Politics

অশান্ত মণিপুৰলৈ শান্তি প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টা, দিল্লীত যুটীয়া বৈঠকত মিলিত বিজেপিৰ মেইটেই- কুকি বিধায়ক

অশান্ত মণিপুৰলৈ শান্তি প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টা, দিল্লীত যুটীয়া বৈঠকত মিলিত বিজেপিৰ মেইটেই- কুকি বিধায়ক

মণিপুৰত সম্ভাৱ্য নতুন চৰকাৰ গঠনক লৈ অভিযোগৰ মাজত, ৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে বিজেপিৰ মেইটেই আৰু কুকি উভয় সম্প্ৰদায়ৰ বিধায়কসকলে নতুন দিল্লীত এক উচ্চ পৰ্যায়ৰ বৈঠকত অংশ গ্ৰহণ কৰে। আলোচনাৰ মুখ্য বিষয় আছিল ৰাজ্যখনত শান্তি, স্বাভাবিকতা পুনৰুদ্ধাৰ আৰু অবাধ চলাচল নিশ্চিত কৰা। এই বৈঠকত বিজেপিৰ জাতীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু উত্তৰ-পূবৰ প্ৰভাৰী সম্বিত পাত্ৰ আদি ৩৪ গৰাকী বিজেপি বিধায়ক আৰু কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকে। বৈঠকটোৰ এক ৰাজনৈতিক কাম গঠন নহয়, পুণৰ নিৰাপত্তা আৰু অবাধ চলাচল নিশ্চিত কৰাৰ পাছত চৰকাৰ গঠনৰ বিষয়ে আলোচনা কৰা হ'ব বুলি কেন্দ্ৰীয় নেতৃত্বে উল্লেখ কৰিছিল। বৈঠকটোৰ পরে, বিজেপি নেতৃত্বে মণিপুৰত শান্তি আৰু উন্নয়নৰ অগ্ৰগতিত গুৰুত্ব…
Read More
বিজেপিৰ অসম নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্ত সাংসদ বৈজয়ন্ত পাণ্ডা

বিজেপিৰ অসম নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্ত সাংসদ বৈজয়ন্ত পাণ্ডা

আগন্তুক অসম আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই, ভাৰতীয় জনতা পাৰ্টি (বিজেপি) সোমবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সাংগঠনিক নিযুক্তি ঘোষণা কৰে। এই নিযুক্তিৰ জৰিয়তে, বিজেপি দলটোৰ ৰণনীতি অধিক সুসংগঠিত কৰিবলৈ চেষ্টা কৰিছে। বৈজয়ন্ত পাণ্ডাক অসমৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে, যি ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ আগতীয়া ৰণনীতিৰ চিহ্ন বহন কৰে। সুনীল কুমাৰ শৰ্মা আৰু দৰ্শনা বেন জাৰ্দোশক সহ-নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে। লগতে, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলক তামিলনাডুৰ নিৰ্বাচনী অভিযানৰ তদাৰকী কৰাৰ দ্বাৰা সম্পূৰ্ণ সাংগঠনিক পুনৰ্গঠনৰ অংশ হিচাপে নিযুক্তি দিয়া হৈছে। বিজেপিৰ মতে, এই নিযুক্তিসমূহ নিৰ্বাচনী অভিযান পৰিচালনা সুসংগঠিত কৰা, সমন্বয় বৃদ্ধি কৰা আৰু নিৰ্বাচনৰ পূৰ্বেই…
Read More
বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদ লাভ কৰি নীতিন নবীনে ক’লে—এই দায়িত্ব দলৰ আশীৰ্বাদ

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদ লাভ কৰি নীতিন নবীনে ক’লে—এই দায়িত্ব দলৰ আশীৰ্বাদ

বিহাৰৰ মন্ত্ৰী নীতিন নবীনক বিজেপিয়ে ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতে সোমবাৰে তেওঁ এই নতুন দায়িত্বক দলৰ আশীৰ্বাদ বুলি অভিহিত কৰে। বৰ্তমানৰ নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি নবীনে কয় যে এই সুযোগে তেওঁক দলৰ কৰ্মীসকলৰ সৈতে অধিক দায়িত্বশীলভাৱে কাম কৰিবলৈ প্ৰেৰণা যোগাব। দেওবাৰে পাটনাৰ এখন উদ্যানত তেওঁৰ স্বৰ্গীয় পিতৃ তথা প্ৰাক্তন বিধায়ক নবীন কিশোৰ প্ৰসাদ সিনহাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত তেওঁ এই মন্তব্য কৰে। পিতৃয়ে আৰম্ভ কৰা কামসমূহ আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি দি নবীনে কয় যে তেওঁ সদায় পিতৃৰ আদৰ্শ অনুসৰণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ শলাগ লৈ তেওঁ কয় যে মোদীৰ নেতৃত্বত দেশ…
Read More
৪৪ বছৰৰ বাওঁপন্থী শাসনৰ অন্ত পেলাই উৰিল গেৰুৱা ধ্বজা! তিৰুৱনন্তপুৰম পৌৰ নিগম দখল বিজেপিৰ

৪৪ বছৰৰ বাওঁপন্থী শাসনৰ অন্ত পেলাই উৰিল গেৰুৱা ধ্বজা! তিৰুৱনন্তপুৰম পৌৰ নিগম দখল বিজেপিৰ

নিউজ ডেস্কঃ সুদীৰ্ঘ ৪৪ বছৰীয়া বাওঁপন্থী শাসনৰ অন্ত পেলাই অৱশেষত জয় লাভ কৰিবলৈ সক্ষম হ’ল বিজেপিয়ে। দক্ষিণৰ ৰাজ্য কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে চিপি আই (এম) নেতৃত্বাধীন এল ডি এফৰ পৰা ক্ষমতা কাঢ়ি আনি এক বৃহৎ বিজয় সাব্যস্ত কৰিছে। তিৰুৱনন্তপুৰম পৌৰ নিগমৰ মুঠ ১০১টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে ৫০টা, এল ডি এফে ২৯টা, ইউ ডি এফে ১৯টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দুটা ৱাৰ্ডত জয় লাভ কৰে। বিজেপি পৌৰ নিগমখনত একক সংখ্যাগৰিষ্ঠতাৰ পৰা মাত্ৰ এখন আসন আঁতৰত আছে। এই বিজয়ৰ ফলত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত, বিশেষকৈ ৰাজ্যৰ ৰাজধানীত বিজেপিৰ বাবে এক উৎসাহজনক পৰিৱেশ সৃষ্টি হ’ব। ইয়াৰ উপৰিও,…
Read More
২০২৬ত ৰাজ্যসভাত মল্লিকাৰ্জুন খাৰ্গে, হৰদীপ সিং পুৰী, ৰঞ্জন গগৈসহ ৭৫ জনৰ কাৰ্যকাল পৰিব অন্ত

২০২৬ত ৰাজ্যসভাত মল্লিকাৰ্জুন খাৰ্গে, হৰদীপ সিং পুৰী, ৰঞ্জন গগৈসহ ৭৫ জনৰ কাৰ্যকাল পৰিব অন্ত

২০২৬ চনত ৰাজ্যসভাৰ ৭৫খন আসনৰ বাবে এপ্ৰিল, জুন আৰু নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ফলত অহা বৰ্ষত ৰাজ্যসভাত বৃহৎ পৰিবৰ্তন দেখিবলৈ পোৱা যাব। ইয়াৰে ২৩৩খন আসন ৰাজ্যিক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে ১২খন আসন ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট নেতাৰ কাৰ্যকাল অন্ত পৰিব। ২০২৬ চনৰ ২৫ জুনত কৰ্ণাটকৰ পৰা মল্লিকাৰ্জুন খাৰ্গে আৰু এইচ ডি দেৱে গৌড়াৰ কাৰ্যকাল শেষ হ’ব।২০২০ চনৰ পৰা কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সাংসদ তথা বিৰোধী দলৰ নেতা হিচাপে কৰ্মৰত খাৰ্গেৰ অৱসৰ কংগ্ৰেছৰ বাবে তাৎপৰ্যপূৰ্ণ। উত্তৰ প্ৰদেশৰ পৰা…
Read More
বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি

বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি

২১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ বাবে প্ৰায় এবছৰৰ অপেক্ষা অন্ত পৰাৰ সম্ভাৱনা আছে।ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে জুলাই মাহৰ প্ৰথম সপ্তাহত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, কৰ্ণাটককে ধৰি প্ৰায় এক ডজন ৰাজ্যত নতুন ৰাজ্যিক সভাপতি নিৰ্বাচন কৰাৰ পৰিকল্পনা কৰিছে দলটোৱে। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় নিৰ্বাচন বিষয়া ড০ কে লক্ষ্মণে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰা, কিৰেন ৰিজিজু আৰু সাংসদ ৰবি শংকৰ প্ৰসাদক ক্ৰমে উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কমেও ১৯ খন ৰাজ্যৰ সভাপতি নিৰ্বাচন কৰাটো বাধ্যতামূলক। এই…
Read More
পুনৰ দুৰ্বৃত্তৰ আক্রমণৰ বলি ৰকিবুল হুছেইন

পুনৰ দুৰ্বৃত্তৰ আক্রমণৰ বলি ৰকিবুল হুছেইন

পুনৰ ৰকিবুলক আক্ৰমণ দুৰ্বৃত্তৰ! আজি ৰকিবুল হুছেইন ৰূপহীহাটত দুৰ্বৃত্তৰ দ্বাৰা আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে, গুণাবাৰীৰ কংগ্ৰেছ কৰ্মী সভালৈ গৈছিল সাংসদগৰাকী। কেইবাজনো দুৰ্বৃত্তই মুখত ক’লা কাপোৰ বান্ধি সাংসদগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়। তাৰ পিছতে আক্ৰমণ কৰে সাংসদ গৰাকীক। এই ঘটনাত আহত হৈছে সাংসদগৰাকীৰ লগতে দেহৰক্ষীগৰাকী। উল্লেখযোগ্য যে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰিত হৈছে যদিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।
Read More
Presenting the top 5 most expensive cars in the world

Presenting the top 5 most expensive cars in the world

Here are lives at the intersection of fun and scary. One of my companions summed the whole experience up perfectly. He leaned back in his chair at dinner that night, shrimp taco in hand, “These are the kinds of experiences that give something back to you. They show you who you are in a whole new way.” These eight shots crystallize the hard work moms put into keeping their kids alive, happy, and healthy. They might give you the inspiration you need for filling out that card—or stand-alone for your mom’s interpretation. Bob Dyalon At the bottom of the mountain, my legs…
Read More
29 motivational quotes for business and other works

29 motivational quotes for business and other works

Fun, as you might imagine, was not how I would describe this adventure. Awesome? Yes. Fun? No. N.O. No way. But would I do it again? If I could rewind to that moment when the alarm went off at 4:30 a.m. to throw on clothes, grab our packs and trek up that mountain, would I? You bet your buttons I would. Here’s lives at the intersection of fun and scary. One of my companions summed the whole experience up perfectly. He leaned back in his chair at dinner that night, shrimp taco in hand, “These are the kinds of experiences…
Read More