Business

দৈনিক আলমণ্ড খালে কাৰ্ডিওমেটাবলিক স্বাস্থ্য ভালে ৰখাত যথেষ্ট সহায় কৰে

দৈনিক আলমণ্ড খালে কাৰ্ডিওমেটাবলিক স্বাস্থ্য ভালে ৰখাত যথেষ্ট সহায় কৰে

দৈনিক আলমণ্ড খালে হৃদযন্ত্ৰ(কাৰ্ডিওমেটাবলিক) স্বাস্থ্য ভালে ৰখাত যথেষ্ট সহায় কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য, ওজন ব্যৱস্থাপনা আৰু অন্ত্ৰৰ মাইক্ৰ’বায়’ম ভালে ৰখাতো সহায় কৰে, শেহতীয়াকৈ পিৰ ৰিভিউড ষ্টাডী(সহযোগীৰ মাজত পৰ্যালোচনা)ত এই কথা পুনৰ নিশ্চিত হৈছে। ১১ জন আগশাৰীৰ বিজ্ঞানী আৰু চিকিৎসকে কৰা এই ঐক্যমতৰ ভিত্তিত এই সিদ্ধান্তত উপনীত হৈছে যে দৈনিক বিশেষকৈ প্ৰতিদিনে ৫০ গ্ৰাম আলমণ্ড খালে এলডিএল কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব পাৰে, ডায়েষ্টোলিক ৰক্তচাপ হ্ৰাস কৰিব পাৰে আৰু ওজন সুস্থ ব্যৱস্থাপনাত সহায় কৰিব পাৰে। কাৰেণ্ট ডেভেলপমেণ্টছ ইন নিউট্ৰিচনত প্ৰকাশিত শেহতীয়া অধ্যয়নত উল্লেখ কৰা হৈছে যে আলমণ্ড কেৱল হৃদপিণ্ডৰ বাবে স্বাস্থ্যকৰ নহয়, ই অন্ত্ৰৰ মাইক্ৰ’বায়’ম উন্নত কৰি বিপাকীয় স্বাস্থ্যতো অৰিহণা যোগায়। আলমণ্ডত…
Read More
টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে মেডিকেয়াৰ চিলেক্ট আৰম্ভ কৰিছে

টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে মেডিকেয়াৰ চিলেক্ট আৰম্ভ কৰিছে

টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে খুচুৰা স্বাস্থ্য পৰ্টফোলিঅ’ৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে মেডিকেয়াৰ চিলেক্ট নামৰ এক পৰৱৰ্তী প্ৰজন্মৰ স্বাস্থ্য বীমা সুবিধা মুকলি কৰিছে। প্ৰতিষ্ঠানটোৰ উচ্চাভিলাষী কৌশলৰ অংশ হিচাপে  বীমাকৰ্তাই ২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত চিকিৎসালয়ৰ নেটৱৰ্ক ১১,৫০০-ৰ পৰা ১৪,০০০ৰ ঘৰ অতিক্ৰম কৰাৰ পৰিকল্পনা কৰিছে। এই সবিধা মুকলিয়ে টাটা এআইজিৰ পিছপৰা বা অভাৱগ্ৰস্ত অঞ্চলসমূহত উপনীত হোৱাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰতিফলিত হৈছে, য’ত টায়াৰ ২ আৰু ৩ চহৰসমূহে ২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত নিজৰ স্বাস্থ্য পৰ্টফলিঅ’ৰ ৩৫% অৰিহণা যোগাব বুলি আশা কৰা হৈছে, যি ২৬%ৰ পৰা বৃদ্ধি হৈছে। মেডিকেয়াৰ চিলেক্টৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ‘ৰিষ্ট’ৰ ইনফিনিটি প্লাছ’ৰ অধীনত সীমাহীন পুনৰুদ্ধাৰ(ৰিষ্টৰেচন),…
Read More
আইটিচিৰ ছানৰাইজ স্পাইচেছৰ উদ্যোগত মুকলি হ’ল “শিপা বিচাৰি: এ বেক টু ৰুটছ ছিৰিজ”

আইটিচিৰ ছানৰাইজ স্পাইচেছৰ উদ্যোগত মুকলি হ’ল “শিপা বিচাৰি: এ বেক টু ৰুটছ ছিৰিজ”

আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি কৰিছে। ১৬ এপ্ৰিলত গুৱাহাটীৰ চানমাৰি বিহু সন্মিলনৰ মঞ্চত মুকলি কৰা এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ মুৰব্বী ৰাহুল দাস আৰু ছিৰিজৰ আঁত ধৰোতা তথা প্ৰখ্যাত অসমীয়া চেফ অতুল লহকৰসহ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু বিহুপ্ৰেমী ৰাইজসকল উপস্থিত থাকে। অসমৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত উপস্থাপন কৰা এই ১০ টা খণ্ডৰ শৃংখলাটোৱে ৰান্ধনী লহকৰক অনুসৰণ কৰে যেতিয়া তেওঁ অসমৰ গাওঁ আৰু বজাৰৰ মাজেৰে ভ্ৰমণ কৰে, পাহৰি যোৱা ৰেচিপি আৰু পৰম্পৰাগত ৰন্ধন কৌশল উন্মোচন কৰে। শৃংখলাটোৱে বৃদ্ধ মহিলাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন…
Read More
বিহু উদযাপন হৈ উঠিছে ভৰপূৰ : জনপ্ৰিয় হৈছে বিংগো! তেধেমেধেৰ ‘জমনিৰ আড্ডা’

বিহু উদযাপন হৈ উঠিছে ভৰপূৰ : জনপ্ৰিয় হৈছে বিংগো! তেধেমেধেৰ ‘জমনিৰ আড্ডা’

ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪ এপ্ৰিলত ঐতিহাসিক লতাশিল খেলপথাৰত আৰম্ভ হোৱা এই অনুষ্ঠানটোৱে বিহুবলীয়া ৰাইজক আন্তঃক্ৰিয়ামূলক আৰু খাদ্যৰে ভৰপূৰ এক আমেজভৰা অভিজ্ঞতাৰ জৰিয়তে প্ৰাণৰ বিহুত নিমজ্জিত হ'বলৈ আমন্ত্ৰণ জনাইছে। জমনিৰ আড্ডা জ'নত এটা ‘বিল্ড য়ৰ অন বিংগো’ (বিৱাইঅ'বি) চাট ষ্টল আছে, য'ত বিহুবলীয়া ৰাইজে বাঁহৰ সোৱাদযুক্ত টপিংছৰ পৰা আৰম্ভ কৰি আঞ্চলিক বনৌষধি আৰু মচলালৈকে বিংগো! তেধে মেধে স্নেকছ ব্যৱহাৰ কৰি স্থানীয় টুইষ্ট প্ৰদানেৰে নিজৰ সৃষ্টিসমূহ উপস্থাপন কৰিবলৈ সুযোগ প্ৰদান কৰিছে। খাদ্যৰ পৰিপূৰক হৈছে এক নিমজ্জিত সমল ক্ষেত্ৰ, যি আমাৰ সংগীত, জীৱন…
Read More
শাওমি ইণ্ডিয়াই বহু প্ৰত্যাশিত ৰেডমি এ৫ উন্মোচন কৰিছে

শাওমি ইণ্ডিয়াই বহু প্ৰত্যাশিত ৰেডমি এ৫ উন্মোচন কৰিছে

শাওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল কেমেৰা আৰু শক্তিশালী ৫২০০এমএএইচ বেটাৰীৰ দৰে অত্যাধুনিক সুবিধাৰে ভৰা, ৰেডমি এ৫ মোবাইলটোৱে আকৰ্ষণীয় বাজেট অনুকূল মূল্যত মসৃণ প্ৰদৰ্শন আৰু নিমজ্জিত ব্যৱহাৰকাৰীৰ অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। শাওমি ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া অনুজ শৰ্মাই এই বিষয়ে সদৰি কৰি কয় যে, "ৰেডমি এ৫-এ প্ৰৱেশ পৰ্যায়(এণ্ট্ৰি-লেভেল)ৰ বজাৰত ব্যতিক্ৰমী মূল্য প্ৰদান কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে। মোবাইলটোৰ বৃহৎ ১২০ হাৰ্জ ডিচপ্লে, এআই-চালিত ৩২ মেগাপিক্সেল কেমেৰা আৰু দীৰ্ঘম্যাদী বেটাৰীৰ সুবিধাই নিশ্চিত কৰে যে ব্যৱহাৰকাৰীসকলে সামৰ্থ্যৰ সৈতে আপোচ নকৰাকৈ প্ৰিমিয়াম সুবিধা…
Read More
ছুপাৰক্ৰছ ফিভাৰ ৰিটাৰ্ণ: আইএছআৰএল ছিজন ২-ৰ বাবে ৰাইডাৰ পঞ্জীয়ন আৰম্ভ

ছুপাৰক্ৰছ ফিভাৰ ৰিটাৰ্ণ: আইএছআৰএল ছিজন ২-ৰ বাবে ৰাইডাৰ পঞ্জীয়ন আৰম্ভ

ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ পঞ্জীয়নৰ উইণ্ডো মুকলিৰ লগে লগে এই লীগে তীব্ৰ প্ৰতিদ্বন্দ্বিতা, নতুন আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ আৰু বিশ্ব তাৰকাৰ প্ৰতিশ্ৰুতি দিছে। বিশ্বৰ ৯খন দেশৰ ১০০ জনতকৈ অধিক খেলুৱৈক আকৰ্ষণ কৰা উদ্বোধনী ছিজনৰ  সফলতাৰ পিছত আইএছআৰএলে বিশ্বব্যাপী মটৰস্প’ৰ্টছ হাব হিচাপে নিজৰ স্থান দ্ৰুতগতিত সুদৃঢ় কৰি তুলিছে। ছিজন ২-ৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত অন্যতম হৈছে বলীউডৰ চুপাৰষ্টাৰ ছলমান খানক অফিচিয়েল ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে লীগত নিয়োজনতা আৰু আবেদন বৃদ্ধি কৰিলে।"ছিজন ১ মাত্ৰ আৰম্ভণিহে আছিল। আমি আৰম্ভণি বৰ্ষতে গঢ়ি তোলা গতি-আবেগক…
Read More
বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে বাজাজ এলিয়াঞ্জ লাইফ ছুপাৰৱমেন টাৰ্ম

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে বাজাজ এলিয়াঞ্জ লাইফ ছুপাৰৱমেন টাৰ্ম

দেশৰ অন্যতম আগশাৰীৰ ব্যক্তিগত জীৱন বীমা প্ৰতিষ্ঠান বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে মুকলি কৰিলে একান্তভাৱে মহিলাসকলৰ বাবে এক ব্যাপক সুৰক্ষা সমাধান বাজাজ এলিয়াঞ্জ লাইফ ছুপাৰৱমেন টাৰ্ম (এছডব্লিউটি)। এই অগ্ৰণী সমাধানে পৰম্পৰাগত জীৱন বীমাৰ উৰ্ধ্বলৈ গৈ টাৰ্ম বীমাৰ সুবিধা, মহিলাৰ জটিল ৰোগত নিৰ্দিষ্ট অৱস্থা সামৰি লোৱাৰ সুবিধা, এক বৈকল্পিক শিশু যত্ন সুবিধা আৰু স্বাস্থ্য ব্যৱস্থাপনা সেৱাৰ সৈতে আৰ্থিক সুৰক্ষা প্ৰদান কৰে, মহিলা আৰু মহিলাগৰাকীৰ পৰিয়ালৰ বাবে সামগ্ৰিক সুৰক্ষা নিশ্চিত কৰে। মহিলাসকলে নিজৰ পৰিয়ালৰ যত্ন লোৱাত পাৰদৰ্শিতা দেখুৱায় আৰু মহিলাগৰাকীৰ নিজৰ আৰ্থিক নিৰাপত্তাও ঠিক সেইধৰণে শক্তিশালী হ’ব লাগে। বাজাজ এলিয়াঞ্জ লাইফ ছুপাৰউমেন টাৰ্মে মহিলাসকলক আৰ্থিকভাৱে স্বতন্ত্ৰ হৈ থাকিবলৈ সহায় কৰে, মহিলাসকলৰ যাত্ৰাৰ প্ৰতিটো…
Read More
এই বিহুৰ বতৰত উৎসৱৰ ব্যস্ততা বৃদ্ধি কৰিবলৈ এআইৰ ব্যৱহাৰ ছানৰাইজ স্পাইচেছৰ

এই বিহুৰ বতৰত উৎসৱৰ ব্যস্ততা বৃদ্ধি কৰিবলৈ এআইৰ ব্যৱহাৰ ছানৰাইজ স্পাইচেছৰ

আইটিচিৰ ছানৰাইজ স্পাইচেছে এই ৰঙালী বিহুত প্ৰযুক্তি-চালিত পদক্ষেপ হাতত লৈছে, এআই-চালিত ইমেজ ফিল্টাৰ মুকলি কৰিছে যিয়ে ব্যৱহাৰকাৰীক পৰম্পৰাগত অসমীয়া সাজ-পোছাকৰে চেল্ফিক সজীৱ, বিহু থিমযুক্ত প’ৰ্ট্ৰেইটলৈ ৰূপান্তৰিত কৰিবলৈ সুবিধা প্ৰদান কৰিছে। এই পদক্ষেপে সাংস্কৃতিক উদযাপনৰ সৈতে ডিজিটেল উদ্ভাৱনৰ মিশ্ৰণ ঘটাইছে, যাৰ লক্ষ্য হৈছে অসমৰ অন্যতম আদৰৰ উৎসৱৰ সময়ত গ্ৰাহকৰ সংযোগ আৰু ব্ৰেণ্ডৰ দৃশ্যমানতা বৃদ্ধি কৰা। কিউআৰ ক'ড বা ক্লিক কৰিব পৰা লিংকৰ জৰিয়তে উপলব্ধ এই ফিল্টাৰে সমগ্ৰ ভাৰতৰ ব্যৱহাৰকাৰীসকলক অৱস্থান নিৰ্বিশেষে ৰঙালী বিহুৰ সৈতে নিমজ্জিত হোৱাৰ সুযোগ প্ৰদান কৰে। স্বকীয় পৰম্পৰাৰ সৈতে জড়িত হৈ থাকি যুৱ, প্ৰযুক্তি-সচেতন দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ বাবে ছানৰাইজৰ বিস্তৃত উদ্দেশ্যৰ সৈতে সংমিশ্ৰণ কৰিছে ছানৰাইজ স্পাইচেছে। এই…
Read More
পৰম্পৰাগত পদ্ধতিৰে উদযাপন কৰক বিহু; ছানৰাইজ স্পাইচেছে চহৰীয়া জীৱনলৈ কঢ়িয়াই আনিছে ‘স্মৃতিৰ ৰঙালী’

পৰম্পৰাগত পদ্ধতিৰে উদযাপন কৰক বিহু; ছানৰাইজ স্পাইচেছে চহৰীয়া জীৱনলৈ কঢ়িয়াই আনিছে ‘স্মৃতিৰ ৰঙালী’

অসমৰ সাংস্কৃতিক ঐতিহ্যক আকৌ এবাৰ পুনৰুজ্জীৱিত কৰি আইটিচি-ৰ ছানৰাইজ স্পাইচেছে মহানগৰীৰৰ বাসিন্দাসকলক উৎসৱৰ পৰম্পৰাগত মনোভাৱৰ সৈতে পুনৰ সংযোগ কৰিবলৈ ৰঙালী বিহুৰ অনুষ্ঠান 'স্মৃতিৰ ৰঙালী'ৰ আয়োজন কৰিছে। ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ গুৱাহাটীৰ লতাশিল, চানমাৰি, খানাপাৰা আৰু গীতানগৰত আৰম্ভ হ'ব লগা এই পদক্ষেপে মহানগৰৰ মাজমজিয়াতে এক নিমজ্জিত গ্ৰাম্যশৈলীৰ বিহুৰ আমেজ সৃষ্টি কৰিছে। এই অনুষ্ঠানত বাঁহৰ নীড়, খেৰৰ ঘৰ, মাটিৰ প্ৰদীপ আৰু হৃদয়স্পৰ্শী লোক সংগীত পৰিৱেশন কৰা হ'ব, যিয়ে গ্ৰাম্য অসমৰ সোপান প্ৰদান কৰি সকলোকে নষ্টালজিক কৰি তুলিব। সাংস্কৃতিক প্ৰদৰ্শন, পৰম্পৰাগত খেল-ধেমালি আৰু চুবুৰীয়া অঞ্চলৰ মাজেৰে ভ্ৰমণ কৰা উৎসৱৰ সম্ভাৰে এই উদযাপনক জীৱন্ত কৰি তুলিব। ছানৰাইজে এআই-চালিত বিহু ফিল্টাৰৰ সৈতে অভিনৱ ৰূপ…
Read More
শ্ৰী সৰ্বানন্দ সোণোৱালে আইএমইউৰ ছয়টা চৌহদত আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পউদ্বোধন কৰে

শ্ৰী সৰ্বানন্দ সোণোৱালে আইএমইউৰ ছয়টা চৌহদত আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পউদ্বোধন কৰে

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আইএমইউ) কোচি চৌহদত ছাত্ৰীৰ ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে আৰু আন ৬টা আইএমইউ চৌহদত ভাৰ্চুৱেল পদ্ধতিৰে আন্তঃগাঁথনি প্ৰকল্পসমূহ উদ্বোধন কৰে, এই প্ৰকল্পসমূহে ভাৰতত সামুদ্ৰিক শিক্ষাৰ আধুনিকীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা ৰূপে অভিহিত হৈছে। এই ১৭টা প্ৰকল্পৰ মুঠ আনুমানিক ব্যয় হৈছে ৬৭.৭৭ কোটি টকা। কোচিত নতুনকৈ আধাৰশিলা স্থাপন কৰা ছাত্ৰী নিবাসটো ১৩.১১ কোটি ব্যয় কৰি ৰূপায়ণ কৰা হ'ব, ইয়াৰ জৰিয়তে সামুদ্ৰিক শিক্ষাৰ্থীসকলৰ বাবে বাসস্থানৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে চেন্নাই, কলকাতা, নৱী মুম্বাই, মুম্বাই বন্দৰ আৰু বিশাখাউত্তনমস্থিত আইএমইউ চৌহদত কেইবাটাও উন্নীতকৰণ প্ৰকল্পও উন্মোচন কৰে, যাৰ ভিতৰত আছে…
Read More