Business

এইচএমডি-এ সংগীত-কেন্দ্ৰিত ফিচাৰ ফোন উন্মোচন কৰে আৰু ৰাজস্থান ৰয়েলছৰ সৈতে অংশীদাৰীত্ব সম্প্ৰসাৰিত কৰে

এইচএমডি-এ সংগীত-কেন্দ্ৰিত ফিচাৰ ফোন উন্মোচন কৰে আৰু ৰাজস্থান ৰয়েলছৰ সৈতে অংশীদাৰীত্ব সম্প্ৰসাৰিত কৰে

হিউমেন মোবাইল ডিভাইচ(এইচএমডি)-এ বৰ্ধিত অডিঅ’ ক্ষমতা আৰু সমৰ্পিত মিউজিক কণ্ট্ৰ’ল(সংগীত নিয়ন্ত্ৰণ)ৰ সুবিধা সন্নিৱিষ্ট কৰি সংগীত অনুৰাগীসকলৰ বাবে দুটা নতুন ফিচাৰ ফোন-এইচএমডি ১৩০ মিউজিক আৰু এইচএমডি ১৫০ মিউজিক মুকলি কৰিছে। ভাৰতীয় বজাৰৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰি এইচএমডি-এ আইপিএল ২০২৫ৰ বাবে অফিচিয়েল স্মাৰ্টফোন অংশীদাৰ হিচাপে ৰাজস্থান ৰয়েলছৰ সৈতেও অংশীদাৰিত্ব নবীকৰণ কৰিছে। ফিচাৰ ফোনবোৰত শক্তিশালী ২৫০০ এমএএইছ বেটাৰী, ব্লুটুথ ৫.০, টাইপ-চি ফাষ্ট চাৰ্জিং আৰু ইউপিআই পেমেণ্ট ক্ষমতা আছে। একাধিক ট্ৰেণ্ডি ৰঙত উপলব্ধ, এই নতুন ফোনত এটা ডাঙৰ ৰিয়াৰ স্পীকাৰ, তাঁৰবিহীন আৰু তাঁৰযুক্ত এফ এম ৰেডিঅ' আৰু ৩২ জিবি পৰ্যন্ত এছডি কাৰ্ড সমৰ্থন আদি সুবিধাসমূহ আছে। এইচএমডিয়ে দুয়োটা মডেলত এবছৰৰ ৰিপ্লেছমেণ্ট গেৰাণ্টি(প্ৰতিস্থাপন প্ৰত্যাভূতি)…
Read More
জিচিপিএল-এ থাণ্ডাৰবল্ট প্ৰযুক্তিৰ সহায়ত মুকলি কৰিলে হিট মস্কুইট’ এৰোচ’ল 

জিচিপিএল-এ থাণ্ডাৰবল্ট প্ৰযুক্তিৰ সহায়ত মুকলি কৰিলে হিট মস্কুইট’ এৰোচ’ল 

ভাৰতৰ উদীয়মান বজাৰ আৰু ঘৰুৱা কীটনাশক (এইচ আই) শিতানৰ আগশাৰীৰ প্ৰতিষ্ঠান গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ যুগান্তকাৰী উদ্ভাৱন আৰু শিতান সম্প্ৰসাৰণৰ জৰিয়তে নিজৰ নেতৃত্ব শক্তিশালী কৰি তুলিছে। ২০২৪ৰ আৰম্ভণিতে জিচিপিএলে ভাৰতৰ প্ৰথম আৰু একমাত্ৰ চৰকাৰী অনুমোদিত মহনাশক ধূপৰ লাঠি ‘গুডনাইট আগৰবট্টি’ মুকলি কৰিছিল। এই গতিধাৰা অব্যাহত ৰাখি প্ৰতিষ্ঠানটোৱে ২০২৪ৰ জুলাইত ভাৰতৰ প্ৰথমটো থলুৱাভাৱে বিকশিত আৰু পেটেণ্ট কৰা অণু ‘ৰেনোফ্লুথ্ৰিন’ ৰ বিকাশেৰে আন এটা মাইলৰ খুঁটি অৰ্জন কৰিছে, যিয়ে উন্নত মহ নিয়ন্ত্ৰণৰ বাবে আটাইতকৈ কাৰ্যকৰী তৰল ভেপাৰাইজাৰ প্ৰস্তুত কৰিছে আৰু মাত্ৰ এবছৰৰ ভিতৰতে জিচিপিএলে নিজৰ কীট নিয়ন্ত্ৰণ ব্ৰেণ্ড গড্ৰেজ হিটৰ অধীনত আন এক শেহতীয়া সামগ্ৰী মুকলি কৰিবলৈ সাজু হৈছে।  জিচিপিএলে থাণ্ডাৰবল্ট প্ৰযুক্তিৰ…
Read More
বিশ্ব স্বাস্থ্য দিৱসে ভাৰতৰ সুস্থতাৰ বজাৰত বৃদ্ধি কৰিলে কেলিফৰ্ণিয়া আলমণ্ডৰ চাহিদা

বিশ্ব স্বাস্থ্য দিৱসে ভাৰতৰ সুস্থতাৰ বজাৰত বৃদ্ধি কৰিলে কেলিফৰ্ণিয়া আলমণ্ডৰ চাহিদা

ভাৰতে ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱসৰ বাবে সাজু হোৱাৰ সময়ছোৱাত পুষ্টি আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ পছন্দৰ ওপৰত চৰ্চা চলিছে। বিশেষজ্ঞ আৰু তাৰকাসকলে হৃদৰোগৰ অৱস্থা, ওজন নিয়ন্ত্ৰণ, আৰু ডায়েবেটিছ প্ৰতিৰোধৰ ক্ষেত্ৰত কেলিফৰ্ণিয়াৰ আলমণ্ডক দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০০ৰো অধিক গৱেষণামূলক অধ্যয়নে কাঠবাদামৰ উপকাৰিতাৰ সমৰ্থনত আলমণ্ডক স্বাস্থ্যৰ বাবে পছন্দৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে। মেক্স হেল্থকেয়াৰৰ ডায়েটেটিক্স বিভাগ আঞ্চলিক মুৰব্বী ঋত্বিকা সমাদ্দাৰে মেদবহুলতা বৃদ্ধি আৰু হৃদ ৰোগৰ মাজত মনযোগেৰে খাদ্য গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডিপ ফ্ৰাইড স্নেকছৰ স্থানত আলমণ্ডৰ দৰে পুষ্টিকৰ ঘন বিকল্প ব্যৱহাৰ কৰিলে স্বাস্থ্যৰ ফলাফল যথেষ্ট উন্নত হ’ব পাৰে বুলি কয় সমাদ্দাৰে। সুস্থতা বিশেষজ্ঞ শীলা…
Read More
কে এছ অইলৰ হালদিয়া ইউনিট অধিগ্ৰহণ কৰি হাল্ডাৰ ভেঞ্চাৰ লিমিটেডৰ ব্যৱসায়িক সম্প্ৰসাৰণ

কে এছ অইলৰ হালদিয়া ইউনিট অধিগ্ৰহণ কৰি হাল্ডাৰ ভেঞ্চাৰ লিমিটেডৰ ব্যৱসায়িক সম্প্ৰসাৰণ

ভাৰতীয় (পাৰবয়ল্ড) চাউল আৰু ভোজ্য তেল উৎপাদন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান হাল্ডাৰ ভেঞ্চাৰ লিমিটেড(এইছভিএল)-এ হালদিয়াস্থিত কে এছ অইল লিমিটেডৰ উৎপাদন ইউনিট সফলতাৰে অধিগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত প্ৰতিষ্ঠানটোৰ কাৰ্যকৰী স্থান যথেষ্ট বৃদ্ধি পাইছে। এই অধিগ্ৰহণে হাল্ডাৰ ভেঞ্চাৰ লিমিটেডৰ নিয়ন্ত্ৰণত হালডিয়া বন্দৰত এটা অত্যাধুনিক শোধন সুবিধাৰ সৃষ্টি কৰিলে, যিয়ে ৫০০ টিপিডি ভৌতিক আৰু ৰাসায়নিক শোধন কৰিবলৈ সক্ষম—যি বৰ্তমানৰ সামৰ্থ্যতকৈ পাঁচগুণ বৃদ্ধি। এই কৌশলগত সম্প্ৰসাৰণে ১,৫০০ কোটি টকাতকৈ অধিক বাৰ্ষিক ৰাজহ বৃদ্ধি কৰিবলৈ সাজু হৈছে, যাৰ ফলত এইচভিএলে সমগ্ৰ পূব ভাৰতত বৃদ্ধি পোৱা চাহিদাৰ মূলধন হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ২০২৫ৰ ২০ মাৰ্চত এই অধিগ্ৰহণ ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণ(এনচিএলএটি)-এ অনুমোদন জনাইছিল…
Read More
২ মিলিয়নৰ মাইলৰ খুঁটিত উপনীত টাটা নিউ এইচডিএফচি বেংকৰ কাৰ্ড

২ মিলিয়নৰ মাইলৰ খুঁটিত উপনীত টাটা নিউ এইচডিএফচি বেংকৰ কাৰ্ড

টাটা নিউ আৰু এইচডিএফচি বেংকে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ কথা ঘোষণা কৰিছে : টাটা নিউ এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ডে জাৰি কৰা কাৰ্ডে ২ মিলিয়নৰ ঘৰ অতিক্ৰম কৰি ভাৰতৰ অন্যতম পছন্দৰ ৰিৱাৰ্ড ক্ৰেডিট কাৰ্ড হিচাপে নিজৰ স্থান সুদৃঢ় কৰি তুলিছে। এই কৃতিত্বই সমগ্ৰ দেশৰ গ্ৰাহকসকলক মূল্য আৰু এক নিৰৱচ্ছিন্ন পুৰস্কাৰ প্ৰাপ্ত পৰিৱেশ ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰত কাৰ্ডৰ উল্লেখযোগ্য সাফল্য উজ্বল কৰি তুলিছে। ২০২২ চনৰ আগষ্ট মাহত মুকলিৰ পিছৰে পৰা টাটা নিউ এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ডে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, ভাৰতীয় ক্ৰেডিট কাৰ্ডৰ বজাৰত আটাইতকৈ সহজ আৰু স্বচ্ছ ৰিৱাৰ্ড(পুৰস্কাৰ) পৰিৱেশ তন্ত্ৰ আগবঢ়োৱাৰ বাবে ব্যৱহাৰকাৰীসকলে অধিক পচন্দ কৰে। “টাটা ডিজিটেলত আমি আমাৰ গ্ৰাহকসকলৰ…
Read More
এছবিআই জেনেৰেল ইঞ্চুৰেন্সে  নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ওচৰত ১.০৬ কোটি টকাৰ দাবী নিষ্পত্তি কৰিছে

এছবিআই জেনেৰেল ইঞ্চুৰেন্সে  নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ওচৰত ১.০৬ কোটি টকাৰ দাবী নিষ্পত্তি কৰিছে

এছবিআই জেনেৰেল ইঞ্চুৰেন্সে ডিজেষ্টাৰ ৰিস্ক ট্ৰেন্সফাৰ পেৰামেট্ৰিক ইঞ্চুৰেন্স ছল্যুচন(ডিআৰটিপিআইএছ)ৰ অধীনত নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক ১.০৬ কোটি টকা প্ৰদান কৰিছে। এয়া এই ধৰণৰ প্ৰথম দাবী নিষ্পত্তি(ক্লেইম চেটলমেণ্ট), যাৰ লক্ষ্য হৈছে ব্যক্তিগত দাবী প্ৰক্ৰিয়াকৰণ(ক্লেইম প্ৰছেচিং)ৰ প্ৰয়োজন নোহোৱাকৈ বতৰৰ পৰিমাপৰ ওপৰত ভিত্তি কৰি দ্ৰুত আৰ্থিক সকাহ প্ৰদান কৰা। এই ব্যৱস্থাপনাৰ অধীনত বিপদাশংকা নীতিৰ সময়ছোৱাৰ অধীনত প্ৰথম পৰ্যায়(বাৰিষা ঋতু)ৰ অতিৰিক্ত বৃষ্টিপাতো সামৰি লোৱা হয়, যাৰ ফলত দুৰ্যোগৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোক-সম্প্ৰদায়সমূহক দ্ৰুত বিত্তীয় সহায় নিশ্চিত কৰা হয়। ২০২৪ৰ আগষ্ট মাহত এছবিআই জেনেৰেল ইঞ্চুৰেন্স আৰু এনএছডিএমএ-ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হয়, য'ত মুখ্য পুনৰ বীমাকৰ্তা(ৰিইনঞ্চুৰাৰ) জিআইচি ৰে, মিউনিখ ৰে, হেন্নোভাৰ…
Read More
জিন্দল (ইণ্ডিয়া) লিমিটেডে সফলতাৰে অসমত “মিলাপ” অনুষ্ঠান আয়োজন কৰে

জিন্দল (ইণ্ডিয়া) লিমিটেডে সফলতাৰে অসমত “মিলাপ” অনুষ্ঠান আয়োজন কৰে

ভাৰতৰ ডাউনষ্ট্ৰিম ষ্টীল উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান জিন্দাল (ইণ্ডিয়া) লিমিটেডে শিৱসাগৰত নিজৰ খুচুৰা বিক্ৰেতা সন্মিলন ‘মিলাপ’ সফলতাৰে আয়োজন কৰে। জিন্দাল(ইণ্ডিয়া)ৰ অনুমোদিত ডিলাৰ গৌতম ইণ্ডাষ্ট্ৰীজৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিষয়াৰ লগতে প্ৰায় ৬০ জন খুচুৰা বিক্ৰেতাই অংশগ্ৰহণ কৰে। এই পদক্ষেপ জিন্দাল (ইণ্ডিয়া) লিমিটেডৰ উত্তৰ-পূবত নিজৰ পদচিহ্ন শক্তিশালী কৰা আৰু নিজৰ ভৌগোলিক উপস্থিতি সম্প্ৰসাৰিত কৰাৰ ৰণকৌশলৰ সৈতে সংগতি ৰাখে। প্ৰতিষ্ঠানটোৱে নিজৰ উন্নত আৱৰণযুক্ত ষ্টীল সামগ্ৰী প্ৰদৰ্শন কৰে, যাৰ ভিতৰত আছে জিন্দল চাব্ৰাং, বৰ্ধিত ক্ষয় প্ৰতিৰোধৰ সৈতে এক জীৱন্ত ৰং-আৱৰণ যুক্ত ষ্টীল পৰিসৰ আৰু জিন্দাল নিউকালাৰ+, স্থিৰতা আৰু নান্দনিক বহুমুখীতাৰ বাবে জনাজাত এক প্ৰিমিয়াম অফাৰ। অনুষ্ঠানটোত নিজৰ অভিমত ব্যক্ত কৰি এজন…
Read More
নিছানৰ ভাৰতীয় আক্ৰমণাত্মক: ৫-আসনৰ চি-এছইউভি আৰু ৭-আসনৰ বি-এমপিভি বিত্তীয় বৰ্ষ ২৫ আৰু বিত্তীয় বৰ্ষ ২৬ ত মুকলি হ’ব

নিছানৰ ভাৰতীয় আক্ৰমণাত্মক: ৫-আসনৰ চি-এছইউভি আৰু ৭-আসনৰ বি-এমপিভি বিত্তীয় বৰ্ষ ২৫ আৰু বিত্তীয় বৰ্ষ ২৬ ত মুকলি হ’ব

নিছান মটৰ ইণ্ডিয়াই ভাৰতত দুখন নতুন বাহন মুকলিৰ পৰিকল্পনাৰ কথা সদৰি কৰি দেশৰ প্ৰতিযোগিতামূলক অটোম’বাইল বজাৰত নিজৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে। জাপানৰ য়োকোহামাত অনুষ্ঠিত হোৱা নিছানৰ গ্ল’বেল প্ৰডাক্ট শ্ব’কেছ ইভেণ্টৰ সময়ত কৰা এই ঘোষণাত ক্ৰমে ২০২৫ বিত্তীয় বৰ্ষ আৰু ২০২৬ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে মুক্তি পাবলগীয়া সম্পূৰ্ণ নতুন ৭খন আসনৰ বি-এমপিভি আৰু ৫খন আসনৰ বলিষ্ঠ চি-এছইউভিক অন্তৰ্ভুক্ত কৰা হৈছে নতুন ৭খন আসনৰ বি-এমপিভিখন নিছানৰ সম্প্ৰসাৰিত পৰ্টফলিঅ'ৰ পৰিপূৰক হ'ব, য'ত ইতিমধ্যে নিছান মেগনাইট, নিছান এক্স-ট্ৰেইল আৰু আগন্তুক ৭খন আসনৰ চি-এছইউভি আৰু সুলভ ইভি সন্নিৱিষ্ট হৈছে। শক্তিশালী এছইউভি গুণাগুণ আৰু চি-আকৃতিৰ গ্ৰীলৰ সৈতে ডিজাইন কৰা, বি-এমপিভি-ৰ লক্ষ্য হৈছে প্ৰশস্ত আৰু বহুমুখী…
Read More
গুপ্ত মহামাৰী : জৰায়ুৰ ফাইব্ৰইডে ৪০% ভাৰতীয় মহিলাক প্ৰভাৱিত কৰে বুলি উল্লেখ ডাঃ দিব্যমোহন হাজৰিকাৰ

গুপ্ত মহামাৰী : জৰায়ুৰ ফাইব্ৰইডে ৪০% ভাৰতীয় মহিলাক প্ৰভাৱিত কৰে বুলি উল্লেখ ডাঃ দিব্যমোহন হাজৰিকাৰ

কৰ্কট ৰোগত আক্ৰান্ত ভাৰতীয় মহিলাসকলৰ মাজত ১৮%ই হৈছে জৰায়ুৰ কৰ্কট ৰোগী, কিন্তু ইয়াতকৈও ব্যাপক কিন্তু কম নিৰ্ণয় হোৱা ৰোগ বা অৱস্থাটো হ’ল মহিলাৰ জৰায়ুৰ ফাইব্ৰইড, যি ৰোগে প্ৰায় ৪০% মহিলাক আক্ৰান্ত কৰে। তীব্ৰ ঋতুস্ৰাৱৰ বিষ আৰু দীৰ্ঘদিন ধৰি ৰক্তক্ষৰণ হোৱাৰ পিছতো সচেতনতাৰ অভাৱ আৰু অস্ত্ৰোপচাৰৰ ভয়ৰ বাবে ফাইব্ৰইডক প্ৰায়ে আওকাণ বা অৱহেলা কৰা হয়। গুৱাহাটীৰ আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰদানকাৰী নেমকেয়াৰ হাস্পতালে ইউটেৰিন ফাইব্ৰইড এম্ব’লাইজেচন (ইউএফই)ৰ দৰে সুৰক্ষিত, নূন্যতম আগ্ৰাসী চিকিৎসা বিকল্পৰ পোষকতা কৰিছে। পৰম্পৰাগত হিষ্টেৰেকটমীৰ বিপৰীতে ইন্টাৰভেনচনেল ৰেডিঅ’লজিষ্ট (আই আৰ)ৰ দ্বাৰা সম্পন্ন ইউএফই-এ এক ফলপ্ৰসূ, অস্ত্ৰোপচাৰবিহীন বিকল্প আগবঢ়ায়, যিয়ে আৰোগ্যৰ সময় হ্ৰাস কৰে আৰু মহিলাৰ প্ৰজনন ক্ষমতাও ৰক্ষা কৰে। নেমকেয়াৰ হাস্পতালৰ…
Read More
পেনাছনিকে পূব ভাৰতত মুকলি কৰিলে ২০২৫ এচিসমূহ, অত্যাধিক গৰমতো শীতল কৰি ৰাখিব পৰাকৈ কৰা হৈছে ডিজাইন

পেনাছনিকে পূব ভাৰতত মুকলি কৰিলে ২০২৫ এচিসমূহ, অত্যাধিক গৰমতো শীতল কৰি ৰাখিব পৰাকৈ কৰা হৈছে ডিজাইন

এয়াৰ কণ্ডিচনাৰ (এচি) প্ৰস্তুতৰ ক্ষেত্ৰত ৬৫ বছৰতকৈও অধিক সময়ৰ অভিজ্ঞতাসম্পন্ন দেশৰ অগ্ৰণী বৈচিত্ৰ্যপূৰ্ণ প্ৰযুক্তি প্ৰতিষ্ঠান পেনাচনিক লাইফ ছল্যুচন ইণ্ডিয়াই আজি গুৰুত্বপূৰ্ণ বজাৰ গুৱাহাটীকে ধৰি পূব ভাৰতৰ বাবে ২০২৫ বৰ্ষৰ এয়াৰ কণ্ডিচনাৰসমূহ মুকলি কৰিলে। পেনাচনিকৰ নতুন ৰেঞ্জৰ ৰেচিডেঞ্চিয়েল এয়াৰ কণ্ডিচনাৰ(আৰএচি)সমূহ স্মাৰ্ট লিভিঙক ন ৰূপত সংজ্ঞায়িত কৰিবলৈ আৰু উত্কট গৰমৰ দিনত ৫৫° চেলচিয়াছ (৫৫ ডিগ্ৰী চেলছিয়াছ) পৰ্যন্ত উষ্ণতা সহ্য কৰি পৰাকৈ ডিজাইন কৰা হৈছে। ১.০, ১.৫ আৰু ২.০ টনৰ ৬১টা নতুন মডেলৰ সৈতে শেহতীয়া এচি পৰিসৰসমূহ এতিয়া সকলো আগশাৰীৰ আউটলেট, ই-কমাৰ্চ প্লেটফৰ্ম, https://store.in.panasonic.com/air-conditioners.html আৰু পেনাচনিক ব্ৰেণ্ড ষ্ট'ৰত গ্ৰাহকৰ বাবে উপলব্ধ। পিএমআইএন, পিএলএছআইএনডিৰ এয়াৰ কণ্ডিচনাৰ গ্ৰুপৰ ব্যৱসায়িক মুৰব্বী অভিষেক বাৰ্মাই এই বিষয়ে সদৰি…
Read More