Business

নিছানে ৰোমাঞ্চকৰ অফাৰ আৰু অভিজ্ঞতাৰ সৈতে ‘হেট্ৰিক কাৰ্নিভাল’ আৰম্ভ কৰিছে

নিছানে ৰোমাঞ্চকৰ অফাৰ আৰু অভিজ্ঞতাৰ সৈতে ‘হেট্ৰিক কাৰ্নিভাল’ আৰম্ভ কৰিছে

নিছান মটৰ ইণ্ডিয়াই ২০২৫ চনৰ ১ তাৰিখৰ পৰা ৩০ এপ্ৰিললৈকে অব্যাহত থকা দেশজোৰা সীমিত সময়ৰ অফাৰ হেট্ৰিক কাৰ্নিভেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে চলিত ক্ৰিকেট ছিজনৰ চমকপ্ৰদ শক্তি আৰু নৱৰাত্ৰিৰ উৎসৱৰ মনোভাৱ কঢ়িয়াই আনিছে। এই অনন্য অভিযানে সুবিধাৰ হেট্ৰিক প্ৰদান কৰে, যাৰ ফলত ঘৰলৈ নিছান বাহন এখন লৈ যোৱাৰ এয়াই সৰ্বোত্তম সময়। এই পদক্ষেপৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে নিছান মটৰ ইণ্ডিয়াই ডিজিটেল, ছপা মাধ্যম, প্ৰভাৱশালী ব্যক্তি(ইনফ্লুৱেঞ্চাৰ) আৰু অ’অ’এইচত ৩৬০ ডিগ্ৰীৰ মিডিয়া অভিযান আৰম্ভ কৰিছে, যাৰ জৰিয়তে সৰ্বাধিক দৃশ্যমানতা আৰু নিয়োজিততা নিশ্চিত কৰা হৈছে। নিছানৰ হেট্ৰিক কাৰ্নিভেল-এ এই ক্ৰিকেট ছিজনৰ উত্তেজনাক গ্ৰাহকৰ টাচ্চপইণ্ট বা সেৱাকেন্দ্ৰলৈ কঢ়িয়াই আনিছে, যিয়ে…
Read More
টেৰে আৰ্মীয়ে জিঅ’কুৱেষ্টলৈ ইয়াৰ ৰিব্ৰেণ্ডিং ঘোষণা কৰে

টেৰে আৰ্মীয়ে জিঅ’কুৱেষ্টলৈ ইয়াৰ ৰিব্ৰেণ্ডিং ঘোষণা কৰে

ভূ-গাঁথনিৰ পাৰস্পৰিক ক্ৰিয়া, ভূ-কাৰিকৰী ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনৰ বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান টেৰে আৰ্মিয়ে জিঅ’কুৱেষ্ট নামেৰে নিজৰ প্ৰতিষ্ঠানটোৰ নাম ৰিব্ৰেণ্ডিং কৰাৰ কথা ঘোষণা কৰিছে। এই কৌশলগত নাম পৰিৱৰ্তনে কোম্পানীটোৰ বিৱৰ্তন, বৈচিত্ৰ্যতা আৰু  বিশ্বজোৰা সেৱা-বাণিজ্যত অত্যাধুনিক সমাধান প্ৰদানৰ প্ৰতিশ্ৰুতিৰ দিশটো প্ৰতিফলিত কৰিছে। শেহতীয়া দশকবোৰত কোম্পানীটোৱে পৰম্পৰাগত শক্তিশালী আৰ্থ® সমাধানৰ বাহিৰেও নিজৰ বিশেষজ্ঞতা সম্প্ৰসাৰিত কৰিছে, জিঅ’চিন্থেটিক্স, উন্নত নিৰ্মাণ সামগ্ৰী আৰু জিঅ’হেজাৰ্ড(ভূ-কেন্দ্ৰিক বিপদ) সমাধানসমূহক নিজৰ পৰ্টফলিঅ’ত একত্ৰিত কৰিছে। জিঅ’কুৱেষ্ট ৰূপে নাম পৰিৱৰ্তনে বিভিন্ন মহাদেশৰ মাজত এক ঐক্যবদ্ধ বিশ্ব পৰিচয়ক সূচায়, যিয়ে প্ৰতিষ্ঠানটোৰ ভূ-কাৰিকৰী, ভূ-বিপদাশংকা আৰু জলবিদ্যুৎ অভিযান্ত্ৰিকীৰ ক্ষেত্ৰত সম্প্ৰসাৰণ, বৈচিত্ৰ্যতা আৰু উদ্ভাৱনৰ অভিযানক শক্তিশালী কৰে। নতুন নাম জিঅ’কুৱেষ্টে কোম্পানীটোৰ মূল শক্তিসমূহক সামৰি লৈছে। ‘জিঅ’ উপসৰ্গটোৱে ভূ-কাৰিকৰী…
Read More
আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে স্বাস্থ্য-প্ৰথম বিপ্লৱৰ সূচনা কৰি ১ লাখৰো অধিক পলিচীধাৰকক প্ৰদান কৰিছে ৰিৱাৰ্ডছ

আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে স্বাস্থ্য-প্ৰথম বিপ্লৱৰ সূচনা কৰি ১ লাখৰো অধিক পলিচীধাৰকক প্ৰদান কৰিছে ৰিৱাৰ্ডছ

আদিত্য বিৰলা কেপিটেলৰ অংশ আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্স কোম্পানী লিমিটেড(এভিআইচিএল)-এ ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখতকৈও অধিক পলিচীধাৰকে স্বাস্থ্যকৰ জীৱনশৈলীত সক্ৰিয়ভাৱে জড়িত হৈ হেল্থৰিটাৰ্ণছ™ মডেলৰ অধীনত ৰিৱাৰ্ড(পুৰস্কাৰ) লাভৰ কথা সদৰি কৰিছে। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি গ্ৰাহকসকলে সামূহিকভাৱে ৩৫০ বিলিয়নতকৈও অধিক পদক্ষেপ গ্ৰহণ কৰিছিল, যি বীমাৰ প্ৰতি নিজৰ 'স্বাস্থ্য-প্ৰথম' দৃষ্টিভংগীৰ সফলতা প্ৰদৰ্শন কৰিছিল। উদ্ভাৱনীমূলক হেল্থ ৰিটাৰ্ণছTM মডেলে ১০,০০০ বাৰ খোজ কঢ়া বা ৩০০ কেলৰি ক্ষয়ৰ দৰে ফিটনেছ সেৱা-কাৰ্যৰে উত্সাহিত কৰে, পলিচিধাৰীসকলে ৩২৫ সক্ৰিয় ডে'জTM আৰু গ্ৰীন হেল্থী হাৰ্ট স্ক'ৰTM বজাই ৰাখি বাৰ্ষিক প্ৰিমিয়ামৰ ১০০% পৰ্যন্ত উপাৰ্জন কৰে। ২০২৫ বিত্তীয় বৰ্ষত এবিএইছআইচিএল-এ ৩.৮ লাখ স্বাস্থ্য মূল্যায়ন চলাইছিল, ১৮ লাখ…
Read More
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক

আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক

সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য ইয়াৰ অন্যতম লক্ষণ আৰু এই অৱস্থাবোৰে দৈনন্দিন জীৱনত বৃহৎ প্ৰভাৱ পেলাব পাৰে। পেটৰ বিষ, পেট ফুলা, অত্যধিক গেছ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য বা এইবোৰৰ মিশ্ৰণ সাধাৰণ লক্ষণ ৰূপে দেখা যায়। এই লক্ষণসমূহ দিন, সপ্তাহ বা আনকি মাহপৰ্যন্ত থাকিব পাৰে আৰু সাধাৰণতে পৃথক পৃথক হয়। মেন’পজ(ৰজোনিবৃত্তি) হোৱা মহিলাসকলৰ ক্ষেত্ৰত প্ৰায় কমকৈ হোৱা দেখা গ’লেও মহিলাসকলৰ মাহেকীয়াৰ সময়ত অধিক অস্বস্তি অনুভৱ হ’ব পাৰে। যদিও আইবিএছে পাচনতন্ত্ৰৰ প্ৰত্যক্ষ ক্ষতি নকৰে, তথাপিও মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ বা যথেষ্ট পৰিমাণে ওজন কমি যোৱাৰ দৰে…
Read More
সুবিধাসমূহৰ উন্নীতকৰণেৰে টয়োটা কিৰ্লোস্কাৰ মটৰে আগবঢ়াইছে আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ

সুবিধাসমূহৰ উন্নীতকৰণেৰে টয়োটা কিৰ্লোস্কাৰ মটৰে আগবঢ়াইছে আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ

টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ বাহনখনৰ সুবিধাসমূহৰ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে, যি সুৰক্ষা, আৰাম আৰু সুবিধাক ন ৰূপত সংজ্ঞায়িত কৰিছে। শেহতীয়া বৰ্ধিতকৰণে গ্ৰাহক-কেন্দ্ৰিক উদ্ভাৱনৰ প্ৰতি টয়োটাৰ প্ৰতিশ্ৰুতিক অংকিত কৰে, মূল্যৱান প্ৰতিক্ৰিয়া(ফিডবেক) আৰু ড্ৰাইভিং অভিজ্ঞতা উন্নত কৰাৰ বাবে বজাৰৰ ট্ৰেণ্ডৰ বিকশিত কৰা। ভাৰতৰ প্ৰথমটো চেলফ-চাৰ্জিং ষ্ট্ৰং হাইব্ৰিড ইলেক্ট্ৰিক এছইউভি হিচাপে ব্যাপকভাৱে উদযাপন আৰু আঁকোৱালি লোৱা আৰ্বান ক্ৰুজাৰ হাইড্ৰাইডাৰখন ইতিমধ্যে ১ লাখ বাহন বিক্ৰীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে, উদ্ভাৱনীমূলক প্ৰযুক্তি, ব্যতিক্ৰমী ইন্ধন অৰ্থনীতি, গতিশীল প্ৰদৰ্শন আৰু প্ৰিমিয়াম ড্ৰাইভিং অভিজ্ঞতাৰে গ্ৰাহকৰ হৃদয় জয় কৰিছে। আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰৰ মুকলিৰ বিষয়ে সদৰি কৰি টয়োটাৰ বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী ব্যৱসায় শাখাৰ…
Read More
ব্যতিক্ৰম শিক্ষা সন্মিলন ২.০-এ ৰাষ্ট্ৰীয় শৈক্ষিক মানচিত্ৰত স্থান প্ৰদান কৰিলে ত্ৰিপুৰাক; যুগান্তকাৰী অনুষ্ঠানটোক উচ্চ প্ৰশংসা মন্ত্ৰী অনিমেশ দেৱবাৰ্মাৰ

ব্যতিক্ৰম শিক্ষা সন্মিলন ২.০-এ ৰাষ্ট্ৰীয় শৈক্ষিক মানচিত্ৰত স্থান প্ৰদান কৰিলে ত্ৰিপুৰাক; যুগান্তকাৰী অনুষ্ঠানটোক উচ্চ প্ৰশংসা মন্ত্ৰী অনিমেশ দেৱবাৰ্মাৰ

আগৰতলাৰ হোটেল প’লো টাৱাৰত অনুষ্ঠিত ব্যতিক্ৰম শিক্ষা সন্মিলন ২.০ ত্ৰিপুৰাৰ শৈক্ষিক যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়, এই এডুকেচন কনক্লেভত আগশাৰীৰ প্ৰতিষ্ঠান, চৰকাৰী বিষয়া, শৈক্ষিক নেতৃবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীক একত্ৰিত কৰিছিল। ব্যতিক্ৰম গ্ৰুপৰ উদ্যোগত আয়োজিত এই সন্মিলনত পূব ভাৰতৰ শৈক্ষিক আকাংক্ষা আৰু সুযোগৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকি সন্মানীয় মন্ত্ৰী অনিমেশ দেৱবাৰ্মাই এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি কয় যে, "ত্ৰিপুৰাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে এক গুৰুত্বপূৰ্ণ আৰু বিশাল আয়োজনেৰে শিক্ষা সন্মিলন অনুষ্ঠিত কৰা হৈছে।" টাইমছ অৱ ইণ্ডিয়াৰ সহযোগত আয়োজিত এই কনক্লেভত জেআইএছ গ্ৰুপ, টেকন' ইণ্ডিয়া বিশ্ববিদ্যালয়, ত্ৰিপুৰা বিশ্ববিদ্যালয়, এনইপিএনআই, এনএলইউ ত্ৰিপুৰা আৰু বিভিন্ন…
Read More
অসমৰ ফিনটেক গৌৰৱ: নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত অত্যাধুনিক বেঙ্কিং সমাধান উন্মোচন কৰিছে

অসমৰ ফিনটেক গৌৰৱ: নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত অত্যাধুনিক বেঙ্কিং সমাধান উন্মোচন কৰিছে

অসমৰ প্ৰথম ইউনিকৰ্ণ আৰু ভাৰতৰ অগ্ৰণী ফিনটেক চালিত বেংক নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ৩-৫ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত এক উল্লেখযোগ্য ৰূপত আত্মপ্ৰকাশ কৰে। ফিনটেক ইউনিকৰ্ণ শ্লাইছৰ সৈতে একত্ৰিকৰণৰ পিছত এনইএছএফবি-এ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এআই-নেতৃত্বাধীন, অন্তৰ্ভুক্ত বেংক ৰূপে এক বলিষ্ঠ দৃষ্টিভংগী দাঙি ধৰে। এই অনুষ্ঠানত এনইএছএফবি-এ দুটা নতুন ডিজিটেল-প্ৰথম সামগ্ৰী মুকলি কৰে - ডিজিটেল ছেভিংছ একাউণ্ট দৈনিক ইণ্টাৰেষ্ট ক্ৰেডিটৰ সৈতে আৰবিআই ৰেপ' ৰেটৰ সৈতে পোনপটীয়াকৈ সংযুক্ত আৰু ৯%লৈকে ৰিটাৰ্ন আগবঢ়োৱা ফিক্সড ডিপজিট। দুয়োটা সামগ্ৰীতে বাধাহীন ডিজিটেল অনবৰ্ডিং আৰু এপ-আধাৰিত অভিগম্যতা আছে, যিয়ে প্ৰযুক্তি-সক্ষম আৰু মূল্য-সচেতন ব্যৱহাৰকাৰীসকলক সেৱা আগবঢ়ায়। বেংকে অহা ১২-২৪ মাহৰ…
Read More
প্ৰতিজন লোকৰ স্বাস্থ্য অনুসৰণ সহজ আৰু সুলভ কৰি তুলিবলৈ ব্ৰিটানিয়া নিউট্ৰি চইছে মুকলি কৰিলে নিউট্ৰিপ্লাছ এপ

প্ৰতিজন লোকৰ স্বাস্থ্য অনুসৰণ সহজ আৰু সুলভ কৰি তুলিবলৈ ব্ৰিটানিয়া নিউট্ৰি চইছে মুকলি কৰিলে নিউট্ৰিপ্লাছ এপ

ভাৰতৰ অন্যতম আগশাৰীৰ বিস্কুট ব্ৰেণ্ড নিউট্ৰিচ’ইছে "নিউট্ৰিপ্লাছ" মুকলি কৰি দৈনন্দিন সুস্থতা সৰল কৰাৰ প্ৰতিশ্ৰুতিৰ সম্প্ৰসাৰণ কৰিলে, যি হৈছে এটা মোবাইল এপ, যিয়ে ভাৰতত সুস্থতা ব্যৱস্থা অনুসৰণক অধিক সহজ, সুলভ আৰু সম্পূৰ্ণৰূপে স্মাৰ্টফোন-চালিত কৰি গণতান্ত্ৰিক কৰাৰ অভিযানত ব্ৰতী হৈ আছে। এক্তিভ' লেবছৰ সৈতে অংশীদাৰিত্বৰে ডিজাইন কৰা এই প্ৰমাণ-আধাৰিত এপটো কেৱল ব্ৰিটানিয়া নিউট্ৰিচ’ইছৰ এটা পেক স্কেন কৰি উপলব্ধ, যাৰ ফলত সাধাৰণতে গুৰুত্বপূৰ্ণ প্ৰযুক্তিটো এটা স্বজ্ঞাত, সহজে প্ৰৱেশযোগ্য ৰূপত উপলব্ধ হয়। মাত্ৰ এবছৰৰ ভিতৰতে নিউট্ৰিপ্লাছে সুস্থ জৈৱিক সামগ্ৰী গ্ৰহণ কৰা দেখিছে, ১.৫ লাখতকৈ অধিক ব্যৱহাৰকাৰী চাইন-ইন বা ব্যৱহাৰ কৰিছে—যিয়ে অনায়াসে দৈনন্দিন সুস্থতা সমাধানৰ ক্ৰমবৰ্ধমান চাহিদা প্ৰদৰ্শন কৰিছে।ব্ৰিটানিয়াৰ বিপণন বিভাগৰ জেনেৰেল মেনেজাৰ অৰ্চনা বালাৰামনে…
Read More
বিএলডিচি প্ৰযুক্তিৰে ছুপাৰ আৰঅ’আই ফেন মুকলি কৰিলে পলিকেব-এ

বিএলডিচি প্ৰযুক্তিৰে ছুপাৰ আৰঅ’আই ফেন মুকলি কৰিলে পলিকেব-এ

দেশৰ বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত এক আগশাৰীৰ প্ৰতিষ্ঠান পলিকেব ইণ্ডিয়াই ফেন শাখাত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ নতুন "ছুপাৰ আৰঅ'আই" শাখা মুকলি কৰিছে। এই কৌশলগত পদক্ষেপ ফেন শ্ৰেণীত বিনিয়োগৰ ফলাফল (আৰঅ'আই) ন ৰূপত সংজ্ঞায়িত কৰাৰ লক্ষ্যৰে হাতত লৈছে। এই সামগ্ৰী মুকলিয়ে উচ্চ প্ৰদৰ্শন, শক্তি সঞ্চয় আৰু আধুনিক সৌন্দৰ্যৰ এক নিখুঁত সমন্বয়ৰ প্ৰতিশ্ৰুতি দিছে। লগতে আজিৰ সময়ত বৃদ্ধি পাইছে শক্তিৰ খৰচ আৰু গ্ৰাহকৰ পছন্দ পৰিবৰ্তিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পলিকেবে গ্ৰাহকৰ বাবে সৰ্বোত্তম মূল্য নিশ্চিত কৰা উদ্ভাৱনী সমাধান প্ৰদান কৰাত অংগীকাৰবদ্ধ হৈ আছে। পলিকেবৰ ছুপাৰ আৰঅ'আই ফেন শ্ৰেণীটো বিএলডিচি প্ৰযুক্তিৰে চালিত। এইসমূহে আপোনাক ৫০%পৰ্যন্ত শক্তি আৰু বিদ্যুৎ সঞ্চয় কৰিবলৈ সক্ষম আৰু নিৰ্বাচিত বিএলডিচি…
Read More
বলীউডৰ কণ্ঠশিল্পী পলক মুচলে সংস্কৃতি বিশ্ববিদ্যালয়ত স্পাৰ্ক ২০২৫ ক জীৱন্ত কৰে

বলীউডৰ কণ্ঠশিল্পী পলক মুচলে সংস্কৃতি বিশ্ববিদ্যালয়ত স্পাৰ্ক ২০২৫ ক জীৱন্ত কৰে

সংস্কৃতি বিশ্ববিদ্যালয়ে স্পাৰ্ক ২০২৫ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ সাংস্কৃতিক আৰু সৃষ্টিশীল দিশটো  উদ্ভাসিত কৰিছিল, এই অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰি বলীউডৰ প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী পলক মুচলে সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল। বিশ্ববিদ্যালয়খনৰ আগশাৰীৰ মহোত্সৱৰ দ্বিতীয় দিনা অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৱে যথেষ্ট ছাত্ৰ-ছাত্ৰী আৰু অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিছিল আৰু সামগ্ৰিক অগ্ৰগতিৰ প্ৰতি প্ৰতিষ্ঠানটোৰ দায়বদ্ধতাৰ এক প্ৰতীক ৰূপে থিয় দিছিল। আচাৰ্য শচীন গুপ্তা আৰু মুখ্য কাৰ্যবাহী বিষয়া ড০ মীনাক্ষী শৰ্মাই বন্তি প্ৰজ্বলন কৰি এই সন্ধিয়াৰ শুভ উদ্বোধন কৰিছিল। মুচলৰ মনোমোহা প্ৰদৰ্শনে দৰ্শকসকলক আকৰ্ষিত কৰাৰ লগতে এক স্পন্দনশীল আৰু অবিস্মৰণীয় অভিজ্ঞতা সৃষ্টি কৰিছিল, যিয়ে অনন্য শক্তি প্ৰদান কৰিছিল। আচাৰ্য গুপ্তাই ছাত্ৰ-ছাত্ৰীৰ বিকাশত সাংস্কৃতিক অনুষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি…
Read More