Business

 আইটিচিৰ ছানৰাইজ স্পাইচেছে আগবঢ়াইছে নতুন ৰন্ধনকেন্দ্ৰিক চিৰিজ “শিপা বিচাৰি”

 আইটিচিৰ ছানৰাইজ স্পাইচেছে আগবঢ়াইছে নতুন ৰন্ধনকেন্দ্ৰিক চিৰিজ “শিপা বিচাৰি”

আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি কৰিছে। ১৬ এপ্ৰিলত গুৱাহাটীৰ চানমাৰি বিহু সন্মিলনৰ মঞ্চত মুকলি কৰা এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ মুৰব্বী ৰাহুল দাস আৰু ছিৰিজৰ আঁত ধৰোতা তথা প্ৰখ্যাত অসমীয়া চেফ অতুল লহকৰসহ কেইবাজনো বিশিষ্ট ব্যক্তি আৰু বিহুপ্ৰেমী ৰাইজসকল উপস্থিত থাকে। অসমৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত উপস্থাপন কৰা এই ১০ টা খণ্ডৰ শৃংখলাটোৱে ৰান্ধনী লহকৰক অনুসৰণ কৰে যেতিয়া তেওঁ অসমৰ গাওঁ আৰু বজাৰৰ মাজেৰে ভ্ৰমণ কৰে, পাহৰি যোৱা ৰেচিপি আৰু পৰম্পৰাগত ৰন্ধন কৌশল উন্মোচন কৰে। শৃংখলাটোৱে বৃদ্ধ মহিলাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন…
Read More
এই অক্ষয় তৃতীয়াত তানিষ্কৰ ৰিৱাহে আগবঢ়াইছে উৎকৃষ্ট কইনাৰ গহনা

এই অক্ষয় তৃতীয়াত তানিষ্কৰ ৰিৱাহে আগবঢ়াইছে উৎকৃষ্ট কইনাৰ গহনা

পৱিত্ৰ অক্ষয় তৃতীয়াৰ শুভ ক্ষণ চমু চাপি অহাৰ লগে লগে তানিষ্কৰ এক্সক্লুছিভ বিবাহৰ উপ-ব্ৰেণ্ড ৰিৱাহে উৎকৃষ্ট কইনাৰ গহনা সংগ্ৰহৰ বিশাল সম্ভাৰৰে বিশেষ অফাৰ আগবঢ়াই আগন্তুক গ্ৰীষ্মকালীন ভাৰতীয় বিবাহৰ মাধুৰ্যতা উদযাপন কৰিবলৈ সাজু হৈছে। ভাৰতৰ বিভিন্ন বিবাহ পৰম্পৰাৰ সৈতে গভীৰ উপলব্ধিৰে তানিষ্কৰ ৰিৱাহে বিভিন্ন সম্প্ৰদায়ৰ কইনাসকলৰ বাবে প্ৰস্তুত কৰা এক বিস্তৃত পৰিসৰৰ গহনা আগবঢ়ায়, যি বিবাহৰ প্ৰতিটো অনুষ্ঠান- হালধি আৰু মেহেন্দি অনুষ্ঠানৰ পৰা সংগীত আৰু প্ৰধান বিবাহৰ দিনলৈকে নিৰ্বিঘ্নে উপযুক্ত আৰু খাপ খাই পৰাটো নিশ্চিত কৰে। গহনাৰ প্ৰতিটো টুকুৰাই কেৱল এই প্ৰিয় পৰম্পৰাবোৰক সন্মান জনোৱাৰ বাবেই নহয় লগতে কইনাগৰাকীৰ স্বকীয়তা আৰু সুন্দৰতা প্ৰতিফলিত কৰাৰ বাবেও প্ৰস্তুত কৰা হৈছে। গহনাৰ এই বিশেষ…
Read More
এংকৰ অৰেল কেয়াৰে আইমী বৰুৱাক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়ে

এংকৰ অৰেল কেয়াৰে আইমী বৰুৱাক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিয়ে

এংকৰ অৰেল কেয়াৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োজিত কৰি দুটা নতুন অভিযান— “লাল। কমাল। বেমিছাল।” আৰু “নয়ে জামানে কী নয়ী সুৰক্ষা।” মুকলি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত মনোনিৱেশ তীব্ৰতৰ কৰি তুলিছে। এই কৌশলগত পদক্ষেপে ব্ৰেণ্ডটোৰ অঞ্চলটোৰ প্ৰতি শক্তিশালী দায়বদ্ধতাক চিহ্নিত কৰিছে, যিয়ে দশক দশক ধৰি শক্তিশালী উপস্থিতি বজাই ৰখাৰ দিশটোকে সূচায়। নতুন দুয়োটা প্ৰচাৰ অভিযানে এংকৰ ৰেড টুথপেষ্টৰ আয়ুৰ্বেদিক সুবিধা-গুণাগুণ আৰু কেলফ্ল’ ফৰ্মূলেচনক উজ্জ্বল কৰি তুলিছে, যিয়ে মৌখিক যত্নৰ পৰম্পৰা আৰু উদ্ভাৱন দুয়োটাকে সামৰি লৈছে। দ্বিতীয়টো অভিযানত অভিনয় কৰা আইমী বৰুৱাই ডিজিটেল প্ৰচাৰ আৰু ক্ষেত্ৰভিত্তিক কাৰ্য-কলাপৰ জৰিয়তে অসমীয়া গ্ৰাহকৰ সৈতে ব্ৰেণ্ডৰ সংযোগ যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা…
Read More
হেয়াৰ ইণ্ডিয়াই প্ৰথম এআই জলবায়ু নিয়ন্ত্ৰণ আৰু ফেব্ৰিক ফিনিছৰ সৈতে গ্ৰেভিটি চিৰিজ এচি উন্মোচন কৰে

হেয়াৰ ইণ্ডিয়াই প্ৰথম এআই জলবায়ু নিয়ন্ত্ৰণ আৰু ফেব্ৰিক ফিনিছৰ সৈতে গ্ৰেভিটি চিৰিজ এচি উন্মোচন কৰে

একেৰাহে ১৬ বছৰ ধৰি নং ১নং গ্ল’বেল মেজৰ এপ্লায়েন্স ব্ৰেণ্ড হেয়াৰ এপ্লায়েন্স ইণ্ডিয়াই বহু প্ৰত্যাশিত গ্ৰেভিটী ছিৰিজৰ এয়াৰ কণ্ডিচনাৰ মুকলি কৰিছে। ফেব্ৰিক ফিনিচিঙৰ সৈতে ভাৰতৰ একমাত্ৰ এআই ক্লাইমেট কণ্ট্ৰল এয়াৰ কণ্ডিচনাৰ হিচাপে এই অভিনৱ এচিসমূহ ফেব্ৰিক সম্পূৰ্ণতাৰ সৈতে বুদ্ধিমত্তাসম্পন্ন শীতল প্ৰযুক্তিসমূহ নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰে, যিয়ে আধুনিক ঘৰুৱা উষ্ণতা সমাধানৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। গ্ৰেভিটী ছিৰিজ ৭টা আকৰ্ষণীয় ৰঙৰ ভিন্ন ৰূপ—মৰ্নিং মিষ্ট, মুন ষ্টন গ্ৰে, মিডনাইট ড্ৰিম, গেলেক্সি শ্লেট, একুৱা ব্লু, কটন কেণ্ডি আৰু হোৱাইট(বগা) ৰঙত উপলব্ধ—যিসমূহে সমসাময়িকভাৱে আভ্যন্তৰীণ অংশত প্ৰিমিয়াম স্পৰ্শ যোগ কৰাৰ লগতে অতুলনীয় শীতলতাও প্ৰদান কৰে। এই মুকলিৰ বিষয়ে সদৰি কৰি হেয়াৰ এপ্লায়েন্স ইণ্ডিয়াৰ অধ্যক্ষ এন এছ…
Read More
নেক্সট-জেন জিআই অস্ত্ৰোপচাৰ: য’ত ৰবটে পূৰণ কৰে মানৱ বিশেষজ্ঞতা

নেক্সট-জেন জিআই অস্ত্ৰোপচাৰ: য’ত ৰবটে পূৰণ কৰে মানৱ বিশেষজ্ঞতা

প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত গেষ্ট্ৰাইটিছ বা পাকস্থলী(জিআই)ৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছে, যাৰ ফলত ৰোগীৰ শৰীৰত প্ৰয়োগৰ ক্ষেত্ৰত ফলাফল বা আৰোগ্যতাৰ হাৰ যথেষ্ট উন্নত হৈছে। ৰবটিক সহায়ক অস্ত্ৰোপচাৰে দৃশ্যমানতা আৰু নিখুঁততা বৃদ্ধি কৰে, যাৰ ফলত কলাৰ ক্ষতি হ্ৰাস আৰু নিৰাময় ত্বৰান্বিত কৰা নূন্যতম আক্ৰমণাত্মক পদ্ধতি সক্ষম হয়। ইফালে, কৃত্ৰিম বুদ্ধিমত্তা(এআই)ৰ একত্ৰিকৰণৰ ফলত অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে প্ৰতিজন ৰোগীৰ অনন্য প্ৰয়োজন অনুসৰি পদক্ষেপসমূহ নিৰ্ধাৰণ কৰিব পাৰে। এই উদ্ভাৱনসমূহে একেলগে সুৰক্ষিত অস্ত্ৰোপচাৰ, চিকিৎসালয়ত কম সময়ৰ বাবে থাকিব লগা আৰু ৰোগীৰ জীৱনৰ মানদণ্ডৰ সামগ্ৰিক উন্নতিৰ প্ৰতিশ্ৰুতি দিয়ে। ৰবটিক চাৰ্জাৰী: নিখুঁততা আৰু আৰোগ্য বৃদ্ধি কৰা: ৰবটিক-সহায়ক অস্ত্ৰোপচাৰে শল্য চিকিৎসকসকলক অধিক নিয়ন্ত্ৰণ, নমনীয়তা আৰু শুদ্ধতাৰ সৈতে…
Read More
গুৱাহাটীয়ে জে কে টায়াৰ চালিত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ বাবে প্ৰস্তুতি চলাইছে

গুৱাহাটীয়ে জে কে টায়াৰ চালিত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ বাবে প্ৰস্তুতি চলাইছে

হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে সকলোকে আপ্লুত কৰিলে। এডভেঞ্চাৰ-এক্স ফিউজন ট্ৰাইবৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানটোৱে গতি, নিৰ্ভুলতা আৰু ষ্টাণ্ট দক্ষতাৰ এক ত্ৰিবেণী সংগম প্ৰদৰ্শন কৰিছিল।এই অনুষ্ঠানত স্ক্ৰিচিং বার্নআউটৰ পৰা আৰম্ভ কৰি গ্ৰেভিটী-প্ৰদৰ্শন কৰা ছুপাৰবাইকলৈকে, উপস্থিত থকা সকলে লেক্সাছ আৰু বিএমডব্লিউকে ধৰি ষ্টাণ্ট প্ৰদৰ্শনৰ কৰা সোপানৰ লগতে ৰোটেক্স কাৰ্টত ট্ৰেকত কাৰ্টিং চাঞ্চল্য সৃষ্টিকাৰীসকলে প্ৰদৰ্শন কৰা চমকপ্ৰদ প্ৰদৰ্শন প্ৰত্যক্ষ কৰিছিল। ভাৰতীয় ফৰ্মুলা ৪ বাহনখনে পেচাদাৰী ৰেচিং জগতৰ এক আভাস প্ৰদান কৰিছিল, যিয়ে মটৰস্পৰ্ট উপভোগৰ বাবে অপেক্ষাৰত দৰ্শকসকলক যথেষ্ট আনন্দিত কৰিছিল।অপ্ৰত্যাশিত প্ৰতিকূল বতৰৰ মাজতো…
Read More
নিছানে সমগ্ৰ দেশতে ইয়াৰ গ্ৰাহকসকলৰ বাবে এটা বিনামূলীয়া এচি চেক-আপ শিবিৰ মুকলি কৰিছে

নিছানে সমগ্ৰ দেশতে ইয়াৰ গ্ৰাহকসকলৰ বাবে এটা বিনামূলীয়া এচি চেক-আপ শিবিৰ মুকলি কৰিছে

নিছান মটৰ ইণ্ডিয়াই নিজৰ গ্ৰাহকসকলৰ বাবে দেশজুৰি বিনামূলীয়া এচি পৰীক্ষণ শিবিৰ মুকলি কৰিছে, যাৰ ফলত নিছআনৰ গ্ৰাহক-প্ৰথম দৃষ্টিভংগী আৰু উচ্চ মানদণ্ডৰ সেৱাৰ প্ৰতি প্ৰতিশ্ৰুতি শক্তিশালী হৈছে। ভাৰতৰ সকলো ১২৩টা অনুমোদিত নিছান চাৰ্ভিছ ৱৰ্কশ্বপত এই বিশেষ সেৱা শিবিৰ ২০২৫ৰ ১৫ এপ্ৰিলৰ পৰা ১৫ জুনলৈ চলিব। এই পদক্ষেপে ডিলাৰৰ বিবেচনা অনুসৰি ১২ পইণ্টৰ এচি চেক-আপ আৰু বিনামূলীয়া গাড়ী টপ ৱাশ্বৰ লগতে শ্ৰমিক মাচুলত ১০% পৰ্যন্ত আৰু মূল্য সংযোজিত সেৱা(ভিএএছ)ত ১৫% পৰ্যন্ত ৰেহাইৰ ব্যৱস্থা কৰিছে। প্ৰশিক্ষিত পেছাদাৰীসকলে সৰ্বোত্তম সেৱা আৰু গ্ৰাহকৰ সন্তুষ্টি নিশ্চিত কৰিবলৈ নিছানৰ প্ৰকৃত স্পেয়াৰ পাৰ্টছ ব্যৱহাৰ কৰি সকলো পৰীক্ষা সম্পন্ন কৰিব। গ্ৰাহকে নিছান ৱান এপ বা অফিচিয়েল ৱেবছাইট www.nissan.inৰ জৰিয়তে…
Read More
জে কে টায়াৰে আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ বাবে সাজু হৈছে গুৱাহাটী

জে কে টায়াৰে আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলৰ বাবে সাজু হৈছে গুৱাহাটী

ভাৰতৰ মটৰস্প’ৰ্টৰ ক্ষেত্ৰত অগ্ৰণী প্ৰতিষ্ঠান জে কে টায়াৰে জে কে টায়াৰৰ দ্বাৰা চালিত ইণ্ডিয়ান ৰেচিং ফেষ্টিভেল— টোটেল কণ্ট্ৰ’লৰ কাৰ্নিভেলৰ জৰিয়তে গুৱাহাটীত অনুৰাগীক মুগ্ধ কৰিবলৈ সাজু হৈছে। এডভেঞ্চাৰ-এক্স ফিউজন ট্ৰাইবৰ সহযোগত অহা ২০ মে’ত আইআইটি গুৱাহাটীত অনুষ্ঠিত হ’ব চমৎকাৰ ৰোড শ্ব’। এই অনুষ্ঠানটোৱে শক্তিৰে ভৰপূৰ একচন, বিশ্ব মানসম্পন্ন গাড়ী আৰু অপূৰ্ব ষ্টাণ্ট প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি দিছে—যিয়ে ভাৰতৰ মটৰস্প’ৰ্ট বিপ্লৱৰ বাবে গুৱাহাটীক আগশাৰীৰ আসন প্ৰদান কৰিছে। উত্তৰ-পূবৰ মাজেৰে জে কে টায়াৰৰ যাত্ৰাত গুৱাহাটীয়ে বিশেষ স্থান দখল কৰিছে। উ-পূবৰ প্ৰৱেশদ্বাৰ আৰু ক্ৰমবৰ্ধমান নগৰীয়া কেন্দ্ৰ হিচাপে চহৰখনে দীৰ্ঘদিন ধৰি জে কে টায়াৰএ সদায়ে চেম্পিয়ন হৈ অহা যুৱ শক্তি আৰু দুঃসাহসিক কৰ্মৰ মনোভাৱক প্ৰতিফলিত কৰি আহিছে।…
Read More
উত্তৰ-পূবৰ উন্নয়নৰ বাবে হাউছিং ফাইনেঞ্চ খণ্ডৰ সম্ভাৱনা মুকলি কৰিবলৈ নেচনেল হাউছিং বেংকৰ গুৱাহাটীত বৈঠক

উত্তৰ-পূবৰ উন্নয়নৰ বাবে হাউছিং ফাইনেঞ্চ খণ্ডৰ সম্ভাৱনা মুকলি কৰিবলৈ নেচনেল হাউছিং বেংকৰ গুৱাহাটীত বৈঠক

নেচনেল হাউছিং বেংক(এনএইছবি)ৰ উদ্যোগত ১৭ এপ্ৰিলত গুৱাহাটীত হাউছিং ফাইনেঞ্চ কোম্পানী, স্মল ফাইনেঞ্চ বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ এমডি তথা চিইঅ’সকলৰ সৈতে “আনলকিং পটেনচিয়েল: হাউছিং ফাইনেঞ্চ এজ এ কেটালিষ্ট ফৰ নৰ্থ-ইষ্ট ডেভেলপমেণ্ট” শীৰ্ষক বিষয়ক এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগৰ যুটীয়া সচিব মনোজ আয়াপ্পান, ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব(এইচএফএ) কুলদীপ নাৰায়ণে ভাৰ্চুৱেলি অংশগ্ৰহণৰ লগতে ছিকিম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সচিব ছাৰিকা প্ৰধান আৰু নেচনেল হাউছিং বেংকৰ পৰিচালন সঞ্চালক সঞ্জয় শুক্লাই অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানত হাউছিং ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহৰ এমডি তথা চিইঅ’, ক্ষুদ্ৰ ফাইনেঞ্চ বেংকৰ জ্যেষ্ঠ বিষয়া আৰু উত্তৰ-পূবৰ ৫খন…
Read More
উত্তৰ-পূব ভাৰতে লাভ কৰিলে অধিক সুলভ মূল্যৰ গৃহ নিৰ্মাণৰ বিকল্প: পিএনবি আৰু আধাৰ সেৱাৰ সম্প্ৰসাৰণ

উত্তৰ-পূব ভাৰতে লাভ কৰিলে অধিক সুলভ মূল্যৰ গৃহ নিৰ্মাণৰ বিকল্প: পিএনবি আৰু আধাৰ সেৱাৰ সম্প্ৰসাৰণ

পিএনবি হাউচিং ফাইনেন্স লিমিটেড আৰু আধাৰ হাউছিং ফাইনেন্স লিমিটেডে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে শাখা মুকলি কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে। এই সম্প্ৰসাৰণ চৰকাৰৰ ‘হাউছিং ফৰ অল’ অভিযানৰ সৈতে সংগতি ৰাখে আৰু উত্তৰ-পূৰ্বাঞ্চলত সুলভ মূল্যৰ গৃহ নিৰ্মাণ সমাধানৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তিৰ উন্নতি সাধনৰ লক্ষ্য লোৱা হৈছে। নতুনকৈ মুকলি কৰা শাখাটোৱে অঞ্চলটোৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কাষ্টমাইজড হাউছিং ফাইনেন্স প্ৰডাক্ট(স্বনিৰ্ধাৰিত গৃহ নিৰ্মাণ বিত্ত)ৰ সুবিধা প্ৰদান কৰিব, য’ত গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিত্তৰ ব্যৱধান দূৰ কৰাত গুৰুত্ব দিয়া হ’ব। দুয়োটা প্ৰতিষ্ঠানে পিছপৰা বা এতিয়াও ঢুকি নোপোৱা অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সফলতাক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। পিএনবি হাউচিং ফাইনেন্সৰ এমডি তথা…
Read More