আইন

অৰুণাচল প্রদেশৰ ৩খন জিলাত ৬মাহৰ বাবে সময়বৃদ্ধি এখন আইন

অৰুণাচল প্ৰদেশৰ ৩খন জিলাত ৬ মাহৰ বাবে বৃদ্ধি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)ৰ সময়সীমা। নাগালেণ্ডৰ ৮খন জিলাৰ লগতে কেইবাটাও অঞ্চলত বৃদ্ধি কৰা হৈছে AFSPAৰ ম্যাদ। অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, মন, কিফিৰে, নকলাক, ফেক আৰু পেৰেণ জিলাত AFSPAৰ ম্যাদ বৃদ্ধি।
Read More
১২জন শিক্ষকক বদলি

১২জন শিক্ষকক বদলি

প্ৰসংগঃ ছিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত কনিষ্ঠ ছাত্ৰৰ মৃত্যু। বিদ্যালয়খনৰ সকলো শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলিৰ নিৰ্দেশৰ পাছত বিদ্যালয়খনৰ সকলো শিক্ষক-কৰ্মচাৰীৰ অনিৰ্দিষ্টসময়লৈ দৰমহা বন্ধৰ নিৰ্দেশ। দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ এই নিৰ্দেশ। দায়িত্ব আৰু কৰ্তব্যত গাফিলতিৰ অভিযোগত এই নিৰ্দেশ।
Read More
উচ্চ শিক্ষিতা মুছলমান যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধর্ম

উচ্চ শিক্ষিতা মুছলমান যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধর্ম

২৫ বছৰীয়া ৰঙিয়া পুঠিমাৰী এগৰাকী মুছলমান উচ্চশিক্ষিতা যুৱতীয়ে সোমবাৰে হিন্দু ধৰ্মলৈ প্ৰত্যাবৰ্তন কৰে। নগাঁও আমোলাপট্টিৰ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ ওচৰত পুৰণি মুছলমান ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্ম গ্ৰহণ কৰে।সত্ৰৰ মজিয়াত আজি যজ্ঞ কৰি যুৱতী গৰাকীক শৰণ দিয়া হয়।পুৰণি নাম পৰিহাৰ কৰি যুৱতী গৰাকীয়ে আজিৰে পৰা অনন্যা দেউৰী নাম লয়। বৰ্তমানলৈ ১১ শ মুছলমান আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ ওচৰত হিন্দু ধৰ্ম গ্ৰহণ কৰিছে।
Read More
ধুমুহাই তচনচ কৰিলে সকলো

ধুমুহাই তচনচ কৰিলে সকলো

লখিমপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰঙাডি ৰিৰ্জাভত ধুমুহাৰ তাণ্ডৱ।হাৰমতী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰঙা বনাঞ্চলৰ ৰঙাডি ৰিৰ্জাভৰ বনাঞ্চলৰ মূ্ল্যবান গছ ধুমাই ভাঙি থানবান কৰিলে।দীৰ্ঘদিন উত্তপ্ত গৰমৰ মাজতে কালি অহা ধুমুহা বৰষুণে তচনচ কৰিলে ৰঙাডি ৰিৰ্জাভৰ বহু পৰিয়ালৰ।ৰঙাডি ৰিৰ্জাভৰ উজনি মইনাজুলিৰ বৈষ্ণৱপুৰত ধুমুহাৰ তাণ্ডৱ,২১টা ঘৰ বিধস্ত।মইনাজুলিৰ বৈষ্ণৱপুৰৰ জিতেন দাসৰ ঘৰৰ ওপৰতে পৰিল প্ৰকাণ্ড গছ।নিশা প্ৰায় ৯ বজাত অহা ধুমুহাই জিতেন দাসৰ পত্নী ভাৰতী দাস কথমপি প্ৰাণ ৰক্ষা পৰে।ভাৰতী দাসে মুৰত হাতত আৰু ভৰিত গুৰুত্বৰ ভাৱে আঘাট প্ৰাপ্ত হয়।বৈষ্ণৱপুৰৰ নোমল দাস,শ্ৰীমন্ত দাস,দিলবাহাদুৰ সোণাৰ'ৰ ঘৰত গছ বাগৰি পৰি বিস্তৰ ক্ষতি কৰে।
Read More
জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ ধাৰাবাহিক অভিযান,পুনৰ ৯ কন্টেইনাৰ ভৰ্তি সন্দেহ যুক্ত হিৰ'ইন সহ আটক এটা কুখ্যাত সৰবৰাহকাৰী এক নিশ্চিত সূত্ৰৰ ভিত্তিত জুৰীয়াৰ তিনিচুকীয়াত চলিছিল আৰক্ষীৰ এই অভিযান ধৃত নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে তিনিচুকীয়াৰ ইজাজুল হক জব্দকৃত সন্দেহ যুক্ত হিৰ'ইন খিনিৰ পৰিমাণ ১৩৯.১ গ্ৰাম সম্প্ৰতি ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে
Read More
ভাৰতত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা

ভাৰতত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছত অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে । অসম আৰক্ষী আৰু বিএছএফে বাংলাদেশৰ কোনো লোকৰ যাতে অনুপ্ৰৱেশ নহয় তাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰিছে । কিন্তু ইয়াৰ মাজতে বাংলাদেশী নাগৰিকে পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ খবৰ প্ৰকাশ পাইছে । অসম আৰক্ষীয়ে যোৱা নিশা পুনৰ চাৰিজন বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে আটক কৰে । এই অনুপ্ৰৱেশকাৰী কেইজনে অসমৰ কৰিমগঞ্জ ছেক্টৰে অসম তথা ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে । জানিব পৰা মতে, বাংলাদেশী কেইজনক আটক কৰাৰ পাছত প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হয় আৰু পুনৰ বাংলাদেশলৈ…
Read More
ম্যানমাৰত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকি উগ্ৰপন্থীৰ মণিপুৰত অনুপ্ৰৱেশ

ম্যানমাৰত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকি উগ্ৰপন্থীৰ মণিপুৰত অনুপ্ৰৱেশ

মণিপুৰত ম্যানমাৰৰ পৰা ৯০০ কুকি উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰিছে। ৰাজ্যিক নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে শুকুৰবাৰে এক সংবাদমেলত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে যোৱা তিনি-চাৰি দিন ধৰি উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ খবৰ পোৱা গৈছে।নিৰাপত্তা উপদেষ্টাগৰাকীৰ মতে, চোৰাংচোৱা সংস্থাই কৈছে যে অনুপ্ৰৱেশকাৰী উগ্ৰপন্থীসকলক ড্ৰোন বোমা, মিছাইল আৰু গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ দিয়া হয়। তেওঁলোক ৩০-৩০ জন লোকৰ গ্ৰুপত আছে আৰু বিভিন্ন অঞ্চলত আত্মগোপন কৰি আছে। তেওঁ কয় যে উগ্ৰপন্থীয়ে ২৮ ছেপ্টেম্বৰৰ আশে পাশে মেইটেই গাওঁসমূহত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। আক্ৰমণৰ আশংকাৰ মাজতে চুৰাচান্দপুৰ, টেংনুপাল, উখৰুল, কামজং আৰু ফেৰজলকে ধৰি কেইবাখনো জিলাত সতৰ্কতা অৱলম্বন কৰা হৈছে। উল্লেখ্য যে ২০২৩ চনৰ ৩ মে'ৰ পৰা মণিপুৰৰ কুকি…
Read More